Class 10 Science MCQ Chapter 16 প্ৰাকৃতিক সম্পদৰ ব্যৱস্থাপনা

Class 10 Science MCQ Chapter 16 প্ৰাকৃতিক সম্পদৰ ব্যৱস্থাপনা, দশম শ্ৰেণীৰ বিজ্ঞান প্ৰশ্নৰ উত্তৰ, Class 10 Science Multiple Choice Question Answer to each chapter is provided in the list of SEBA বিজ্ঞান Class 10 Objective Types Question Answer so that you can easily browse through different chapters and select needs one. Class 10 Science MCQ Chapter 16 প্ৰাকৃতিক সম্পদৰ ব্যৱস্থাপনা Question Answer can be of great value to excel in the examination.

SEBA Class 10 Science MCQ Chapter 16 প্ৰাকৃতিক সম্পদৰ ব্যৱস্থাপনা

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Table of Contents

SEBA Class 10 General Science MCQ Chapter 16 প্ৰাকৃতিক সম্পদৰ ব্যৱস্থাপনা Notes covers all the exercise questions in Assam Board SEBA Textbooks. The SEBA Class 10 Science MCQ Chapter 16 প্ৰাকৃতিক সম্পদৰ ব্যৱস্থাপনা provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

প্ৰাকৃতিক সম্পদৰ ব্যৱস্থাপনা

Chapter – 16

পৰিৱেশ বিজ্ঞান

Multiple Choice Questions & Answers

1. তলৰ কোনবিধ বেক্টেৰিয়াৰ উপস্থিতিয়ে ৰোগ- সৃষ্টিকাৰী অণুজীৱৰ দ্বাৰা পানী প্ৰদূষিত হোৱাৰ ইংগিত দিয়ে?

(a) চায়েন’ বেক্টেৰিয়া।

(b) চালম’নেলা।

(c) ক’লিফর্ম।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

(d) বেছিলাছ।

উত্তৰঃ (c) ক’লিফর্ম।

2. তলৰ কোনটোক ‘জৈৱ বৈচিত্ৰ্যৰ ভঁড়াল’ বোলা হয়?

(a) নদী।

(b) পুখুৰী।

(c) শস্য পথাৰ।

(d) বনাঞ্চল।

উত্তৰঃ (d) বনাঞ্চল।

3. তলৰ কোনটো বনাঞ্চলৰ লগত জড়িত এটা অংশীদাৰ নহয়? 

(a) উদ্যোগপতিসকল।

(b) কৃষকসকল।

(c) চৰকাৰৰ বন বিভাগ।

(d) বন্যপ্রাণী আৰু প্ৰকৃতিপ্ৰেমীসকল।

উত্তৰঃ (b) কৃষকসকল।

4. অমৃতদেৱী বিষ্ণোইয়ে তলৰ কোনবিধ গছৰ সুৰক্ষাৰ বাবে প্ৰাণ আহুতি দিছিল?  

(a) পাইন গছ।

(b) শাল।

(c) খেজুৰ।

(d) খেজৰি।

উত্তৰঃ (d) খেজৰি।

5. ৰাজস্থানৰ বিষ্ণোই সম্প্রদায় তলৰ কোনটোৰ সংৰক্ষণৰ লগত জড়িত?

(a) কয়লা আৰু পেট্ৰ’লিয়াম।

(b) পানী।

(c) বন আৰু বন্যপ্রাণী।

(d) মাটি।

উত্তৰঃ (c) বন আৰু বন্যপ্রাণী।

6. তলৰ কোনটোৰ সংৰক্ষণৰ লগত চিপকো আন্দোলন জড়িত? 

