Environmental Science MCQ Part – 3

Environmental Science MCQ Part – 3, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Environmental Science Objective Types Question Answer to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Environmental Science Multiple Choice Question Answer can be of great value to excel in the examination.

Environmental Science MCQ Part – 3

Join Telegram channel

Table of Contents

Environmental Science MCQ Part – 3 Notes cover all the exercise questions in UGC Syllabus. Environmental Science MCQ Part – 3 Solutions The provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

Environmental Science MCQ Part – 3

Objective Types Question Answer

201. কাৰ্বন মন’ অক্সাইডে মানুহৰ কোন অংশত ক্ষতি কৰে?

(a) হৃদযন্ত্ৰ  

(b) তেজ

(c) ছাল 

(d) হাড়

Ans: (b) তেজ।

202. ‘চিপকো’ আন্দোলন প্ৰথমতে কত আৰম্ভ হৈছিল?

(a) ৰাজস্থান  

(b) বিহাৰ

(c) অসম   

(d) উত্তৰ প্ৰদেশ

Ans :(a) ৰাজস্থান।

203. নৰ্দমা বচাও’ আন্দোলন কেতিয়া আৰম্ভ হৈছিল?

(a) 1970  

(b) 1980

(c) 1990  

(d) 2000

Ans: (c) 1990

204. ৰাষ্ট্ৰীয় পৰিৱেশ আদালত আইন কিমান চনত গৃহীত হয়?

(a) 1995  

(b) 1992

(c) 1990 

(d) 1985

Ans: (a) 1995

205. কিহৰ বাবে পাতৰ বৰণ সেউজীয়া হয়-

(a) গ্লুক’জ 

(b) নাইট্ৰজেন

(c) ক্ল’ৰ’ফিল  

(d) অক্সিজেন

Ans: (c) ক্ল’ৰ’ফিল।

206. গছ গছনি কাটিলে অক্সিজেনৰ পৰিমাণ-

(a) কমে    

(b) বাঢ়ে

(c) কমেও, বাঢ়েও 

(d) একে থাকে

Ans: (a) কমে।

207. এছিড বৰষুণৰ লগত জড়িত গেছটো হ’ল–

(a) কাৰ্বন-ডাই-অক্সাইড

(b) ছালফাৰ-ডাই-অক্সাইড

(c) হাইড্ৰ’জেন পেৰ’ক্সাইড

(d) কাৰ্বন মন’ক্সাইড 

Ans: (b) ছালফাৰ-ডাই-অক্সাইড।

208. বায়ুত সৰ্বোচ্চ অনুপাতত থকা গেছবিধ হ’ল–

(a) মিথেন  

(b) নাইট্ৰ’জেন 

(c) অক্সিজেন 

(d) কাৰ্বন-ডাই-অক্সাইড

Ans: (b) নাইট্ৰ’জেন।

209. চিপকো আন্দোলনৰ প্ৰথমগৰাকী শ্বহীদ কোন?

(a) অমৃতা বাই 

(b) লক্ষ্মী বাই

(c) কনকলতা 

(d) ভোগেশ্বৰী

Ans: (a) অমৃতা বাই।

210. পৰিৱেশৰ জৈৱ উপাদান মানে–

(a) প্রাণী আৰু উদ্ভিদ 

(b) শক্তি 

(c) পদাৰ্থ 

(d) পদাৰ্থ আৰু শক্তি

Ans: (a) প্রাণী আৰু উদ্ভিদ।

211. পৰিৱেশ কোনো এক ব্যক্তিৰ ‘জিন’ক বাদ দি আন সকলোতে প্ৰভাৱ পেলাব পাৰে’- কথাষাৰ কোনে কৈছিল? 

(a) মহাত্মা গান্ধী  

(b) নিউটন

(c) বৰ্ডছৱৰ্থ   

(d) কৃষ্ণকান্ত সন্দিকৈ

Ans: (c) বৰ্ডছৱৰ্থ।

212. বিজ্ঞানীসকলৰ মতে পৃথিৱীৰ বৰ্তমান বয়স-

(a) 390 কোটি বছৰ

(b) 460 কোটি বছৰ

(c) 500 কোটি বছৰ 

Ans: (b) 460 কোটি বছৰ।

213. নিম্নোক্ত কোনবিধ জন্তু কাজিৰঙাত পোৱা নাযায়-

(a) হাতী 

(b) ম’হ

(c) দুইশিঙীয়া গঁড় 

(d) হলৌ বান্দৰ 

Ans: (c) দুইশিঙীয়া গঁড়।

214. UNEP  মানে–

(a) United Nations Environment programme

(b) United Nations Environment policy

(c) United Nations Ecological programme

(d) United Nations Ecological plan

215. ৰাষ্ট্ৰসংঘই মানৱ পৰিৱেশ সম্পৰ্কীয় বিশ্বসন্মিলন কোন চনত অনুষ্ঠিত কৰিছিল?

