Environmental Science MCQ Part – 4

Environmental Science MCQ Part – 4, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Environmental Science Objective Types Question Answer to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Environmental Science Multiple Choice Question Answer can be of great value to excel in the examination.

Environmental Science MCQ Part – 4

Join Telegram channel

Table of Contents

Environmental Science MCQ Part – 4 Notes cover all the exercise questions in UGC Syllabus. Environmental Science MCQ Part – 4 Solutions The provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

Environmental Science MCQ Part – 4

Objective Types Question Answer

301. অসমৰ প্ৰাচীন নামটো কি? 

(a) কামৰূপ  

(b) জনকপুৰ

(c) প্ৰাগজ্যোতিষপুৰ  

(d) ৰত্নপীঠ

Ans: (c) প্ৰাগজ্যোতিষপুৰ।

302. অসমৰ মুঠ মাটি কালি হ’ল-

(a) 78,438 বৰ্গ কিঃমিঃ 

(b) 77,430 বৰ্গ কিঃমিঃ

(c) 75.320 বৰ্গ কিঃমিঃ 

(d) 72,450 বৰ্গ কিঃমিঃ

Ans: (a) 78,438 বৰ্গ কিঃমিঃ।

303. ‘লাচিত দিৱস’ কোনটো দিনত পালন কৰা হয়-

(a) 17 জানুৱাৰী 

(b) 20 জুন

(c) 24 নৱেম্বৰ 

(d) 2 ডিচেম্বৰ

Ans: (c) 24 নৱেম্বৰ।

304. টুচু পূজা কোনটো জনগোষ্ঠীয়ে পালন কৰে—

(a) বড়োসকলে 

(b) চাহ জনগোষ্ঠী 

(c) কোচ ৰাজবংশী 

(d) ৰাভাসকলে 

Ans: (b) চাহ জনগোষ্ঠী। 

305. জোনবিল মেলা কোনটো জনগোষ্ঠীয়ে অনুষ্ঠিত কৰে-

(a) মিচিং  

(b) হাজং 

(c) তিৱা 

(d) আহোম

Ans: (c) তিৱা।

306. অসমৰ বৃহত্তম জিলা কোনখন—

(a) কামৰূপ  

(b)  যোৰহাট

(c) ধুবুৰী   

(d) কাৰ্বি আলং 

Ans: (d) কাৰ্বি আলং। 

307. ৰজা ভাস্কৰ বৰ্মনৰ ৰাজত্বকালত কোন চীনা পৰিব্ৰাজকে অসম ভ্ৰমণ কৰিছিল-

(a) চুংফা লিয়েন 

(b) হিউৱেন চাং

(c) লিংয়ে জং 

(d) চুকংফা

Ans: (b) হিউৱেন চাং।

308. আহোমসকলে অসমত কিমান বছৰ ৰাজত্ব কৰিছিল –

(a) 500 বছৰ  

(b) 600 বছৰ

(c) 700 বছৰ 

(d) 800 বছৰ 

Ans: (b) 600 বছৰ।

309. কিমান চনৰ পিছত অসম বৃটিছৰ অধীনস্থ আছিল—

(a) 1823 চন 

(b) 1850 চন

(c) 1826 চন 

(d) 1945 চন

Ans: (c) 1826 চন।

310. আহোমৰ শ্ৰেষ্ঠ ৰজা কোন আছিল—

(a) চুকাফা 

(b) ৰুদ্ৰসিংহ

(c) শিৱ সিংহ 

(d) জয়সিংহ 

Ans: (b) ৰুদ্ৰসিংহ।

311. অসমৰ বৰ্তমান জনসংখ্যা কিমান–

(a) 3 কোটি 11.5 লাখ 

(b) 2 কোটি 11.5 লাখ

(c 4 কোটি 11.5 লাখ 

(d) 5 কোটি 11.5  লাখ

Ans: (a) 3 কোটি 11.5 লাখ।

312. অসমত খনিজ তেল কেতিয়াৰ পৰা আহৰণ কৰা হৈছিল–

(a) 1878 চন 

(b) 1889 চন

(c) 1888 চন 

(d) 1902 চন 

Ans: (b) 1889 চন।

313. অসমৰ গড়ে কিমান চেণ্টিমিতাৰ বৰষুণ হয়-

(a) 300-400 ছেঃ মিঃ 

(b) 400-500 ছেঃ মিঃ

(c) 200-300 ছেঃ মিঃ 

(d) 100-200 ছেঃ মিঃ

Ans: (c) 200-300 ছেঃ মিঃ।

314. অসমত কেইখন ৰাষ্ট্ৰীয় উদ্যান আছে–

(a) 2 খন 

(b) 3 খন

(c) 5 খন 

(d) 4 খন 

Ans: (c) 5 খন।

315. অসমত থকা বৰ্তমান অভয়াৰণ্যৰ সংখ্যা কিমান–

(a) 4 খন 

(b) 10 খন

(c) 12 খন 

(d) 16 খন  

Ans: (c) 12 খন।

316. অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানত বনৰীয়া ঘোঁৰা পোৱা যায়- 

