SCERT Class 1 Assamese Chapter 9 যাতায়াত আৰু যোগাযোগ

SCERT Class 1 Assamese Chapter 9 যাতায়াত আৰু যোগাযোগ Question Answer As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SCERT Class 1 Assamese Chapter 9 যাতায়াত আৰু যোগাযোগ Solutions and select need one. SEBA Class 1 Assamese Question Answers Download PDF. SCERT Class 1 Assamese Notes.

SCERT Class 1 Assamese Chapter 9 যাতায়াত আৰু যোগাযোগ

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SCERT Class 1 Assamese Solutions are part of All Subject Solutions. Here we have given SEBA Class 1 Assamese Question Answer for All Chapters, You can practice these here.

Chapter: 9

পাঠ – ১

জোনলৈ যাওঁ ব’লা

১। তলৰ ছবিৰ নামত থকা আখৰবোৰ ছবিৰ সৈতে আঁচ টানি মিলাওঁ আহা –

উত্তৰঃ 

২। লিখোঁ আহা।

ক্ষ

উত্তৰঃ 

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now
ক্ষক্ষ

৩। শব্দ সাজোঁ আহা।

উত্তৰঃ (ক) ক্ষয়, ক্ষতি, ক্ষণ, ক্ষমা।

(খ) সিংহ, মাংস, বংশ।

(গ) উৎসৱ, উৎস, উৎপাত।

৪। ছবিৰ নাম লিখোঁ আহা।

উত্তৰঃ নাঙল, লং

৫। কওঁ আহা –

(ক) বিমলা আৰু পুতুল মাকৰ লগত ক’লৈ যাব?

উত্তৰঃ বিমলা আৰু পুতুল মাকৰ লগত বৰঝাৰলৈ যাব।

(খ) বিমানঘাটি ক’ত আছে?

উত্তৰঃ বৰঝাৰত বিমানঘাটি আছে।

(গ) তুমি কেতিয়াবা উৰাজাহাজ দেখিছানে?

উত্তৰঃ হয়, মই উৰাজাহাজ দেখিছো।

৬। তুমি দেখা যান-বাহনবোৰৰ নাম কোৱা আৰু শুদ্ধ চিন দিয়া-

উত্তৰঃ বাছ, ৰিক্সা, উৰাজাহাজ, ৰেলগাড়ী, মটৰ চাইকেল, গাড়ী, চাইকেল, অটৰিক্সা। 

পাঠ – ২

নাৱেৰে যাত্ৰা

১। কওঁ আহা:

(ক) ৰবীন কাৰ লগত ফুৰিবলৈ গৈছিল?

উত্তৰঃ ৰবীন তাৰ বায়েক ৰিজু পায়েঙৰ লগত ফুৰিবলৈ গৈছিল।

(খ) নাওখন কিয় টুলুং-ভুটুং কৰিছিল?

উত্তৰঃ ৰবীন আৰু কমলে নাওখনৰ ওপৰত জঁপিয়াই জঁপিয়াই খেলিছিল বাবে নাওখন বেঁকা হৈ টুলুং-ভুটুং কৰিছিল।

(গ) নাৱত থকা মানুহবোৰে কিয় ভয় খাইছিল?

উত্তৰঃ নাওখন টুলুং-ভুটুং কৰি বেঁকা হৈ যোৱা দেখি নাৱত থকা মানুহবোৰে ভয় খাইছিল।

(ঘ) নাৱৰীয়া ককায়ে সিহঁতক কিয় ভালদৰে বহি থাকিবলৈ কৈছিল?

