Class 12 Swadesh Adhyayan MCQ Chapter 1 উত্তৰ-পূব ভাৰতত অসমঃ পৰিৱেশ, ভূপ্রকৃতি, জলবায়ু, মাটি আৰু পৰস্পৰৰ সম্পৰ্ক

Class 12 Swadesh Adhyayan MCQ Chapter 1 উত্তৰ-পূব ভাৰতত অসমঃ পৰিৱেশ, ভূপ্রকৃতি, জলবায়ু, মাটি আৰু পৰস্পৰৰ সম্পৰ্ক Question Answer Assamese Medium to each chapter is provided in the list so that you can easily browse through different chapters Class 12 Swadesh Adhyayan MCQ Chapter 1 উত্তৰ-পূব ভাৰতত অসমঃ পৰিৱেশ, ভূপ্রকৃতি, জলবায়ু, মাটি আৰু পৰস্পৰৰ সম্পৰ্ক and select need one. AHSEC Class 12 Swadesh Adhyayan Objective Type Question Answer As Per AHSEC New Book Syllabus Download PDF. AHSEC Swadesh Adhyayan MCQ Class 12.

Class 12 Swadesh Adhyayan MCQ Chapter 1 উত্তৰ-পূব ভাৰতত অসমঃ পৰিৱেশ, ভূপ্রকৃতি, জলবায়ু, মাটি আৰু পৰস্পৰৰ সম্পৰ্ক

Join Telegram channel

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 12 Swadesh Adhyayan Multiple Choice Solutions are part of All Subject Solutions. Here we have given AHSEC Class 12 Swadesh Adhyayan MCQ for All Chapters, You can practice these here.

Chapter: 1

প্ৰথম ভাগঃ ভূগোল

১। উত্তৰ-পূৰ্বাঞ্চলৰ আটাইতকৈ উল্লেখযোগ্য প্রদেশ কোনটো?

(ক) ত্ৰিপুৰা।

(খ) মিজোৰাম।

(গ) অসম।

(ঘ) ছিকিম।

উত্তৰঃ (গ) অসম।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

২। উত্তৰ-পূৰ্বাঞ্চলত ছিকিমক বাদ দিলে বাকী সাতখন প্রদেশক কি নামেৰে জনা যায়?

(ক) উত্তৰ-পূব সংঘ।

(খ) সাতভনী।

(গ) বৰ অসম।

(ঘ) পূৰ্বাঞ্চলীয়া গোট।

উত্তৰঃ (খ) সাতভনী।

৩। তলৰ কোনটো উত্তৰ-পূৰ্বাঞ্চলৰ অংগভুক্ত নহয়?

(ক) মণিপুৰ।

(খ) মিজোৰাম।

(গ) বিহাৰ।

(ঘ) ছিকিম।

উত্তৰঃ (গ) বিহাৰ।

৪। ইয়াণ্ডাবু সন্ধি কেতিয়া হৈছিল?

(ক) ১৮২৬ চনত।

(খ) ১৮২৫ চনত।

(গ) ১৮২৪ চনত।

(ঘ) ১৮৩০ চনত।

উত্তৰঃ (ক) ১৮২৬ চনত।

৫। নাগালেণ্ড কিমান চনত ৰাজ্য হিচাপে স্বীকৃতি লাভ কৰে?

(ক) ১৯৭২ চনত।

(খ) ১৯৬৩ চনত।

(গ) ১৯৭০ চনত।

(ঘ) ১৯৬৫ চনত।

উত্তৰঃ (খ) ১৯৬৩ চনত।

৬। অৰুণাচলক কেতিয়া কেন্দ্রীয় শাসিত অঞ্চল হিচাপে স্বীকৃতি দিয়া হয়?

(ক) ১৯৭০ চনৰ ২ এপ্ৰিলত।

(খ) ১৯৭২ চনৰ ২০ জানুৱাৰীত।

(গ) ১৯৭২ চনৰ ২১ জানুৱাৰীত।

(ঘ) ১৯৭৫ চনৰ ১৫ আগষ্টত।

উত্তৰঃ (খ) ১৯৭২ চনৰ ২০ জানুৱাৰীত।

৭। মণিপুৰ আৰু ত্ৰিপুৰাক পূৰ্ণাঙ্গ ৰাজ্যৰ মর্যাদা কেতিয়া দিয়া হয়?