(a) কাজিৰঙা 

(b) মানাহ

(c) ডিব্ৰু-চৈখোৱা 

(d) নামেৰি 

Ans: (b) মানাহ।

317. কেৱল অসমত উৎপাদন হোৱা পৃথিৱীৰ প্ৰাকৃতিক সূতাবিধ কি

(a) এৰি  

(b) মুগা

(c) পাত 

(d) কপাহ  

Ans:  (b) মুগা।

318. প্ৰথম অসমীয়া ব্যকৰণ কোনে লিখিছিল–

(a) ৰবিনছন চাহাবে 

(b) মাইনছ ব্ৰনছনে

(c) চুডমাৰ্চনে  

(d) ষ্টিফেন জনছনে

Ans: (a) ৰবিনছন চাহাবে।

319. অসমৰ সাহিত্য সভাৰ প্ৰথম অধিবেশন কিমান চনত অনুষ্ঠিত হৈছিল- 

(a) 1901  

(b) 1917

(c) 1920  

(d) 1921

Ans: (b) 1917

320. অসমৰ সাহিত্য সভাৰ প্ৰথম অধিবেশনৰ সভাপতি কোন আছিল- 

(a) পদ্মনাথ গোহাঁইবৰুৱা 

(b) চন্দ্ৰধৰ বৰুৱা

(c) কালীৰাম মেধি  

(d) হেমচন্দ্ৰ গোস্বামী

Ans: (a) পদ্মনাথ গোহাঁইবৰুৱা।

321. অসমৰ প্ৰথম গ্ৰেজুৱেট (স্নাতক) কোন-

(a) আনন্দৰাম বৰুৱা 

(b) আনন্দচন্দ্ৰ বৰুৱা

(c) লক্ষ্মীনাথ বেজবৰুৱা 

(d) দেৱকান্ত বৰুৱা

Ans: (a) আনন্দৰাম বৰুৱা।

322. প্ৰথম অসমীয়া ৰাজ্যপাল কোন- 

(a) বিমলা প্ৰসাদ চলিহা 

(b) বিষ্ণুৰাম মেধি 

(c) হিতেশ্বৰ শইকীয়া  

(d) দেৱনন্দ কোঁৱৰ

Ans: (b) বিষ্ণুৰাম মেধি। 

323. প্ৰথম অসমীয়া নাটক কোনখন- 

(a) ৰুক্মিণীহৰণ  

(b) চিহ্নযাত্ৰা

(c) কালীয়দমন  

(d) ঊষা-অনিৰুদ্ধ

Ans: (b) চিহ্নযাত্ৰা।

324. ‘বুঢ়ী আইতাৰ সাধু’ পুথিখন কোনে ৰচনা কৰিছিল-

(a) লক্ষ্যধৰ চৌধুৰী

(b) গগন চন্ত্ৰ অধিকাৰী

(c) বিৰিঞ্চি বৰুৰা

(d) লক্ষ্মীনাথ বেজবৰুৱা

Ans: (d) লক্ষ্মীনাথ বেজবৰুৱা।

325. অসমৰ উত্তৰ-পূব কোনত থকা ৰাজ্যখনৰ নাম কি

(a) নাগালেণ্ড 

(b) মিজোৰাম

(c) অৰুণাচল প্ৰদেশ 

(d) মণিপুৰ

Ans: (c) অৰুণাচল প্ৰদেশ।

326. উত্তৰ-পূৰ্বাঞ্চলৰ কোনখন চহৰক ‘ভাৰতৰ স্কটলেণ্ড বুলি কোৱা হয়-

(a) গুৱাহাটী 

(b) ছিলং

(c) আইজল  

(d) ইম্ফল 

Ans: (b) ছিলং।

327. ‘লোকটাক’ হৃট ক’ত আছে–

(a) অসমত  

(b) মেঘালয়ত

(c) মণিপুৰ  

(d) ত্ৰিপুৰাত 

Ans: (b) মেঘালয়ত।

328. ‘দনয়ীপ’ল কোনখন ৰাজ্যত প্ৰধান উৎসৱ –

(a) মেঘালয় 

(b) অৰুণাচল

(c) মণিপুৰ  

(d) ত্ৰিপুৰা

Ans: (b) অৰুণাচল।

329. ‘নংক্ৰেন’ উৎসৱ কোনটো জনগোষ্ঠীয়ে পালন কৰে-

(a) খাচীয়া  

(b) গাৰো 

(c) জয়ন্তীয়া  

(d) চিংফৌ

Ans: (a) খাচীয়া।  

330. স্বাধীনতা আন্দোলনত অসমৰ প্রথম শ্বহীদ কোন

(a) কুশল কোঁৱৰ 

(b) কনকলতা

(c) পিয়লি ফুকন 

