Environmental Science MCQ Part – 6

Environmental Science MCQ Part – 6, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Environmental Science Objective Types Question Answer to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Environmental Science Multiple Choice Question Answer can be of great value to excel in the examination.

Environmental Science MCQ Part – 6

Join Telegram channel

Table of Contents

Environmental Science MCQ Part – 6 Notes cover all the exercise questions in UGC Syllabus. Environmental Science MCQ Part – 6 Solutions The provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

Environmental Science MCQ Part – 6

Objective Types Question Answer

501. ‘পৱিত্ৰ উপবন’ কিহৰ উদাহৰণ—

(a) ৰাষ্ট্ৰীয় উদ্যানৰ

(b) জৈৱবৈচিত্ৰ উষ্ণ অঞ্চলৰ

(c) বিপন্ন প্ৰজতিৰ স্ব-স্থানত সংৰক্ষণ

(d) ওপৰৰ এটাও নহয় 

Ans: (c) বিপন্ন প্ৰজতিৰ স্ব-স্থানত সংৰক্ষণ।

502. ভাৰতত ‘সংৰক্ষিত জৈৱমণ্ডল’ৰ সংখ্যা—

(a) 15 টা  

(b) 2 টা

(c) 90 টা 

(d) 3 টা 

Ans: (a) 15 টা।

503. Man and Biosphere ‘ ধাৰণাৰ লগত জড়িত সংস্থা–

(a) UNESCO  

(b) WWF

(c)  UNO 

(d) IUCN

Ans: (a) UNESCO

504. তলৰ কোনটো এটা ৰামছাৰ স্থলী—

(a) দীপৰ বিল

(b) নামেৰি

(c) মাজুলী

(d) দিহিং-পাটকাই বৰ্ষাৰণ্য

Ans: (a) দীপৰ বিল।

505. প্রথম ‘Earth Summit’ 1992 চনত ক’ত হৈছিল—

(a) ৰিঅ’ ডি জেনেৰিঅ 

(b) জোহাল্সবাৰ্গ

(c) ডাৰবান 

(d) কোপেনহেগেন

Ans: (a) ৰিঅ’ ডি জেনেৰিঅ।

506. ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় জলজ প্ৰাণীবিধ হ’ল-

(a) উদ 

(b) শিহু

(c) ঘৰিয়াল 

(d) দলখৰিয়া 

Ans: (b) শিহু।

507. বৰ্তমানলৈকে চিনাক্ত কৰা জীৱৰ ভিতৰত গৰিষ্ঠসংখকেই হ’ল—

(a) আদ্য প্রাণী 

(b) শেলাই

(c) নগ্নজীৱী উদ্ভিদ 

(d) পতঙ্গ

Ans: (d) পতঙ্গ।

508. ৰেচম পলুৰ পেব্ৰাইন ৰোগৰ কাৰক–

(a) আদ্যপ্রাণী 

(b) ভেঁকুৰ

(c) ভাইৰাছ 

(d) বেক্টেৰিয়া 

Ans: (a) আদ্যপ্রাণী।

509. ৰেচম পলুৰ ভাইৰাছজনিত ৰোগ–

(a) পেব্রাইন 

(b) ফ্লেছেৰী

(c) মেগট ৰোগ 

(d) মাস্পৰডাইন  

Ans: (b) ফ্লেছেৰী।

510. ৰেচম সূতাৰ মূল ৰাসায়নিক উপাদান—

(a) ফাইব্ৰইন প্র’টিন 

(b) ছেৰিছিন প্র’টিন

(c) ওপৰৰ দুয়োটা 

(d) ওপৰৰ এটাও নহয়

Ans: (c) ওপৰৰ দুয়োটা।

511. বহুবৰ্ষডিম্বী ৰেচম পলু–

