Environmental Science MCQ Part – 2

Environmental Science MCQ Part – 2, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Environmental Science Objective Types Question Answer to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Environmental Science Multiple Choice Question Answer can be of great value to excel in the examination.

Environmental Science MCQ Part – 2

Join Telegram channel

Table of Contents

Environmental Science MCQ Part – 2 Notes cover all the exercise questions in UGC Syllabus. Environmental Science MCQ Part – 2 Solutions The provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

Environmental Science MCQ Part – 2

Objective Types Question Answer

101. মহাকাশ প্ৰদূষণৰ কাৰণ হল-

(a) বিমান

(b) কৃত্ৰিম উপগ্ৰহ

Ans: (b) কৃত্ৰিম উপগ্ৰহ।

102. বিশ্ব পৰিবেশৰ পৰিৱৰ্তন নিয়ন্ত্ৰণৰ উপায় হল –

(a) বৃক্ষ ৰোপণ 

(b) সৌৰশক্তিৰ ব্যৱহাৰ

(c) মানুহৰ জন্ম নিয়ন্ত্ৰণ  

(d) আটাইকেইটা 

Ans:  (d) আটাইকেইটা। 

103. বৰ্তমান পৃথিৱীৰ স্থলপৃষ্ঠৰ গড় উষ্ণতা–

(a) 10° ছেঃ 

(b) 15° ছে:

(c) 20°ছেঃ   

(d) 25°ছেঃ

Ans: (d) 25°ছেঃ।

104. বিশ্ব পৰিৱেশৰ পৰিৱৰ্তনে সবাতোকৈ কম প্ৰভাৱ পেলোৱা পৰিৱেশ তন্ত্ৰটো হল-

(a) মহাসাগৰ  

(b) মৰুভূমি

(c) পৰ্বত   

(d)  সমভূমিয় বনাঞ্চল

Ans: (a) মহাসাগৰ। 

105. পোন্ধৰশ শতিকাত ভাৰতৰ যিমান জনসংখ্যা আছিল, কুৰি শতিকাত ভাৰতৰ জনসংখ্যা তাৰ – 

(a) সমান   

(b) এগুণ

(c) দুগুণ    

(d) এটাও নহয়

Ans: (c) দুগুণ।

106. 1750 চনত পৃথিৱীৰ মুঠ জনসংখ্যা আছিল-

(a) 50 কোটি 

(b) 500 কোটি

(c) 72.8 কোটি 

(d) 9 কোটি

Ans: (c) 72.8 কোটি।

107. 1950 চনত পৃথিৱীৰ জনসংখ্যা হ’লগৈ 

(a) 100 কোটি 

(b) 150 কোটি

(c) 200 কোটি 

(d) 240 কোটি

Ans: (d) 240 কোটি।

108. 2000 চনৰ হিচাপ  মতে পৃথিৱীৰ জনসংখ্যা

(a) 500 কোটি 

(b) 600 কোটি

(c) 650 কোটি  

(d) 606.7 কোটি

Ans: (d) 606.7 কোটি।

109. পৃথিৱীৰ জনসংখ্যা বৃদ্ধিৰ মূল কাৰণ হ’ল –

(a) বিজ্ঞানআৰু  প্রযুক্তিৰ ফলত কৃষি আৰু স্বাস্থ্য সেৱাৰ উন্নতি

(b) সন্তান জন্ম দিয়াৰ প্ৰৱণতা বৃদ্ধি

(c) মানুহৰ প্ৰজনন ক্ষমতা বৃদ্ধি

(d) এটাও নহয়

Ans: (a) বিজ্ঞানআৰু  প্রযুক্তিৰ ফলত কৃষি আৰু স্বাস্থ্য সেৱাৰ উন্নতি।

110. এখন দেশৰ জনসংখ্যা বৃদ্ধি, দেশখনৰ উন্নতিৰ সূচক

(a) হয়   

(b) নহয়

(c) অপ্ৰাসংগিক  

(d) আপেক্ষিক

Ans: (d) আপেক্ষিক।

111. বায়ুমণ্ডলত কাৰ্বন-ডাই-অক্সাইড আৰু অক্সিজেনৰ সমতা স্থাপন কৰে 

(a) গছে   

(b) মানুহে 

(c) জন্তুৱে  

(d) চৰায়ে

Ans: (a) গছে।

112. বায়ুমণ্ডলত অক্সিজেন আৰু কাৰ্বন-ডাই-অক্সাইডৰ সমতা স্থাপন হৈছিল-

(a) 1 লাখ বছৰ আগতে

(b) 1 কোটি বছৰৰ আগতে

(c) 6 লাখ বছৰৰ আগতে

(d) 60 কোটি বছৰৰ আগতে

Ans: (d) 60 কোটি বছৰৰ আগতে।

113. 60 কোটি বছৰৰ আগতে পৃথিৱীৰ বায়ুমণ্ডলত ভাৰসাম্য স্থাপন হোৱা অক্সিজেন আৰু কাৰ্বন- ডাই-অক্সাইডৰ ভাৰসাম্য বিনষ্ট হল –