(a) 1952   

(b) 1963

(c) 1970   

(d) 1972

Ans: (d) 1972

216. প্রকৃতিয়ে প্ৰতিজন মানুহৰ অভাৱ পূৰণ কৰিব পাৰে, কিন্তু লোভ হৰণ কৰিব নোৱাৰে।’— এই কথাষাৰ কোনে কৈছিল?

(a) মহাত্মা গান্ধী 

(b) শংকৰদেৱ

(c) আইনষ্টাইন    

(d) নিউটন 

Ans: (a) মহাত্মা গান্ধী।

217. ইংৰাজী Environment” শব্দটো কোন ভাষাৰ পৰা অহা?

(a) ফৰাচী   

(b) জাৰ্মান

(c) লেটিন  

(d) সংস্কৃত

Ans: (a) ফৰাচী।

218. ‘মানৱ অধিকাৰ সম্পৰ্কীয় বিশ্ব ঘোষণা পত্ৰ কোন চনত ঘোষিত হৈছিল?

(a) 1945  

(b) 1947

(c) 1948  

(d) 1950

Ans: (c) 1948

219. ‘ চাইলেণ্ট স্প্ৰিং’ নামৰ গ্ৰন্থখনৰ লেখক কোন? 

(a) বৰ্ডছৱৰ্থ  

(b) ৰবীন্দ্ৰনাথ

(c) ৰিচাৰ্ড কাছ’ন  

(d) নিৰুপমা বৰগোহাঞি

Ans: (c) ৰিচাৰ্ড কাছ’ন।

220. ‘পৰিৱেশ-সমালোচনা’ কোন বিষয়ৰ অন্তৰ্গত?

(a) সাহিত্য  

(b) পৰিৱেশ বিজ্ঞান

(c) ভূ-বিজ্ঞান  

(d) প্ৰযুক্তি বিজ্ঞান

Ans: (a) সাহিত্য।

221. গ্ৰীকসকলে পৃথিৱীক কি নামেৰে পূজা কৰে?

(a) দুৰ্গা  

(b) লক্ষ্মী

(c) ঈশ্বৰ  

(d) গইয়া

Ans: (d) গইয়া।

222. ‘কাৰ্বন পদচিহ্ন ( Carbon footprint) ই কি প্ৰতিফলিত কৰে?

(a) প্ৰদূষণ

(b) বায়ুত CO₂ ৰ পৰিমাণ। 

(c) মানুহৰ ভৰিত কাৰ্বনৰ পৰিমাণ

(d) পৰিৱেশত কাৰ্বন কণাৰ পৰিমাণ 

Ans: (d) পৰিৱেশত কাৰ্বন কণাৰ পৰিমাণ। 

223. ‘ৰাষ্ট্ৰীয় উদ্যান’ কোন বিধৰ সংৰক্ষণ ব্যৱস্থাৰ উদাহৰণ—

(a) অন্তঃস্থানিক 

(b) বহিঃস্থানিক

Ans: (a) অন্তঃস্থানিক।

224. ডব্লিউ ডব্লিউ এফ কোন চনত প্ৰতিষ্ঠা কৰা হৈছিল?

(a) 1951 

(b) 1961

(c) 1972 

(d) 1982 

Ans: (b) 1961

225. ‘বিশ্ব এইডছ দিৱস’ কোন তাৰিখে পালন কৰা হয়?

(a) 1ম জানুৱাৰী 

(b) 1ম ফেব্ৰুৱাৰী

(c) 1ম ডিচেম্বৰ 

(d) 1ম এপ্ৰিল

Ans: (c) 1ম ডিচেম্বৰ।

226. এইছ আই ভি মানে?