(a) মুগা 

(b) পাট

(c) এড়ি 

(d) মুগা আৰু এড়ি দুয়োটা

Ans: (d) মুগা আৰু এড়ি দুয়োটা।

512. ‘ৰেচম সূতাৰ ৰাণী’ হ’ল—

(a) পাট সূতা 

(b) মগা সূতা

(c) এড়ি সূতা 

(d) তচৰ সূতা 

Ans: (c) পাট সূতা।

513. মুগা কীট কোন বৰ্গৰ অন্তৰ্গত-

(a) অৰ্থপটেৰা 

(b) ক’লিও পটেৰা

(c) হাইমিনপটেৰা 

(d) লেপিড’পটেৰা 

Ans: (d) লেপিড’পটেৰা। 

514. তলত কোনটো ৰেচম পলু চেটাৰনিডী গোত্ৰৰ অন্তৰ্গত নহয়—

(a) মুগা পলু 

(b) পাট পলু

(c) এড়ি পলু 

(d) তচৰ পলু 

Ans: (d) তচৰ পলু। 

515. ফিল’চ’মিয়া ৰিচিনি কোন পলুৰ বৈজ্ঞানিক নাম-

(a) মুগা পলু 

(b) পাট পলু

(c) এড়ি পলু 

(d) তচৰ পলু 

Ans: (c) এড়ি পলু।

516. ঘৰৰ ভিতৰত পালন কৰিব নোৱাৰা ৰেচম পলু-

(a) এড়ি পলু 

(b) তচৰ পলু

(c) পাট পলু 

(d) ওপৰৰ সকলো 

Ans: (b) তচৰ পলু।

517. মুগা কীটৰ প্রাথমিক পোষক উদ্ভিদ-

(a) দীঘলতী 

(b) চোম

(c) মেজাংকৰি 

(d) এড়া গছ 

Ans: (b) চোম।

518. এড়ি পলুৰ গৌণ পোষক উদ্ভিদ-

(a) কেচেৰু 

(b) টেপিঅ’কা

(c) বৰকেচেৰু 

(d) ওপৰৰ সকলো

Ans: (d) ওপৰৰ সকলো।

519. ৰেচম কীটৰ জীৱন চক্ৰৰ শুদ্ধ ক্ৰম-

(a) কণী-পলু-লেটা— চকৰী

(b) পলু- কণী- লেটা- চকৰী

(c) চকৰী- কণী- লেটা- পলু

(d) লেটা-চকৰী-পলু-কণী 

Ans: (a) কণী-পলু-লেটা- চকৰী।

520. তলৰ কোনজোপা ঔষধি গছ–

(a) শাল 

(b) চিনকোণা

(c) চেগুন 

(d) শিমলু 

Ans: (b) চিনকোণা।

521. মেলেৰিয়া ৰোগৰ ঔষধ— কুঁইনাইন প্ৰস্তুত কৰা গছ–

(a) নিম 

(b) বেলাডনা

(c) চিনকোণা 

(d) বাহক 

Ans: (c) চিনকোণা।

522. Azadirachta indica কোন গছৰ বিজ্ঞানিক নাম–

(a) শাল 

(b) নিম

(c) বনচোম 

(d) সৰ্পগন্ধা 

Ans: (b) নিম।

523. আজাৰ গছ কোন গোত্ৰৰ অন্তৰ্গত—

(a) Lythraceae 

(b) Papilionaceae

(c) Verbenaceae 

(d) Diptero carpaceae

Ans: (a) Lythraceae

524. কুঁইনাইন ঔষধ চিনকোনা গছৰ কোন অংশৰ পৰা প্ৰস্তুত কৰা হয়-

(a) বাকলি 

(b) শিপা

(c) ফুল 

(d) পাত 

Ans: (a) বাকলি।

525. তলৰ কোনজোপা গছৰ পাতৰ ৰসে কফ আৰু কাঁহৰ উপশম ঘটাই- 

(a) চিৰতা 

(b) শিলিখা

(c) নেফাফু 

(d) বাহক 

Ans: (d) বাহক। 

526. পৰিবেশ প্রদূষণৰ প্রতিক্ৰিয়—

(a) পৰিৱেশৰ ভাৰসাম্য নষ্ট হয়

(b) মানুহৰ স্বাস্থ্য হানি হয়

(c) পৰিৱেশৰ পুনৰ গঠন ক্ষমতা বাধা প্রাপ্ত হয়

(d) ওপৰৰ সকলো 

Ans: (d) ওপৰৰ সকলো। 

527. তলত কোনটো অক্ষয়িষ্ণু প্ৰদূষক-

(a) গ্লাষ্টিক 

(b) কীটনাশক দ্ৰব্য

