Class 12 Swadesh Adhyayan MCQ Chapter 9 ব্ৰিটিছ যুগৰ অসমৰ শিল্প-উদ্যোগ Question Answer Assamese Medium to each chapter is provided in the list so that you can easily browse through different chapters Class 12 Swadesh Adhyayan MCQ Chapter 9 ব্ৰিটিছ যুগৰ অসমৰ শিল্প-উদ্যোগ and select need one. AHSEC Class 12 Swadesh Adhyayan Objective Type Question Answer As Per AHSEC New Book Syllabus Download PDF. AHSEC Swadesh Adhyayan MCQ Class 12.
Class 12 Swadesh Adhyayan MCQ Chapter 9 ব্ৰিটিছ যুগৰ অসমৰ শিল্প-উদ্যোগ
Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 12 Swadesh Adhyayan Multiple Choice Solutions are part of All Subject Solutions. Here we have given AHSEC Class 12 Swadesh Adhyayan MCQ for All Chapters, You can practice these here.
(খ) ব্ৰিটিছ যুগৰ অসমৰ শিল্প-উদ্যোগ
Chapter: 9
| দ্বিতীয় ভাগঃ বুৰঞ্জী |
১। চাহ উদ্যোগৰ বিষয়ে আলোচনা কেতিয়া আৰম্ভ হৈছিল?
(ক) ১৮২৩ চনত।
(খ) ১৮৩৪ চনত।
(গ) ১৮৫৭ চনত।
(ঘ) ১৮৬১ চনত।
উত্তৰঃ (খ) ১৮৩৪ চনত।
২। কোনে চাহ খেতিৰ পৰিকল্পনা যুগুত কৰিবলৈ চাহ কমিটি গঠন কৰিছিল?
(ক) লর্ড আর্মহার্স্ট।
(খ) লেফটেনেন্ট চার্লটন।
(গ) লর্ড উইলিয়াম বেন্টিংক।
(ঘ) জি. আই. গর্ডন।
উত্তৰঃ (গ) লর্ড উইলিয়াম বেন্টিংক।
৩। চাহ কমিটিৰ সচিব হিচাপে কাক নিযুক্তি দিয়া হৈছিল?
(ক) লেফটেনেন্ট চার্লটন।
(খ) লর্ড বেন্টিংক।
(গ) জেনকিন্স।
(ঘ) জি. আই. গর্ডন।
উত্তৰঃ (ঘ) জি. আই. গর্ডন।
৪। শদিয়াত চাহ গছৰ অনুসন্ধান কোনে কৰিছিল?
(ক) জি. আই. গর্ডন।
(খ) লেফটেনেন্ট চার্লটন আৰু জেনকিন্স।
(গ) লর্ড উইলিয়াম বেন্টিংক।
(ঘ) চি. এ. ক্ৰচ।
উত্তৰঃ (খ) লেফটেনেন্ট চার্লটন আৰু জেনকিন্স।
৫। চাহ খেতি আৰম্ভ কৰিবলৈ কোন দেশৰ পৰা চাহ গছৰ কাটিং আৰু শ্রমিক অনা হৈছিল?
(ক) ভাৰত।
(খ) নেপাল।
(গ) চীন।
(ঘ) জাপান।
উত্তৰঃ (গ) চীন।
৬। কোনে চাহ খেতিৰ সম্ভাৱনীয়তা জানিবলৈ উজনি অসমত ভূমি কিনি পেলাবলৈ পৰামর্শ দিছিল?
(ক) চি. এ. ক্ৰচ।
(খ) ৰবাৰ্ট ব্ৰচ।
(গ) এন্ ওৱালিছ।
(ঘ) জেনকিন্স।
উত্তৰঃ (গ) এন্ ওৱালিছ।
৭। কেতিয়া চি. এ. ব্রুচৰ নেতৃত্বত প্ৰয়োজনীয় জৰীপ কৰি পৰীক্ষামূলক চাহ খেতি আৰম্ভ কৰা হৈছিল?
(ক) ১৮৩৪ চনত।
(খ) ১৮৩৫ চনত।
(গ) ১৮৩৬ চনত।
(ঘ) ১৮৩৭ চনত।
উত্তৰঃ (গ) ১৮৩৬ চনত।
৮। প্ৰথম বছৰত উৎপাদিত চাহপাত ক’লৈ প্ৰেৰণ কৰা হৈছিল?
(ক) চীনলৈ।
(খ) কলিকতাৰ বোটানিকেল গার্ডেনলৈ।
(গ) ইংলেণ্ডলৈ।
(ঘ) দিল্লীলৈ।
উত্তৰঃ (গ) ইংলেণ্ডলৈ।
৯। ভাৰত চৰকাৰে কেতিয়া চাহ খেতিৰ আঁচনি অনুমোদন কৰিছিল?
(ক) ১৮৩৪ চনত।
(খ) ১৮৩৫ চনত।
(গ) ১৮৩৬ চনত।
(ঘ) ১৮৩৭ চনত।
উত্তৰঃ (গ) ১৮৩৬ চনত।
১০। অসমত চাহগছ আৱিষ্কাৰৰ কৃতিত্ব কাক দিয়া হয়?
(ক) চি. এ. ক্ৰচ।
(খ) ৰবাৰ্ট ব্রুচ।
(গ) এন্ ওবালিছ।
(ঘ) জেনকিন্স।
উত্তৰঃ (খ) ৰবাৰ্ট ব্রুচ।
১১। অসমত চাহ খেতি আৰম্ভ কৰাৰ সময়ত চীনা বিশেষজ্ঞ হিচাপে কাৰ সহায় লোৱা হৈছিল?
(ক) মণিৰাম বৰুৱা।
(খ) লাম কুৱা।
(গ) ককটেল।
(ঘ) বয়ড্।
উত্তৰঃ (খ) লাম কুৱা।
১২। বেংগল টি এছ’ছিয়েছন কেতিয়া গঠন কৰা হৈছিল?
(ক) ১৮৩৩ চনত মাৰ্চত।
(খ) ১৮৩৫ চনত এপ্ৰিলত।
(গ) ১৮৩۸ চনৰ ফেব্ৰুৱাৰীত।
(ঘ) ১৮৪০ চনত জুলাইত।
উত্তৰঃ (গ) ১৮৩৮ চনৰ ফেব্ৰুৱাৰীত।
১৩। আসাম টি কোম্পানী গঠনত কিমান পাউণ্ড স্টাৰ্লিং বিনিয়োগ কৰা হৈছিল?
(ক) পাঁচ লাখ।
(খ) এক লাখ।
(গ) দহ লাখ।
(ঘ) সাত লাখ।
উত্তৰঃ (ক) পাঁচ লাখ।
১৪। আসাম টি কোম্পানীত দেৱান হিচাপে কোনে কাম কৰিছিল?
(ক) লাম কুৱা।
(খ) গৱৰ্ণৰ জন।
(গ) মণিৰাম বৰভাণ্ডাৰ বৰুৱা।
(ঘ) ডেভিড স্কট।
উত্তৰঃ (গ) মণিৰাম বৰভাণ্ডাৰ বৰুৱা।
১৫। চাহ খেতিৰ পৰীক্ষামূলক বাগানসমূহ কাক হস্তান্তৰ কৰা হৈছিল?
(ক) ব্যক্তিগত উদ্যোগক।
(খ) অসম চৰকাৰক।
(গ) আসাম টি কোম্পানীক।
(ঘ) চীনাৰ বিশেষজ্ঞ দলক।
উত্তৰঃ (গ) আসাম টি কোম্পানীক।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.
Subject Ka Complete Video Solution Dekhein
Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