(d) মণিৰাম দেৱান

Ans: (a) কুশল কোঁৱৰ। 

331. ভাৰতবৰ্ষত কেইটা কেন্দ্ৰীয় শাসিত অঞ্চল আছে

(a)  7 খন  

(b) 8 খন

(c) 9 খন 

(d) 10 খন

Ans: (a) 7 খন।

332. ৰাজ্যসভাৰ  সাংসদ এজনৰ কাৰ্যকাল কিমান বছৰ-

(a) 4 বছৰ   

(b) 5 বছৰ

(c) 6 বছৰ  

(d) 7 বছৰ 

Ans: (c) বছৰ।

333. কোনবিধ ক্ষয়কাৰী গেছ-

(a) ছালফাৰ-ডাই-অক্সাইড

(b) চি এন জি

(c) ছালফাৰ

(d) নাইট্ৰ’জেন

Ans: (a) ছালফাৰ-ডাই-অক্সাইড।

334. ভাৰতীয় সংবিধানত থকা ‘মৌলিক কৰ্তব্যৰ সংখ্যা কেইটা-

(a) 7 টা   

(b) 9 টা 

(c) 8 টা  

(d) 10 টা

Ans: (b) 9 টা। 

335. ইন্ধনৰ অসম্পূৰ্ণ দহনৰ ফলত উদ্ভৱ হোৱা গেছটো হল- 

(a) CO₂  

(b) CO

(c) S  

(d) N

Ans: (b) CO

336. মুখ্যমন্ত্ৰীক কোনে নিযুক্তি দিয়ে-

(a) বিধায়ক সকলে  

(b) মন্ত্ৰীসকলে

(c) ৰাজ্যপাল 

(d) প্ৰধান মন্ত্ৰীয়ে

Ans: (c) ৰাজ্যপাল।

337. পৰিৱেশৰ জৈৱিক কাৰক হ’ল—

(a) উৎপাদক  

(b) উপভোক্তা

(c) বিয়োজক 

(d) এই আটাইবোৰ

Ans: (d) এই আটাইবোৰ।

338. প্ৰথম ভাৰতীয় মহাকাশচাৰী জন হ’ল-

(a) কল্পনা চাওলা 

(b) ৰাকেশ শৰ্মা

(c) শিৱস্বামী ৰঙ্গৰাজন 

(d) হৰগোবিন্দ খোৰানা

Ans: (b) ৰাকেশ শৰ্মা।

339. বছৰৰ আটাইতকৈ দীঘল দিন কোনটো

(a) 1 ছেপ্টেম্বৰ  

(b) 21 জুন

(c) 22 জুলাই 

(d) 25 জুন 

Ans: (b) 21 জুন।

340. পৃথিৱীৰ বিষুবীয় ব্যাস কিমান–

(a) 12,754 কিঃমিঃ  

(b) 13,754 কিঃমিঃ

(c) 14,754 কিঃমিঃ 

(d) 11,754 কিঃমিঃ

Ans: (a) 12,754 কিঃমিঃ।

341. মুখ্য দ্ৰাঘিমা ৰেখাৰ মান হৈছে–

(a) 99°  

(b) 0°

(c) 66° 

(d) 45°

Ans: (b) 0°

342. বিয়োজক বোৰ হ’ল– 

(a) বেক্টেৰিয়া  

(b) ভেকুৰ 

(c) বেক্টেৰিয়া আৰু ভেকুৰ 

(d) প্রাণীবোৰ

Ans: (c) বেক্টেৰিয়া আৰু ভেকুৰ।

343. মুক্ত সাগৰত লৱণৰ পৰিমাণ হ’ল—

(a) 35% 

(b) 3.5%

(c) 85% 

(d) 8.5% 

Ans: (b) 3.5%

344. অতি সুস্থিৰ পৰিৱেশতন্ত্ৰ কোনটো—

(a) বননি 

(b) পৰ্বতমালা

(c) মৰুভূমি 

(d) মহাসাগৰ

Ans: (d) মহাসাগৰ।

345. কোনটো গেছে অতি বেঙুনীয়া ৰশ্মি ধৰি ৰাখে–

(a) অক্সিজেন  

(b) অজ’ন

(c) নাইট্ৰজেন 

(d) কাৰ্বন-ডাই-অক্সাইড

Ans: (b) অজ’ন।

346. শস্য পথাৰৰ পৰা উদ্ভৱ হোৱা কোনটো গেছে গোলকীয়া উষ্ণতাত প্রভাৰ পেলাইছে-

(a) ক্লাৰিণ  

(b) মিথেন 

(c) কাৰ্বন-ডাই-অক্সাইড 