(c) পাৰা 

(d) ওপৰৰ সকলো

Ans: (d) ওপৰৰ সকলো।

528. সেউজ গৃহ গেছ–

(a) CO₂    

(b) O₃

(c) N₂     

(d) CO 

Ans: (a) CO₂

529. বায়ুমণ্ডলত ‘অ’জন বিন্ধা’ সৃষ্টিৰ কাৰক–

(a) CFC  

(b) CO₂

(c) CH₄  

(d) N₂ O₂

Ans: (a) CFC

530. বায়ুমণ্ডলৰ অ’জন স্তৰ ধ্বংসকাৰী CFC ব্যৱহৃত হয়-

(a) জৈৱইন্ধনত 

(b) প্লাষ্টিক প্রস্তুত কৰাত

(c) প্রশীতন যন্ত্ৰত 

(d) ওপৰৰ সকলোতে

Ans: (c) প্রশীতন যন্ত্ৰত।

531. তলৰ কোনটো বায়ু প্ৰদূষকে তেজৰ হিম’গ্লবিনৰ অক্সিজেন বহন ক্ষমতা,হ্ৰাস কৰে-

(a) CO  

(b) হাইড্ৰ’কাৰ্বন

(c) SO₂  

(d) CO₂

Ans: (a) CO  

532. যান-বাহনত ‘অনুঘটকযুক্ত পৰিৱৰ্তক’ ব্যৱহাৰ কৰাৰ মূল উদ্দেশ্য হ’ল—

(a) ইন্ধন ৰাহি কৰিবলৈ

(b) গীড়ীৰ গতিবেগ বৃদ্ধি কৰিবলৈ

(c) শব্দ প্ৰদূষণ ৰোধ কৰিবলৈ

(d) দূষিত গেছসমূহৰ নিৰ্গমন ৰোধিবলৈ  

Ans: (d) দূষিত গেছসমূহৰ নিৰ্গমন ৰোধিবলৈ।  

533. যান-বাহনত ‘অনুঘটকযুক্ত পৰিৱৰ্তকত’ অনুঘটক হিচাপে ব্যৱহৃত ধাতু-

(a) প্লেটিনাম 

(b) পেলাভিয়াম 

(c) ৰ’ডিয়াম 

(d) ওপৰৰ সকলো 

Ans: (d) ওপৰৰ সকলো। 

534. ভাৰতবৰ্ষত পৰিৱেশ(প্ৰতিৰোধ) আইন বলৱৎ কৰা হয় –

(a) 1986 চনত  

(b) 1989 চনত

(c) 1972 চনত 

(d) 1998 চনত

Ans: (a) 1986 চনত।

535. ডিজেল ইন্ধনৰ সলনি যান-বাহনত গেছ ব্যৱহাৰ কৰাৰ কাৰণ–

(a) CNG এক উৎকৃষ্ট ইন্ধন

(b) ই ডিজেলতকৈ সস্তা

(c) ই ডিজেলতকৈ ভালদৰে দাহ্য হয়

(d) ওপৰৰ সকলো 

Ans: (d) ওপৰৰ সকলো। 

536. ইউৰো ৷৷ (Euro-II) মানৰ বহনত পেট্ৰলত ছালফাৰৰ পৰিমাণ-

(a) 350 ppm 

(b) 150 ppm

(c) 50 ppm 

(d) 35 ppm

Ans: (b) 150 ppm

537. ভাৰত চৰকাৰে পানী প্ৰদূষণ নিয়ন্ত্ৰণ আৰু প্ৰতিৰোধ আইন প্রণয়ন কৰে—

(a) 1980 চনত 

(b) 1990 চনত

(c) 2001 চনত 

(d) 1974 চনত

Ans: (d) 1974 চনত।

538. জৈৱ-বিৱৰ্ধনৰ পৰিঘটনাৰ লগত জড়িত ৰাসায়নিক পদাৰ্থ—

(a) DDT 

(b)  CO2

(c) CFC  

(d)  CNG

Ans: (a) DDT 

539. কোনো জলৰাশিত বৰ্দ্ধিত পোষক দ্রব্যৰ ঘনত্বৰ বাবে তাৰ পৰিৱেশ সলনি হোৱা প্রক্ৰিয়া—

(a) জৈৱ-বিৱৰ্ধন

(b) ইউ ট্ৰ ফিকেছন

(c) এলগেল ব্লুম

(d) জৈৱ ৰাসায়নিক অক্সিজেন চাহিদা 

Ans: (b) ইউ ট্ৰ ফিকেছন।

540. বায়ুমণ্ডলৰ অ’জ’ন তৰপৰ স্থূলতা জোখা একক–

(a) ডেচিবেল 

(b) ডথছন

(c) মাইক্ৰ’মিটাৰ 

(d) নেন’মিটাৰ

Ans (b) ডথছন।

541. অ’জ’ন বিনাশি পদাৰ্থবোৰৰ নিৰ্গমণৰ ওপৰত নিয়ন্ত্ৰণ আৰোপিত মনট্ৰিয়েল প্রট’ক’ল স্বাক্ষৰিত হৈছিল–

