Class 12 Swadesh Adhyayan MCQ Chapter 5 মানচিত্ৰ অধ্যয়ন আৰু ভৌগোলিক তথ্যৰ উপস্থাপন

Class 12 Swadesh Adhyayan MCQ Chapter 5 মানচিত্ৰ অধ্যয়ন আৰু ভৌগোলিক তথ্যৰ উপস্থাপন Question Answer Assamese Medium to each chapter is provided in the list so that you can easily browse through different chapters Class 12 Swadesh Adhyayan MCQ Chapter 5 মানচিত্ৰ অধ্যয়ন আৰু ভৌগোলিক তথ্যৰ উপস্থাপন and select need one. AHSEC Class 12 Swadesh Adhyayan Objective Type Question Answer As Per AHSEC New Book Syllabus Download PDF. AHSEC Swadesh Adhyayan MCQ Class 12.

Class 12 Swadesh Adhyayan MCQ Chapter 5 মানচিত্ৰ অধ্যয়ন আৰু ভৌগোলিক তথ্যৰ উপস্থাপন

Join Telegram channel

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 12 Swadesh Adhyayan Multiple Choice Solutions are part of All Subject Solutions. Here we have given AHSEC Class 12 Swadesh Adhyayan MCQ for All Chapters, You can practice these here.

Chapter: 5

প্ৰথম ভাগঃ ভূগোল

১। পৃথিৱীৰ বিষয়ে অধ্যয়ন কৰা মৌলিক বিষয়টো হ’ল—

(ক) গণিত।

(খ) ভূগোল।

(গ) সমাজ বিজ্ঞান।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (খ) ভূগোল।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

২। নিম্নলিখিত কোনটো মানচিত্ৰ তৈয়াৰৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ?

(ক) সৃষ্টিমূলক কল্পনা।

(খ) অনুমান।

(গ) জোখ-মাপ আৰু দিশ।

(ঘ) ভাষা।

উত্তৰঃ (গ) জোখ-মাপ আৰু দিশ।

৩। চুমেৰীয়সকলে প্ৰথম মানচিত্ৰ কেতিয়া প্ৰস্তুত কৰিছিল?

(ক) খ্ৰীষ্টপূৰ্ব ৫০০ শতিকাত।

(খ) খ্ৰীষ্টপূৰ্ব ১৫০০ শতিকাত।

(গ) খ্ৰীষ্টপূৰ্ব ২৫০০ শতিকাত।

(ঘ) খ্ৰীষ্টান বৰ্ষ ২৫০০।

উত্তৰঃ (গ) খ্ৰীষ্টপূৰ্ব ২৫০০ শতিকাত।

৪। গোলাকাৰ পৃথিৱীখনৰ পৃষ্ঠভাগ বা কোনো এটা অঞ্চল এখন সমতলত উপস্থাপন কৰি কি পোৱা যায়?

(ক) মাপনী।

(খ) স্কেল।

(গ) বিজ্ঞান।

(ঘ) মানচিত্র।

উত্তৰঃ (ঘ) মানচিত্র।

৫। মাপনীক কেইটা প্ৰকাৰে প্ৰতিফলিত কৰা হয়।

(ক) তিনিটা।

(খ) চাৰিটা।

(গ) পাঁচটা।

(ঘ) সাতটা।

উত্তৰঃ (ক) তিনিটা।

৬। মানচিত্ৰৰ সৈতে কেইটা উপাদান, প্রধানকৈ জড়িত হৈ থাকে?

(ক) সাতটা।

(খ) চাৰিটা।

(গ) পাঁচটা।

(ঘ) তিনিটা।

উত্তৰঃ (ঘ) তিনিটা।

৭। মানচিত্র প্রস্তুত কৰোঁতাক কি নামে জনা যায়?

(ক) গ্লোব।

(খ) চিত্ৰ।

(গ) মানচিত্ৰকৰ।

(ঘ) আৰ্হি।

উত্তৰঃ (গ) মানচিত্ৰকৰ।

৮। নিৰূপক ভগ্নাংশ চমুকৈ কি বুলি কোৱা হয়?

(ক)  L.C.M.

(খ) H.C.F.

(গ) G.P.

(ঘ) R.F.

উত্তৰঃ (ঘ) R.F.

৯। কিহৰ সহায়ত আৰব মানচিত্ৰবিদসকলে জটিল মানচিত্ৰ অঙ্কন কৰিছিল?

(ক) ধৰ্মীয় বিশ্বাস।

(খ) কল্পনাশক্তি।

(গ) গণিত আৰু জ্যোতির্বিজ্ঞান।

(ঘ) চাহিদা অনুসৰি।

উত্তৰঃ (গ) গণিত আৰু জ্যোতির্বিজ্ঞান।

১০। আল ইদ্ৰিছিয়ে কিমান চনত উৎকৃষ্ট মানচিত্ৰ প্ৰস্তুত কৰিছিল?

(ক) 1054 চনত।

(খ) 1100 চনত।

(গ) 1154 চনত।

(ঘ) 1254 চনত।

উত্তৰঃ (গ) 1154 চনত।

১১। আল ইদ্ৰিছিৰ মানচিত্ৰত তলৰ কোনটো অন্তর্ভুক্ত নহয়?

(ক) কৃষ্ণসাগৰ।

(খ) শ্রীলংকা।

(গ) ইউৰেছিয়া।

(ঘ) আমেৰিকা।

উত্তৰঃ (ঘ) আমেৰিকা।

১২। কোন ছপা প্ৰক্ৰিয়াৰ উদ্ভাৱনে 19 শতিকাত মানচিত্ৰ অঙ্কনত সহায় কৰিছিল?

(ক) অফচেট ছপা।

(খ) লিথোগ্ৰাফি।

(গ) স্ক্ৰীন প্ৰিণ্ট।

(ঘ) ডিজিটেল প্ৰিণ্ট।

উত্তৰঃ (খ) লিথোগ্ৰাফি।

১৩। ডিজিটেল মানচিত্ৰৰ এক বিশেষ বৈশিষ্ট্য কি?

(ক) কেৱল কাগজত উপলব্ধ।

(খ) অশুদ্ধ তথ্য প্ৰদান কৰে।

(গ) তিনিটা দিশেৰে চাব পৰা যায়।

(ঘ) আঁকাত হস্তচালিত দক্ষতা লাগে।

উত্তৰঃ (গ) তিনিটা দিশেৰে চাব পৰা যায়।

১৪। মানচিত্র প্রস্তুত কৰিবলৈ কেইপ্ৰকাৰৰ অভিক্ষেপ ব্যৱহৃত হয়?

(ক) তিনি প্ৰকাৰৰ।

(খ) চাৰি প্ৰকাৰৰ।

(গ) পাঁচ প্ৰকাৰৰ।

(ঘ) ছয় প্ৰকাৰৰ।

উত্তৰঃ (ক) তিনি প্ৰকাৰৰ।

১৫। গোলকীয় পৃষ্ঠত থকা অক্ষৰেখা আৰু দ্রাঘিমাৰেখাক এখন মিহি সমলতলত পদ্ধতিমূলকভাৱে ৰূপান্তৰ কৰাক কি বুলি কোৱা হয়?

(ক) মানচিত্ৰ।

(খ) গতি।

(গ) পৰিসৰ।

(ঘ) অভিক্ষেপ।

উত্তৰঃ (ঘ) অভিক্ষেপ।

Leave a Comment

Your email address will not be published. Required fields are marked *

This will close in 0 seconds

This will close in 0 seconds

error: Content is protected !!
Scroll to Top