Environmental Science MCQ Part – 5

Environmental Science MCQ Part – 5, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Environmental Science Objective Types Question Answer to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Environmental Science Multiple Choice Question Answer can be of great value to excel in the examination.

Environmental Science MCQ Part – 5

Join Telegram channel

Table of Contents

Environmental Science MCQ Part – 5 Notes cover all the exercise questions in UGC Syllabus. Environmental Science MCQ Part – 5 Solutions The provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

Environmental Science MCQ Part – 5

Objective Types Question Answer

401. মহেঞ্জোদাৰো আৰু হৰপ্পা চহৰ কিমান চনত আৱিষ্কাৰ হৈছিল?

(a) 1750 চনত 

(b) 1902 চনত

(c) 1890 চনত 

(d) 1922 চনত

Ans: (d) 1922 চনত।

402. সিন্ধু উপত্যকাৰ সভ্যতাই কি ব্যৱহাৰ কৰা নাছিল–

(a) মাটিৰ বাচন-বৰ্তন 

(b) কাঠৰ আচ-বাব

(c) শিলৰ সা-সৰঞ্জম 

(d) লোৰ অস্ত্ৰ-হস্ত্ৰ

Ans: (d) লোৰ অস্ত্ৰ-হস্ত্ৰ।

403. সিন্ধু উপত্যকাৰ সভ্যতাৰ ক্ষেত্ৰত কোনটো নাছিল– 

(a) ৰাস্তাবোৰ পোন আছিল

(b) ৰাস্তাৰ চুকবোৰ পোন আছিল

(c) প্রত্যেক ঘৰতে স্নানাগাৰ আছিল

(d) ঘৰবোৰৰ পৰা লেতেৰা পানী ওলাই যোৱাৰ ব্যৱস্থা আছিল 

Ans: (b) ৰাস্তাৰ চুকবোৰ পোন আছিল।

404. আৰ্যসকলৰ জীৱিকাৰ প্রধান উপায় কি আছিল—

(a) খেতি-বাতি 

(b) বেহা-বেপাৰ 

(c) পশুপালন 

(d) যুদ্ধ-বিগ্ৰহ 

Ans: (c) পশুপালন।

405. আৰ্যসকলে কোন দিশেৰে ভাৰতত প্ৰবেশ কৰিছিল–

(a) দক্ষিণ-পশ্চিম 

(b) উত্তৰ-পূব

(c) উত্তৰ-পশ্চিম 

(d) দক্ষিণ-পূব 

Ans: (c) উত্তৰ-পশ্চিম।

406. কোনখন প্ৰাচীনতম বেদ—

(a) ঋকবেদ 

(b) সামবেদ

(c) যজুৰ্বেদ  

(d) অথৰ্ববেদ  

Ans: (d) অথৰ্ববেদ।  

407. কোন গৰাকী বৈদিক যুগৰ বিদুষী নাৰী নহয়-

(a) বিশ্ববাৰা   

(b) লোপামুদ্ৰা

(c) অপলা 

(d) ৰাধিকা 

Ans: (d) ৰাধিকা। 

408. আৰ্যসকলে ভাৰতত কোনবিধ ঘৰচীয়া জন্তুৰ প্ৰচলন কৰিছিল–

(a) হাতী 

(b) ঘোঁৰা

(c) গৰু 

(d) ছাগলী 

Ans: (c) গৰু।

409. মগধ ৰাজ্যৰ কাষতে থকা নদীখনৰ নাম হ’ল–

(a) গংগা 

(b) যমুনা

(c) কোষী 

(d) মহানন্দা 

Ans: (a) গংগা

410. কোনখন মহাজনপদ অধিক শক্তিশালী আছিল–

(a) কোশল 

(b) বৎস

(c) অৱন্তী 

(d) মগধ  

Ans: (d) মগধ।

411. মগধ ৰাজ্যৰ প্রথম ৰজা কোন আছিল—

(a) অজাতশত্ৰু 