(d) হাইড্ৰ’জেন ছালফাইড

Ans: (b) মিথেন। 

347. বায়ুমণ্ডলত কাৰ্বন-ডাই-অক্সাইডৰ পৰিমাণ হ’ল

(a) 6.5% 

(b) 3.334 %

(c)  0. 34% 

(d) 0.034%  

Ans: (d) 0.034%  

348. বনাঞ্চল ধ্বংসৰ ফলত হয়—

(a) সূৰ্যৰ পোহৰ বৃদ্ধি 

(b) ঘাঁহনি অঞ্চল বৃদ্ধি

(c) অপতৃণ নিৰ্মূল  

(d) ভূমিস্খলন

Ans: (d) ভূমিস্খলন।

349. বহুতো বন্যপ্ৰাণীৰ বিলুপ্তিৰ কাৰণ হল

(a) খাদ্যৰ অভাৱ   

(b) জনসংখ্যা বৃদ্ধি

(c) চিকাৰ  

(d) বনাঞ্চল ধ্বংস

Ans: (d) বনাঞ্চল ধ্বংস।

350. তলত কোনখন অসমৰ ৰাষ্ট্ৰীয় উদ্যান নহয়-

(a) নামেৰি  

(b) ওৰাং 

(c) কানহা  

(d) মানাহ

Ans: (c) কানহা।

351. তলৰ কোনটো পৰিৱেশৰ অজৈৱিক কাৰক নহয়- 

(a) বায়  

(b) পানী

(c) মাটি  

(d) উদ্ভিদ

Ans: (d) উদ্ভিদ।

352. প্ৰথম ভাৰতীয় মহাকাশচাৰী কোন-

(a) কল্পনা চাওলা

(b) ৰাকেশ শৰ্মা

(c) শিৱ ৰংগৰাজন

(d) সুনীতা উইলিয়াম

Ans: (b) ৰাকেশ শৰ্মা।

353. গ্ৰীষ্ম প্ৰধান চিৰ সেউজীয়া বনাঞ্চল কোনটো অঞ্চলত অৱস্থিত-

(a) পশ্চিমঘাট  

(b) পূব ঘাট 

(c) পশ্চিম হিমালয় অঞ্চল 

(d) মধ্যপ্ৰদেশ

Ans: (c) পশ্চিম হিমালয় অঞ্চল।

354. বিশ্বৰ সৰ্বাধিক গভীৰতা বিশিষ্ট মহাসাগৰ হ’ল—

(a) আটলাণ্টিক মহাসাগৰ 

(b) ভাৰত মহাসাগৰ

(c) আৰব মহাসাগৰ 

(d) প্ৰশান্ত মহাসাগৰ

Ans: (a) আটলাণ্টিক মহাসাগৰ।

355. পৃথিৱীৰ সৰ্বোচ্চ মালভূমিখনৰ নাম হ’ল-

(a) পামিৰ 

(b) ক’ল’ৰাডো

(c) পাটাগনিয়া 

(d) পৰ্টৱাৰ 

Ans: (a) পামিৰ। 

356. পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাদেশ কোনখন-

(a) অষ্ট্ৰেলিয়া  

(b) এছিয়া

(c) উত্তৰ আমেৰিকা 

(d) ইউৰোপ 

Ans: (b) এছিয়া।

357. পৃথিৱীৰ আটাইতকৈ নিকটৰতী গ্ৰহটো হ’ল–

(a) বুধ  

(b) শুক্ৰ

(c) মঙ্গল  

(d)  বৃহস্পতি 

Ans: (a) বুধ।  

358. নক্ষত্ৰৰ সমষ্টিৰ সজ্জাটোক কি কোৱা হয়—

(a) ধূমকেতু 

(b) উল্কা

(c) নক্ষত্ৰপুঞ্জ 

(d) গ্রহাণু 

Ans: (c) নক্ষত্ৰপুঞ্জ।

359. বিশ্ব ব্ৰহ্মাণ্ডৰ উৎপত্তি সম্বন্ধীয় মহাবিস্ফোৰণবাদ সূত্ৰটো কোনে আগবঢ়াইছিল-

(a) কেপলাৰ 

(b) গুইচেপি পিয়েজি

(c) গেলিলিঅ’ 

(d) হাবল 

Ans: (d) হাবল। 

360. ক্ষুদ্রতম নক্ষত্ৰ পুঞ্জ কোনটো—

(a) ক্ৰাক্‌ছ 

(b) ইন্দুছ

(c) চিটাছ 

(d) হাইড্ৰ

Ans: (a) ক্ৰাক্‌ছ।

361. গ্ৰহৰ গতি সূত্ৰবোৰ কোনে আগবঢ়াইছিল–

(a) গেলিলিঅ’ 