(a) হিউমেন ইমিউনু ডেফিচিয়েন্সি ভাইৰাছ’

(b) ‘হিউমেন ইনজেকটেড ভাইৰাছ’

(c) হাইলি ইণ্টেলিজেণ্ট ভাইৰাছ’ 

Ans: (a) হিউমেন ইমিউনু ডেফিচিয়েন্সি ভাইৰাছ’।

227. দ্ৰপ্‌ছি’ ৰোগৰ কাৰণ হ’ল–

(a) প্ৰদূষিত তেল  

(b) প্ৰদূষিত পানী

(c) প্ৰদূষিত বায়ু 

(d) প্ৰদূষিত মাটি

Ans: (a) প্ৰদূষিত তেল।

228. ‘পেটা’ (PETA) মানে–

(a) ‘পিপল ফৰ এনভাইৰনমেণ্টেল ট্ৰিটমেণ্ট অৱ এনিমেলছ’

(b) ‘পিপল ফৰ ইক’ল’জিকেল ট্ৰিটমেণ্ট অব্‌

এনিমেলছ’

(c) ‘পিপল ফৰ এথিকেল ট্ৰিটমেণ্ট অব্‌ এনিমেলছ’

(d) ‘পিপল ফৰ এডুকেচনেল ট্ৰিটমেণ্ট অব্‌ এনিমেলছ

Ans: (c) ‘পিপল ফৰ এথিকেল ট্ৰিটমেণ্ট অব্‌ এনিমেলছ’।

229. ভাৰতত কিমান চনত জৈৱ-বৈচিত্ৰ্য আইনখন গৃহীত কৰা হৈছিল?

(a) 2001  

(b) 2002

(c) 2003 

(d) 2004

Ans: (b) 2002

230. ই আই এছ (EIS) মানে? 

(a) এডুকেচনেল ইনপুট ষ্টেটমেণ্ট

(b) এনভাইৰনমেণ্টেল ইনপুট

(c) এনভাইৰনমেণ্টেল ইম্পেক্ট ষ্টেটমেণ্ট

(d) এডুকেচনেল ইম্পেক্ট ষ্টেটমেণ্ট

Ans: (c) এনভাইৰনমেণ্টেল ইম্পেক্ট ষ্টেটমেণ্ট।

231. কোন চনৰ পৰা ব্যাঘ্ৰ প্ৰকল্প আৰম্ভ কৰা হৈছিল?

(a) 1950 

(b) 1960

(c) 1970  

(d) 1973 

Ans: (d) 1973 

232. কোন চনৰ পৰা হস্তী প্ৰকল্প আৰম্ভ কৰা হৈছিল?

(a) 1990 

(b) 1991

(c) 1992 

(d) 1993

Ans: (c) 1992 

233. কোন চনৰ পৰা গঁড় প্রকল্প আৰম্ভ কৰা হৈছিল?

(a) 1985 

(b) 1986

(c) 1987 

(d) 1988 

Ans: (c) 1987

234. জৈৱ-বৈচিত্ৰ্যৰ লগত লোক সংস্কৃতিৰো সম্পর্ক আছে।

(a) হয়   

(b) নহয় 

Ans: (a) হয়।

235. বৰদৈচিলা কোন ঋতুত বলা বতাহৰ নাম?

(a) গ্ৰীষ্ম  

(b) বৰ্ষা 

(c) বসন্ত 

(d) শীত  

Ans: (c) বসন্ত।

236. আই পি চি চি মানে?

(a) ইণ্টাৰনেচনেল প্ৰগ্ৰেম অন ক্লাইমেট চেঞ্জ

(b) ইণ্টাৰনেচনেল পেনেল অন ক্লাইমেট চেণ্ড

(c) ইণ্টাৰনেচনেল প্লেন অন ক্লাইমেট চেণ্ড

(d) ইণ্ডিয়ান পেনেল অন ক্লাইমেট চেঞ্জ 

Ans: (b) ইণ্টাৰনেচনেল পেনেল অন ক্লাইমেট চেণ্ড।

237. তাজমহল সৌন্দৰ্যত কিহে ব্যাঘাত জন্মইছে-

(a) পানী প্রদুষণে 

(b) শব্দ প্রদুষণে 

(c) বায়ু প্ৰদূষনে 

(d) আটাইকেইটাই

Ans: (c) বায়ু প্ৰদূষনে।

238. পশুৰ মুখৰ পৰা নিৰ্গত কোনবিধ গেছে বিশ্বৰ উষ্ণতা বৃদ্ধিত প্রভাৱ পেলায়–

(a) O₂ 

(b) CH₄

(c) CO  

(d) SO₂

Ans: (b) CH₄

239. ‘ৰেড ডাটা বুক’ বা ‘ৰঙা তথ্যৰ কিতাপ’ কিহৰ তালিকা?

