🪔 Diwali Maha Offer Class 10 & 12 Bundles @ ₹299 ₹599
Ends in:
03d
14h
35m
40s

Class 12 Swadesh Adhyayan MCQ Chapter 10 ভাৰতৰ পাৰিপার্শ্বিক আন্দোলন আৰু অসমৰ পাৰিপাৰ্শ্বিক পৰিৱৰ্তনসমূহ

Class 12 Swadesh Adhyayan MCQ Chapter 10 ভাৰতৰ পাৰিপার্শ্বিক আন্দোলন আৰু অসমৰ পাৰিপাৰ্শ্বিক পৰিৱৰ্তনসমূহ Question Answer Assamese Medium to each chapter is provided in the list so that you can easily browse through different chapters Class 12 Swadesh Adhyayan MCQ Chapter 10 ভাৰতৰ পাৰিপার্শ্বিক আন্দোলন আৰু অসমৰ পাৰিপাৰ্শ্বিক পৰিৱৰ্তনসমূহ and select need one. AHSEC Class 12 Swadesh Adhyayan Objective Type Question Answer As Per AHSEC New Book Syllabus Download PDF. AHSEC Swadesh Adhyayan MCQ Class 12.

Class 12 Swadesh Adhyayan MCQ Chapter 10 ভাৰতৰ পাৰিপার্শ্বিক আন্দোলন আৰু অসমৰ পাৰিপাৰ্শ্বিক পৰিৱৰ্তনসমূহ

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 12 Swadesh Adhyayan Multiple Choice Solutions are part of All Subject Solutions. Here we have given AHSEC Class 12 Swadesh Adhyayan MCQ for All Chapters, You can practice these here.

Chapter: 10

দ্বিতীয় ভাগঃ বুৰঞ্জী

১। বৰ্তমান অসম ৰাজ্যখন কিমান উত্তৰ অক্ষাংশৰ মাজত অৱস্থিত?

(ক) ২৮° আৰু ২৪° অক্ষাংশৰ মাজত।

(খ) ২০° আৰু ২৫° অক্ষাংশৰ মাজত।

(গ) ৩০° আৰু ২৭° অক্ষাংশৰ মাজত।

(ঘ) ৩২° আৰু ২৬° অক্ষাংশৰ মাজত।

উত্তৰঃ (ক) ২৮° আৰু ২৪° অক্ষাংশৰ মাজত।

২। অসমৰ মূল ভূখণ্ডৰ মাজেৰে বৈ যোৱা নদী কোনখন?

(ক) বৰাক।

(খ) স্বর্ণকোষ।

(গ) ব্রহ্মপুত্ৰ।

(ঘ) দিহিং।

উত্তৰঃ (গ) ব্রহ্মপুত্ৰ।

৩। প্রাচীন কালত অসমক কি নামেৰে জনা গৈছিল?

(ক) কাশী।

(খ) কামৰূপ আৰু প্রাগজ্যোতিষ।

(গ) অৰুণাচল।

(ঘ) তিব্বত।

উত্তৰঃ (খ) কামৰূপ আৰু প্রাগজ্যোতিষ।

৪। যোগিনী তন্ত্র অনুসৰি ৰত্নপীঠ কোন নদীৰ মধ্যৱর্তী অঞ্চল?

(ক) কপিলা আৰু ভৈৰৱী।

(খ) দিহিং আৰু ভৈৰৱী।

(গ) কৰতোৱা আৰু স্বর্ণকোষ।

(ঘ) পুষ্পিকা আৰু ভৈৰবী।

উত্তৰঃ (গ) কৰতোৱা আৰু স্বর্ণকোষ।

৫। সৌমাৰপীঠ কোন নদীৰ মধ্যৱর্তী এলাকা বুলি উল্লেখ আছে?

(ক) স্বর্ণকোষ আৰু কপিলা।

(খ) ভৈৰৱী আৰু দিহিং।

(গ) পুষ্পিকা আৰু ভৈৰবী।

(ঘ) কৰতোৱা আৰু স্বর্ণকোষ।

উত্তৰঃ (খ) ভৈৰৱী আৰু দিক্ৰং।

৬। ১৮৯৭ চনৰ ভূমিকম্পৰ প্রাবল্য কিমান আছিল?