(b) বিম্বিসাৰ

(c) অশোক 

(d) মহাপদ্মনন্দ

Ans: (b) বিম্বিসাৰ।

412. প্রাচীন ভাৰতত মহাজনপদৰ সংখ্যা কিমান আছিল–

(a) 11 খন 

(b) 12 খন

(c) 14 খন 

(d) 16 খন 

Ans: (d) 16 খন। 

413. তলৰ কোনখন মহাজনপদ নাছিল—

(a) কোশল 

(b) বৎস

(c) হস্তিনাপুৰ 

(d) অৱন্তী

Ans: (c) হস্তিনাপুৰ।

414. কোনজন ৰজাই মগধক সাম্ৰাজ্যত পৰিণত কৰিছিল–

(a) বিম্বিসাৰ  

(b) অজাতশত্ৰু

(c) মহাপদ্মনন্দ 

(d) চন্দ্ৰগুপ্ত মৌৰ্য

Ans: (d) চন্দ্ৰগুপ্ত মৌৰ্য।

415. ত্ৰিপিটক’ কোন ধৰ্মৰ ধৰ্মপুথি—

(a) জৈন 

(b) বৌদ্ধ

(c) শিখ 

(d) জোৰষ্টাৰ 

Ans: (b) বৌদ্ধ।

416. মহেঞ্জোদাৰো আৰু হৰপ্পা বৰ্তমান ক’ত অৱস্থিত–

(a) আফগানিস্থান 

(b) পাকিস্তান

(c) ভাৰত 

(d) বাংলাদেশ

Ans: (b) পাকিস্তান।

417. কোনজন ৰজা বুদ্ধদেৱৰ সমসাময়িক আছিল—

(a) চন্দ্ৰগুপ্ত মৌৰ্য 

(b) বিম্বিসাৰ

(c) অজাতশক্ৰ 

(d) মহাপদ্মনন্দ

Ans: (b) বিম্বিসাৰ।

418. তলৰ কোনবিধ উদ্ভিদৰ ফুল নাই–

(a) আম 

(b) নাৰিকল

(c) বট 

(d) ঢেঁকীয়া 

Ans: (d) ঢেঁকীয়া। 

419. তলৰ কোনবিধ গুল্ম উদ্ভিদ-

(a) আঁহত 

(b) দেৱদাৰু

(c) জলকীয়া 

(d) চেগুন

Ans: (d) চেগুন।

420. তলৰ কোনবিধ তৃণ বা বন জাতীয় উদ্ভিদ নহয়–

(a) কুঁহিয়াৰ  

(b) কলগছ

(c) বাঁহ  

(d) তুলসী

Ans: (d) তুলসী।

421. পাউৰুটি প্ৰস্তুত কৰোতে বাৱহাৰ কৰা ভেঁকুৰ বিধ হ’ল

(a) বেংছতা  

(b) লাইকেন

(c) ইষ্ট 

(d) এনাবিনা 

Ans: (c) ইষ্ট।

422. তলৰ কোনবিধ এককোষী জীৱ-

(a) কেঁচু 

(b) এনিবা

(c) কৃমি  

(d) ওকনি

Ans: (b) এনিবা।

423. কাক মৰণহীন প্ৰাণী বুলি কোৱা হয়-

(a) হাতী 

(b) মাছ

(c) এমিবা 

(d) পখিলা 

Ans: (c) এমিবা।

424. তলৰ কোনবিধ পতঙ্গভোজী প্ৰাণী–

(a) শামুক 

(b) তেজপিয়া

(c) বন ৰৌ 

(d) কেতেলা পহু

Ans: (c) বন ৰৌ।

425. বুকুত ভৰ দি গমন কৰা প্রাণীবোৰ হ’ল-

(a) মৎস্য 

(b) উভচৰ

(c) সৰীসৃপ 

(d) স্তন্যপায়ী

Ans: (c) সৰীসৃপ।

426. বায়ুমণ্ডলৰ উষ্মতা বৃদ্ধিৰ লগত কোনটো গেছ জড়িত

(a) CO₂    

(b) CFC

(c) SO₂  

(d) CO

Ans: (a) CO2 

427. কোনটো প্রাণীয়ে মৰুভূমিৰ তীব্র উষ্ণতা সহ্য কৰিব পাৰে-

(a) এন্দুৰ 

(b) উট

(c) গৰু 

(d) সিংহ 

Ans: (b) উট।

428. শব্দ প্ৰদূষণৰ ফলত দেখা দিয়া লক্ষণ হ’ল-

(a) অতিপাত জ্বৰ

(b) পাকস্থলীৰ বিষ

(c) কাণৰ বিষ, বমিভাৱ, মূৰ ঘুৰণি

(d) অলসতা 

Ans: (c) কাণৰ বিষ, বমিভাৱ, মূৰ ঘুৰণি।

429. ভাৰতবৰ্ষৰ কিমান শতাংশ অৰণ্য অঞ্চল-

(a) 30% 

(b) 19%.

