Class 12 Education Additional Chapter 2 অগতানুগতিক শিক্ষা

Class 12 Education Additional Chapter 2 অগতানুগতিক শিক্ষা Solutions, HS 2nd year Education Extra Question Answer, Class 12 Education Additional Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class XII Education Additional Solutions and select needs one.

Class 12 Education Additional Chapter 2 অগতানুগতিক শিক্ষা

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the AHSEC book online in these sections Solutions by Expert Teachers as per AHSEC (CBSE) Book guidelines. Class 12 Education Extra Notes. These solutions are part of AHSEC All Subject Solutions. Here we have given AHSEC HS 2nd Year Education Important Notes for All Subject, You can practice these here.

অগতানুগতিক শিক্ষা

Chapter – 2

EDUCATION

ADDITIONAL QUESTION ANSWER

অতি চমু প্ৰশ্নোত্তৰঃ

১। শিক্ষা প্ৰসাৰৰ মাধ্যমসমূহক কেইটা ভাগত ভাগ কৰিব পাৰি?

উত্তৰঃ তিনিটা।

২। শিক্ষা প্ৰসাৰৰ মাধ্যমসমূহক কি কি ভাগত ভাগ কৰিব পাৰি?

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

উত্তৰঃ ১। আনুষ্ঠানিক শিক্ষা।

২। অনানুষ্ঠানিক শিক্ষা।

৩। অগতানুগতিক শিক্ষা।

৩। অগতানুগতিক শিক্ষা মানে কি?

উত্তৰঃ স্কুলৰ বাহিৰৰ লৰা-ছোৱালীক আনুষ্ঠানিক শিক্ষা প্ৰদানৰ যি ব্যৱস্থা কৰা হয় তাকে অগতানুগতিক শিক্ষা বোলা হয়।

৪। অগতানুগতিক শিক্ষাৰ এটা সংজ্ঞা লিখা।

উত্তৰঃ হিনদাৰচন (Henderson)-ৰ মতে, “অগতানুগতিক শিক্ষা যথেষ্ট বহল আৰু ই বিদ্যালয়ৰ বাহিৰত বহুল অভিজ্ঞতা প্ৰদান কৰে।”

৫। অগতানুগতিক শিক্ষাৰ এটা বৈশিষ্ট্য লিখা।

উত্তৰঃ সমাজৰ প্ৰতিটো শ্ৰেণীৰ লোকৰ বাবে এই শিক্ষা ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছে।

৬। কোনটো শিক্ষাই গুৰুত্ব দিয়ে ব্যক্তিগত প্ৰয়োজন ভিত্তিক বিষয় সমূহত?

উত্তৰঃ অনানুষ্ঠানিক শিক্ষা।

৭। অনানুষ্ঠানিক শিক্ষাৰ সময়সীমা নিৰ্ধাৰিত হয়নে?

উত্তৰঃ নহয়।

৮। ভাৰতৰ প্ৰথম মুক্ত বিশ্ববিদ্যালয়ৰ নাম লিখা?

উত্তৰঃ অন্ধ্ৰপ্ৰদেশ মুক্ত বিশ্ববিদ্যালয়।

৯। দূৰৱৰ্তী শিক্ষাৰ এটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য লিখা?

উত্তৰঃ শিক্ষক আৰু শিকাৰুৰ মাজৰ দূৰত্ব।

১০। ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয় কেতিয়া স্থাপন কৰা হৈছিল?

উত্তৰঃ ১৯৮৫ চনত।

১১। ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয় কত অৱস্থিত।

উত্তৰঃ নতুন দিল্লীত।

১২। অসমৰ কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক বিশ্ববিদ্যালয় কেতিয়া স্থাপন কৰা হৈছিল?

উত্তৰঃ ২০০৭ চনত।

১৩। ‘দূৰ শিক্ষা’ শব্দ প্ৰথমে কোনে ব্যৱহাৰ কৰিছিল?

উত্তৰঃ কিগান।

১৪। ভাৰতত প্ৰথমখন মুক্ত বিদ্যালয় কেতিয়া স্থাপন হয়?

উত্তৰঃ ১৯৮৯ চনত।

১৫। গুৱাহাটী বিশ্ববিদ্যালয় কিমান চনত স্থাপন হৈছিল?

উত্তৰঃ ১৯৪৮ চনত।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top