(b) কেপ্‌লাৰ

(c) লেপ্‌লেছ্‌  

(c) নিউটন 

Ans: (b) কেপ্‌লাৰ।

362. তলৰ কোনটো নিশাচৰ প্ৰাণী–

(a) ফেঁচা 

(b) এন্দুৰ

(c) পইতাঁচোৰা 

(d) এই আটাইবোৰ

Ans: (d) এই আটাইবোৰ।

363. ভাৰতবৰ্ষৰ বিপদাপন্ন প্ৰজাতিৰ সংখ্যা কিমান–

(a) 152 

(b) 162

(c) 172 

(d) 182 

Ans: (c) 172

364. একোটা নিৰ্দিষ্ট অঞ্চলত পোৱা প্ৰজাতিসমূহক কোৱা হয়–

(a) কুল 

(b) থলুৱা

(c) আঞ্চলিক 

(d) আটাইবোৰ 

Ans: (b) থলুৱা।

365. পৃথিৱীৰ কিমান শতাংশ মানুহে বিশুদ্ধ পানী খাবনৈ নাপায়–

(a) 20% 

(b) 25%

(c) 30% 

(d) 35% 

Ans: (b) 25%

366. বৃহস্পতি গ্ৰহটো পৃথিৱীতকৈ কিমান গুণে ডাঙৰ-

(a) 13  

(b) 130

(c) 1300 

(d) 13000 

Ans: (c) 1300

367. পৃথিৱীৰ আটাইতকৈ সৰু মহাদেশখন হ’ল

(a) আণ্টাৰ্কটিকা 

(b) ওছেনিয়া

(c) ইউৰোপ 

(d) দক্ষিণ আমেৰিকা

Ans: (a) আণ্টাৰ্কটিকা।

368. আৰৱ সাগৰ আৰু বংগোপসাগৰক সংযোগ কৰা প্ৰণালী হল-

(a) পক প্রণালী 

(b) বেবিং প্রণালী

(c) ড’ভাৰ প্রণালী 

(d) ভাৰ্মোছা প্রণালী

Ans: (a) পক প্রণালী।

369. বায়ুমণ্ডলৰ চাপ জোখা যন্ত্ৰবিধ কি—

(a) ভল্টমিটাৰ 

(b) এনেম’মিটাৰ

(c) বেৰ’মিটাৰ 

(d) হাইগ্র’মিটাৰ

Ans: (c) বেৰ’মিটাৰ।

370. কোনখন মহাদেশত কোনো দেশ নাই–

(a) উত্তৰ আমেৰিকা 

(b) দক্ষিণ আমেৰিকা

(c) এণ্টাৰ্কটিকা 

(d) এছিয়া 

Ans: (c) এণ্টাৰ্কটিকা।

371. পৃথিৱীৰ জমজ বুলি কোনটো গ্ৰহক কোৱা হয়- 

(a) বুধ   

(b) শুক্ৰ

(c) মঙ্গল  

(d) শনি 

Ans: (b) শুক্ৰ।

372. সৌৰজগতত অস্থায়ীভাৱে ভূমুকি মৰা উজ্জ্বল বাষ্পপিণ্ডবোৰ হ’ল-

(a) ধূমকেতু 

(b) গ্ৰহনুপুঞ্জ

(c) উপগ্ৰহ   

(d) নক্ষত্ৰ

Ans: (a) ধূমকেতু। 

373. ভাৰতবৰ্ষই প্রেৰণ কৰা তলৰ কোনটো কৃত্রিম উপগ্ৰহ নহয়–

(a) INSAT  

(b) IUPAC

(c) IRS  

(d) EDUSAT

Ans: (b) IUPAC

374. সূৰ্যৰ উপৰিভাগৰ উষ্ণতা হ’ল প্ৰায়–

(a) 5000°C  

(b) 6000℃

(d) 7000℃  

(d) 8000℃

Ans: (b) 6000℃