(c) 25% 

(d) 20% 

Ans: (b) 19%

430. ভাৰতৰ প্ৰথম ৰাষ্ট্ৰীয় উদ্যান কোনখন–

(a) কানহা  

(b) পেৰিয়াৰ

(c) কবেট 

(d) কাজিৰঙা

Ans: (c) কবেট।

431. শেহতীয়াভাৱে বিলুপ্তি ঘটা প্ৰাণীবিধ হ’ল–

(a) ড’ ড’ 

(b) মেমথ

(c) ডাইন’ছ’ৰ 

(d) আনাকোণ্ডা 

Ans: (a) ড’ ড’। 

432. মানস ৰাষ্ট্ৰীয় উদ্যান কিহৰ বাবে বিখ্যাত

(a) গড় 

(b) হাতী

(c) বাঘ  

(d) পক্ষী 

Ans: (c) বাঘ।  

433. কেৱল অসমত পোৱা বিলুপ্তপ্ৰায় প্ৰাণীবিধ হ’ল–

(a) হাতী  

(b) চিম্পাজি

(c) বাঘ 

(d) নল গাহৰি

Ans: (d) নল গাহৰি।

434. ‘চিপ্‌কো আন্দোলন’ কোনখন ৰাজ্যত হৈছিল—

(a) পঞ্জাৱ 

(b) হাৰিয়ানা

(c) উত্তৰাখণ্ড  

(d) গুজৰাট 

Ans: (c) উত্তৰাখণ্ড।

435. কোনে ‘চিপ্‌কো আন্দোলন’ৰ নেতৃত্ব প্রদান কৰিছিল-

(a) সুন্দৰলাল বহুগুণা  

(b) চেলিম আলী

(c) জিম্‌ কৰবেট  

(d) মেধা পাটকাৰ

Ans: (a) সুন্দৰলাল বহুগুণা।

436. তলৰ কোনবিধ পৰজীৱী উদ্ভিদ-

(a) কপৌফুল  

(b) ৰঘুমলা

(c) লাজুকীলতা 

(d) পানী ভোতোৰা

Ans: (b) ৰঘুমলা।

437. তলৰ কোনটোৱে বায়ু প্ৰদুষণ সংঘটিত কৰে–

(a) কীটনাশক ঔষধ 

(b) ৰাসায়নিক সাৰ

(c) ধোঁৱা  

(d) অনুভাষ যন্ত্ৰ

Ans: (b) ৰাসায়নিক সাৰ।

438. প্রদুষিত পানী খোৱাৰ বাবে হোৱা ৰোগ হল-

(a) স্কাভি  

(b) টাইফয়ড

(c) মেলেৰিয়া  

(d) ৰক্তহীনতা

Ans: (b) টাইফয়ড।

439. মাটিত নাইট্ৰ’জেনৰ পৰিমাণ কিহে বৃদ্ধি কৰে–

(a) সকলো উদ্ভিদে

(b) সকলো প্রাণীয়ে

(c) কিছুমান বেক্টেৰিয়াই

(d) কিছুমান ভাইৰাছে 

Ans: (c) কিছুমান বেক্টেৰিয়াই।

440. কিহৰ পৰিমাণ বৃদ্ধিৰ বাবে পৃথিৱীৰ জলবায়ু বিপদাপন্ন হৈ পৰিছে–

(a) অক্সিজেন 

(b) কাৰ্বন-ডাই-অক্সাইড

(c) নাইট্ৰ’জেন 

(d) জলীয় বাষ্প

Ans: (b) কাৰ্বন-ডাই-অক্সাইড।

441. পৃথিৱীৰ কিমান অংশ পানী–

(a) 1/5        

(b) 3/5

(c) 2/5       

(d) 4/5

Ans: (d) 4/5

442. মাটি কি সম্পদ–

(a) জৈৱ সম্পদ 

(b) অজৈৱ সম্পদ

(c) মিশ্ৰ সম্পদ 

(d) ক্ষয়শীল সম্পদ

