Class 12 Education Additional Chapter 1 ভাৰতবৰ্ষ আৰু অসমৰ মাধ্যমিক শিক্ষা

Class 12 Education Additional Chapter 1 ভাৰতবৰ্ষ আৰু অসমৰ মাধ্যমিক শিক্ষা Solutions, HS 2nd year Education Extra Question Answer, Class 12 Education Additional Chapter 1 ভাৰতবৰ্ষ আৰু অসমৰ মাধ্যমিক শিক্ষা Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class XII Education Additional Solutions and select needs one.

Class 12 Education Additional Chapter 1 ভাৰতবৰ্ষ আৰু অসমৰ মাধ্যমিক শিক্ষা

Join Telegram channel

Also, you can read the AHSEC book online in these sections Solutions by Expert Teachers as per AHSEC (CBSE) Book guidelines. Class 12 Education Extra Notes. These solutions are part of AHSEC All Subject Solutions. Here we have given AHSEC HS 2nd Year Education Important Notes for All Subject, You can practice these here.

ভাৰতবৰ্ষ আৰু অসমৰ মাধ্যমিক শিক্ষা

Chapter – 1

EDUCATION

ADDITIONAL QUESTION ANSWER

অতি চমু প্ৰশ্নোত্তৰঃ

১। প্ৰাথমিক শিক্ষাৰ পিছৰ আৰু উচ্চ শিক্ষাৰ আগৰ শিক্ষাস্তৰটোৱক কি বুলি কোৱা হয়?

উত্তৰঃ প্ৰাথমিক শিক্ষাৰ পিছৰ আৰু উচ্চ শিক্ষাৰ আগৰ শিক্ষাস্তৰটোৱক মাধ্যমিক শিক্ষা বুলি কোৱা হয়।

২। ডি এছ কোঠাৰীৰ সভাপতিত্বত শিক্ষা আয়োগ কেতিয়া গঠিত কৰা হৈছিল?

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

উত্তৰঃ ১৯৬৪ চনৰ ১৪ জুলাইত গঠিত কৰা হৈছিল।

৩। বৰ্তমান ভাৰতৰ ভাগ্য শ্ৰেণীকক্ষসমূহত গঢ় লয় এই মন্তব্যটো কোন আয়োগে আগবঢ়াইছিল?

উত্তৰঃ কোঠাৰী আয়োগ।

৪। মাধ্যমিক শিক্ষা আয়োগৰ অধ্যক্ষজনৰ নাম লিখা?

উত্তৰঃ মাধ্যমিক শিক্ষা আয়োগৰ অধ্যক্ষজনৰ নাম হ’ল– ড° লক্ষ্মণস্বামী মুডালিয়া।

৫। ১৯৬৪ চনত ভাৰত চৰকাৰে নিযুক্তি দিয়া আয়োগখনৰ অধ্যক্ষ গৰাকী কোন আছিল?

উত্তৰঃ ১৯৬৪ চনত ভাৰত চৰকাৰে নিযুক্তি দিয়া আয়োগখনৰ অধ্যক্ষ গৰাকী ড° ডি. এছ. কোঠাৰী আছিল।

৬। ৰাষ্ট্ৰীয় শিক্ষানীতি ১৯৮৬ চনৰ চুডান্ত খচৰাখন কেতিয়া উত্থাপন কৰা হৈছিল?

উত্তৰঃ ৰাষ্ট্ৰীয় শিক্ষানীতি ১৯৮৬ চনৰ চুডান্ত খচৰাখন ১৯৮৬ চনত উত্থাপন কৰা হৈছিল।

৭। অসম মাধ্যমিক শিক্ষা আইনখন কেতিয়া গৃহীত কৰা হৈছিল?

উত্তৰঃ অসম মাধ্যমিক শিক্ষা আইনখন ১৯৬১ চনত গৃহীত কৰা হৈছিল।

৮। প্ৰাথমিক শিক্ষাৰ বিকাশৰ বাবে ৰাষ্ট্ৰীয় শিক্ষা নীতিয়ে পৰামৰ্শ দিয়া কাৰ্যসূচীটোৰ নাম কি?

উত্তৰঃ প্ৰাথমিক শিক্ষাৰ বিকাশৰ বাবে ৰাষ্ট্ৰীয় শিক্ষা নীতিয়ে পৰামৰ্শ দিয়া কাৰ্যসূচীটোৰ নাম হ’ল – অপাৰেচন ব্লেকবোৰ্ড।

৯। কোন বৰ্ষত অসম মাধ্যমিক শিক্ষা আইন বলৱৎ কৰা হৈছিল?

উত্তৰঃ ১৯৬১ চনত অসম মাধ্যমিক শিক্ষা আইন বলৱৎ কৰা হৈছিল।

১০। কোন বছৰত ভাৰতত প্ৰথম ৰাষ্ট্ৰীয় শিক্ষা নীতি যুণ্ডত কৰা হৈছিল?

উত্তৰঃ ১৯৮৬ চনত ভাৰতত প্ৰথম ৰাষ্ট্ৰীয় শিক্ষা নীতি যুণ্ডত কৰা হৈছিল।

১১। নবোদয় বিদ্যালয়ৰ গুৰুত্বপূৰ্ণ উদ্দেশ্য এটা উল্লেখ কৰা।

উত্তৰঃ নবোদয় বিদ্যালয়ৰ গুৰুত্বপূৰ্ণ উদ্দেশ্য হ’ল – ছাত্ৰ-ছাত্ৰীক থকা, খোৱা আৰু পঢ়া বিনামূলীয়া কৰা।

১২। অসমৰ প্ৰথমখন মাধ্যমিক বিদ্যালয়ৰ নাম কি?

উত্তৰঃ অসমৰ প্ৰথমখন মাধ্যমিক বিদ্যালয়ৰ নাম হ’ল – কটন কলেজ হাইস্কুল।

১৩। মুডালিয়াৰ আয়োগৰ প্ৰতিবেদনত কেইটা অধ্যয় আছিল?

উত্তৰঃ মুডালিয়াৰ আয়োগৰ প্ৰতিবেদনত ১৫ টা অধ্যয় আছিল।

১৪। অসমত প্ৰথমখন মাধ্যমিক বিদ্যালয় কেতিয়া স্থাপন কৰা হৈছিল?

উত্তৰঃ ১৯৩৫ চনৰ ১৫ জুনত স্থাপন কৰা হৈছিল।

১৫। মুডালিয়াৰ আয়োগৰ প্ৰতিবেদন কেতিয়া দাখিল কৰা হৈছিল?

উত্তৰঃ মুডালিয়াৰ আয়োগৰ প্ৰতিবেদন ১৯৫৩ চনত দাখিল কৰা হৈছিল।

1 thought on “Class 12 Education Additional Chapter 1 ভাৰতবৰ্ষ আৰু অসমৰ মাধ্যমিক শিক্ষা”

Leave a Comment

Your email address will not be published. Required fields are marked *

This will close in 0 seconds

This will close in 0 seconds

error: Content is protected !!
Scroll to Top