(a) 1987 চনত। 

(b) 1982 চনত।

(c) 1999 চনত।  

(d) 2011 চনত।

Ans: (a) 1987 চনত।

542. অবিবেচক সম্পদ ব্যৱহাৰৰ দ্বাৰা হোৱা ক্ষতিৰ উদাহৰণ

(a) ভূমিস্থলন। 

(b) মাটিৰ লৱণতা।

(c) মৰুভূমিকৰণ। 

(d) ওপৰৰ সকলো।

Ans: (b) মাটিৰ লৱণতা।

543. ৰাষ্ট্ৰীয় অৰণ্য আঁচনি (1988) অনুযায়ী দেশৰ সমতল অঞ্চলত কিমান শতাংশ অৰণ্য থকাটো বাঞ্চনীয়–

(a) 33%  

(b) 67%

(c) 50% 

(d) 75%

Ans: (a) 33%

544. অৰণ্য ধ্বংসৰ ফল—

(a) বায়ুমণ্ডলৰ বদ্ধিতি CO2 ঘনত্ব

(b) জৈৱ বৈচিত্ৰতাৰ বিনাশ

(c) জল চক্ৰত বিসংগতি

(d) ওপৰৰ সকলো

Ans: (d) ওপৰৰ সকলো।

545. জইণ্ট ফৰেষ্ট মেনেজমেণ্ট’ ধাৰণাৰ মূল আধাৰ–

(a) পুনঃবনানিকৰণ কৰা

(b) ভূমিস্খলন ৰোধ কৰা

(c) বন্যপ্ৰাণী সংৰক্ষণ কৰা

(d) স্থানীয় লোকৰ সৈতে মিলি বন্য সম্পদৰ সংৰক্ষণ কৰা

Ans: (d) স্থানীয় লোকৰ সৈতে মিলি বন্য সম্পদৰ সংৰক্ষণ কৰা

546.  কোনটো গধুৰ ধাতু পানীত থাকিলে ইটাই-ইটাই ৰোগ হব পাৰে-

(a) কেডমিয়াম 

(b) নিকেল

(c) আইৰণ

(d) সীহ 

Ans: (a) কেডমিয়াম।

547. ঝুম কৃষি হল-

(a) জল প্রদূষণৰ কাৰণ 

(b) মৰুভূমিকৰণৰ কাৰণ

(c) অৰণ্য নিধনৰ কাৰণ 

(d) মাটিৰ লৱনতা বৃদ্ধিৰ কাৰণ

Ans: (c) অৰণ্য নিধনৰ কাৰণ।

548. অসমীয়া ভাষাত ‘পৰিবেশ’ শব্দটোৰ সৃষ্টি হৈছে–

(a) ‘পৰি’ উপসৰ্গ আৰু ‘আৱেশ’ শব্দৰ মিলনত।

(b) ‘পৰি’ উপসৰ্গ আৰু ‘আৱাস’ শব্দৰ মিলনত।

(c) ‘প+ৰিবেশ’ সন্ধিযুক্ত হৈ।

(d) এটাও নহয়। 

Ans: (a) ‘পৰি’ উপসৰ্গ আৰু ‘আৱেশ’ শব্দৰ মিলনত।

549. ইংৰাজীৰ ‘Environment’ শব্দটো আহিছে–

(a) লেটিন ভাষাৰ পৰা 

(b) গ্রীক

(c) ফৰাচী 

(d) জাৰ্মান 

Ans: (a) লেটিন ভাষাৰ পৰা।

550. “ইক’লজী’ শব্দটো আহিছে-

(a) লেটিন  

(b) গ্ৰীক

(c) ফৰাচী 

(d) জাৰ্মান ভাষাৰ পৰা

Ans: (c) ফৰাচী।

551. পৰিস্থিতিন্ত্ৰ এক–

(a) জীৱক কেন্দ্ৰ কৰি জৈৱিক ভৌতিক শক্তি আৰু পদাৰ্থৰ বিনিময় ব্যৱস্থা।

(b) পৰিবেশত জীৱৰ উৎপত্তি।

(c) পৰিবেশত জীৱৰ বিকাশ।

(d) এটাও নহয়। 

Ans: (a) জীৱক কেন্দ্ৰ কৰি জৈৱিক ভৌতিক শক্তি আৰু পদাৰ্থৰ বিনিময় ব্যৱস্থা।

552. ‘সুগন্ধ মন্ত্ৰী’ কি? 

(a) সুগন্ধ দ্রব্য উৎপাদনকাৰী এবিধ উদ্ভিদ

(b) প্ৰদূষণ নিয়ন্ত্ৰণ বিভাগৰ মন্ত্ৰী

(c) এবিধ প্রাণীৰ নাম 

(d) ওপৰৰ এটাও নহয় 

Ans: (৪) সুগন্ধ দ্রব্য উৎপাদনকাৰী এবিধ উদ্ভিদ।

553. মানুহে পৰিবেশৰ ওপৰত কি কি ধৰণে প্রভাৱ পেলায়?