(ক) ৮.৭ ৰিখটাৰ স্কেল।

(খ) ৮.৬ ৰিখটাৰ স্কেল।

(গ) ৮.৮ ৰিখটাৰ স্কেল।

(ঘ) ৭.৭ ৰিখটাৰ স্কেল।

উত্তৰঃ (ক) ৮.৭ ৰিখটাৰ স্কেল।

৭। কোন নদীখন অসমৰ বুকুৰ মাজেৰে বৈ বঙ্গোপ সাগৰত পৰে?

(ক) স্বর্ণকোষ।

(খ) বৰাক 

(গ) ব্রহ্মপুত্ৰ।

(ঘ) দিহিং।

উত্তৰঃ (গ) ব্রহ্মপুত্ৰ।

৮। অসমক কি বাবে ‘প্ৰকৃতিৰ ৰাণী’ বুলি কোৱা হয়?

(ক) ৰাজনৈতিক স্থিতিশীলতাৰ বাবে।

(খ) শিক্ষা ব্যৱস্থাৰ বাবে।

(গ) বিপুল প্ৰাকৃতিক সম্পদ আৰু জৈৱ বিচিত্রতাৰ বাবে।

(ঘ) উন্নত যাতায়াত ব্যৱস্থাৰ বাবে।

উত্তৰঃ (গ) বিপুল প্ৰাকৃতিক সম্পদ আৰু জৈৱ বিচিত্রতাৰ বাবে।

৯। অসমৰ অৰণ্যসমূহ কোন জন্তুৰ বাবে বিখ্যাত?

(ক) লাল পান্ডা আৰু বান্দৰ।

(খ) কুমীৰ আৰু গঁড়।

(গ) এশিঙীয়া গঁড় আৰু হাতী।

(ঘ) ময়ূৰ আৰু বাঘ।

উত্তৰঃ (গ) এশিঙীয়া গঁড় আৰু হাতী।

১০। এসময়ত অসমৰ জলবায়ু কিহৰ বাবে কুখ্যাত আছিল?

(ক) অতিকৈ শীতলতাৰ বাবে।

(খ) বনৰ দাহৰ বাবে।

(গ) মেলেৰীয়া অসুখৰ বাবে।

(ঘ) অতি উন্নত পানীয় জলৰ বাবে।

উত্তৰঃ (গ) মেলেৰীয়া অসুখৰ বাবে।

১১। ‘Forest’ শব্দটো কোন ভাষাৰ পৰা আহিছে?

(ক) গ্ৰীক।

(খ) সংস্কৃত।

(গ) লেটিন।

(ঘ) ফ্ৰেঞ্চ।

উত্তৰঃ (গ) লেটিন।

১২। বৰ্তমান অসমৰ বন আৰু বনাবৃত এলেকাৰ পৰিমাণ কিমান?

(ক) ১৮,৫১৪ বৰ্গ কি.মি.।

(খ) ১৬,৫১৪ বৰ্গ কি.মি.।

(গ) ১৫,৫১৪ বৰ্গ কি.মি.।

(ঘ) ২০,৫১৪ বৰ্গ কি.মি.।

উত্তৰঃ (খ) ১৬,৫১৪ বৰ্গ কি.মি.।

১৩। তলৰ কোনটো গছ অৰণ্যত পোৱা যায়?

(ক) সোণাৰু।

(খ) মজ।

(গ) শিমলু।

(ঘ) ওপৰৰ আটাইকেইটা।

উত্তৰঃ (ঘ) ওপৰৰ আটাইকেইটা।

১৪। কোনটো গছ লাল আৰু সুগন্ধি তেলৰ বাবে বিখ্যাত?

(ক) সোণাৰু।

(খ) অগৰু।

(গ) শাল।

(ঘ) খৈয়ব।

উত্তৰঃ (খ) অগৰু।

১৫। পাট-মুগা উৎপাদনৰ বাবে প্রয়োজনীয় গছ কোনবোৰ?

(ক) মেজেংকাৰী আৰু আদ্রাকুৰি।

(খ) গমাৰি আৰু তামোল।

(গ) শিমলু আৰু সোণাৰু।

(ঘ) অগৰু আৰু খৈয়ব।

উত্তৰঃ (ক) মেজেংকাৰী আৰু আদ্রাকুৰি।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top