উত্তৰঃ নাৱৰীয়া ককায়ে সিহঁতক ভালদৰে বহি থাকিবলৈ কৈছিল, কিয়নো নাওখনৰ ওপৰত জঁপিয়াই খেলিলে নাওখন বেঁকা হৈ উলটি যাব পাৰে আৰু তাত থকা সকলোৰে জীৱন বিপদত পৰিব পাৰে। সেয়েহে সকলোকে সুৰক্ষিত ৰাখিবলৈ তেওঁ সিহঁতক ভালদৰে বহি থাকিবলৈ কৈছিল।

২। ছবি চাই কওঁ আহা।

উত্তৰঃ ড় = গঁড়, হাড়।

ড = ডলা, ডমৰু।

ঁ = কুঁহিয়াৰ, হাঁহ।

৩। খেলিমেলিকৈ থকা আখৰবোৰ সঠিকভাৱে সজাই ছবিবোৰৰ নাম লিখোঁ আহা-

(ক) ঞা জি – _________।

(খ) নি য় ল প – _________।

(গ) ক ৰি ডঁ না – _________।

(ঘ) গি লা ড় হা – _________।

উত্তৰঃ (ক) ঞা জি – জিঞা।

(খ) নি য় ল প – পনিয়ল।

(গ) ক ৰি ডঁ না – ডঁৰিকনা।

(ঘ) গি লা ড় হা – হাড়গিলা।

৪। শব্দবোৰ পঢ়োঁ আৰু ঋ-কাৰ (‍) থকা শব্দবোৰ বেৰত লিখোঁ আহা।

আলু, গৃহ, তৃণ, বাঁহ, সৃজন, কৃপন, ডেউকা, কৃষক।

উত্তৰঃ গৃহ, তৃণ, সৃজন, কৃপন, কৃষক।

৫। ছবি চাই পাৰ্থক্যবোৰ বিচাৰি উলিয়াওঁ আহা।

উত্তৰঃ 

প্ৰথম ছবিদ্বিতীয় ছবি
(ক) আকাশত চৰাই উৰা নাই।(খ) আকাশত চৰাই উৰি আছে।
(খ) আম গছ আছে।(খ) নাৰিকল গছ আছে।
(গ) ৰেলৰ তিনিটা দবা আছে।(গ) ৰেলৰ চাৰিটা দবা আছে।
(ঘ) সৰু গছজোপা তিনিটা আছে।(ঘ) সৰু গছজোপা দুটা আছে।

৬। ছবি চাই লিখোঁ আহা।

উত্তৰঃ জিঞা, ঘড়ী, ঝাড়ু, হাঁহ।

৭। বাঁওফালৰ আৰু সোঁফালৰ অংশ লগ লগাই শব্দ লিখোঁ আহা।

জি
ঝাড়ী
গৃড়ু
ঞা

উত্তৰঃ জিঞা, ঝাড়ু, গৃহ, ঘড়ী।

৮। ছবিখন চাই এটা বাক্য লিখোঁ আহা।

(ক) ______________________।

(খ) ______________________।

উত্তৰঃ 

(ক) ঝুমুৰ নৃত্য।

(খ) অসমৰ চাহ জনজাতিসকলৰ নৃত্য।

৯। তোমালোকে ছবিত থকা বস্তুবোৰ কেতিয়াবা দেখিছানে? এই বস্তুবোৰ কি কি কামত ব্যৱহাৰ হয় কওঁ আহা।

উত্তৰঃ 

(ক) গৰুগাড়ীত বস্তু অনা নিয়া কৰা হয়।(ক) ৰিক্সাত আমি ওচৰৰ ঠাইত অহা যোৱা কৰাত সুবিধা হয়।
(খ) উৰাজাহাজত বহুত দূৰত আমি এঠাইৰ পৰা আন ঠাইলৈ যাব পাৰো।(খ) ৰেলগাড়ীত দূৰত অহা যোৱা কৰাত সুবিধা হয়।
(গ) বাছত আমি এঠাইৰ পৰা আন ঠাইলৈ অহা যোৱা কৰোঁ।(গ) মটৰ গাড়ীত ওচৰত অহা যোৱা কৰাত সহায় হয়।
(ঘ) চাইকেলত আমি ওচৰৰ কৰবাত অহা যোৱা কৰাৰ সুবিধা হয়।(ঘ) গাড়ীত দূৰত অহা যোৱা কৰাত সহায় হয়।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top