Class 12 Swadesh Adhyayan MCQ Chapter 3 জৈৱবৈচিত্র্য

Class 12 Swadesh Adhyayan MCQ Chapter 3 জৈৱবৈচিত্র্য Question Answer Assamese Medium to each chapter is provided in the list so that you can easily browse through different chapters Class 12 Swadesh Adhyayan MCQ Chapter 3 জৈৱবৈচিত্র্য and select need one. AHSEC Class 12 Swadesh Adhyayan Objective Type Question Answer As Per AHSEC New Book Syllabus Download PDF. AHSEC Swadesh Adhyayan MCQ Class 12.

Class 12 Swadesh Adhyayan MCQ Chapter 3 জৈৱবৈচিত্র্য

Join Telegram channel

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 12 Swadesh Adhyayan Multiple Choice Solutions are part of All Subject Solutions. Here we have given AHSEC Class 12 Swadesh Adhyayan MCQ for All Chapters, You can practice these here.

Chapter: 3

প্ৰথম ভাগঃ ভূগোল

১। ‘জৈৱবৈচিত্র্য’ শব্দটো কিমান দশকৰ পৰা ইয়াৰ বহুল প্ৰচাৰ হ’বলৈ ধৰে?

(ক) ১৯৬০ দশকৰ পৰা।

(খ) ১৯৭০ দশকৰ পৰা।

(গ) ১৯৮০ দশকৰ পৰা।

(ঘ) ১৯৯০ দশকৰ পৰা।

উত্তৰঃ (গ) ১৯৮০ দশকৰ পৰা।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

২। আলফা বিচিত্রতাক প্রজাতিৰ কি বুলি ক’ব পাৰি?

(ক) সমতা।

(খ) পৰিৱেশ।

(গ) সংৰক্ষণ।

(ঘ) প্রাচুর্যতা।

উত্তৰঃ (ঘ) প্রাচুর্যতা।

৩। তলৰ কোনটো জৈৱবৈচিত্র্যৰ অংশ নহয়?

(ক) অণুজীৱ।

(খ) অৰণ্য।

(গ) শিলস্তৰ।

(ঘ) পৰিস্থিতিতন্ত্র।

উত্তৰঃ (গ) শিলস্তৰ।

৪। তলৰ কোনটো কাৰক জৈৱবৈচিত্র্যক প্ৰভাৱিত কৰে?

(ক) সূৰ্যৰ তাপ।

(খ) মাটিৰ প্ৰকাৰ।

(গ) জলবায়ু।

(ঘ) ওপৰৰ সকলো।

উত্তৰঃ (ঘ) ওপৰৰ সকলো।

৫। পৃথিৱীত এতিয়ালৈকে কিমানবাৰ জীৱৰ সম্পূৰ্ণ বিলুপ্তি ঘটিছে?

(ক) ৩ বাৰ।

(খ) ৪ বাৰ।

(গ) ৫ বাৰ।

(ঘ) ৬ বাৰ।

উত্তৰঃ (গ) ৫ বাৰ।

৬। কিহৰ ফলত ষষ্ঠ বিলুপ্তিকৰণৰ সম্ভাৱনা দেখা দিছে?

(ক) অগ্নুৎপাত।

(খ) মহাবিপ্লৱ।

(গ) মানুহৰ আবিৰ্ভাৱ।

(ঘ) হিমযুগ।

উত্তৰঃ (গ) মানুহৰ আবিৰ্ভাৱ।

৭। বিজ্ঞানীসকলে মূলতঃ কেই প্রকাৰৰ জৈৱবৈচিত্র্য বিচাৰি উলিয়াইছে?

(ক) দুই প্ৰকাৰ।

(খ) তিনি প্ৰকাৰ।

(গ) চাৰি প্ৰকাৰ।

(ঘ) পাচঁ প্ৰকাৰ।

উত্তৰঃ (খ) তিনি প্রকাৰৰ।

৮। কিমান চনত ৰাষ্ট্ৰসংঘৰ ৰিঅ’ ডি জেনেইৰোত বহা অধিৱেশনত (Earth Summit) জৈৱবৈচিত্র্যৰ এক সূত্ৰ উদ্ভাৱন কৰা হয়?

(ক) ১৯৯২ চনত।

(খ) ১১৯২ চনত।

(গ) ১৮৯২ চনত।

(ঘ) ১৯০২ চনত।

উত্তৰঃ (ক) ১৯৯২ চনত।

৯। জৈৱবৈচিত্র্যৰ ধাৰণাটো সর্বজন গ্রহণযোগ্য কৰাৰ ক্ষেত্ৰত কিমান চনৰ ৰাষ্ট্ৰসংঘৰ অধিৱেশনে এক বিশেষ ভূমিকা পালন কৰি আহিছে?

(ক) ১৭৯২ চনৰ।

(খ) ১৬৯২ চনৰ।

(গ) ১৯৮২ চনৰ।

(ঘ) ১৯৯২ চনৰ।

উত্তৰঃ (ঘ) ১৯৯২ চনৰ।

১০। তলৰ কোনটো আনুবংশিক বিচিত্রতাৰ উদাহৰণ?

(ক) বাঘ আৰু সিংহ।

(খ) গধূলি আৰু পুৱতি।

(গ) গোলাপৰ বিভিন্ন প্ৰকাৰ।

(ঘ) সাগৰ আৰু নদী।

উত্তৰঃ (গ) গোলাপৰ বিভিন্ন প্ৰকাৰ।

১১। আনুবংশিক বিচিত্রতা কিহত আধাৰিত?

(ক) পৰিস্থিতিতন্ত্রত।

(খ) জীৱৰ আকাৰত।

(গ) জিনত থকা গুণাগুণত।

(ঘ) খাদ্যৰ অভ্যাসত।

উত্তৰঃ (গ) জিনত থকা গুণাগুণত।

১২। তলত দিয়া কোনটো সৰীসৃপৰ প্ৰজাতি অসমত পোৱা যায়?

(ক) ঘোঁৰা, গঁড়, বাঘ।

(খ) ঘৰিয়াল, কাছ, সাপ আৰু জেঠী।

(গ) হাতী, সিংহ, বেজী।

(ঘ) মাছ, ভেকুলী, গৰু।

উত্তৰঃ (খ) ঘৰিয়াল, কাছ, সাপ আৰু জেঠী।

১৩। অসমত কিমানটা প্ৰজাতিৰ সাপ আৰু জেঠী বিচাৰি পোৱা যায়?

(ক) ১১ টা।

(খ) ১ টা।

(গ) ৭৭ টা।

(ঘ) ২১৫ টা।

উত্তৰঃ (গ) ৭৭ টা।

১৪। Anura বৰ্গৰ অন্তৰ্গত প্ৰাণী কোনটো?

(ক) কাছ।

(খ) চালামাণ্ডাৰ।

(গ) ভেকুলী আৰু চুক ভেকুলী।

(ঘ) এপ’ডা।

উত্তৰঃ (গ) ভেকুলী আৰু চুক ভেকুলী।

১৫। ভাৰতত পোৱা সৰীসৃপ প্ৰজাতিসমূহৰ ভিতৰত কিমান বিধ অসমত পোৱা যায়?

(ক) ৯০ বিধ।

(খ) ৭৭ বিধ।

(গ) ২১৫ বিধ।

(ঘ) ৩৫০ বিধ।

উত্তৰঃ (গ) ২১৫ বিধ।

Leave a Comment

Your email address will not be published. Required fields are marked *

This will close in 0 seconds

This will close in 0 seconds

error: Content is protected !!
Scroll to Top