Class 11 Biology MCQ Chapter 14 উদ্ভিদৰ শ্বাস-প্রশ্বাস

resppost2025

Class 11 Biology MCQ Chapter 14 উদ্ভিদৰ শ্বাস-প্রশ্বাস Question Answer, HS 1st year Biology MCQ Solutions, Class 11 Biology MCQ Chapter 14 উদ্ভিদৰ শ্বাস-প্রশ্বাস Solutions in Assamese Medium to each chapter is provided in the list so that you can easily browse throughout different chapter AHSEC Board Class 11 Biology Objective Type Solutions and select needs one.

Class 11 Biology MCQ Chapter 14 উদ্ভিদৰ শ্বাস-প্রশ্বাস

Also, you can read the AHSEC book online in these sections Solutions by Expert Teachers as per AHSEC (CBSE) Book guidelines. AHSEC Class 11 Biology Multiple Choice Question Answer. These solutions are part of AHSEC All Subject Solutions. Here we have given AHSEC HS First Year Biology MCQ Solutions in Assamese Medium for All Subject, You can practice these here.

উদ্ভিদৰ শ্বাস-প্রশ্বাস

Chapter – 14

MULTIPLE CHOICE QUESTION ANSWER

১। মাত্র এটা বিশেষ স্তৰত থকা ক্ল’ৰ’প্লাষ্টযুক্ত কোষবিলাকে সালোকসংশ্লেষণ পদ্ধতিৰে কি উৎপাদন কৰে?

resppost2025

(ক) খাদ্য।

(খ) পানী।

(গ) অক্সিজেন।

sqare

(ঘ) কার্বন ডাইঅক্সাইড।

উত্তৰঃ (ক) খাদ্য।

২। শ্বসন প্রক্রিয়াৰ ফলত কি উৎপন্ন হয়?

(ক) পুষ্টি।

sqare

(খ) খাদ্য।

(গ) শক্তি।

(ঘ) অক্সিজেন।

sidebar2026

উত্তৰঃ (গ) শক্তি।

৩। গ্লুক’জ ভাঙি পাইৰুভিক এচিড হোৱা প্রক্রিয়াটোক কি বোলে?

2026

(ক) শ্বসন।

(খ) গ্লাইক’লাইছিছ।

(গ) সালোকসংশ্লেষণ।

(ঘ) মাইটোকন্ড্রিয়াল প্রতিক্রিয়া।

উত্তৰঃ (খ) গ্লাইক’লাইছিছ।

sidebar2026

৪। গ্লাইক’লাইছিছ নামৰ পদ্ধতি কোনটো ভাষাৰ পৰা উৎপত্তি হৈছে?

(ক) লেটিন।

(খ) ফৰাচী।

(গ) ইংৰাজী।

(ঘ) গ্ৰীক।

উত্তৰঃ (ঘ) গ্ৰীক।

৫। “লাইছিছ” শব্দৰ অৰ্থ কি?

(ক) ভাগিযোৱা।

(খ) চক্র।

(গ) উৎপাদন।

(ঘ) শ্বসন।

উত্তৰঃ (ক) ভাগিযোৱা।

৬। জটিল জৈৱ যৌগবিলাকৰ C-C বন্ধনীবোৰ জাৰণৰ ফলত ভাগি গৈ শক্তি উৎপাদন কৰাক কি বুলি কোৱা হয়?

(ক) গ্লাইক’লাইছিছ।

(খ) কোষীয় শ্বসন।

2026

(গ) সালোকসংশ্লেষণ।

(ঘ) পেৰাগোলাছিক প্ৰতিক্ৰিয়া।

উত্তৰঃ (খ) কোষীয় শ্বসন।

৭। গ্লাইক’লাইছিছ পদ্ধতিত কোষৰ চাইট’প্লাজম বা কোষপ্রৰসৰ ভিতৰত গ্লুক’জৰ জাৰণ হৈ কেইটা পাইৰুভিক এচিড কণাৰ সৃষ্টি কৰে?

(ক) তিনিটা।

(খ) চাৰিটা।

(গ) দুটা।

(ঘ) পাঁচটা।

উত্তৰঃ (গ) দুটা।

৮। শ্বাস-প্রশ্বাসৰ গেছ সৰবৰাহৰ বাবে উদ্ভিদে কি ব্যৱহাৰ কৰে?

(ক) লেন্টিচেল কোষ।

(খ) পত্ৰৰন্ধ কোষ।

(গ) পাতৰ কোষ।

(ঘ) বিশেষ শ্বাস-প্রশ্বাস কোষ।

উত্তৰঃ (খ) পত্ৰৰন্ধ কোষ।

৯। গ্লুক’জৰ সম্পূৰ্ণ জাৰণৰ ফলত কি উৎপন্ন হয়?

(ক) CO₂ আৰু ATP

(খ) ATP আৰু H₂O

(গ) গ্লুক’জ আৰু O₂

(ঘ) CO₂ আৰু H₂O

2026

উত্তৰঃ (ঘ) CO₂ আৰু H₂O

১০। লেক্টিক এচিড আৰু এল্কহল কিম্বন পদ্ধতিত গ্লুক’জৰ পৰা কিমান শতাংশ শক্তি উৎপন্ন হয়?

(ক) ৭ শতাংশ।

(খ) ১০ শতাংশ।

(গ) ১৪ শতাংশ।

(ঘ) ১৮ শতাংশ।

উত্তৰঃ (ক) ৭ শতাংশ।

১১। এল্কহল বা লেক্টিক এচিড কিম্বন পদ্ধতিত গ্লুক’জৰ সম্পূর্ণ শক্তি কিমান শতাংশ অংশ উৎপন্ন হয়?

(ক) ৮ শতাংশ।

(খ) ১৩ শতাংশ।

(গ) ১৯ শতাংশ।

(ঘ) ২৩ শতাংশ।

উত্তৰঃ (খ) ১৩ শতাংশ।

১২। কোনটো অণু পাইৰুভেটৰ পূৰ্ণ ভাঙনিৰ সময়ত উৎপন্ন হয়?

(ক) ATP

(খ) NADH

(গ) CO₂

(ঘ) গ্লুক’জ।

উত্তৰঃ (গ) CO₂

১৩। TCA চক্রৰ সময়ত এক পৰ্যায়ত কি পদাৰ্থৰ উৎপত্তি হয়?

2026

(ক) 3 CO₂

(খ) 2 CO₂

(গ) 2 NADH

(ঘ) 1 ATP

উত্তৰঃ (খ) 2 CO₂

১৪। যত NAD⁺ৰ বিজাৰণ হয়, তাত কি সৃষ্টি হয়?

(ক) NADH + H⁺

(খ) ATP

(গ) CO₂

(ঘ) FADH₂

উত্তৰঃ (ক) NADH + H⁺

১৫। যত FAD-ৰ বিজাৰণ হয়, তাত কি সৃষ্টি হয়?

(ক) NADH

(খ) FADH₂

(গ) ATP

(ঘ) CO₂

উত্তৰঃ (খ) FADH₂

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top