(a) বন্যপ্ৰাণীৰ 

(b) উদ্ভিদৰ 

(c) বিপদাপন্ন প্রজাতিৰ 

(d) লুপ্ত প্রজাতিৰ

Ans: (c) বিপদাপন্ন প্রজাতিৰ।

240. ভাৰতৰ প্রথমখন সংৰক্ষিত জৈৱ মণ্ডলৰ নাম কি?

(a) কাজিৰঙা 

(b) সাতপুৰা 

(c) মানাহ  

(d) ওৰাং

Ans: (b) সাতপুৰা। 

241. তাজমহলৰ চৌপাশৰ পৰিৱেশ সংশোধনৰ বাবে কোনবিধ উদ্ভিদ বিশেষভাৱে ৰোপণ কৰা হৈছে? 

(a) আম 

(b) আঁহত

(c) নিম 

(d) তুলসী 

Ans: (d) তুলসী। 

242. দিহিংপাটকাই পক্ষী অভয়াৰণ্য অসমৰ কোনখন জিলাৰ অন্তৰ্গত? 

(a) বৰপেটা 

(b) কামৰূপ

(c) ডিব্ৰুগড় 

(d) তিনিচুকীয়া 

Ans: (d) তিনিচুকীয়া।

243. অসমৰ সৰ্বমুঠ ভূমি এলেকা–

(a) 89.448 বৰ্গ কিলোমিটাৰ

(b) 59,485 বৰ্গ কিলোমিটাৰ

(c) 78, 438 বৰ্গ কিলোমিটাৰ 

(d) 77,000 বৰ্গ কিলোমিটাৰ 

Ans: (c) 78, 438 বৰ্গ কিলোমিটাৰ। 

244. অসমৰ কোনখন জিলাৰ বন এলেকা সবাতোকৈ বেছি 

(a) কামৰূপ  

(b) ওদালগুৰি

(c) কাৰ্বি আংলং  

(d) শোণিতপুৰ

Ans: (c) কাৰ্বি আংলং।

246. অসমৰ গড় বৰষুণৰ পৰিমাণ?

(a) 100-200 চেঃমিঃ 

(b) 200-300 চেঃমিঃ

(c) 400-500 চেঃমিঃ 

(d) 500-600 চেঃমিঃ

Ans: (b) 200-300 চেঃমিঃ।

246. শিক্ষাৰ অধিকাৰ আইন গৃহীত হোৱা চনটো হ’ল–

(a) 2009 

(b) 2010

(c) 2011  

(d) 2012 

Ans: (a) 2009

247. ভাৰতৰ জাতীয় ফলবিধৰ নাম কি?

(a) আম 

(b) কঁঠাল

(c) কল 

(d) নাৰিকল 

Ans: (a) আম।

248. সাঁচি গছক জাতীয় বৃক্ষ কৰাৰ বাবে কোনটো সংগঠনে চৰকাৰক স্মাৰকপত্ৰ প্ৰদান কৰিছে?

(a) অসম সাহিত্য সভা

(b) সদৌ অসম ছাত্ৰ সন্থা

(c) সদৌ বড়ো ছাত্ৰ সন্থা

(d) অৰণ্য সুৰক্ষা সমিতি, অসম 

Ans: (d) অৰণ্য সুৰক্ষা সমিতি, অসম। 

249. বছৰটোৰ কোনটো দিনত সূৰ্য পৃথিৱীৰ সবাতোকৈ ওচৰত স্থান লয়?

(a) 1 জানুৱাৰী 

(b) 12 ফেব্ৰুৱাৰী

(c) 5 জুন 

(d) 22 জুলাই

Ans: (d) 22 জুলাই।

250. সূৰ্যৰ পোহৰ পৃথিৱীত আহি পাওঁতে লগা সময় হল-

(a) 1 মিনিট  

(b) 4 মিনিট

(c) ৪ মিনিট  

(d) 10 মিনিট

Ans: (c) ৪ মিনিট।

251. বিশ্বৰ দহখন বিপদাপন্ন নদীৰ এখন হ’ল–

(a) গংগা  

(b) যমুনা

(c) নীল  

(d) আমাজান

Ans: (a) গংগা।

252. কোন চনত জ্যোতিৰ্বিজ্ঞানীসকলে ঘোষণা কৰিছিল যে প্লুটো সৌৰজগতৰ গ্ৰহ নহয়?