375. পৃথিৱীৰ আনুমানিক বয়স প্ৰায়–

(a) 4,500 নিযুত বছৰ 

(b) 5,500 নিযুত বছৰ

(c) 6,500 নিযুত বছৰ 

(d) 7,500 নিযুত বছৰ 

Ans: (a) 4,500 নিযুত বছৰ।

376. ভাৰতীয় মহাকাশ গৱেষণা প্রতিষ্ঠান ক’ত অৱস্থিত-

(a) মুম্বাই 

(b) পাটনা 

(c) বেংগালুৰু 

(d) কলকাতা 

Ans: (c) বেংগালুৰু।

377. বাওনা গ্ৰহ বুলি কাক কোৱা হয়-

(a) শুক্ৰ 

(b) বুধ

(c) প্লুটো 

(d) ইউৰেনাচ 

Ans: (c) প্লুটো। 

378. সূৰ্যৰ ৰশ্মি অতি হেলেনীয়াকৈ পৰা অঞ্চলত সাগৰৰ পানী কি অৱস্থাত থাকে–

(a) বাষ্প 

(b) জুলীয়া

(c) গেছীয় 

(d) বৰফ 

Ans: (d) বৰফ। 

379. 1° ৰ অন্তৰে অন্তৰে দ্ৰাঘিমা ৰেখাৰ সংখ্যা কিমান হ’ব–

(a) 180 ডাল 

(b) 360 ডাল

(c) 90 ডাল 

(d) 100 ডাল

Ans: (b) 360 ডাল।

380. পৃথিৱী সূৰ্যৰ চাৰিওফালে ঘুৰা গতিটোৰ নাম–

(a) আহ্নিক গতি 

(b) মেৰুদণ্ডীয় গতি

(c) বাৰ্ষিক গতি 

(d) ঘূৰ্ণন গতি

Ans: (c) বাৰ্ষিক গতি।

381. বিষুৱ ৰেখাত সূৰ্য্যৰ পোহৰ কোন তাৰিখত পোনে পোনে পৰে–

(a) 21 মাৰ্চ 

(b) 22 ডিচেম্বৰ

(c) 21 জুন 

(d) 22 ছেপ্তেম্বৰ

Ans: (a) 21 মাৰ্চ।

382. অধিবৰ্যৰ মুঠ দিনৰ সংখ্যা হ’ল—

(a) 365 দিন 

(b) 3651/2 দিন

(c) 366 দিন 

(d) 364 দিন 

Ans: (c) 366 দিন।

383. মকৰ সংক্ৰান্তি হোৱা দিনটো হ’ল—

(a) 23 ছেপ্টেম্বৰ 

(b) 22 ডিচেম্বৰ

(c) 21 মাৰ্চ 

(d) 21 এপ্ৰিল 

Ans: (b) 22 ডিচেম্বৰ।

384. কোন দুটাৰ মাজত গ্রহাণুপুঞ্জ অৱস্থিত—

(a) বুধ আৰু শুক্ৰ 

(b) বৃহস্পতি আৰু শনি

(c) পৃথিৱী আৰু মঙ্গল 

(d) মঙ্গল আৰু বৃহস্পতি

Ans: (d) মঙ্গল আৰু বৃহস্পতি।

385. তলৰ কোনটো দূৰত্বৰ একক নহয়—

(a) আলোকবৰ্ষ 

(b) মহাজাগতিক একক

(c) মহাজাগতিক বৰ্ষ 

(d) পাৰৰ্ছেক 

Ans: (c) মহাজাগতিক বৰ্ষ।

386. কোনটো গ্রহক সন্ধ্যাতৰা বুলি কোৱা হয়–

(a) শুক্ৰ 

(b) বুধ

(c) মঙ্গল 

(d) বৃহস্পতি 

Ans: (a) শুক্ৰ।

387. কোনটো গ্রহৰ কোনো উপগ্ৰহ নাই–

(a) ইউৰেনাছ 

(b) শুক্ৰ 

(c) বুধ 