(a) প্ৰতি উৎপাদনমূলক চাপ 

(b) শোষণমূলক চাপ

(c) ধ্বংসমূলক চাপ 

(d) আটাইকেইটা

Ans: (d) আটাইকেইটা।

554. পৃথিৱীত প্ৰদূষণ সৰ্বাধিকভাৱে বিয়পোৱা দেশসমূহ হল 

(a) উন্নত দেশ 

(b) উন্নয়নশীল দেশ

(c) অনুন্নত দেশ 

(d) ওপৰৰ এটাও নহয়

Ans: (a) উন্নত দেশ।

555. বিশ্বৰ প্ৰথমখন মুগা অভয়াৰণ্য ক’ত অৱস্থিত?

(a) অসমত  

(b) নেপালত

(c) চীনত 

(d) আমেৰিকাত

Ans: (a) অসমত।

556. অসমৰ মুগা অভয়াৰণ্যখনৰ নাম?

(a) ৰংগীঝোৰা  

(b) পৰ্বতঝোৰা

(c) মহামায়া  

(d) মানাহ

Ans: (a) ৰংগীঝোৰা

557. জৈৱ-ডিজেলৰ দৰে জৈৱ প্লাষ্টকো উৎপাদন কৰিব পাৰিনে?

(a) নোৱাৰি  

(b) পাৰি

(c) ক আৰু খ দুয়োয়াই 

(d) ওপৰৰ এটাও নহয়

Ans: (b) পাৰি।

558. জৈৱ প্লাষ্টিক কিদৰে উৎপাদন কৰিব পাৰি?

(a) গছৰ পাতৰ পৰা

(b) ফল-মূলৰ পৰা

(c) অনুজীৱৰ দ্বাৰা

(d) গেলা-পচা আৱৰ্জনাৰ পৰা 

Ans: (c) অনুজীৱৰ দ্বাৰা।

559. বন কৃষি মানে? 

(a) বনত কৰা খেতি

(b) কাঠ আৰু খৰি দিয়া গছৰ খেতি

(c) খেতি পথাৰত সৃষ্টি কৰা বননি

(d) এটাও নহয় 

Ans: (b) কাঠ আৰু খৰি দিয়া গছৰ খেতি।

560. এ পি টি আই মানে–

(a) এয়াৰ পলুচন টলাৰেন্স ইণ্ডেক্স

(b) আসাম পলুচন টলাৰেন্স ইণ্ডেক্স

(c) আমেৰিকান পলুচন টলাৰেন্স ইণ্ডেক্স

(d) এটাও নহয়। 

Ans: (a) এয়াৰ পলুচন টলাৰেন্স ইণ্ডেক্স।

561. এ পি টি আই কাৰ ক্ষেত্ৰত প্ৰয়োগ কৰা হয়?

(a) মানুহৰ ক্ষেত্ৰত 

(b) গছৰ ক্ষেত্রত

(c) জন্তুৰ ক্ষেত্ৰত 

(d) সকলোৰে ক্ষেত্রত

Ans: (b) গছৰ ক্ষেত্রত।

562. ৰেচম সুতা কোন দেশত আৱিষ্কাৰ হৈছিল?

(a) ভাৰতত 

(b) চীনত

(c) নেপালত  

(d) ব্ৰহ্মদেশত

Ans: (b) চীনত।

563. ফ্লুৰ’ছিছ ৰোগ উৎপন্ন কৰা প্ৰদূষক বিধ হল-

(a) ক্ল’ৰফ্লুৰ’ কাৰ্বন  

(b) ফ্ল’ৰাইড

(c) ক্লৰিন 

(d) ব্ৰমাইড

Ans: (b) ফ্ল’ৰাইড।

564. অ’জ’ন স্তৰ বায়ুমণ্ডলৰ কোনটো স্তৰত অৱস্থিত?