(a) 2001  

(b) 2004

(c) 2006 

(d) 2010 

Ans: (b) 2004

253. নিম্নোক্ত কোনবিধ গেছ এচিড বৰষুণৰ বাবে দায়ী?

(a) CO  

(b) CO2

(c) SO2  

(d) O2

Ans: (c) SO2

254. এচিড বৰষুণৰ বাবে হোৱা বেমাৰবিধৰ নাম কি?

(a) মাৰ্বল কেন্সাৰ 

(b) মাৰ্বল জ্বৰ

(c) চৰ্ম কেন্সাৰ 

(d) মাৰ্বল কফ

Ans: (a) মাৰ্বল কেন্সাৰ।

255. ভাৰতত বন্যপ্ৰাণী সপ্তাহ কোন মাহৰ কোন সপ্তাহত পালিত হয়?

(a) জানুৱাৰীৰ প্রথম সপ্তাহ

(b) ফেব্ৰুৱাৰীৰ প্রথম সপ্তাহ

(c) মাৰ্চৰ প্রথম সপ্তাহ

(d) অক্টোবৰৰ প্রথম সপ্তাহ 

Ans: (d) অক্টোবৰৰ প্রথম সপ্তাহ। 

256. 1960 চনৰ পিছৰ পৰা বায়ুমণ্ডলত বৃদ্ধি পোৱা CO2,ৰ পৰিমাণ বছৰি–

(a) 14% 

(b) 20%

(c) 22% 

(d) 25% 

Ans: (a) 14%

257. নিম্নোক্ত কোনবিধ গেছ বায়ুমণ্ডলৰ স্বাভাৱিক উপাদান নহয়?

(a) O₂  

(b) CO₂

(c) H₂  

(d) SO₂

Ans: (d) SO₂

258. ভাৰতৰ প্ৰথমখন ৰাষ্ট্ৰীয় উদ্যানৰ নাম–

(a) কাজিৰঙা 

(b) কৰ্বেট

(c) ওৰাং 

(d) মানাহ 

Ans: d) মানাহ। 

259. পক্ষী বিশেষজ্ঞ এগৰাকীক কি হিচাপে জনা যায়–

(a) অৰ্নিথ’ল জিষ্ট 

(b) বাৰ্ড’ল’জিষ্ট 

(c) এভিয়’ল’জিষ্ট 

(d) ইৰ্ক’লজিষ্ট

Ans: (a) অৰ্নিথ’ল জিষ্ট।

260. পক্ষীবিদ ছেলিম আলীৰ আত্মজীৱনীখনৰ নাম কি?

(a) দি ফল অব্‌ এ স্পেৰ’

(b) মাই এক্সপেৰিমেণ্ট উইথ বাৰ্ডছ

(c) বাৰ্ড এণ্ড মি

(d) আই এম এ বাৰ্ড 

Ans: (a) দি ফল অব্‌ এ স্পেৰ’।

261. এছিয়া বিশ্বৰ বৃহত্তম মহাদেশ- কোন দৃষ্টিকোণৰ পৰা?

(a) এলেকা

(b) এলেকা আৰু জনসংখ্যা

(c) কেৱল জনসংখ্যা

(d) এটাও নহয় 

Ans: (b) এলেকা আৰু জনসংখ্যা।

262. বিশ্বৰ সৰ্ববৃহৎ ভূগৰ্ভস্থ জলস্তৰ কোন মহাদেশত আছে?

(a) আমেৰিকা 

(b) ইউৰোপ

(c) আফ্ৰিকা  

(d) অষ্ট্ৰেলিয়া 

Ans: (b) ইউৰোপ।

263. মানুহ এবিধ—

(a) তৃণভোজী  

(b) মাংসভোজী

(c) মৃতভোজী  

(d) সৰ্বভোজী প্রাণী

Ans: (d) সৰ্বভোজী প্রাণী।

264. তেহৰি বান্ধ এলেকাত চিপকো আন্দোলনৰ সূচনা কৰা নেতাগৰাকী কোন?  

(a) সুন্দৰলাল বহুগুণা 

(b) মেধা পাটেকাৰ

(c) মমতা বেনাৰ্জী 

(d) অৰুন্ধতী ৰায়

Ans: (a) সুন্দৰলাল বহুগুণা।

265. ‘নৰ্মদা বাচাও’ আন্দোলন কোনে আৰম্ভ কৰিছিল?