(a) মধ্যযুগত

(b) আদিম যুগত

(c) আধুনিক যুগত

(d) ভাৰসাম্য বিঘ্নিত হোৱা নাই 

Ans: (c) আধুনিক যুগত।

114. উদ্যোগ বিপ্লৱৰ আৰম্ভণি কাল– 

(a) 1200 চন

(b) 1500 চন

(c) 1660 চন  

(d) 1860 চন

Ans:(d) 1860 চন।

115. 1900 চনৰ পৰা  2000 চনৰ ভিতৰত পৃথিৱীৰ উষ্ণতা বৃদ্ধি হব হৈছে-

(a) 0.25° চেলছিয়াছ 

(b) 1° চেলছিয়াছ

Ans: (b) 1° চেলছিয়াছ।

116. মানুহ পৃথিৱীৰ পৰা বিলুপ্ত হ’বলৈ বিশ্বৰ উষ্ণতা বৃদ্ধি হ’ব লাগিব-

(a) 100° চেলছিয়াছ 

(b) 5° চেলছিয়াছ

(c) 10° চেলছিয়াছ 

(d) 50° চেলছিয়াছ

Ans: (b) 5° চেলছিয়াছ।

117. পৃথিৱীৰ উষ্ণতা বৃদ্ধিৰ কাৰণ– 

(a) বহনক্ষম উন্নয়ন 

(b) অবহনক্ষম উন্নয়ন

(c) অনুন্নয়ন  

(d) এটাও নহয়

Ans: (b) অবহনক্ষম উন্নয়ন।

118. বহনক্ষম উন্নয়ন মানে– 

(a) প্রদূষণ সহন কৰিবপৰা ক্ষমতা বৃদ্ধি কৰা

(b) ব্যাপক হাৰত উন্নয়ন

(c) পৰিৱেশৰ ক্ষতি নকৰাকৈ কৰা উন্নয়ন

(d) এটাও নহয় ৷ 

Ans: (c) পৰিৱেশৰ ক্ষতি নকৰাকৈ কৰা উন্নয়ন।

119. জৈৱ কৃষিৰে বহনক্ষম উন্নয়ন আনিব–

(a) পাৰি   

(b) নোৱাৰি

Ans: (a) পাৰি।  

120. বহনক্ষম উন্নয়নৰ উপায়– 

(a) জনসংখ্যা নিয়ন্ত্ৰণ 

(b) চিকিৎসা সেৱাৰ উন্নতি

(c) অধিক শস্য উৎপাদন 

(d) এটাও নহয়

Ans: (a) জনসংখ্যা নিয়ন্ত্ৰণ।

121. বিশ্বৰ প্ৰথমখন পৰিবেশ সন্মিলন অনুষ্ঠিত হৈছিল-

(a) 1950 চনত 

(b) 1970 চনত

(c) 1972 চনত 

(d) 1990 চনত

Ans: (d) 1990 চনত।

122. বিশ্ব পৰিবেশ দিৱস পালন কৰা হয়–

(a) 1 জুনত  

(b) 2 জুনত

(c) 4 জুনত  

(d) 5 জুনত

Ans: (d) 5 জুনত।

123. পৰিৱেশ সংৰক্ষণৰ বাবে সৰ্বপ্ৰথমে সাংবিধানিক ব্যৱস্থা গ্ৰহণ কৰা দেশখন হ’ল-

(a) ভাৰত  

(b) আমেৰিকা

(c) ৰাছিয়া 

(d) চীন

Ans: (a) ভাৰত।

124. কোন চনত ভাৰতৰ সংবিধানত পৰিৱেশ সংৰক্ষণমূলক ধাৰা সন্নিবিষ্ট কৰা হৈছিল-

(a) 1976  

(b) 1986

(c) 1996  

(d) 2006

Ans: (a) 1976

125. ভাৰতীয় সংবিধানত সন্নিবিষ্ট  কৰা পৰিৱেশ সংৰক্ষণমূলক ধাৰা দুটা হল-

(a) 48-এ আৰু 51-এ (জি)

(b) 48 বি

Ans: (a) 48-এ আৰু 51-এ (জি)

126. ভাৰতে বন্য জীৱ সংৰক্ষণ আইন গ্রহণ কৰে-

(a) 1960 চনত  

(b) 1972 চনত

(c) 1982 চনত   

(d) 1990 চনত

Ans:  (b) 1972 চনত।

127. ভাৰতে বন সংৰক্ষণ আইন প্রণয়ন কৰা চনটো হল-

(a) 1950 চনত 

(b) 1960 চনত

(c) 1970 চনত 

(d) 1980 চনত

Ans: (d) 1980 চনত।

128. ভাৰতে কিমান চনত প্ৰথমবাৰৰ বাবে জল প্ৰদূষণ প্ৰতিৰোধ আইন গ্ৰহণ কৰে? 

(a) 1974 চনত  

(b) 1975 চনত

(c) 1916 চনত  

(d) 1980 চনত 

Ans: (a) 1974 চনত।

129. ভাৰতে কিমান চনত প্ৰথমবাৰৰ বাবে বায়ু প্ৰদূষণ নিয়ন্ত্ৰণ আইন প্ৰণয়ন কৰে—

(a) 1987 চনত 

(b) 1985 চনত

(C) 1980 চনত  

(d) 1990 চনত

Ans:(c)1980 চনত।

130. ভাৰতে বিপজ্জনক আৱৰ্জনা পৰিত্যাগ আইন গ্ৰহণ কৰিছেনে –

(a) কৰিছে  

(b) কৰা নাই 

Ans: (a) কৰিছে।

131. বহনক্ষম উন্নয়নৰ লগত আইন আৰু মানৱ অধিকাৰ জড়িত 

(a) হয়  

(b) নহয় 

Ans: (a) হয়।

132. কোন চনত ৰাষ্ট্ৰসংঘই মানৱ অধিকাৰ সম্পৰ্কীয় ঘোষণা গ্ৰহণ কৰে?

(a) 1940 চনত  

(b) 1945 চনত

(c) 1946 চনত 

(d) 1948 চনত

Ans: (d) 1948 চনত।

133. কোন তাৰিখে বিশ্ব মানৱ অধিকাৰ দিৱস হিচাপে পালন কৰা হয়?

(a) 10 জানুৱাৰী 

(b) 10 ফেব্ৰুৱাৰী

(c) 10 ডিচেম্বৰ 

(d) 10 অক্টোবৰ

Ans: (c) 10 ডিচেম্বৰ।

134. ‘ভিয়েনা ঘোষনা লোৱা হৈছিল?

(a) পৰিবেশৰ ওপৰত

(b) মানৱ অধিকাৰৰ ওপৰত

(c) পৰিৱেশ আৰু মানৱ অধিকাৰ সম্পর্কৰ আধাৰত

(d) এটাও নহয় 

Ans: (c) পৰিৱেশ আৰু মানৱ অধিকাৰ সম্পর্কৰ আধাৰত

135. ‘ভিয়েনা ঘোষণা’ কিমান চনত ঘোষিত হয়—

(a) 1990 চনত 

(b) 1993 চনত

(c) 1940 চনত 

(d) 1945 চনত

Ans: (b) 1993 চনত।

136. উন্নত দেশসমূহত পৃথিৱীৰ মুঠ জনসংখ্যা কিমান শতাংশ বাস কৰে?

