adplus-dvertising

Class 12 Swadesh Adhyayan MCQ Chapter 8 প্রাক্‌-ব্ৰিটিছ যুগৰ অসমৰ শিল্প-উদ্যোগ

Class 12 Swadesh Adhyayan MCQ Chapter 8 প্রাক্‌-ব্ৰিটিছ যুগৰ অসমৰ শিল্প-উদ্যোগ Question Answer Assamese Medium to each chapter is provided in the list so that you can easily browse through different chapters Class 12 Swadesh Adhyayan MCQ Chapter 8 প্রাক্‌-ব্ৰিটিছ যুগৰ অসমৰ শিল্প-উদ্যোগ and select need one. AHSEC Class 12 Swadesh Adhyayan Objective Type Question Answer As Per AHSEC New Book Syllabus Download PDF. AHSEC Swadesh Adhyayan MCQ Class 12.

Class 12 Swadesh Adhyayan MCQ Chapter 8 প্রাক্‌-ব্ৰিটিছ যুগৰ অসমৰ শিল্প-উদ্যোগ

Join Telegram channel

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 12 Swadesh Adhyayan Multiple Choice Solutions are part of All Subject Solutions. Here we have given AHSEC Class 12 Swadesh Adhyayan MCQ for All Chapters, You can practice these here.

Chapter: 8

দ্বিতীয় ভাগঃ বুৰঞ্জী

১। মহাকাব্য ৰামায়ণত অসমক কি বুলি কৈছে?

(ক) মাটিৰ পাত্ৰৰ দেশ।

(খ) তাঁতৰ দেশ।

(গ) মুগাৰ দেশ।

(ঘ) পলু পোহাৰ দেশ।

উত্তৰঃ (ঘ) পলু পোহাৰ দেশ।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

২। হর্ষবন্ধনলৈ বন্ধু হিচাপে পঠোৱা উপহাৰসমূহৰ ভিতৰত কি আছিল?

(ক) মাটিৰ ভাঁড়।

(খ) সোণৰ আভৰণ।

(গ) হাতী।

(ঘ) পাট কাপোৰ।

উত্তৰঃ (ঘ) পাট কাপোৰ।

৩। ইংৰাজ ভ্ৰমণকাৰী ৰাল্ ফ ফিট্ চে কোন ৰাজ্যত পাট উৎপাদনৰ কথা উল্লেখ কৰিছিল?

(ক) আহোম ৰাজ্য।

(খ) মণিপুৰ ৰাজ্য।

(গ) কোচ ৰাজ্য।

(ঘ) কামৰূপ ৰাজ্য।

উত্তৰঃ (গ) কোচ ৰাজ্য।

৪। কপাহৰ গুটি গুচাবলৈ কি ব্যৱহাৰ কৰা হৈছিল?

(ক) খন্তি।

(খ) নেওঠনী।

(গ) ঢেঁকী।

(ঘ) বলচাকু।

উত্তৰঃ (খ) নেওঠনী।

৫। সূতা কাটি কাপোৰ বনাবলৈ ক’ত ব্যৱহাৰ কৰা হৈছিল?

(ক) গাঁও সভাত।

(খ) ঘৰৰ আঁতৰত।

(গ) তাঁতশালত।

(ঘ) ৰাজদৰবাৰত।

উত্তৰঃ (গ) তাঁতশালত।

৬। অসমীয়া তাঁতশালখনত ব্যৱহৃত সঁজুলিসমূহৰ ভিতৰত কোনটো নহয়?

(ক) টোলোঠা।

(খ) দোপতি।

(গ) দৰজী।

(ঘ) মহুৰা।

উত্তৰঃ (গ) দৰজী।

৭। বুৰঞ্জীত কোন ৰাণীৰ নেতৃত্বত ছোৱালীহঁতক বোৱা-কটা শিকোৱাৰ কথা পোৱা যায়?

(ক) ৰাণী লক্ষ্মীমণি।

(খ) ফুলেশ্বৰী কুঁৱৰী আৰু সর্বেশ্বৰী কুঁৱৰী।

(গ) বৰগোহাঞি কুঁৱৰী।

(ঘ) শ্ৰীহৰী কুঁৱৰী।

উত্তৰঃ (খ) ফুলেশ্বৰী কুঁৱৰী আৰু সর্বেশ্বৰী কুঁৱৰী।

৮। বোৱা-কটা নজনা ছোৱালীক কি নামেৰে সমাজে মাতিছিল?

(ক) হাঁহিছা।

(খ) থুপৰী।

(গ) বৰ্তকীয়া।

(ঘ) অশিক্ষিতা।

উত্তৰঃ (খ) থুপৰী।

৯। বোৱা-কটা কাম কৰি জীৱিকা নিৰ্বাহ কৰা বৃত্তিজীৱী দলক কি বুলি কোৱা হৈছিল?

(ক) তাঁতী আৰু জোলা।

(খ) বুনকাৰ আৰু বৰগোহাঞি।

(গ) শিপিনী আৰু কমাৰ।

(ঘ) বুনকাৰ আৰু বৈদ।

উত্তৰঃ (ক) তাঁতী আৰু জোলা।

১০। ‘কৱচ কাপোৰ’ বোৱাৰ ঐতিহাসিক ঘটনাটো কোন ৰমণীৰ সৈতে জড়িত?

(ক) পমিলা কুঁৱৰী।

(খ) মূলা গাভৰু।

(গ) উজনী ৰাণী।

(ঘ) লক্ষ্মীমণি দেৱী।

উত্তৰঃ (খ) মূলা গাভৰু।

১১। পালি বুলি কাক কোৱা হৈছিল?

(ক) সোণ খনন কৰা দলটোক।

(খ) বাহৰ পাতি থকা ঠাইটো।

(গ) নদীৰ কাষৰ বালি।

(ঘ) সোণ চেঁকনাৰ পদ্ধতি।

উত্তৰঃ (ক) সোণ খনন কৰা দলটোক।

১২। সোণ কমাবলৈ বালি খনন কৰাৰ সময়ত কি ব্যৱহাৰ কৰা হৈছিল?

(ক) কাঠৰ হাতুৰ।

(খ) বাঁহৰ জোঙা।

(গ) কলহ।

(ঘ) শামুকৰ খোলা।

উত্তৰঃ (খ) বাঁহৰ জোঙা।

১৩। সোণ ধোৱাত ব্যৱহাৰ হোৱা কাঠৰ বাটি সদৃশ বস্তুটোক কি কোৱা হয়?

(ক) লেহেতী।

(খ) পাচি।

(গ) বান।

(ঘ) দুৰুণী।

উত্তৰঃ (ঘ) দুৰুণী।

১৪। সোণৰ গুড়ি চেপি ধৰিবলৈ কি পাত ব্যৱহাৰ কৰা হয়?

(ক) কলপাত।

(খ) কৌপাত।

(গ) বটপাত।

(ঘ) নিমপাত।

উত্তৰঃ (খ) কৌপাত।

১৫। পাৰদ উধাও কৰাৰ পিছত সোণ ক’ত থাকে?

(ক) বালিৰ মাজত।

(খ) দুৰুণীৰ মুখত।

(গ) শামুকৰ খোলাৰ তলত।

(ঘ) বানৰ কাষত।

উত্তৰঃ (গ) শামুকৰ খোলাৰ তলত।

Leave a Comment

Your email address will not be published. Required fields are marked *

error: Content is protected !!
Scroll to Top