(a) সুন্দৰলাল বহুগুণা

(b) মেধা পাটেকাৰ

(c) এ পি জে আব্দুল কালাম

(d) নৰেন্দ্ৰ মোদী

Ans: (b) মেধা পাটেকাৰ।

266. বিজুলী ঢেৰেকণিৰ সময়ত অক্সিজেনৰ পৰা উৎপন্ন হোৱা গেছবিধৰ নাম–

(a) কাৰ্বন-ডাই-অক্সাইড

(b) ছালফাৰ ডাই-অক্সাইড

(c) অ’জন

(d) নাইট্ৰাছ অক্সাইড

Ans: (c) অ’জন।

267. ‘ফট’কেমিকেল স্মগ’ বা ‘আলোক ৰসায়নিক ধুঁৱলী’কি?

(a) আকাশত ধূলি আৰু ধোঁৱাৰ মিশ্ৰণ

(b) ধূলি, ধোঁৱা, ৰাসায়নিক বাষ্প, পেৰক্সি এচিটাইল ডিহাইড আৰু অ’জনৰ মিশ্ৰণ

(c) সূৰ্যৰ তাপ আৰু অতি বেঙুনীয়া ৰশ্মিৰ প্ৰভাৱত হোৱা বিক্ৰিয়াত মিশ্ৰণ ঘটা ধূলি, ধোঁৱা, ৰাসায়নিক বাষ্প, পেৰক্সি এচিটাইল ডিহাইড আৰু অ’জন

(d) ধূলি, ধোঁৱা আৰু ‘ৰাসায়নিক বাষ্প’ৰ মিশ্ৰণ

Ans: (c) সূৰ্যৰ তাপ আৰু অতি বেঙুনীয়া ৰশ্মিৰ প্ৰভাৱত হোৱা বিক্ৰিয়াত মিশ্ৰণ ঘটা ধূলি, ধোঁৱা, ৰাসায়নিক বাষ্প, পেৰক্সি এচিটাইল ডিহাইড আৰু অ’জন।

268. তলৰ কোনটো এটা জলাশয়—

(a) টাৱা 

(b) ধাইন

(c) বৰি  

(d) পিপাৰিয়া

Ans: (c) বৰি।

269. গংগা নদীক প্ৰদূষণমুক্ত কৰাৰ বাবে ‘গংগা একচন প্লেন’ কোন চনত গঠন কৰা হৈছিল?

(a) 1987 

(b) 1986

(c) 1985  

(d) 1982

Ans: (c) 1985

270. এন জি অ’ (AGO) মানে?

(a) নিউ গ্ল’বেল অৰ্গেনাইজেচন

(b) নিউ জিঅ’গ্ৰাফিক অৰ্গেনাইজেচন

(c) নিউ গবৰ্ণমেণ্ট অৰ্গেনাইজেচন

(d) নন গৱৰ্নমেণ্ট অৰ্গেনাইজেচন

Ans: (d) নন গৱৰ্নমেণ্ট অৰ্গেনাইজেচন।

271. প্রাকৃতিক ভাৰসাম্য ৰক্ষাৰ বাবে বায়ুত থাকিবলগা CO2 ৰ, পৰিমাণ হ’ল-

(a) 300 পি পি এম

(b) 350 পি পি এম

(c) 450 পি পি এম 

(d) 500 পি পি এম 

Ans: (b) 350 পি পি এম।

272. পৰিৱেশ প্ৰদূষণৰ বাবে বছৰি বায়ুত বৃদ্ধি পোৱা CO2 ৰ পৰিমাণ হ’ল– 

(a) 1 পিপি এম  

(b) 2 পি পি এম

(c) 3 পি পি এম 

(d) 1.5 পি পি এম

Ans: (d) 1.5 পি পি এম।

273. উষ্ণতা বৃদ্ধিৰ ক্ষেত্ৰত গ্ৰীন হাউছ গেছসমূহৰ ভিতৰত কাৰ্বন ডাই-অক্সাইডে যোগোৱা অৱদান হ’ল—

(a) 49% 

(b) 50%

(c) 51%  

(d) 52% 

Ans: (a) 49%

274. বিশৰ উষ্ণতা বৃদ্ধিৰ ক্ষেত্ৰত, গ্ৰীন হাউছ গেছসমূহৰ ভিতৰত চি এফ চি বা ক্ল’ৰ’ফ্লৰ’ কাৰ্বনে যোগোৱা অৱদান হ’ল-

(a) 15% 

(b) 24%

(c) 26% 

(d) 50% 

Ans: (b) 24%

275. নাইট্ৰাছ অক্সাইড গেছ বিশ্বৰ উষ্ণতা বৃদ্ধিৰ সহায়ক—

(a) হয় 

(b) নহয় 

Ans: (a) হয় 

276. বায়ুমণ্ডলত মিথেন গেছৰ প্ৰদূষণ হয়—

(a) জৈৱ পদাৰ্থৰ পচনৰ দ্বাৰা

(b) উদ্যোগৰ পৰা

(c) ৰাসায়নিক সাৰৰ পৰা

(d) এটাও নহয় 

Ans: (a) জৈৱ পদাৰ্থৰ পচনৰ দ্বাৰা।

277. ধুঁৱলী হ’ল–

(a) ধোঁৱা 

(b) কুঁৱলী

(c) ধোঁৱা আৰু কুঁৱলী 

(d) নিয়ৰ 

Ans: (c) ধোঁৱা আৰু কুঁৱলী।

278. ভূমিৰ ক্ষয়ী ভৱনৰ বাবে উৰ্বৰ ভূমিখণ্ড কিহ’লৈ ৰূপান্তৰ হয়-

(a) চৰণীয়া পথাৰ 

(b) মহাসাগৰ

(c) পথাৰ 

(d) মৰুভূমি 

Ans: (d) মৰুভূমি। 

279. ভাৰতৰ প্রথম জীৱমণ্ডল সংৰক্ষিত অঞ্চল হ’ল—

(a) লকচাও বন্যপ্ৰাণী অভয়াৰণ্য

(b) কাজিৰঙা ৰাষ্টীয় উদ্যান

(c) সাতপুৰা ৰাষ্ট্ৰীয় উদ্যান

 (d) বৰি বন্যপ্রাণী অভয়াৰণ্য 

Ans: (c) সাতপুৰা ৰাষ্ট্ৰীয় উদ্যান।

280. বায়ুমণ্ডলত অ’জন-বিন্ধা কিমান চনত আবিষ্কাৰ হৈছিল?

(a) 1982  

(b) 1992

(c) 1999  

(d) 2000

Ans: (a) 1982

281. মন্ট্ৰিল চুক্তি কিমান চনত স্বাক্ষৰিত হৈছিল? 

(a) 1957  

(b) 1967

(c) 1987  

(d) 1997

Ans (c) 1987

282. নিউক্লিয় নিশা মানে কি? 

(a) মহাকাশৰ আন্ধাৰ

(b) নিউক্লিয় বিস্ফোৰণৰ ধোঁৱাই সৃষ্টি কৰা অন্ধকাৰ

(c) নিউক্লিয়াৰ প্ৰকল্পৰ সাংস্কৃতি ক অনুষ্ঠান

Ans: (b) নিউক্লিয় বিস্ফোৰণৰ ধোঁৱাই সৃষ্টি কৰা অন্ধকাৰ।

283. এক টন কাগজ তৈয়াৰ কৰিবলৈ কিমান জোপা পৈণত গছ লাগে- 

(a) 27 

(b) 10 

(c) 17  

(d) 18

Ans: (c) 17

284. ‘ৰেড ডাটা বুক’ কিহৰ সমল পুথি- 

(a) বন্যপ্ৰাণীৰ   

(b) ভাবুকিগ্ৰস্ত প্ৰজাতি

(c) উদ্ভিদকুল   

(d) বিপন্ন প্ৰজাতি

Ans: (d) বিপন্ন প্ৰজাতি।

285. কিমান চনত আমাৰ দেশে গড় সংৰক্ষণ আইন বলৱৎ কৰিছিল?

(a) 1948  

(b) 1932

(c) 1954  

(d) 1960

Ans: (b) 1932

286. কিমান চনত ভাৰতে ‘কমিউনিটি ৰিজাৰ্ভ এক্ট’ গৃহীত কৰিছিল?

(a) 1915  

(b) 2001

(c) 2003 

(d) 2010

Ans: (c) 2003

287. কিমান চনত ভাৰতত হাতী সংৰক্ষণ আইন গৃহীত হয়?