(a) 50% 

(b) 60%

(c) 40% 

(d) 20%

Ans: (d) 20%

137. পৃথিৱীৰ 20% জনসংখ্যাই বাস কৰা উন্নত দেশে প্ৰাকৃতিক সম্পদৰ-

(a ½ অংশ

(b) ½ অংশ

(c) ½ অংশ

(d) ½ অংশৰো অধিক ব্যৱহাৰ কৰে

Ans: (d) ½ অংশৰো অধিক ব্যৱহাৰ কৰে।

138. পৃথিৱীৰ বহনক্ষম উন্নয়ন চলাই যোৱা দেশবোৰ–

(a) উন্নত দেশ

(b) উন্নয়নশীল দেশ 

Ans: (a) উন্নত দেশ।

139. মানৱ অধিকাৰ আৰু পৰিবেশ সম্পৰ্কীয় জেনেভা ঘোষনা কিমান চনত ঘোষিত হৈছিল? 

(a) 1992 চনত 

(b) 1994 চনত

(c) 2000 চনত 

(d) 2001 চনত

Ans: (b) 1994 চনত।

140. কোনটো শুদ্ধ-

(a) মানুহ প্ৰকৃতিৰ দান

(b) প্রকৃতি মানুহৰ দান 

Ans: (a) মানুহ প্ৰকৃতিৰ দান।

141. বহনক্ষম উন্নয়নৰ শিক্ষা—

(a) কেৱল বিজ্ঞানে দিব পাৰে

(b) কেৱল দৰ্শনে দিব পাৰে

(c) বিজ্ঞান আৰু দৰ্শন উভয়ে নোৱাৰে

(d) বিজ্ঞান আৰু দৰ্শনৰ সম্বন্ধয়ে দিব পাৰে

Ans: (d) বিজ্ঞান আৰু দৰ্শনৰ সম্বন্ধয়ে দিব পাৰে

142. বহনক্ষম উন্নয়ন লাভ কৰিবলৈ হলে –

(a) সকলোবোৰ উদ্যোগ বন্ধ কৰিব লাগিব

(b) যান-বাহন বন্ধ কৰিব লাগিব

(c) পৰিৱেশৰ ক্ষতি নকৰাকৈ উদ্যোগআৰু যান-বাহন চলাব লাগিব 

Ans: (c) পৰিৱেশৰ ক্ষতি নকৰাকৈ উদ্যোগআৰু 

যান-বাহন চলাব লাগিব। 

143. এইডছ ৰোগ প্ৰদূষণৰ পৰিণাম—

(a) হয়  

(b) নহয় 

Ans: (b) নহয়। 

144. মানুহে কেৱল নিজৰ কল্যাণ সাধি অন্য জীৱৰ কল্যাণৰ প্ৰতি উদাসীন হৈ কৰা কাৰ্যকলাপৰ ফলত–

(a) মানুহৰ উন্নতি হৈছে

(b) মানুহৰ অধোন্নতি হৈছে

(c) ভৱিষ্যত প্ৰজন্মলৈ বিপদ আহিছে

Ans: (c) ভৱিষ্যত প্ৰজন্মলৈ বিপদ আহিছে।

145. বৃহৎ নদীবান্ধ বহনক্ষম উন্নয়নৰ উদাহৰণ-

(a) হয়  

(b) নহয়

Ans: (b) নহয়।

146. গছ-গছনি আৰু জীৱ জন্তুক পূজা কৰাটো 

(a) অন্ধবিশ্বাস 

(b) পৰিৱেশ সংৰক্ষণমূলক দৰ্শন 

Ans: (b) পৰিৱেশ সংৰক্ষণমূলক দৰ্শন। 

147. গৰু বিহুৰ দৰে সংস্কৃতিয়ে পৰিবেশ সংৰক্ষণত অৰিহণা যোগায়নে?

