Class 10 Science MCQ Chapter 12 বিদ্যুৎ, দশম শ্ৰেণীৰ বিজ্ঞান প্ৰশ্নৰ উত্তৰ, Class 10 Science Multiple Choice Question Answer to each chapter is provided in the list of SEBA বিজ্ঞান Class 10 Objective Types Question Answer so that you can easily browse through different chapters and select needs one. Class 10 Science MCQ Chapter 12 বিদ্যুৎ Question Answer can be of great value to excel in the examination.
SEBA Class 10 Science MCQ Chapter 12 বিদ্যুৎ
SEBA Class 10 General Science MCQ Chapter 12 বিদ্যুৎ Notes covers all the exercise questions in Assam Board SEBA Textbooks. The SEBA Class 10 Science MCQ Chapter 12 বিদ্যুৎ provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.
বিদ্যুৎ
Chapter – 12
পদার্থ বিজ্ঞান
Multiple Choice Questions & Answers
(a) এম্পিয়াৰ।
(b) ভল্ট।
(c) কুলম্ব।
(d) ৱাট।
উত্তৰঃ (c) কুলম্ব।
2. 1 কুলম্ব আধানত থকা ইলেক্ট্ৰনৰ সংখ্যা–
(a) 6.25 x 10¹⁹
(b) 6.25 x 10²⁰
(c) 6.25 x 10¹²
(d) 6.25 x 10¹⁸
উত্তৰঃ (d) 6.25 x10¹⁸
3. বৈদ্যুতিক প্ৰবাহৰ SI একক –
(a) ভল্ট।
(b) ৱাট।
(c) কুলম্ব।
(d) এম্পিয়াৰ।
উত্তৰঃ (d) এম্পিয়াৰ।
4. এটা ইলেক্ট্ৰনৰ আধানৰ পৰিমাণ –
(a) 1.6 × 10 ⁻¹⁹C
(b) 1.6 × 10 ⁻¹⁸C
(c) 1.6 × 10⁻¹¹C
(d) 1.6 × 10⁻⁶C
উত্তৰঃ (a) 1.6 × 10 ⁻¹⁹C
5. বৈদ্যুতিক বর্তনী এটাৰ ক্ষেত্ৰত তলৰ কোনটো উক্তি অসত্য–
(a) বৈদ্যুতিক প্ৰবাহৰ দিশ বৈদ্যুতিক কোষৰ ধনাত্মক প্ৰান্তৰ পৰা ঋণাত্মক প্ৰান্তলৈ।
(b) ইলেক্ট্ৰনৰ গতিৰ দিশ প্ৰবাহৰ দিশৰ সৈতে একে।
(c) ইলেক্ট্ৰনৰ গতিৰ দিশ প্ৰবাহৰ দিশৰ বিপৰীত।
(d) ধনাত্মক আধানৰ গতিৰ দিশকেই প্ৰবাহৰ দিশ হিচাপে বিবেচনা কৰা হয়।
উত্তৰঃ (b) ইলেক্ট্ৰনৰ গতিৰ দিশ প্ৰবাহৰ দিশৰ সৈতে একে।
6. তলৰ কোনটো প্ৰকাশৰাশিয়ে 1 এম্পিয়াৰক সূচায়।
(a) IC/ IV
(b) IV/ IC
(c) IC/ IS
(d) IJ/ IC
উত্তৰঃ (c) IC/ IS
7. বৈদ্যুতিক বর্তনী এটাত প্ৰবাহৰ মান জোখা সঁজুলিটো হ’ল–
(a) ভল্টমিটাৰ।
(b) এমিটাৰ।
(c) গেলভেন’মিটাৰ।
(d) পৰিৱৰ্তনশীল ৰোধ।
উত্তৰঃ (b) এমিটাৰ।
8. এটা বৈদ্যুতিক বাল্বৰ তাঁৰডালে 20 মিনিটত 0.5A প্রবাহ ল’লে, বৰ্তনীটোত চালিত হোৱা বৈদ্যুতিক আধানৰ পৰিমাণ হ’ব–
(a) 5C
(b) 50C
(c) 600C
(d) 300C
উত্তৰঃ (c) 600C
9. এক মাইক্ৰ’এম্পিয়াৰ বিদ্যুৎ প্রবাহ বৈ যোৱাৰ বাবে এক ছেকেণ্ডত কিমান সংখ্যক ইলেক্ট্রন চালিত হ’ব লাগিব?
(a) 1.6 × 10¹⁵
(b) 1.6 × 10¹⁹
(c) 1.6 × 10¹²
(d) 1.6 × 10⁶
উত্তৰঃ (c) 1.6 × 10¹²
10. তলৰ কোনটো প্ৰকাশৰাশিয়ে 1 ভল্ট সূচায় –
(a) 1JC⁻¹
(b) 1Cs⁻¹
(c) 1Js⁻¹
(d) 1VC⁻¹
উত্তৰঃ (a) 1JC⁻¹
11. বৰ্তনীৰ দুটা বিন্দুৰ মাজৰ বিভৱভেদ জুখিবলৈ ব্যৱহাৰ কৰা সঁজুলিবিধ হ’ল–
(a) এমিটাৰ।
(b) ভল্টমিটাৰ।
(c) গেলভেন’মিটাৰ।
(d) পৰিৱৰ্তনশীল ৰোধ।
উত্তৰঃ (b) ভল্টমিটাৰ।
12. বর্তনীত বিভৱভেদ জুখিবলগীয়া বিন্দু দুটাৰ মাজত ভল্টমিটাৰ এটা সংযোগ কৰা হয়–
(a) সমান্তৰালভাৱে।
(b) শ্রেণীবদ্ধভাৱে।
(c) শ্রেণীবদ্ধ বা সমান্তৰালভাৱে।
(d) ইয়াৰ এটাও নহয়।
উত্তৰঃ (a) সমান্তৰালভাৱে।
13. বৰ্তনীৰ প্ৰবাহ জুখিবলৈ বৰ্তনীটোত এমিটাৰ এটা সংযোগ কৰা হয়–
(a) সমান্তৰালভাৱে।
(b) শ্রেণীবদ্ধভাৱে।
(c) শ্রেণীবদ্ধ বা সমান্তৰালভাৱে।
(d) ইয়াৰ এটাও নহয়।
উত্তৰঃ (b) শ্রেণীবদ্ধভাৱে।
14. 6V বিভৱভেদৰ দুটা বিন্দুৰ মাজত 4C আধান চালিত কৰোঁতে কৰিবলগীয়া কাৰ্য–
(a) 1.5 J
(b) 12 J
(c) 2/ 3
(d) 24 J
উত্তৰঃ (d) 24 J
15. 2mA প্রবাহ বোৱা ৰোধক এটাৰ দুই মূৰৰ মাজৰ বিভৱভেদ 9V হ’লে, ৰোধকটোৰ ৰোধ হ’ব –
(a) 2Ω
(b) 4Ω
(c) 4.8 × 10³Ω
(d) 4.8Ω
উত্তৰঃ (c) 4.8 × 10³Ω

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.
Subject Ka Complete Video Solution Dekhein
Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:


