Class 12 Swadesh Adhyayan MCQ Chapter 7 অসমৰ জনসংখ্যা বিস্ফোৰণ আৰু বিদেশী নাগৰিক প্ৰসঙ্গ Question Answer Assamese Medium to each chapter is provided in the list so that you can easily browse through different chapters Class 12 Swadesh Adhyayan MCQ Chapter 7 অসমৰ জনসংখ্যা বিস্ফোৰণ আৰু বিদেশী নাগৰিক প্ৰসঙ্গ and select need one. AHSEC Class 12 Swadesh Adhyayan Objective Type Question Answer As Per AHSEC New Book Syllabus Download PDF. AHSEC Swadesh Adhyayan MCQ Class 12.
Class 12 Swadesh Adhyayan MCQ Chapter 7 অসমৰ জনসংখ্যা বিস্ফোৰণ আৰু বিদেশী নাগৰিক প্ৰসঙ্গ
Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 12 Swadesh Adhyayan Multiple Choice Solutions are part of All Subject Solutions. Here we have given AHSEC Class 12 Swadesh Adhyayan MCQ for All Chapters, You can practice these here.
অসমৰ জনসংখ্যা বিস্ফোৰণ আৰু বিদেশী নাগৰিক প্ৰসঙ্গ
Chapter: 7
দ্বিতীয় ভাগঃ বুৰঞ্জী |
১। জনপ্ৰব্ৰজনৰ লগত নিম্নলিখিত কোনটো অধিক ঘনিষ্ঠভাৱে জড়িত?
(ক) ৰাজনৈতিক স্থিতিশীলতা।
(খ) সভ্যতাৰ বিকাশ।
(গ) বৈজ্ঞানিক উন্নতি।
(ঘ) খেলা-ধূলা।
উত্তৰঃ (খ) সভ্যতাৰ বিকাশ।
২। এখন দেশৰ ভিতৰত অঞ্চলভেদে হোৱা জনপ্ৰব্ৰজনক কি বুলি কোৱা হয়?
(ক) আন্তঃৰাষ্ট্ৰীয় প্ৰব্ৰজন।
(খ) বৈধ প্ৰব্ৰজন।
(গ) আন্তঃৰাজ্যিক প্ৰব্ৰজন।
(ঘ) চোৰাং প্ৰব্ৰজন।
উত্তৰঃ (গ) আন্তঃৰাজ্যিক প্ৰব্ৰজন।
৩। ১৯৪৭ চনৰ আগতে পূৰ্ববঙ্গ বা নেপালৰ পৰা আহাসকলক কি বুলি কোৱা হয়?
(ক) বিদেশী অনুপ্ৰৱেশকাৰী।
(খ) শৰণার্থী।
(গ) বৈধ নাগৰিক।
(ঘ) প্ৰব্ৰজনকাৰী।
উত্তৰঃ (ঘ) প্ৰব্ৰজনকাৰী।
৪। যিসকল লোক প্ৰয়োজনীয় নথি নোহোৱাকৈ চোৰাং পন্থাত আন দেশত প্ৰৱেশ কৰে, তেওঁলোকক কি বুলি কোৱা হয়?
(ক) বৈধ নাগৰিক।
(খ) অনুপ্ৰৱেশকাৰী।
(গ) ৰাজনৈতিক শ্ৰেণী।
(ঘ) অভিবাসী সেনা।
উত্তৰঃ (খ) অনুপ্ৰৱেশকাৰী।
৫। ইংৰাজ চৰকাৰে প্ৰথমে কাক অসমত শাসন ব্যৱস্থাত সহায় কৰিবলৈ আনিছিল?
(ক) বিহাৰৰ লোক।
(খ) নেপালী সৈন্য।
(গ) ইংৰাজ বিষয়াসকল।
(ঘ) ইংৰাজী শিক্ষাৰে শিক্ষিত বঙালীসকল।
উত্তৰঃ (ঘ) ইংৰাজী শিক্ষাৰে শিক্ষিত বঙালীসকল।
৬। অসমীয়া ভাষাৰ সলনি আদালত আৰু বিদ্যালয়ত কোন ভাষা প্রচলন কৰা হৈছিল?