(a) যোগায়  

(b) নোযোগায়

Ans: (a) যোগায়।

148. ‘গছ-বিহু’ উদ্যাপনেৰে পৰিৱেশ সংৰক্ষণমূলক সংস্কৃতি বিকাশ কৰিবলৈ প্ৰচেষ্টা চলোৱা সংগঠনটো হ’ল–

(a) অসম সাহিত্য সভা

(b) আছু

(c) এ জে ৱাই চি পি

(d) অৰণ্য সুৰক্ষা সমিতি, অসম 

Ans: (d) অৰণ্য সুৰক্ষা সমিতি, অসম। 

149. বহনক্ষম উন্নয়নৰ বাবে জনসচেতনতামূলক শিক্ষা-সংস্কৃতিৰ আৱশ্যক

(a) আছে 

(b) নাই 

Ans: (a) আছে।

150. বনাঞ্চল ধ্বংস কৰি অনা উন্নয়নে বহনক্ষম উন্নয়ন আনিব-

(a) নোৱাৰে   

(b) পাৰে  

Ans: (a) নোৱাৰে।

151. ‘বনানিকৰণৰ সৈতে উন্নয়নৰ সম্পর্ক নাই’–

(a) সঁচা ‘ 

(b) মিছা

Ans: (b) মিছা।

152. ‘বোম্বাই নেচাৰেল ইষ্টৰি ছ’চাইটি কিমান চনত গঠন কৰা হৈছিল?

(a) 1980 চনত 

(b) 1981 চনত

(c) 1982 চনত 

(d) 1983 চনত 

Ans: (d) 1983 চনত। 

153. বহনক্ষমতাৰ প্রতি লক্ষ্য নকৰি চলাই যোৱা উন্নয়নৰ ফলতে-

(a) গুৱাহাটীত কৃত্ৰিম বানপানী হয়

(b) যানজঁট হয়

(c) ভূমিস্খলন হয়

(d) আটাইকেইটা হয়

Ans: (d) আটাইকেইটা হয়।

154. বৃক্ষৰোপণ এক—

(a) ধৰ্মীয় কাম

(b) পৰিৱেশ সংৰক্ষণৰ কাম

(c) প্ৰকৃতিপ্রেম

(d) আটাইকেইটা

Ans: (d) আটাইকেইটা।

155. গীন হাউছ’ কিহেৰে সজা হয়?

(a) সেউজীয়া কাচেৰে

(b) সেউজীয়া গছ-গছনিৰে

(c) বেৰত সেউজীয়া ৰং দি

(d) সেউজীয়া ৰঙৰ গেছেৰে

Ans: (a) সেউজীয়া কাচেৰে।

156. গ্ৰীন হাউছ গেছ’ মানে–

(a) সেউজীয়া ৰঙৰ গেছ

(b) সেউজীয়া ৰঙৰ ঘৰৰ ভিতৰৰ গেছ

(c) বায়ুমণ্ডলৰ উষ্ণতা বৃদ্ধি কৰা গেছ।

(d) এবিধো নহয়

Ans: (c) বায়ুমণ্ডলৰ উষ্ণতা বৃদ্ধি কৰা গেছ।

157. গ্ৰীণ হাউছ এফেক্ট’ মানে–

(a) সেউজীয়া ঘৰৰ পৰা ওলোৱা পোহৰ

(b) সেউজীয়া ঘৰৰ ভিতৰৰ তাপ

(c) কোনো পৰিৱেশত তাপ ওলাহ যাব নোৱাৰা এক  অৱস্থা।

(d) সেউজীয়া গেছৰ গোন্ধ

Ans: (c) কোনো পৰিৱেশত তাপ ওলাহ যাব নোৱাৰা এক  অৱস্থা।

158. গ্ৰীন হাউছ গেছ পৰিৱেশত ক’ৰ পৰা উৎপন্ন হয়?

(a) প্ৰাকৃতিকভাৱে

(b) যান-বাহনৰ পৰা

(c) কল-কাৰখানাৰ পৰা

(d) এই আটাইকেইবিধৰ পৰা

Ans: (d) এই আটাইকেইবিধৰ পৰা।

159. গছ-গছনি ৰুই আমি কোনবিধ গ্ৰীণ হাউছ গেছ নিয়ন্ত্ৰণ কৰিব পাৰো-

(a) CFC. 

(b) CO₂

(c) CH₄  

(d) NO₂

Ans: (d) NO₂

160. অক্সিজেন গ্ৰীণ হাউছ গেছ হয়নে?

