Class 12 Swadesh Adhyayan MCQ Chapter 4 অসমৰ অৰ্থনৈতিক গঠন আৰু সম্ভাৱনীয়তা

Class 12 Swadesh Adhyayan MCQ Chapter 4 অসমৰ অৰ্থনৈতিক গঠন আৰু সম্ভাৱনীয়তা Question Answer Assamese Medium to each chapter is provided in the list so that you can easily browse through different chapters Class 12 Swadesh Adhyayan MCQ Chapter 4 অসমৰ অৰ্থনৈতিক গঠন আৰু সম্ভাৱনীয়তা and select need one. AHSEC Class 12 Swadesh Adhyayan Objective Type Question Answer As Per AHSEC New Book Syllabus Download PDF. AHSEC Swadesh Adhyayan MCQ Class 12.

Class 12 Swadesh Adhyayan MCQ Chapter 4 অসমৰ অৰ্থনৈতিক গঠন আৰু সম্ভাৱনীয়তা

Join Telegram channel

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 12 Swadesh Adhyayan Multiple Choice Solutions are part of All Subject Solutions. Here we have given AHSEC Class 12 Swadesh Adhyayan MCQ for All Chapters, You can practice these here.

Chapter: 4

প্ৰথম ভাগঃ ভূগোল

১। সম্পদ হ’বলৈ তলত দিয়া কোনটো বৈশিষ্ট্যৰ প্ৰয়োজন নহয়?

(ক) উপযোগিতা।

(খ) স্থিৰতা।

(গ) কার্যকাৰিতা।

(ঘ) গতিশীলতা।

উত্তৰঃ (খ) স্থিৰতা।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

২। অসমত সম্পদৰ মূল্যাংকন কিছুমান কাৰকৰ ওপৰত নিৰ্ভৰ কৰে। তলত কোনটো তেনে এটা কাৰক?

(ক) বয়স।

(খ) শিক্ষাৰ পাঠ্যপুথি।

(গ) জ্ঞানৰ পৰিসৰ।

(ঘ) উপহাৰৰ পৰিমাণ।

উত্তৰঃ (গ) জ্ঞানৰ পৰিসৰ।

৩। সম্পদৰ ধাৰণাত ‘জিমাৰমেন’ কোন ক্ষেত্ৰত অৱদান আগবঢ়াইছে?

(ক) ৰাজনীতি।

(খ) সমাজবিজ্ঞান।

(গ) বাণিজ্য।

(ঘ) কলা।

উত্তৰঃ (খ) সমাজবিজ্ঞান।

৪। উদ্ভিদ কোন ধৰণৰ সম্পদৰ অন্তৰ্গত?

(ক) খনিজ সম্পদ।

(খ) অনবীকৰণ সম্পদ।

(গ) জৈৱিক সম্পদ।

(ঘ) ধাতু সম্পদ।

উত্তৰঃ (গ) জৈৱিক সম্পদ।

৫। সোণ কোন ধৰণৰ সম্পদ হিচাপে গণ্য কৰা হয়?

(ক) নবীকৰণযোগ্য সম্পদ।

(খ) ক্ষয়শীল সম্পদ।

(গ) অজৈৱিক সম্পদ।

(ঘ) বাতিল সম্পদ।

উত্তৰঃ (খ) ক্ষয়শীল সম্পদ।

৬। সম্পদৰ ধাৰণাটো প্ৰধানকৈ কিহৰ ওপৰত নিৰ্ভৰ কৰে?

(ক) বিজ্ঞানীসকলৰ মতামত।

(খ) সাহিত্য।

(গ) সমাজ আৰু কৌশল বিকাশ।

(ঘ) শিল্পকলা।

উত্তৰঃ (গ) সমাজ আৰু কৌশল বিকাশ।

৭। তেল আৰু প্ৰাকৃতিক গেছৰ সন্ধান আৰু আহৰণত তলৰ কোনটো প্ৰতিষ্ঠান জড়িত?

(ক) OIL আৰু ONGC.

(খ) NTPC আৰু NHPC.

(গ) SBI আৰু RBI.

(ঘ) HAL আৰু ISRO.

উত্তৰঃ (ক) OIL আৰু ONGC.

৮। অসমত চিমেন্ট উৎপাদনৰ বাবে স্থানীয়ভাৱে কোন খনিজ দুটা ব্যৱহৃত হয়?

(ক) কাওলিন আৰু এলাম।

(খ) ছেল আৰু গন্ধক।

(গ) চুণশিল আৰু আকৰিক লোহা।

(ঘ) অভ্ৰ আৰু জিপচাম।

উত্তৰঃ (গ) চুণশিল আৰু আকৰিক লোহা।

৯। অসমৰ মাকুমত কয়লা পোন প্ৰথমে কোনে আৱিষ্কাৰ কৰিছিল?

(ক) ড. ভুপেন হাজৰিকা।

(খ) H. B. Mellicott.

(গ) D. H. Watson.

(ঘ) জিমাৰমেন।

উত্তৰঃ (খ) H. B. Mellicott.

১০। কয়লাবোৰত কাৰ্বনৰ পৰিমাণ কিমান থাকে?

(ক) ৩০%

(খ) ৭৫%

(গ) ৫৫%

(ঘ) ৯০%

উত্তৰঃ (গ) ৫৫%

১১। বিটুমিনাচ কয়লা চিহ্নিত কৰাৰ আধাৰত কয়লাত কিমান কাৰ্বন থাকে?

(ক) ২০–৩০%

(খ) ৫০–৬০%

(গ) ৭০–৮০%

(ঘ) ৯০–৯৫%

উত্তৰঃ (খ) ৫০–৬০%

১২। তলৰ কোনখন অঞ্চলত মধ্য আৰু উচ্চ টাচিয়াৰী যুগৰ কয়লা ভাণ্ডাৰ পোৱা যায়?

(ক) শদিয়া-অৰুণাচল।

(খ) কাৰ্বি আংলং।

(গ) লিডু-জয়পুৰ-নাগিনীমৰা।

(ঘ) কোকৰাঝাৰ-ধুবুৰী।

উত্তৰঃ (গ) লিডু-জয়পুৰ-নাগিনীমৰা।

১৩। মাকুম, জয়পুৰ আৰু নাগিনীমাৰ কয়লা খনি অঞ্চল কোনখন অংশত অৱস্থিত?

(ক) মধ্য অসম।

(খ) দৰঙ অঞ্চল।

(গ) উজনি অসম।

(ঘ) দক্ষিণ অসম।

উত্তৰঃ (গ) উজনি অসম।

১৪। কাৰ্বি আংলঙত পোৱা কয়লাৰ ব্যৱহাৰ প্ৰধানকৈ কোন ঠাইত হয়?

(ক) চাহ উদ্যোগ, ৰে’ল বিভাগ, ইটাভাটা।

(খ) বন সংৰক্ষণ।

(গ) ৰে’ল বিভাগ আৰু নৌপথ।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (ক) চাহ উদ্যোগ, ৰে’ল বিভাগ, ইটাভাটা।

১৫। অসমত কয়লা পোনপ্ৰথমে কোনে আৱিষ্কাৰ কৰিছিল বুলি কোৱা হৈছে?

(ক) H. B. Medicott.

(খ) গুডেনআফ।

(গ) W. W. Hunter.

(ঘ) এলেন কেম্বেল।

উত্তৰঃ (ক) H. B. Medicott.

Leave a Comment

Your email address will not be published. Required fields are marked *

This will close in 0 seconds

This will close in 0 seconds

error: Content is protected !!
Scroll to Top