(a) গছ।

(b) পানী।

(c) নদী।

(d) বন্যপ্রাণী।

উত্তৰঃ (a) গছ।

7. ভ-গৰ্ভস্থ জলভাগৰ বহনক্ষমতা কমি যোৱাৰ কাৰণ – 

(a) মাটিৰ ওপৰৰ পৰা ঘাঁহ-বনৰ আৱৰণীৰ অপসাৰণ।

(b) অধিক পানীৰ প্ৰয়োজন হোৱা শস্যৰ খেতি।

(c) উদ্যোগিক আৱৰ্জনা আৰু নগৰ অঞ্চলৰ আৱৰ্জনাৰ দ্বাৰা হোৱা প্ৰদূষণ।

(d) ওপৰৰ আটাইকেইটা।

উত্তৰঃ (d) ওপৰৰ আটাইকেইটা।

8. তলৰ কোনটো ৰাজস্থানত ব্যৱহাৰ হোৱা এটা পুৰণি পানী সঞ্চয়ন পদ্ধতি?

(a) কুলহ্।

(b) খাদিন।

(c) এৰি।

(d) কাট্টা।

উত্তৰঃ (b) খাদিন।

9. আহাৰ আৰু পাইন তলৰ কোনখন ৰাজ্যত ব্যৱহৃত পানী সঞ্চয়নৰ দুটা পৰম্পৰাগত পদ্ধতি?

(a) উত্তৰ প্ৰদেশ।

(b) ৰাজস্থান।

(c) বিহাৰ।

(d) মহাৰাষ্ট্ৰ।

উত্তৰঃ (c) বিহাৰ।

10. হিমাচল প্ৰদেশত প্ৰচলিত পানী সঞ্চয়ন পদ্ধতিটো – 

(a) নদী।

(b) কুল্‌হ।

(c) এৰি।

(d) তাল।

উত্তৰঃ (b) কুল্‌হ।

11. কয়লা আৰু পেট্ৰ’লিয়ামৰ দহনৰ ফলত উৎপন্ন হয়। 

(a) কার্বন ডাই অক্সাইড।

(b) পানী।

(c) নাইট্ৰ’জেন আৰু ছালফাৰৰ অক্সাইড।

(d) ওপৰৰ আটাইকেইটা।

উত্তৰঃ (d) ওপৰৰ আটাইকেইটা।

12. অপর্যাপ্ত বায়ুৰ উপস্থিতিত কয়লা আৰু পেট্ৰ’লিয়াম দহন কৰিলে উৎপন্ন হয়— 

(a) কার্বন ডাই অক্সাইড।

(b) কার্বন ম’নক্সাইড।

(c) ছালফাৰ আৰু নাইট্ৰ’জেনৰ অক্সাইড।

(d) ওপৰৰ আটাইকেইটা।

উত্তৰঃ (b) কার্বন ম’নক্সাইড।

13. জীৱাশ্ম ইন্ধনৰ দহনৰ ফলত উৎপন্ন হোৱা তলৰ কোনটো গেছ বিষাক্ত নহয়?

(a) কার্বন ম’নক্সাইড।

(b) ছালফাৰ ডাই অক্সাইড।

(c) কার্বন ডাই অক্সাইড।

(d) নাইট্ৰ’জেন ডাই অক্সাইড।

উত্তৰঃ (c) কার্বন ডাই অক্সাইড।

14. কয়লা আৰু পেট্ৰ’লিয়ামৰ ব্যৱহাৰৰ অসুবিধা হ’ল –

(a) বায়ু প্ৰদূষণ।

(b) গোলকীয় উত্তাপন ।

(c) ইহঁত ক্ষয়িষ্ণু শক্তিৰ উৎস।

(d) ওপৰৰ আটাইকেইটা। 

উত্তৰঃ (d) ওপৰৰ আটাইকেইটা। 

15. তলৰ কোনটো প্ৰাকৃতিক সম্পদ ক্ষয়িষ্ণু? 

(a) বনাঞ্চল।

(b) বন্যপ্রাণী। 

(c) জীৱাশ্ম ইন্ধন।

(d) পানী।

উত্তৰঃ (c) জীৱাশ্ম ইন্ধন।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top