(d) শনি 

Ans: (c) বুধ।

388. সৌৰজগতত কোনটো বৃহত্তম উপগ্ৰহ–

(a) টাইটান 

(b) গেলিমেড

(c) ইউৰোপা 

(d) চন্দ্ৰ

Ans: (b) গেলিমেড।

389. ডাইমছ আৰু ফব’ছ কোনটো গ্রহৰ উপগ্ৰহ– 

(a) শনি 

(b) ইউৰেনাছ

(c) বৃহস্পতি 

(d) মঙ্গল 

Ans: (d) মঙ্গল। 

390. হেলীৰ ধূমকেতুক শেহতীয়াকৈ কিমান চনত দেখা গৈছিল-

(a) 1984 

(b) 1982

(c) 1976  

(d) 1986

Ans: (d) 1986

391. তলৰ কোনটো উজ্জ্বলতম নক্ষত্ৰ–

(a) সূৰ্য 

(b) ধ্ৰ্ৱ

(c) চিৰিয়াছ 

(d) আলফা

Ans: (c) চিৰিয়াছ।

392. কোনটোক ৰঙা গ্ৰহ বুলি কোৱা হয়—

(a) বুধ 

(b) মঙ্গল

(c) শুক্ৰ 

(d) বৃহস্পতি 

Ans: (b) মঙ্গল।

393. গ্ৰহৰ গতি সূত্ৰবোৰ কোনে উখাপন কৰিছিল—

(a) নিউটন 

(b) কেপ্‌লাৰ

(c) গেলিলিঅ’ 

(d) লেপলেছ 

Ans: (b) কেপ্‌লাৰ।

394. কোনটো গ্রহ আটাইতকৈ বেগী–

(a) বৃহস্পতি 

(b) শুক্ৰ

(c) বুধ 

(d) শনি 

Ans: (c) বুধ।

395. চুপাৰন’ভা হ’ল–

(a) এটা গ্রহাণু 

(b) এটা পপীয়া তৰা

(c) ধূমকেতু 

(d) এখন আৰকা ৰাজ্য

Ans: (b) এটা পপীয়া তৰা।

396. কিমান চনত গ্লুটোক সৌৰজগতৰ পৰা বাদ দিয়া হৈছে–

(a) 2009 

(b) 2006

(c) 2011

(d) 2008 

Ans: (b) 2006

397. পৃথিৱীক প্ৰদক্ষিণ কৰোতে চন্দ্ৰক কিমান সময় লাগে-

(a) 23. 7 দিন 

(b) 30 দিন

(c) 29 দিন 

(d) 27.3 দিন

Ans: (d ) 27.3 দিন।

398. সূৰ্যৰ পৰা আটাইতকৈ দূৰত থকা গ্ৰহটো হ’ল– 

(a) প্লুটো 

(b) ইউৰেনাছ

(c) শনি 

(d) নেপচুন

Ans: (d) নেপচুন।

399. প্রতিটো প্রাচীন সভ্যতাই একোখন নদীৰ পাৰত গঢ় লৈ উঠাৰ কাৰণ-

(a) নদীৰ পাৰৰ মাটি সাৰুৱা

(b) নদীৰ পাৰত পশুপালনৰ সুবিধা

(c) নদীবোৰৰ দ্বাৰা বাণিজ্যৰ সুবিধা

(d) এই আটাইবোৰ 

Ans: (d) এই আটাইবোৰ। 

400. নীল নদীৰ পাৰত গঢ়ি উঠা সভ্যতাক কোৱা হয়– 

(a) সিন্ধু সভ্যতা

(b) বেবিলনীয়া সভ্যতা

(c) মিছৰীয়া সভ্যতা

(d) চীনা সভ্যতা।

Ans: (c) মিছৰীয়া সভ্যতা।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top