Ans: (c) মিশ্ৰ সম্পদ।

443. তলৰ কোনটো নৱীকৰণ সম্পদ—

(a) খনিজ তেল 

(b) প্রাণী আৰু উদ্ভিদ

(c) ধাতু সমূহ 

(d) জোৱাৰ শক্তি

Ans: (d) জোৱাৰ শক্তি।

444. সোণালী বান্দৰ অসমৰ কোনখন বনাঞ্চলত পোৱা যায়-

(a) কাজিৰঙা 

(b) মানস

(c) পবিতৰা 

(d) (a) আৰু (b) দুয়োটাত

Ans: (d) (a) আৰু (b) দুয়োটাত।

445. ভাৰতীয় বন্য প্রাণী পৰিষদ কিমান চনত গঠিত হয়–

(a) 1952  

(b) 1962

(c) 1972  

(d) 1982

Ans: (a) 1952

446. কেঁচুৰ দ্বাৰা উৎপন্ন কৰা সাৰক কোৱা হয়—

(a) পচন সাৰ 

(b) জৈৱিক সাৰ

(c) ৰাসায়নিক সাৰ 

(d) কেঁচুসাৰ 

Ans: (d) কেঁচুসাৰ। 

447. মানুহৰ সাধাৰণ শ্ৰমণ ক্ষমতা হ’ল—

(a) 50-5000 H  

(b) 500-5000 H

(c) 1000-5000 H 

(d) 4000-5000 H

Ans: (a) 50-5000 H

448. চিগাৰেটৰ ধোঁৱাত কি গেচ থাকে–

(a) CO (কাৰ্বন মন’’ক্সাইড)

(b) O₃ (অ’জন)।

(c) SO₂   (ছালফাৰ ডাই-অক্সাইড)।

(d) N (নাইট্ৰ’জেন) 

Ans: (a) CO (কাৰ্বন মন’’ক্সাইড)।

449. কোনবিধ বায়ুমণ্ডলত পোৱা গেছ নহয়—

(a) CO₂ (কাৰ্বন ডাই-অক্সাইড)।

(b) SO₂ (ছালফাৰ -ডাই- অক্সাইড)।

(c) N (নাইট্ৰজেন) 

(d) O₂ (অক্সিজেন)। 

Ans: (b) SO₂ (ছালফাৰ -ডাই- অক্সাইড)।

450. কোনটোক ‘লাফিং গেছ’ বুলি কোৱা হয়–

(a) কাৰ্বন-ডাই-অক্সাইড 

(b) হাইড্ৰ’জেন পেক্সাইড

(c) ছালফাৰ-ডাই-অক্সাইড 

(d) নাইট্ৰাছ অক্সাইড

Ans: (d) নাইট্ৰাছ অক্সাইড।

451. জুই জ্বলিবলৈ কি গেছৰ প্ৰয়োজন–

(a) অক্সিজেন

(b) কাৰ্বন-ডাই-অক্সাইড

(c) নাইট্ৰ’জেন

(d) ছালফাৰ-ডাই-অক্সাইড 

Ans: (a) অক্সিজেন।

452. আটাইতকৈ পাতল গেছটো হ’ল–

(a) জেনন 

(b) হিলিয়াম

(c) হাইড্ৰ’জেন 

(d) ৰেডন

Ans: (c) হাইড্ৰ’জেন।

453. পৃথিৱীত এজন মানুহৰ ওজন 60 কিলোগ্ৰাম হ’লে চন্দ্ৰত তেওঁৰ ওজন হব

(a) 10 কিঃগ্ৰাঃ 

(b) 20 কিঃগ্ৰাঃ

(c) 30 কিঃগ্ৰাঃ 

(d) 40 কিঃগ্ৰাঃ

Ans: (a) 10 কিঃগ্ৰাঃ।

454. পৃথিৱীত এজন মানুহে 1.5 মিটাৰ উচ্চতালৈ জপিঁয়াব পাৰিলে চন্দ্ৰত তেওঁ কিমান জপিয়াব পাৰিব-