(a) ট্ৰ’ প’ স্ফেয়াৰত 

(b) ষ্টেট’ স্ফেয়াৰত

(c) মেছ’স্ফেয়াৰত 

(d) আয়ন’স্ফেয়াৰত

Ans: (b) ষ্টেট’ স্ফেয়াৰত।

565. পেনিছিলিয়াম এবিধ- 

(a) ভেঁকুৰ 

(b) বেক্টেৰিয়া

(c) ভাইৰাছ 

(d) এটাও নহয়

Ans: (a) ভেঁকুৰ। 

566. লাইকেন’ এবিধ- 

(a) শেলাই

(b) ভেঁকুৰ

(c) শেলাই আৰু ভেকুৰৰ সহজীৱী

(d) এটাও নহয়

Ans: (c) শেলাই আৰু ভেকুৰৰ সহজীৱী।

567. শিলক মাটিলৈ ৰূপান্তৰিত কৰিব পাৰে-

(a) শেলাই  

(b) ভেকুৰে 

(c) লাইকেন  

(d) এটাও নহয়

Ans: (c) লাইকেন।

568. কপৌফুলৰ বীজ আকৃতিৰ হ’বলৈ আৱশ্যকীয় সহজীৱীবিধ –

(a) লাইকেন 

(b) মাই’কৰহাইজা

(c) ক আৰু খ দুয়োটা 

(d) ওপৰৰ এটাও নহয়

Ans: (b) মাই’কৰহাইজা।

569. সবাতোকৈ উন্নত জাতৰ শেলাই বিধ হ’ল–

(a) বাদামী শেলাই 

(b) ৰঙা শেলাই

(c) মুগা শেলাই 

(d) সেউজীয়া শেলাই

Ans: (a) বাদামী শেলাই।

570. পঁইতাচোৰা এবিধ—

(a) পতংগভোজী 

(b) তৃণভোজী

(c) মৃতভোজী 

(d) সৰ্বভোজী প্রাণী

Ans: (d) সৰ্বভোজী প্রাণী।

571. অতি বেঙুনীয়া ৰশ্মিযে অক্সিজেনৰ লগত বিক্ৰিয়া ঘটাই–

(a) পানী

(b) অ’জন

(c) কাৰ্বনডাই অক্সাইড

(d) নাইট্ৰিক অক্সাইড উৎপন্ন কৰে।  

Ans: (b) অ’জন।

572. বিমানৰ পৰা ওলোৱা ধোঁৱাই অ’জন স্তৰৰ ক্ষতি-

(a) কৰে  

(b) নকৰে

(c) ক আৰু খ দুয়োটাই 

(d) ওপৰৰ এটাও নহয়

Ans: (a) কৰে।

573. ডব্লিউ ডব্লিউ এফৰ মুখ্য কাৰ্থালয় ক’ত অৱস্থিত?

(a) আমেৰিকাত 

(b) অষ্ট্ৰেলিয়াত 

(c) ভাৰতত 

(d) ছুইজাৰলেণ্ডত

Ans: (d) ছুইজাৰলেণ্ডত।

574. ডব্লিউ ডব্লিউ এফৰ সম্পূৰ্ণ নাম–

(a) ৱৰ্ল্ড ৱাইল্ড ফাগু ফৰ এন ভাৰইনমেণ্ট

(b) ৱৰ্ল্ড ৱাইল্ড ফাণ্ড ফৰ ইক’ল’জি

(c) ৱৰ্ল্ড ৱাইল্ড ফাণ্ড ফৰ নেচাৰ

(d) এটাও নহয় 

Ans: (c) ৱৰ্ল্ড ৱাইল্ড ফাণ্ড ফৰ নেচাৰ।

575. ‘ৰেড ডাটা বুক’ প্রকাশ কৰা সংস্থাটোৰ নাম–

(a) আই ইউ চি এন

(b) ডব্লিউ ভব্লিউ এফ

(c) অৰণ্য সুৰক্ষা সমিতি অসম

(d) এটাও নহয় 

Ans: (৪) আই ইউ চি এন।

576. আই ইউ চি এনৰ সম্পূৰ্ণ নাম–

(a) ইণ্টাৰনেচনেল ইউনিয়ন ফৰ কনজাৰ্ভেছন অব্‌ নেচাৰ এণ্ড নেচাৰেল ৰিছ’ৰ্ছেছ।

(b) ইণ্টাৰনেচনেল ইউনিয়ন ফৰ নেচাৰ।

(c) ইণ্টানেচনেল ইউনিয়ন ফৰ নিউক্লিয়াৰ ফ’ৰ্চ ৷

(d) এটাও নহয়

Ans: (a) ইণ্টাৰনেচনেল ইউনিয়ন ফৰ কনজাৰ্ভেছন অব্‌ নেচাৰ এণ্ড নেচাৰেল ৰিছ’ৰ্ছেছ।

577. ‘অসমীয়া বান্দৰ’ এবিধ—

(a) লুপ্ত 

(b) লুপ্ত প্রায়

(c) বিৰল 

(d) স্পৰ্শকাতৰ প্রজাতি

Ans: (d) স্পৰ্শকাতৰ প্রজাতি।

578. নিম্ন লিখিত কোনখন অভযাৰণ্যত মেথোন পোৱা যায়?