(a) হয়

(b) নহয়

Ans: (b) নহয়।

161. অ’জন গ্ৰীণ হাউছ গেছ হয়নে-

(a) হয়  

(b) নহয়

Ans: (b) নহয়।

162. চি-এফ-চি গেছৰ সম্পূৰ্ণ নাম-

(a) ক্ল’ৰ’ফ্লৰ কাৰ্বন  

(b) কাৰ্বন ফ্লৰ কাৰ্বন

(c) ক্লৰিন-ফ্লৰিন-কাৰ্বন  

(d) এটাও নহয়

Ans: (a) ক্ল’ৰ’ফ্লৰ কাৰ্বন।

163. ক্লৰ’ফ্লৰ কাৰ্বন কৰ পৰা নিৰ্গত হয়।

(a) যান-বাহনৰ পৰা

(b) কল-কাৰখানাৰ পৰা

(c) শীতাতপ নিয়ন্ত্ৰণ কৰা যন্তুৰ পৰা

(d) তৃণভোজীৰ মুখৰ পৰা 

Ans: (c) শীতাতপ নিয়ন্ত্ৰণ কৰা যন্তুৰ পৰা

164. চি-এফ-চি বৃক্ষৰোপণৰ দ্বাৰা নিয়ন্ত্রিত কৰিব পাৰিনে?

(a) পাৰি 

(b) নোৱাৰি

Ans: (b) নোৱাৰি।

165. মিথেন গেছ ক’ৰ পৰা নিৰ্গত হয়?

(a) যান-বাহনৰ পৰা 

(b) কল-কাৰখানাৰ পৰা

(c) তৃণভোজীৰ মুখৰ পৰা। 

(d) এটাও নহয়।

Ans: (c) তৃণভোজীৰ মুখৰ পৰা।

166. ভূ-পৃষ্ঠৰ উষ্ণতা বৃদ্ধিত ক্ল’ৰ’ফ্লৰ’ কাৰ্বনে কিমান শতাংশ ভাগ লয়? 

(a) 10% 

(b) 20%

(c) 24%  

(d) 28% 

Ans: (c) 24%

167. বায়ুমণ্ডলত ক্ল’ৰ’ফ্লুৰ’ কাৰ্বনৰ পৰিমাণ?

(a) 0.00225 পি পি এম

(b) 0.25 পি পি এম

(c) 100 পি পিএম 

(d) 0.24 পি পি এম 

Ans: (a) 0.00225 পি পি এম।

168. সেউজ গৃহ গেছবোৰে কি ৰশ্মি শোষণ কৰে?

(a) অতি বেঙুনীয়া ৰশ্মি 

(b) অৱলোহিত ৰশ্মি

(c) আলফা ৰশ্মি 

(d) বিটা ৰশ্মি 

Ans: (b) অৱলোহিত ৰশ্মি।

169. সেউজ গৃহ প্রভাৱত কাৰ্বন-ডাই-অক্সাইডৰ অৱদান

(a) সবাতোকৈ বেছি 

(b) সবাতোকৈ কম

Ans: (a) সবাতোকৈ বেছি।

170. কোনবিধ গ্ৰীন হাউছ গেছে অ’জন স্তৰৰ ক্ষতি কৰে?

(a) চি-এফ-চি 

(b) মিথেন

(c) কাৰ্বন-ডাই-অক্সাইড 

(d) নাইট্ৰাছ অক্সাইড

Ans: (a) চি-এফ-চি।

171. বায়ুমণ্ডলত গ্ৰীন হাউছ গেছ বৃদ্ধিৰ কাৰণ মূলতঃ

(a) প্ৰাকৃতিক দুৰ্যোগ

(b) জীৱ-জন্তুৰ কাৰ্যকলাপ

(c) মানুহৰ কাৰ্যকলাপ

(d) প্রকৃতি 

Ans: (c) মানুহৰ কাৰ্যকলাপ।

172. কোনবিলাক দেশত সৰ্বাধিক গ্ৰীন হাউছ গেছ উৎপন্ন হয়?