(a) 1.5 মিঃ 

(b) 3 মিঃ

(c) 6 মিঃ  

(d) 9 মিঃ 

Ans: (d) 9 মিঃ 

455. আটাইতকৈ বিষাক্ত গেছ বিধ হ’ল—

(a) কাৰ্বন-ডাই-অক্সাইড

(b) কাৰ্বন মন’ক্সাইড

(c) নাইট্ৰজেন-ডাই-অক্সাইড

(d) ছালফাৰ ডাই-অক্সাইড 

Ans: (b) কাৰ্বন মন’ক্সাইড।

456. কোনখন ঠাইত বিষাক্ত গেছ নিৰ্গত হৈ কেইবা হাজাৰ মানুহৰ মৃত্যু হৈছিল–

(a) ভাৰতৰ ভূপাল

(b) ইউক্ৰেইনৰ চাৰ্ণবিল

(c) নিউয়ৰ্কৰ লাভ কেনেল

(d) জাপানৰ মিনামেটা 

Ans: (a) ভাৰতৰ ভূপাল।

457. কোনবিধ গেছৰ বাবে অজ’ন স্তৰত ফুটা হৈছে–

(a) নাইট্ৰাছ ক্সাইড 

(b) কাৰ্বন-ডাই-অক্সাইড

(c) ক্ল’ৰ’ফ্ল’ৰ’কাৰ্বন 

(d) মিথেন 

Ans: (c) ক্ল’ৰ’ফ্ল’ৰ’কাৰ্বন।

458. পৰিৱেশত কোনটো গেছৰ গাঢ়তা আটাইতকৈ বেছি

(a) অক্সিজেন  

(b) হাইড্ৰ’জেন

(c) নাইট্ৰ’জেন 

(d) কাৰ্বন-ডাই-অক্সাইড

Ans: (c) নাইট্ৰ’জেন।

459. 1960 চনৰ পৰা বিগত পঞ্চাশ বছৰত আমাৰ পৰিৱেশত‘কাৰ্বন-ডাই-অক্সাইডৰ বৃদ্ধিৰ হাৰ হ’ল–