(a) 1915 

(b) 1947

(c) 1952  

(d) 1932

Ans: (d) 1932

288. ৰাষ্ট্ৰসংঘই কিমান চনত ‘মানৱাধিকাৰ আৰু পৰিৱেশ’ শীৰ্ষক ঘোষণাপত্ৰ প্ৰকাশ কৰে–

(a) 1990  

(b) 1991

(c) 1994  

(d) 1993

Ans: (c) 1994

289. ৰাষ্ট্ৰসংঘই কোনটো দশক ‘নাৰী দশক’ হিচাপে পালন কৰিছিল—

(a) 1975-85  

(b) 1985-95

(c) 1995-2005

Ans: (a) 1975-85

290. জি আই এছ কম্পিউটাৰ প্রগ্ৰেম—

(a) পৰিৱেশ অধ্যয়নত

(b) লিংগ অধ্যয়নত

(c) জ্যামিতি অধ্যয়নত 

(d) ভূগোল অধ্যয়নত প্রয়োগ কৰা হয় 

Ans: (a) পৰিৱেশ অধ্যয়নত।

291. ‘এক বৃক্ষ দশ পুত্ৰ সম’- এই বাণীষাৰ কোনজন মহৎ লোকৰ?

(a) বুদ্ধদেৱ  

(b) মহাবীৰ 

(c) শংকৰদেৱ 

(d) গুৰু নানক 

Ans: (c) শংকৰদেৱ।

292. নিম্নোক্ত কোনবিধ সংস্কৃতি জৈব-বৈচিত্ৰ্য সংৰক্ষণৰ লগত জড়িত–

(a) গৰু বিহু 

(b) ফাট বিহু

(c) জেং বিহু 

(d) ৰাতি বিহু 

Ans: (a) গৰু বিহু।

293. অসমৰ কোন মন্দিৰত বিশেষভাৱে কাছ সংৰক্ষণ কৰা হয়?

(a) কামাখ্যা 

(b) শিৱদৌল

(c) তাম্ৰেশ্বৰ 

(d) নাগশংকৰ 

Ans: (d) নাগশংকৰ।

294. ভাৰতৰ কোনখন ৰাজ্যত মদ্যপান কৰিবৰ বাবে চৰকাৰী অনুজ্ঞাপত্ৰ লোৱাৰ আৱশ্যক হয়?

(a) অসম 

(b) পশ্চিমবংগ

(c) গুজৰাট 

(d) ছিকিম 

Ans: (c) গুজৰাট।

295. গ্ল’বেল ৰিচাৰ্ছ মেথোড’ল’জি জাৰ্নেল’ নামৰ গৱেষণা পদ্ধতিমূলক ই-জাৰ্নেলখন কোনটো পৰিৱেশ সংগঠনে প্ৰকাশ কৰে?

(a) অসম বিজ্ঞান সমিতি

(b) ডব্লিউ ডব্লিউ এফ

(c) চি ই ই নৰ্থ ইষ্ট

(d) অৰণ্য সুৰক্ষা সমিতি, অসম 

Ans: (d) অৰণ্য সুৰক্ষা সমিতি, অসম। 

296. ‘ৰেড ডাটা বুক’ৰ প্রকাশক-

(a) ডব্লিউ ডব্লিউ এফ 

(b) ৰাষ্ট্ৰসংঘ

(c) বিশ্ব স্বাস্থ্য সংস্থা

(d) ছাৰ্ভাইভেল ছাৰ্ভিচ কমিছন অব্‌ ইণ্টাৰনেচল ইউনিয়ন

Ans: (d) ছাৰ্ভাইভেল ছাৰ্ভিচ কমিছন অব্‌ ইণ্টাৰনেচল ইউনিয়ন।

297. ডি ডি টি প্রয়োগ কৰিলে ইয়াৰ পৰিৱেশজনিত প্রভাৱ কিমান চনলৈ থাকে?

(a) 15 বছৰ 

(b) 5 বছৰ

(c) 1 বছৰ 

(d) নাথাকে

Ans: (a) 15 বছৰ।

298. পানীত কোনবিধ গেছৰ পৰিমাণ বেছি হ’লে শিশুৰ ‘মেথাএমেলোবিনেমিয়া নামৰ ৰোগ হয়?

(a) O₂    

(b) N

(c) CO₂  

(d) SO₂

Ans: (b) N

299. অসমৰ সৰ্বমুঠ জিলাৰ সংখ্যা কেইখন–

(a) 23 খন 

(b) 27 খন

(c) 28 খন 

(d) 26 খন 

Ans: (b) 27 খন।

300. অসমৰ মুঠ মহকুমাৰ সংখ্যা কিমান–

(a) 45 টা 

(b) 47 টা

(c) 49 টা  

(d) 55 টা।

Ans: (d) 55 টা।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top