Class 12 Swadesh Adhyayan MCQ Chapter 2 অসমৰ জনদৃশ্যপট

Class 12 Swadesh Adhyayan MCQ Chapter 2 অসমৰ জনদৃশ্যপট Question Answer Assamese Medium to each chapter is provided in the list so that you can easily browse through different chapters Class 12 Swadesh Adhyayan MCQ Chapter 2 অসমৰ জনদৃশ্যপট and select need one. AHSEC Class 12 Swadesh Adhyayan Objective Type Question Answer As Per AHSEC New Book Syllabus Download PDF. AHSEC Swadesh Adhyayan MCQ Class 12.

Class 12 Swadesh Adhyayan MCQ Chapter 2 অসমৰ জনদৃশ্যপট

Join Telegram channel

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 12 Swadesh Adhyayan Multiple Choice Solutions are part of All Subject Solutions. Here we have given AHSEC Class 12 Swadesh Adhyayan MCQ for All Chapters, You can practice these here.

Chapter: 2

প্ৰথম ভাগঃ ভূগোল

১। ১৮৭২ চনৰ প্ৰথম লোকগণনা অনুসৰি অসমৰ জনসংখ্যা কিমান আছিল?

(ক) ৩ কোটি।

(খ) ২২ লাখ।

(গ) ৪.৩ গুণ।

(ঘ) ৩.৫০ কোটি।

উত্তৰঃ (খ) ২২ লাখ।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

২। ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমৰ জনসংখ্যা কিমান আছিল?

(ক) ২.৬ শতাংশ।

(খ) ৩,৫০,০০,০০০

(গ) ৩,১২,০৫,৫৭৬

(ঘ) ৩.৮ কোটি।

উত্তৰঃ (গ) ৩,১২,০৫,৫৭৬

৩। ২০১৯ চনৰ মার্চ মাহৰ প্রাক-কলন অনুসৰি অসমৰ জনসংখ্যা প্রায় কিমান আছিল?

(ক) ২২ লাখ।

(খ) ৩.৫০ কোটি।

(গ) ৪.৩ কোটি।

(ঘ) ৩.২৫ কোটি।

উত্তৰঃ (খ) ৩.৫০ কোটি।

৪। ভাৰতবৰ্ষৰ মুঠ জনসংখ্যাৰ অসমৰ জনসংখ্যা কিমান শতাংশ?

(ক) ৩.৫%

(খ) ২.৬%

(গ) ৪.২%

(ঘ) ২.৪%

উত্তৰঃ (খ) ২.৬%

৫। অসমৰ মাটিকালি ভাৰতবৰ্ষৰ মুঠ মাটিকালিৰ কিমান শতাংশ আছিল?

(ক) ৩%

(খ) ২.৫%

(গ) ২.৪%

(ঘ) ২.৬%

উত্তৰঃ (গ) ২.৪%

৬। কুৰি শতিকাৰ কালছোৱাত অসমৰ জনসংখ্যাৰ বৃদ্ধিৰ হাৰ কিমান গুণ আছিল?

(ক) ৮.১ গুণ।

(খ) ৪.৩ গুণ।

(গ) ৩ গুণ।

(ঘ) ৫.২ গুণ।

উত্তৰঃ (ক) ৮.১ গুণ।

৭। কুৰি শতিকাৰ কালছোৱাত ভাৰতৰ জনসংখ্যা বৃদ্ধি হাৰ কিমান গুণ আছিল?

(ক) ৮.১ গুণ।

(খ) ২.৪ গুণ।

(গ) ৪.৩ গুণ।

(ঘ) ৫.৬ গুণ।

উত্তৰঃ (গ) ৪.৩ গুণ

৮। অসমৰ নগৰীকৰণৰ হাৰ কিমান শতাংশ?

(ক) ১৪%

(খ) ২২%

(গ) ২.৬%

(ঘ) ৩৩%

উত্তৰঃ (ক) ১৪%

৯। অসমৰ পাহাৰীয়া জিলাৰ সংখ্যা কিমান?

(ক) ৫

(খ) ৭

(গ) ৩

(ঘ) ৪

উত্তৰঃ (গ) ৩

১০। অসমৰ মহকুমাৰ সংখ্যা ২০১১ চনত কিমান আছিল?

(ক) ১৮৪

(খ) ৫৬

(গ) ৩৩

(ঘ) ১৪

উত্তৰঃ (খ) ৫৬

১১। শিল্প-বাণিজ্যৰ ক্ষেত্ৰত অগ্ৰগতি নোহোৱাৰ ফলত কোন ক্ষেত্ৰত তাৰতম্য দেখা গৈছে?

(ক) কৃষি উৎপাদনত।

(খ) বৃষ্টিপাতৰ হাৰত।

(গ) নিয়োজিত লোকৰ বৃত্তিত।

(ঘ) শিক্ষাৰ ক্ষেত্ৰত।

উত্তৰঃ (গ) নিয়োজিত লোকৰ বৃত্তিত।

১২। অসমৰ প্ৰাথমিক বৃত্তিত নিযুক্ত লোকৰ শতাংশ কিমান?

(ক) ৪০%

(খ) ৫২.৪%

(গ) ১২.৪%

(ঘ) ৬৬.৩%

উত্তৰঃ (খ) ৫২.৪%

১৩। দ্বিতীয় বৃত্তিত নিযুক্ত লোকৰ শতাংশ কিমান?

(ক) ১২.৪%

(খ) ২৪.৩%

(গ) ১৪.০%

(ঘ) ৬.৩%

উত্তৰঃ (গ) ১৪.০%

১৪। মহিলাৰ সাক্ষৰতাৰ হাৰ কিমান?

(ক) ৭২.২%

(খ) ৬৬.৩%

(গ) ৫০.০%

(ঘ) ৪৫.৭%

উত্তৰঃ (খ) ৬৬.৩%

১৫। অসমৰ গড় জনবসতিৰ ঘনত্ব কিমান?

(ক) ৩৯৭ গৰাকী/বৰ্গ কিমি।

(খ) ১২ গৰাকী/বৰ্গ কিমি।

(গ) ২৯০ গৰাকী/বৰ্গ কিমি।

(ঘ) ৩৪৫ গৰাকী/বৰ্গ কিমি।

উত্তৰঃ (ক) ৩৯৭ গৰাকী/বৰ্গ কিমি।

Leave a Comment

Your email address will not be published. Required fields are marked *

This will close in 0 seconds

This will close in 0 seconds

error: Content is protected !!
Scroll to Top