(a) 20% 

(b) 10%

(c) 14% 

(d) 6% 

Ans: (c) 14% 

460. মাটিত থকা তিনিবিধ মুখ্য মৌল হ’ল–

(a) কাৰ্বন, অক্সিজেন আৰু পানী

(b) কপাৰ, কেডমিয়াম আৰু কাৰ্বন

(c) পটাছিয়াম, ফছফ’ৰাছ আৰু নাইট্ৰ’জেন 

(d) বৰণ, জিংক আৰু মেংগানিজ 

Ans: (c) পটাছিয়াম, ফছফ’ৰাছ আৰু নাইট্ৰ’জেন। 

461. আমাৰ দেশত ‘বনমহোৎসৱ’ কেতিয়া পালন কৰা হয়—

(a) 2 অক্টোবৰ 

(b) 1 ডিচেম্বৰ

(c) 10 আগষ্ট 

(d) 1 জুলাই

Ans: (d) 1 জুলাই।

462. ‘বন্যপ্ৰাণী সপ্তাহ’ কেতিয়া পালন কৰা হয়–

(a) অক্টোবৰ মাহৰ প্রথম সপণ্ডাহ

(b) আগষ্ট মাহৰ প্রথম সপ্তাহ

(c) ছেপ্তেম্বৰ মাহৰ প্রথম সপ্তাহ

(d) জানুৱাৰী মাহৰ প্রথম সপ্তাহ 

Ans: (a) অক্টোবৰ মাহৰ প্রথম সপণ্ডাহ।

463. তলৰ কোনবিধ পেলনীয়া দ্রব্যক বেক্টেৰিয়াই বিয়োজন ঘটাব নোৱাৰে–

(a) পেলনীয়া শাক-পাচলি

(b) প্লাষ্টিক আৰু পলিথিনৰ মোনা

(c) মৃত উদ্ভিদ

(d) মাটিত থকা পতঙ্গ 

Ans: (b) প্লাষ্টিক আৰু পলিথিনৰ মোনা।

464. তলৰ কোনবিধ ৰোগ শব্দ প্রদুষণৰ বাবে নহয়-

(a) ক’লেৰা 

(b) উচ্চ ৰক্তচাপ

(c) কলাজ্বৰ 

(d) বমি

Ans: (a) ক’লেৰা।

465. পৰিস্থিতি তন্ত্ৰৰ ধাৰণাটো কোনে আগবঢ়াইছিল–

(a) ওভাম 

(b) এল্টন

(c) টেন্সলে 

(d) শ্বেলফৰ্ড 

Ans: (c) টেন্সলে।

466. ইক’ল”জিকেল পিৰামিডৰ ধাৰণাটো আগবঢ়াইছিল–

(a) ওভাম 

(b) টেন্সলে

(c) শ্বেলফৰ্ড 

(d) এল্টন 

Ans: (d) এল্টন। 

467. তলৰ কোনটো এটা কৃত্রিম পৰিস্থিতি তন্ত্ৰ

(a) একুৱাৰিয়াম 

(b) এটা মৰুভূমি

(c) এখন নদী 

(d) এখন বৰ্ষাৰণ্য  

Ans: (a) একুৱাৰিয়াম।

468. এটা পৰিস্থিতি তন্ত্ৰৰ জৈৱিক উপাদানবোৰ হ’ল-

(a) উৎপাদক, উপভোক্তা আৰু বিয়োজক

(b) উৎপাদক আৰু উপভোক্তা

(c) কেৱল বিয়োজক

(d) সৌৰ শক্তি 

Ans: (a) উৎপাদক, উপভোক্তা আৰু বিয়োজক।

469. পাঁচ জুন দিনটো কি হিচাপে পালন কৰা হয়-

(a) ধৰিত্ৰী দিৱস 

(b) বিশ্ব খাদ্য দিৱস

(c) বিশ্ব পৰিৱেশ দিৱস 

(d) বিশ্ব এইড্‌ছ দিৱস

Ans: (c) বিশ্ব পৰিৱেশ দিৱস।

470. তলৰ কোনটো পৰিস্থিতি তন্ত্ৰৰ উদ্ভিদ প্লাৱক উৎপাদক হিচাপে কাম কৰে–

(a) মৰুভূমি 

(b) পুখুৰী

(c) তৃণভূমি 

(d) অৰণ্য 

Ans: (b) পুখুৰী।

471. তলৰ কোনটো অশুদ্ধ-

(a) পৰিস্থিতি তন্ত্ৰ এটা স্বনিৰ্ভৰশীল গোট

(b) ইয়াত শক্তিৰ প্রৱাহ একমুখী

(c) ই কেৱল অজৈৱ উপাদানেৰে গঠিত

(d) ই এটা স্বয়ংচালিতগোট 

Ans: (c) ই কেৱল অজৈৱ উপাদানেৰে গঠিত।

472. অৰণ্য পৰিৱেশ তন্তুত বাঘৰ স্থান–

(a) উৎপাদক 

(b) প্ৰাথমিক উপভোক্তা

(c) গৌণ উপভোক্তা 

(d) বিয়োজক 

Ans: (a) উৎপাদক।

473. পৰিৱেশ তন্ত্ৰৰ আটাইতকৈ বেছি হ’ল–

(a) মুঠ প্রাথমিক উৎপাদন

(b) আচল প্ৰাথমিক উৎপাদন

(c) গৌণ উৎপাদন 

(d) সকলো সমপৰিমাণ

Ans: (a) মুঠ প্রাথমিক উৎপাদন।

474. পৰিৱেশ তন্ত্ৰৰ উৎপাদন ক্ষমতা নিৰ্ভৰ কৰে–