(ক) উৰ্দু।
(খ) ইংৰাজী।
(গ) বঙালী।
(ঘ) হিন্দী।
উত্তৰঃ (গ) বঙালী।
৭। অসমীয়া ভাষা পুনৰ কেতিয়া প্রচলন কৰা হৈছিল?
(ক) ১৮৫৭ চনত।
(খ) ১৮৬৫ চনত।
(গ) ১৮৭২ চনত।
(ঘ) ১৮৮৫ চনত।
উত্তৰঃ (গ) ১৮৭২ চনত।
৮। নেপালীসকলে অসমৰ কোন ঠাইসমূহত খুটি স্থাপন কৰিছিল?
(ক) চহৰ অঞ্চলত।
(খ) নদীৰ পাৰ আৰু পাহাৰীয়া অঞ্চলত।
(গ) শিক্ষানুষ্ঠানত।
(ঘ) ৰাজহুৱা উদ্যানত।
উত্তৰঃ (খ) নদীৰ পাৰ আৰু পাহাৰীয়া অঞ্চলত।
৯। অসমত উৎপাদিত চাহৰ প্ৰথম বাকচ কেতিয়া লণ্ডনলৈ পঠিওৱা হৈছিল?
(ক) ১৮৩৩ চনত।
(খ) ১৮৩৫ চনত।
(গ) ১৮৩৭ চনত।
(ঘ) ১৮৩৯ চনত।
উত্তৰঃ (গ) ১৮৩৭ চনত।
১০। ‘আসাম টি কোম্পানী’ গঠন কৰিবলৈ কিমান পাউণ্ড মূলধন লগোৱা হৈছিল?
(ক) তিনি লাখ পাউণ্ড।
(খ) পাঁচ লাখ পাউণ্ড।
(গ) সাত লাখ পাউণ্ড।
(ঘ) দহ লাখ পাউণ্ড।
উত্তৰঃ (খ) পাঁচ লাখ পাউণ্ড।
১২। ১৮৩৮ চনৰ কোন নীতিৰ অধীনত পতিত মাটি কোম্পানীসমূহক আবণ্টন কৰা হৈছিল?
(ক) Zamindari Land Act.
(খ) Assam Land Reform Act.
(গ) Waste Land Grant Rule.
(ঘ) Plantation Policy Rule.
উত্তৰঃ (গ) Waste Land Grant Rule.
১৩। ১৮৫৮-৫৯ চনত চাহ কোম্পানীসমূহক কিমান একৰ মাটি দিয়া হৈছিল?
(ক) ৩৭,৫০০ একৰ।
(খ) ৫৯,৮৬০ একৰ।
(গ) ৭৫,৯৯৯ একৰ।
(ঘ) ১,০০,০০০ একৰ।
উত্তৰঃ (খ) ৫৯,৮৬০ একৰ।
১৪। ১৯০০ চনত চাহ কোম্পানীসমূহৰ বাবে দিয়া মাটিৰ মুঠ পৰিমাণ আছিল—
(ক) ১,৫০,০০০ একৰ।
(খ) ২,২৫,০০০ একৰ।
(গ) ৩,৩৭,৩২৭ একৰ।
(ঘ) ৪,০০,০০০ একৰ।
উত্তৰঃ (গ) ৩,৩৭,৩২৭ একৰ।
১৫। ১৮৬৬ চনত কোনে উল্লেখ কৰিছিল যে অসমৰ লাখ লাখ বিঘা মাটি অব্যৱহৃত হৈ আছে?
(ক) ডেভিড স্কট।
(খ) হেনৰী কটন।
(গ) চার্লছ এলেন।
(ঘ) জর্জ কৰ্টেল।
উত্তৰঃ (খ) হেনৰী কটন।

Hi! my Name is Parimal Roy. I have completed my Bachelor’s degree in Philosophy (B.A.) from Silapathar General College. Currently, I am working as an HR Manager at Dev Library. It is a website that provides study materials for students from Class 3 to 12, including SCERT and NCERT notes. It also offers resources for BA, B.Com, B.Sc, and Computer Science, along with postgraduate notes. Besides study materials, the website has novels, eBooks, health and finance articles, biographies, quotes, and more.