Letter from a Landlord to a Tenant Asking to Vacate – ঘৰ এৰি দিয়াৰ বাবে ভাৰাতীয়াৰ প্ৰতি ঘৰৰ মালিকৰ চিঠি

Letter from a Landlord to a Tenant Asking to Vacate – ঘৰ এৰি দিয়াৰ বাবে ভাৰাতীয়াৰ প্ৰতি ঘৰৰ মালিকৰ চিঠি/ আবেদন: The rent agreement or leave & license agreement between the landlord and the tenant mostly provides for an advance notice period before leaving the property by the tenant.

Letter from a Landlord to a Tenant Asking to Vacate - ঘৰ এৰি দিয়াৰ বাবে ভাৰাতীয়াৰ প্ৰতি ঘৰৰ মালিকৰ চিঠি
Letter from a Landlord to a Tenant Asking to Vacate – ঘৰ এৰি দিয়াৰ বাবে ভাৰাতীয়াৰ প্ৰতি ঘৰৰ মালিকৰ চিঠি

Letter from a Landlord to a Tenant Asking to Vacate

Join Telegram channel

Address of tenant                

Dated………..  

Dear Sir,

I would like to remind you that in your last letter you had committed to me the date and time when you were supposed to vacate my premises. You have become a defaulter in payment of rent for the last four months and your financial position at present does permit you to make up the dues. If you cooperate with me, I would have not pressed you in paying up the arrears and I would forgo four months’ rent provided you vacated my premises on the agreed date.

           However, I regret to mention to you in this connection that you have not acted according to mutual agreement and have continued to stay on in my premises even after the settled date of vacation. As further concession, I shall grant you another one month to shift yourself elsewhere after which please do not blame me if I proceed against you for establishing my right.

With kind regards.             

Your faithfully

ঘৰ এৰি দিয়াৰ বাবে ভাৰাতীয়াৰ প্ৰতি ঘৰৰ মালিকৰ চিঠি

ভাৰাতীয়াৰ ঠিকনা            

পত্ৰ লিখকৰ ঠিকনা

তাৰিখ…………….

ডাঙৰীয়া,

মই আপোনাক স্মৰণ কৰি দিব বিচাৰিছো যে, আপুনি আপোনাৰ আগৰ চিঠিখনত মোৰ ঘৰ এৰি দিয়াৰ কথা দি তাৰিখ আৰু সময় ধাৰ্য্য কৰি মোক জনাইছিল। আপুনি যোৱা চাৰি মাহে মোক ভাড়া দিয়া নাই আৰু বৰ্তমানে বাকী ভাড়া দিয়াৰ দৰে আৰ্থিক সামৰ্থও আপোনাৰ নাই। যদি আপুনি মোৰ লগত সহযোগিতা কৰিলেহেতেন তেতিয়াহ’লে বাকী ভাড়াৰ বাবে আপোনাক চাপ নিদিলোহেতেন আৰু নিৰ্দাৰিত দিনত ঘৰ এৰি দিলে মই চাৰি মাহৰ ভাড়া এৰি দিলোহেতেন।

             যাহওক, মই দুখেৰে সৈতে জনাইছো যে, আপুনি চুক্তিমতে কাম কৰা নাই আৰু নিৰ্দাৰিত সময়ৰ পিছতো আপুনি মোৰ ঘৰত বাস কৰি আছে। আপোনাক আৰু কিছু সুবিধা দিয়াৰ বাবে আৰু এমাহ সময় দিছো যাতে আপুনি অন্য ঠাইলৈ উঠি যাব পাৰে। ইয়াৰ পাচত মই যদি আপোনাৰ বিৰুদ্ধে আইন অনুযায়ী ব্যৱস্থা অৱলম্বন কৰো তেতিয়াহ’লে মোক কোনো দোষ নিদিব।

  নমস্কাৰ ল’ব                              

ইতি

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top