(a) পৰিৱেশ তন্ত্ৰই আহৰণ কৰা শক্তি

(b) পোষক দ্ৰব্য

(c) খাদ্যজালৰ দৈৰ্ঘ্য

(d) ওপৰৰ সকলো 

Ans: (d) ওপৰৰ সকলো। 

475. পৰিৱেশ তন্ত্ৰত শক্তিৰপ্ৰৱাহৰ 10% নিয়ম প্ৰৱৰ্তন কৰিছিল-

(a) এলটন 

(b) লিওমেন

(c) ওভাম 

(d) শ্বেলফৰ্ড

Ans: (b) লিওমেন।

476. পৰিৱেশ তন্ত্ৰৰ বিভিন্ন জীৱৰ মাজৰ খাদ্য-খাদক সম্পৰ্ক-

(a) খাদ্যজাল 

(b) ইক’ল’জিকেল পিৰামিড

(c) খাদ্য শৃংখল 

(d) পৌষ্টিক স্তৰ 

Ans: (a) খাদ্য শৃংখল।

477. পচন খাদ্য শৃংখলৰ উৎপাদক হ’ল–

(a) সেউজীয়া উদ্ভিদ

(b) মৃত আৰু পেলনীয়া জৈৱ পদাৰ্থ

(c) তৃণভোজী প্রাণী

(d) বেক্টেৰিয়া 

Ans: (b) মৃত আৰু পেলনীয়া জৈৱ পদাৰ্থ।

478. পৰিৱেশ তন্ত্ৰত পদাৰ্থৰ চক্ৰীয় ৰূপান্তৰ পাললিক দশাযুক্ত চক্ৰ–

(a) কাৰ্বন চক্ৰ 

(b) পানী চক্ৰ

(c) অক্সিজেন চক্ৰ 

(d) ছালফাৰ চক্ৰ 

Ans:(d ) ছালফাৰ চক্ৰ। 

479. তলৰ কোনটো বায়ৰীয় দশাৰ অন্তৰ্গত—

(a) কাৰ্বন চক্ৰ 

(b) অক্সিজেন চক্র

(c) নাইট্ৰজেন চক্ৰ 

(d) ওপৰৰ সকলোবোৰ

Ans: (d) ওপৰৰ সকলোবোৰ।

480. পৰিবেশ তন্ত্ৰত মৌলৰ অজৈৱ আৰু জৈৱ অৱস্থাৰ মাজত হোৱা চক্ৰাকাৰ ৰূপান্তৰ–

(a) জৈৱ ভু-ৰাসায়নিক আৱৰ্তন

(b) ডাল চক্ৰ

(c) খনিজী ভৱন

(d) বিয়োজন 

Ans.(a)জৈৱ ভু-ৰাসায়নিক আৱৰ্তন।

481. পৰিস্থিতিক অনুক্ৰমণৰ শেহত গঢ় লোৱা স্থায়ী জীৱ সম্প্ৰদায়—

(a) প্রাথমিক সম্প্ৰদায়  

(b) চৰম সম্প্ৰদায়

(c) গৌণ সম্প্ৰদায়        

(d) ওপৰৰ কোনোটো নহয়

Ans. (b) চৰম সম্প্ৰদায়।

482. পৰিৱেশ তন্ত্ৰৰ সেৱাৰ অন্তৰ্গত—

(a) বায়ুমণ্ডল আৰু পানী দোষমুক্ত ৰখা

(b) খনিজ বস্তুৰ চক্ৰাকাৰ পৰিৱৰ্তন ঘটোৱা

(c) বন্য জীৱ-জন্তুক আশ্ৰয় দিয়া

(d) ওপৰৰ সকলোবোৰ 

Ans.(d) ওপৰৰ সকলোবোৰ। 

483. ‘ৰাষ্ট্ৰীয় বনাঞ্চল আইন’ প্রৱৰ্তন কৰা হৈছিল—

(a) 1972 চন   

(b) 1978 চন

(c) 1982 চন 

(d) 1988 চন 

Ans.(d) 1988 চন। 

484. বন্যপ্ৰাণী(নিৰাপত্তা) আইন প্ৰণয়ন কৰা হৈছিল—

(a) 1952 চন 

(b) 1963 চন

(c) 1972 চন 

(d) 1988 চন

Ans. (c) 1972 চন।

485. ‘চিপ্‌কো আন্দোলন’ ক’ত আৰম্ভ হৈছিল—

(a) কেৰেলাৰ নীৰৱ উপত্যকাত

(b) হিমাচল প্রদেশৰ কাংৰা উপত্যকাত

(c) উত্তৰাখণ্ডৰ টেহৰি গাৰৱালত

(d) মধ্য প্ৰদেশৰ পাচমাৰিত 

Ans.(c)উত্তৰাখণ্ডৰ টেহৰি গাৰৱালত।

486. চিপ্‌কো আন্দোলন কিহৰ সৈতে জড়িত–

(a) পানী সংৰক্ষণ 

(b) বনাঞ্চল সংৰক্ষণ

(c) ব্যাঘ্ৰ প্রকল্প 

(d) পৰিৱেশ প্ৰদূষণ

Ans: (b) বনাঞ্চল সংৰক্ষণ।

487. ‘ৰেড ডাটা বুক’ত কিহৰ তথ্য লিপিবদ্ধ হৈ আছে–

(a) ৰঙা সাগৰৰ প্ৰজাতিসমূহ

(b) ৰঙা পোহৰৰ প্রভাৱ

(c) ৰঙা ৰঞ্জকযুক্ত উদ্ভিদসমূহ

(d) শংকিত জীৱৰ প্রজাতি 

Ans: (d) শংকিত জীৱৰ প্রজাতি। 

488. ‘ৰেড ডেটা বুক’ৰ পৰিচালনাৰ সৈতে জড়িত সংস্থাটো হ’ল—

(a) I U C N     

(b) B N H S

(c) I B W L.  