(ক) ১৯৭০ চনৰ ১ জানুৱাৰীত।

(খ) ১৯৭১ চনৰ ৫ আগষ্টত।

(গ) ১৯৭২ চনৰ ২১ জানুৱাৰীত।

(ঘ) ১৯৭৩ চনৰ ১ ফেব্ৰুৱাৰীত।

উত্তৰঃ (গ) ১৯৭২ চনৰ ২১ জানুৱাৰীত।

৮।  ছিকিম কেতিয়া উত্তৰ-পূৰ্বাঞ্চলৰ অষ্টমখন প্রদেশ হিচাপে অন্তর্ভুক্ত হয়?

(ক) ১৯৮৬ চনত।

(খ) ২০০০ চনত।

(গ) ২০০৬ চনত।

(ঘ) ২০০২ চনত।

উত্তৰঃ (ঘ) ২০০২ চনত।

৯। ব্ৰহ্মপুত্ৰৰ উৎসস্থল ক’ত অৱস্থিত?

(ক) দাৰ্জিলিং পাহাৰত।

(খ) কৈলাশ গিৰিমালাত।

(গ) কাঞ্চনজংঘাত।

(ঘ) নীলগিৰি শৃংখলাত।

উত্তৰঃ (খ) কৈলাশ গিৰিমালাত।

১০। ব্ৰহ্মপুত্ৰ নদীয়ে বছৰি প্ৰায় কিমান গেদ কঢ়িয়াই আনে?

(ক) ৩০২ নিযুত টন।

(খ) ৬০০ নিযুত টন।

(গ) ৫৫০ নিযুত টন।

(ঘ) ৪০২ নিযুত টন।

উত্তৰঃ (ঘ) ৪০২ নিযুত টন।

১১। মাজুলীৰ এলেকা প্ৰায় কিমান বৰ্গ কিলোমিটাৰ?

(ক) ৫৪৫ বর্গ কিমি।

(খ) ৬৪৫ বর্গ কিমি।

(গ) ৭০০ বর্গ কিমি।

(ঘ) ৮০০ বর্গ কিমি।

উত্তৰঃ (খ) ৬৪৫ বর্গ কিমি।

১২। ব্ৰহ্মপুত্ৰ নদীত পোৱা শিহু প্ৰজাতিটো কোনটো?

(ক) Gangetica Platenis.

(খ) Gangeticus Delphinus.

(গ) Ganges Platina.

(ঘ) Platenish Gangetica.

উত্তৰঃ (ঘ) Platenish Gangetica.

১৩। শীতকালত ব্ৰহ্মপুত্ৰ পথ হৈ পৰিভ্ৰমী চৰাই ক’ৰ পৰা আহে?

(ক) আফ্ৰিকা আৰু মধ্য-পূব।

(খ) দক্ষিণ আমেৰিকা আৰু কানাডা।

(গ) ইউৰোপ আৰু চাইবেৰিয়া।

(ঘ) অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ড।

উত্তৰঃ (গ) ইউৰোপ আৰু চাইবেৰিয়া।

১৪। ব্রহ্মপুত্র অৱবাহিকাৰ কিমান শতাংশ ভাৰতবৰ্ষত পৰে?

(ক) ৩৩.৬ শতাংশ।

(খ) ৩৩.৯ শতাংশ।

(গ) ৩৪.৬ শতাংশ।

(ঘ) ৫৩.৬ শতাংশ।

উত্তৰঃ (ক) ৩৩.৬ শতাংশ।

১৫। উত্তৰ-পূৰ্বাঞ্চলৰ মুঠ পৰিসীমাৰ প্ৰায় কিমান শতাংশ বিদেশী ৰাষ্ট্ৰই আগুৰি আছে?

(ক) ৭৮ শতাংশ।

(খ) ৯৯ শতাংশ।

(গ) ৪৫ শতাংশ।

(ঘ) ৯১ শতাংশ।

উত্তৰঃ (খ) ৯৯ শতাংশ।

Leave a Comment

Your email address will not be published. Required fields are marked *

This will close in 0 seconds

This will close in 0 seconds

error: Content is protected !!
Scroll to Top