SEBA Class 10 Question Paper 2015 | HSLC Question Paper PDF Download

SEBA Class 10 Question Paper 2015 | HSLC Question Paper PDF Download is very crucial for preparing for any exam, especially for exams like SEBA HSLC (10th Exams). Because it gives a  rough idea of the examination pattern and helps in identifying the importance of the Class 10 Questions Paper. SEBA Class 10 Examinations generally have repetitive questions which are most likely to come in the exam (SEBA HSLC).

SEBA Class 10 Questions Paper 2015

SEBA Class 10 Questions Paper 2015 Details

Join Telegram channel

Table of Contents

  • Name of Exam: SEBA HSLC Examination
  • Exam Board: Board of Secondary Education, Assam
  • Class: HSLC/10th Standard
  • Year of Question Papers: 2015
  • Question Paper Format: PDF

SEBA Class 10 Previous Year Question Paper

  • ইতিমধ্যে, 2015 ৰ মেট্ৰিকৰ মডেল প্ৰশ্ন কাকতবোৰ মুকলি কৰি দিয়া হৈছে।
  • মডেল প্ৰশ্ন কাকতসমূহৰ সহায়ত তেওঁলোকে বুজি পাব পাঠ্যক্ৰমৰ কোনখিনি ভাগ কেনেদৰে প্ৰস্তুত কৰিব লাগে।
  • এইবোৰৰ সহায়ত ছাত্ৰ-ছাত্ৰী সকলে বুজি পাব যে প্ৰশ্ন কাকত সমূহ কেনেদৰে প্ৰস্তুত কৰা হয়, প্ৰশ্নসমূহ কেনেদৰে গঠন কৰা হয়, কেনেকুৱা ধৰণৰ প্ৰশ্নত কিমানকৈ নম্বৰ সংলগ্ন হৈ থাকে।
  • ইয়াৰ উপৰিও, দেখা যায় যে দীঘলীয়া তথা কিছুমান চুটি প্ৰশ্নও এক বা দুই বছৰৰ মূৰে মূৰে পুনৰাবৃত্তি হয়।
  • তেনে ক্ষেত্ৰত পুৰণি মডেল প্ৰশ্ন কাকতসমূহৰ অভ্যাস কৰিলে ছাত্ৰ-ছাত্ৰী সকল উপকৃত হʼব পাৰে।
  • কিয়নো অভ্যাসৰ ফলতহে তেওঁলোকে নিজৰ দুৰ্বলতাৰ বুজ লʼব পাৰিব আৰু প্ৰচেষ্টাৰ যোগেদি নিজকে নিখুঁত তথা সম্পূৰ্ণৰূপে পৰীক্ষাৰ বাবে প্ৰস্তুত কৰিব পাৰিব।
  • এনে কৰা ছাত্ৰ-ছাত্ৰীসকলৰ ক্ষেত্ৰত দেখা যায় যে পৰীক্ষা গৃহত তেওঁলোকৰ মন-মগজু সক্ৰিয় তথা স্থিৰ হৈ থাকে আৰু প্ৰস্তুত কৰা ধৰণে প্ৰশ্নসমূহৰ ভালদৰে উত্তৰ লেখিব পাৰে।
  • সেয়ে, ছাত্ৰ-ছাত্ৰী সকলৰ সুবিধাৰ অৰ্থে সম্ভৱপৰলৈকে পূৰ্বৰ মডেল প্ৰশ্ন কাকতৰ যোগান ধৰিবলৈ চেষ্টা কʼৰা হʼল।

How to Download/Read SEBA HSLC Questions Paper 2015

  1. তলত উল্লেখ থাকিব বছৰ অনুযায়ী বিভিন্ন বিষয়ৰ প্ৰশ্ন কাকত।
  2. তলত দিয়া হোৱা Link বোৰত Click কৰিলেই প্ৰশ্ন কাকতৰ এখন পি.ডি.এফ (PDF) ওলাই পৰিব।
  3. সেইখন Download কৰিবলৈ সুবিধা থাকিব।
  4. বছৰ/বৰ্ষ অনুযায়ী আপোনাৰ প্ৰয়োজনীয় বিষয়কেইটা বিচাৰি লʼব, তাৰ পাছত বিষয়ৰ কাষতেই উল্লেখ কৰা লিন্ক (Link) টোত গৈ প্ৰশ্ন কাকতখন ডাউনলʼড (Download) কৰি লʼব পাৰিব।
  5. সুবিধাৰ অৰ্থে সেয়া প্ৰিন্ট (Print) কৰি লʼব পাৰিব।

List of All HSLC Questions Paper 2015

Sl. NoSubjectYear
1Assamese MIL2015
2Bengali MIL2015
3Hindi MIL2015
4English2015
5General Science2015
6Social Science2015
7Mathematics2015
8Adv. Mathematics (E)2015
9Geography (E)2015
10History (E)2015
11Computer Science (E)2015

Suggested:

1. SEBA Class 10 Question Paper 2013

2. SEBA Class 10 Question Paper 2014

3. SEBA Class 10 Question Paper 2015

4. SEBA Class 10 Question Paper 2016

5. SEBA Class 10 Question Paper 2017

6. SEBA Class 10 Question Paper 2018

7. SEBA Class 10 Question Paper 2019

8. SEBA Class 10 Question Paper 2020

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top