(a) উন্নত দেশ 

(b) অনুন্নত দেশ

Ans: (a) উন্নত দেশ।

173. গ্ৰীন হাউছ গেছ বায়ুমণ্ডলত সমূলি নাইকিয়া হলে-

(a) জীৱ জগতৰ ক্ষতি হ’ব 

(b) জীৱ জগতৰ কোনো ক্ষতি নহয় 

Ans: (a) জীৱ জগতৰ ক্ষতি হ’ব।

174. প্রাকৃতিক ভাৰসাম্য ৰক্ষা কৰিবলৈ হ’লে-

(a) গ্ৰীন হাউছ গেছ সমূলি নাইকিয়া কৰিব লাগিব

(b) নিয়ন্ত্ৰণ কৰিব লাগিব

(c) বৃদ্ধি কৰিব লাগিব

(d) একো কৰিব নালাগে

Ans: (b) নিয়ন্ত্ৰণ কৰিব লাগিব।

175. প্রতি বছৰে বায়ুমণ্ডলত বৃদ্ধি পোৱা কাৰ্বন- ডাই-অক্সাইডৰ পৰিমাণ গড়ে-

(a) 1.5 পি পি এম 

(b) 2 পি পি এম

(c) 3 পি পি এম  

(d) 4 পি পি এম

Ans: (a) 1.5 পি পি এম।

176. বায়ুমণ্ডলৰ উষ্ণতা বৃদ্ধিত মিথেন গেছৰ শতকৰা অৱদান—

(a) 18% 

(b) 20% 

(c) 30% 

(d) 40%

Ans: (a) 18%

177. বায়ুমণ্ডলত কাৰ্বন ডাই-অক্সাইডৰ ঘনত্ব– 

(a) 0.4% 

(b) 0.33%

(c) 0.033% 

(d) 0.04%

Ans: (c) 0.033%

178. বায়ুমণ্ডলত মিথেন গেছৰ ঘনত্ব—

(a) 1.5 পি পি এম

(b) 1.675 পি পি এম 

Ans: (b) 1.675 পি পি এম। 

179. বায়ুমণ্ডলত বছৰি মিথেন গেছ বঢ়াৰ পৰিমাণ

(a) 5%    

(b) 2%

(c) 3%    

(d) 1% 

Ans: (d) 1% 

180. বায়ুমণ্ডলৰ উষ্ণতা বৃদ্ধিত ক্লৰ’ফ্লৰ’ কাৰ্বনৰ অৱদান- 

(a) 24%  

(b) 25%

(c) 20% 

(d) 10%

Ans: (a) 24%

181. বায়ুমণ্ডলত ক্লৰ’ফ্লৰ’ কাৰ্বনৰ ঘনত্ব-

(a) 0.0025 পি পি এম 

(b) 0.00225 পি পি এম

(c) 0.2 পি পি এম

Ans: (b) 0.00225 পি পি এম।

182. ক্লৰ’ফ্লৰ’ কাৰ্বনে কাৰ্বন-ডাই-অক্সাইডৰ তুলনাত কিমান গুণ বেছি উষ্ণতা বৃদ্ধি কৰিব পাৰে-

(a) 2 গুণ  

(b) 4 গুণ

(c) 10 গুণ  

(d) 1500 গুণ

Ans: (d) 1500 গুণ।

183. কোনবিধ সেউজ গৃহ গেছে অ’জ’ন স্তৰৰ ক্ষতি কৰে?