(d) W W F

Ans: (a) I U C N  

489. বিশ্ব বন্যপ্ৰাণী সপ্তাহ’ কেতিয়া পালন কৰা হয়–

(a) অক্টোবৰৰ প্রথম সপ্তাহত

(b) অক্টোবৰৰ শেষ সপ্তাহত

(c) অক্টোবৰৰ তৃতীয় সপ্তাহত

(d) ছেপ্টেম্বৰৰ শেষ সপ্তাহত 

Ans: (a) অক্টোবৰৰ প্রথম সপ্তাহত।

490. তলৰ কোনখন অসমত থকা ৰাষ্ট্ৰীয় উদ্যান নহয়–

(a) নামেৰি ৰাষ্ট্ৰীয় উদ্যান

(b) ওৰাং(ৰাজীৱ গান্ধী) ৰাষ্ট্ৰীয় উদ্যান

(c) কানহা ৰাষ্ট্ৰীয় উদ্যান

(d) মানস ৰাষ্ট্ৰীয় উদ্যান 

Ans: (c) কানহা ৰাষ্ট্ৰীয় উদ্যান।

491. অতি দুৰ্লভ প্রাণী প্ৰজাতি নল গাহৰিৰ বাবে বিখ্যাত–

(a) ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান

(b) মানস ৰাষ্ট্ৰীয় উদ্যান

(c) পাভৈ অভয়াৰণ্য

(d) পবিতৰা অভয়াৰণ্য 

Ans: (b) মানস ৰাষ্ট্ৰীয় উদ্যান।

492. মণিপুৰত থকা এখন ৰাষ্ট্ৰীয় উদ্যান–

(a) নামদফা 

(b) বালপাত্ৰম

(c) কেইবুল, লামজাও 

(d) বেনাৰ ঘাটা 

ans: (c) কেইবুল, লামজাও।

493. ব্ৰাঘ্ৰ প্ৰকল্প’ৰ অধীনত থকা অসমৰ ৰাষ্ট্ৰীয় উদ্যান–

(a) মানস 

(b) ওৰাং

(c) ডিব্ৰু-ছৈখোৱা 

(d) নামেৰি  

Ans: (a) মানস।

494. কাজিৰঙাক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হয়–

(a) 1987 ত 

(b) 1970 ত

(c) 1972 ত  

(d) 1974 ত 

Ans: (d) 1974 ত। 

495. পৃথিৱীত বৰ্তমানলৈকে চিনাক্ত কৰা জীৱ প্ৰজাতিৰ কিমান শতাংশ ভাৰতবৰ্ষত পোৱা যায়–

(a) 8. 1%  

(b) 2.4%

(c) 70%  

(d) 22%

Ans: (a) 8. 1%

496. পৃথিৱীৰ সৰ্বাধিক জৈৱবৈচিত্ৰ বিশিষ্ট অঞ্চল–

(a) বিষুৱীয় অঞ্চল 

(b) ইউৰোপ

(c) মেৰু অঞ্চল 

(d) সকলো অঞ্চলতে সমান

Ans: (a) বিষুৱীয় অঞ্চল।

497. জৈৱ-বৈচিত্ৰৰ প্ৰজাতি স্থান সম্পৰ্ক’ তত্ব আগবঢ়াইছলি-

(a) হামবল্ট 

(b) এল্টন

(c) ওভাম 

(d) শ্বেলফৰ্ড 

Ans: (a) হামবল্ট।

498. জৈৱ-বৈচিত্ৰৰ ক্ষতি হ’লে হ’ব পৰা প্রভাৱ-

(a) উদ্ভিদৰ উৎপাদন ক্ষমতা হ্ৰাস হ’ব

(b) জীৱৰ পৰস্পৰ নিৰ্ভৰশীলতা অৱনতি ঘটিব

(c) ৰোগচক্ৰৰ পৰিবৰ্তন ঘটিব

(d) ওপৰৰ সকলো 

Ans: (d) ওপৰৰ সকলো। 

499. জৈৱ বৈচিত্ৰ ক্ষতি হোৱাৰ কাৰণ–

(a) আৱাস ভূমিৰ ক্ষতিসাধন

(b) বিজাতীয় প্রজাতিৰ আক্ৰমণ

(c) সহ-বিলুপ্তি

(d) ওপৰৰ সকলো 

Ans: (d) ওপৰৰ সকলো। 

500. পৃথিৱীত জৈৱবৈচিত্ৰ ‘উষ্ণ অঞ্চল’ৰ সংখ্যা—

(a) 25 টা   

(b) 34 টা

(c) 30 টা 

(d) 19 টা। 

Ans: (b) 34 টা।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top