(a) বৰনদী 

(b) দীপৰবিল

(c) নামবৰ 

(d) পানীদিহিং 

Ans: (c) নামবৰ 

579. গণিত বিজ্ঞান আৰু পৰিসংখ্যা বিজ্ঞানৰ আধাৰত জীৱৰ অধ্যয়নক–

(a) বায়োমিট্ৰি

(b) বায়োমেথেমেটিকছ

(c) বায়োষ্টেটিছটিকছ বোলে

(d) ওপৰৰ এটাও নহয় 

Ans: (a) বায়োমিট্ৰি।

580. নিগ্ৰোৰ তেল মানে– 

(a) নিগ্ৰোসকলে ব্যৱহাৰ কৰা তেল 

(b) পুৰণি সৰিয়হৰ তেল।

(c) গন্ধ বিৰিণাৰ 

(d) গন্ধ বিৰিণা আৰু পুৰণি নাৰিকল তেলৰ মিশ্ৰন।

Ans: (d) গন্ধ বিৰিণা আৰু পুৰণি নাৰিকল তেলৰ মিশ্ৰন ।

581. পোহৰ প্ৰদূষণ কি?

(a) বায়ুমণ্ডলত থকা এৰ’ছল কণা আৰু ধূলিকণাৰ দ্বাৰা পোহৰৰ কৃত্ৰিম বিচৰণ।

(b) চকু চাটমাৰি ধৰা তীব্ৰ পোহৰ।

(c) অতি বেঙুনীয়া পোহৰ।

(d) এটাও নহয়। 

Ans: (a) বায়ুমণ্ডলত থকা এৰ’ছল কণা আৰু ধূলিকণাৰ দ্বাৰা পোহৰৰ কৃত্ৰিম বিচৰণ।

582. সেউজ জীৱন যাত্ৰা বা ‘গীণ লাভলিহুড’ মানে-

(a) অৰণ্যৰ মাজৰ জীৱন

(b) কৃষি নিৰ্ভৰ জীৱন

(c) প্রকৃতিৰ ওপৰত নিৰ্ভৰশীল প্রদূষণমুক্ত জীৱন

(d) এটাও নহয় 

Ans: (c) প্রকৃতিৰ ওপৰত নিৰ্ভৰশীল প্রদূষণমুক্ত জীৱন

583. তলৰ কোনটে ৷ সংগঠন সেউজ আন্দোলনৰ সৈতে সক্ৰিয়ভাৱে জড়িত?

(a) অসম সাহিত্য সভা 

(b সদৌ অসম ছাত্ৰ সন্থা

(c) অৰণ্য সুৰক্ষা সমিতি অসম

(d) এটাও নহয় 

Ans: (c) অৰণ্য সুৰক্ষা সমিতি অসম।

584. বহনক্ষম উন্নয়ন সম্পৰ্কীয় বিশ্ব সন্মিলন ক’ত অনুষ্ঠিত হৈছিল?

(a) জোহান্সবাৰ্গত 

(b) গুৱাহাটীত

(c) কাঠমাণ্ডুত 

(d) দিল্লীত 

Ans: (a) জোহান্সবাৰ্গত।

585. ৰাসায়নিকভাৱে নিষ্ক্ৰিয় ধাতুক–

(a) উত্তম ধাতু  

(b) মধ্যম ধাতু

(c) সৎ ধাতু 

(d) অসৎ ধাতু বোলে

Ans: (a) উত্তম ধাতু।

586. এৰ’ছ’ল কি?

(a) বায়ুত থকা জুলীয়া বা গোটা বস্তুৰ কলয়ড

(b) বায়ুৰ এটা বিশেষ অৱস্থা।

(c) বায়ুত থকা ভাইৰাছ

(d) এটাও নহয়। 

Ans: (a) বায়ুত থকা জুলীয়া বা গোটা বস্তুৰ কলয়ড

587. ‘এল নিনো’ মানে– 

(a) দক্ষিণ আমেৰিকাৰ পেৰু আৰু ইকুৱেডৰৰ কাষৰ প্ৰশান্ত মহাসাগৰেদি বৈ যোৱা গৰম পানীৰ এটা ঠেক সোঁত ৷

(b) ঠাণ্ডা পানীৰ সোঁত। 

(c) এটাও নহয়

(d) ক আৰু খ দুয়োটা 

Ans: (a) দক্ষিণ আমেৰিকাৰ পেৰু আৰু ইকুৱেডৰৰ কাষৰ প্ৰশান্ত মহাসাগৰেদি বৈ যোৱা গৰম পানীৰ এটা ঠেক সোঁত ৷