(a) কাৰ্বন-ডাই-অক্সাইড  

(b) মিথেন

(c) ক্লৰ’ফ্লৰ’ কাৰ্বন

Ans: (c) ক্লৰ’ফ্লৰ’ কাৰ্বন।

184. উষ্ণতা বৃদ্ধিত নাইট্ৰাছ অক্সাইডৰ বৰঙণি-

(a) 5% 

(b) 6%

(c) 10% 

(d) 11%

Ans: (b) 6%

185. বায়ুমণ্ডলত নাইট্ৰাছ অক্সাইডৰ পৰিমাণ-

(a) 0.3 পি পি এম  

(b) 0.4 পি পি এম

(c) 0.6 পি পি এম

Ans: (a) 0.3 পি পি এম।

186. বছৰি বায়ুমণ্ডলত বৃদ্ধি পোৱা নাইট্ৰাছ অক্সাইডৰ পৰিমাণ-

(a) 0.1%   

(b) 1%

(C) 0.2%   

(d) 2%  

Ans: (C) 0.2%

187. জীৱ-জন্তুৰ মাংস পচনৰ পৰা উৎপন্ন হোৱা সেউজ গৃহ গেছবিধ হ’ল—

(a) মিথেন 

(b) কাৰ্বন ডাই-অক্সাইড

(c) ক্ল’ৰ’ফ্লুৰ’ কাৰ্বন 

(d) নাইট্ৰাছ অক্সাইড

Ans: (d) নাইট্ৰাছ অক্সাইড।

188. জলীয় বাষ্প সেউজ গৃহ অন্তৰ্ভুক্ত হয় নে নহয়?

(a) হয়  

(b) নহয় 

Ans: (a) হয়।

189. পৃথিৱীৰ গড় তাপমাত্ৰা বৃদ্ধিত কাৰ্বন-ডাই-অক্সাইডৰ অৱদান–

(a) 40% 

(b) 49%

(c) 60% 

(d) 100% 

Ans: b) 49%

190. নাইট্ৰ’জেন সাৰৰ ব্যৱহাৰৰ বাবে উৎপন্ন হোৱা সেউজ গৃহ গেছ বিধ–

(a) নাইট্ৰাছ অক্সাইড 

(b) মিথেন

(c) কাৰ্বন-ডাই-অক্সাইড 

Ans:(a) নাইট্ৰাছ অক্সাইড।

191. পৃথিৱীৰ উষ্ণতা বৃদ্ধিত সৰ্বাধিক অৰিহণা আগবঢ়োৱা দেশখন–

(a) ভাৰত 

(b) ৰাছিয়া

(c) চীন 

(d) আমেৰিকা

Ans: (d) আমেৰিকা।

192. বিশ্বৰ উষ্ণতা বৃদ্ধিত আমেৰিকাৰ অৱদান-

(a) 10%   

(b) 15%

(C) 16%     

(d) 21% 

Ans: (d) 21% 

193. বিশ্বৰ উষ্ণতা বৃদ্ধিত ভাৰতৰ অৱদান-

(a) 10%  

(b) 5%

(c) 7%   

(d) 1%

Ans: (c) 7%

194. বিশ্বৰ উষ্ণতা বৃদ্ধিত চীনৰ অৱদান-

(a) 2%  

(b) 5%

(c) 7% 

(d) 1% 

Ans :(c) 7%

195. বিশ্বৰ উষ্ণতা বৃদ্ধিত ইউৰোপৰ অৱদান-

(a) 5%  

(b) 20% 

(c) 14% 

(d) 30%

Ans: (c) 14%

196. জৈৱ সাৰ প্ৰয়োগ কৰি সেউজ গৃহ গেছৰ উৎপাদন 

(a) কমাব পাৰি  

(b) বঢ়াব পাৰি

Ans: (a) কমাব পাৰি।

197. বনানিকৰণে সেউজ গৃহ গেছৰ পৰিমাণ-

(a) বৃদ্ধি কৰে  

(b) হ্ৰাস কৰে

Ans : (b) হ্ৰাস কৰে।

198. সৌৰ শক্তিৰ প্ৰয়োগ কৰি –

(a) সেউজ গৃহ গেছ নিয়ন্ত্ৰণ কৰিব পাৰি

(b) সেউজ গৃহ গেছ নিয়ন্ত্ৰণ কৰিব নোৱাৰি

Ans :(b) সেউজ গৃহ গেছ নিয়ন্ত্ৰণ কৰিব নোৱাৰি।

199. সেউজ গৃহ গেছ বৃদ্ধিয়ে কৃষিৰ উৎপাদন বৃদ্ধিত সহায়-

(a) কৰে  

(b) নকৰে

Ans :(b) নকৰে।

200. সেউজ গৃহ গেছৰ বৃদ্ধিয়ে বেমাৰ আজাৰ –

(a) হ্ৰাস হয়  

(b) বৃদ্ধি কৰে।

Ans: (b) বৃদ্ধি কৰে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top