588. কেমটাই পহু মানে– 

(a) কেঁটেলা পহু 

(b) গুই

(c) বনৰৌ 

(d) কপৌ চৰাই 

Ans: (c) বনৰৌ।

589. খাগৰিকটা পহু এবিধ বিশেষ প্রৰজাতিৰ–

(a) শৰ পহু 

(b) সুগৰি পশু

(c) কেটেলা পহু 

(d) শহা পহু 

Ans: (d) শহা পহু। 

590. খাদ্যত নিহিত থকা শক্তিৰ পৰিমাণ জুখিবলৈ ব্যৱস্থা কৰা সঁজুলিটো–

(a) খাদ্য কেলৰিমিটাৰ 

(b) খাদ্য মিটাৰ

(c) খাদ্যযন্ত্ৰ 

(d) এটাও নহয় 

Ans: (a) খাদ্য কেলৰিমিটাৰ।

591.পৰিবেশ সংৰক্ষণৰ বাবে আগবঢ়োৱা মহত্বপূৰ্ণ সেৱাৰ বাবে শান্তিৰ নোবেল বঁটা লাভ কৰা মহিলাগৰাকীৰ নাম-

(a) মাদাৰ টেৰেছা 

(b) য়ুৰি গাগেৰিন

(c) ইন্দিৰা গান্ধী 

(d) ৱাংগাৰি মাথাই

Ans: (d) ৱাংগাৰি মাথাই।

592. সেউজীয়া সাৰ কি?

(a) সেউজীয়া ৰঙৰ সাৰ

(b) গছৰ সেউজীপাত বা সেউজ অংশৰ পৰা উৎপন্ন কৰা সাৰ

(c) শেলাইৰ পৰা উৎপন্ন কৰা সাৰ

(d) এটাও নহয়

Ans: (b) গছৰ সেউজীপাত বা সেউজ অংশৰ পৰা উৎপন্ন কৰা সাৰ।

593. ৰাষ্ট্ৰসংঘই কিনান চনত বিশ্ব প্ৰকৃতি চনত গ্ৰহণ কৰিছিল? 

(a) 1980  

(b) 1981

(c) 1982  

(d) 1983

Ans: (c) 1982

594. অ’জন স্তৰৰ সংৰক্ষণৰ বাবে হোৱা আন্তৰ্জাতিক চুক্তিখনৰ নাম–

(a) অ’জন চুক্তি 

(b) ভিয়েনা চুক্তি

(c) পৰিবেশ চুক্তি 

(d) অসম চুক্তি 

Ans: (a) অ’জন চুক্তি।

595. আই পি চি চি মানে–

(a) ইণ্ট্ৰা গভৰ্নমেণ্টেল পেনেল ফৰ ক্লাইমেট চেঞ্জ

(b) ইণ্টাৰনেচনেল পেনেল ফৰ ক্লাইমেট চেঞ্জ

(c) এটাও নহয়

(d) ক আৰু খ দুয়োটা

Ans: (a) ইণ্ট্ৰা গভৰ্নমেণ্টেল পেনেল ফৰ ক্লাইমেট চেঞ্জ

596. ভাৰতৰ ‘ইক’লেবেল’ বা পৰিবেশ প্ৰতীকটো হৈছে–

(a) গঁড় 

(b) বাঘ

(c) গছৰ পাত 

(d) মাটিৰ পাত্ৰ 

Ans: (d) মাটিৰ পাত্ৰ। 

597. সমুদ্ৰৰ গভীৰতামাপন বিজ্ঞানৰ নাম–

(a) সাগৰ বিজ্ঞান 

(b) ছিবেথ্ৰী

(c) বেথিমেট্ৰি 

(d) এটাও নহয় 

Ans: (c) বেথিমেট্ৰি।

698. তেজ গোট মাৰিবিলৈ আৱশ্যকীয় ভিটামিনবিধ হ’ল-

(a) ভিটামিন এ 

(b) ভিটামিন বি

(c) ভিটামিন চি 

(d) ভিটামিন কে

Ans: (d) ভিটামিন কে।

599. সূৰ্যৰ ৰশ্মিৰ প্রভাৱত গাৰ ছালত উৎপন্ন হোৱা ভিটামিন বিধৰ নাম–

(a) ভিটামিন এ 

(b) ভিটামিন চি

(c) ভিটামিন ডি 

(d) ভিটামিন কে

Ans: (c) ভিটামিন ডি। 

600. প্রজনন শক্তিৰ বাবে আৱশ্যকীয় ভিটামিন বিধ–

(a) এ 

(b) বি

(c) চি 

(d) ডি। 

Ans: (a) এ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top