SCERT Class 1 Assamese Chapter 1 আমাৰ খেল Question Answer As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SCERT Class 1 Assamese Chapter 1 আমাৰ খেল Solutions and select need one. SEBA Class 1 Assamese Question Answers Download PDF. SCERT Class 1 Assamese Notes.
SCERT Class 1 Assamese Chapter 1 আমাৰ খেল
Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SCERT Class 1 Assamese Solutions are part of All Subject Solutions. Here we have given SEBA Class 1 Assamese Question Answer for All Chapters, You can practice these here.
আমাৰ খেল
Chapter: 1
১। ছবি চাই কথা পাতো আহা।
উত্তৰঃ ছাত্ৰ – ছাত্ৰী নিজে কৰা।
ক্রিয়া-কলাপ-
১। কি খেলিছে, কওঁ আহা।

উত্তৰঃ চকা খেল, ফুটবল খেল, কুতকুত খেল, দৌৰ জাপ, ডাণ্ডা গুটি খেল।
২। ৰং বোলাওঁ আহা।

উত্তৰঃ

পাঠ – ১
উকুলি মুকুলি
গাঁও আহা।
উকুলি মুকুলি কুকুলিকে খেলা
মন যদি ডাৱৰীয়া
মুকলিলে ব’লা
কুক-ভা খেলোঁ অ’।
উত্তৰঃ ছাত্ৰ – ছাত্ৰী নিজে কৰা।
ক্রিয়া-কলাপ:
২। লগে-ভাগে গাওঁ আহা –
| ব, ক, ৰ, ম, আ, |
বগাকৈ বগলী বহলাই বহিছে
বলুকাত বিয়লি বেলা,
বকুল বাগৰিছে ববচা বনতে
বুটলি বিলাওঁগৈ ব’লা।
উত্তৰঃ ছাত্র – ছাত্ৰী নিজে কৰা।
৩। তলৰ ছবিবোৰৰ নামৰ প্ৰথম ধ্বনি কওঁ আহা:

উত্তৰঃ ছাত্ৰ – ছাত্ৰী নিজে কৰা।
৪। তলৰ শব্দবোৰ শুনো আৰু প্ৰথম ধ্বনি কওঁ আহা।
| বগা | বৰল | বন | বগৰী | বৰফ | বজাৰ | বছৰ |
উত্তৰঃ ছাত্ৰ – ছাত্ৰী নিজে কৰা।
৫। ফুটবোৰ লগ লগ লগাই আখৰ আখৰ লিখোঁ আহা।

উত্তৰঃ ছাত্ৰ – ছাত্ৰী নিজে কৰা।
৬। লিখোঁ আহা।
| ব |
উত্তৰঃ ছাত্ৰ – ছাত্ৰী নিজে কৰা।
৭। লগে-ভাগে গাওঁ আহা-
কণমান যাব ককাৰ লগত
কিনিবলে’ কিবা কিবি;
কিবাকিবিবোৰ কিনো হ’ব পাৰে
চাবাচোন বাৰু ভাবি।
উত্তৰঃ ছাত্ৰ – ছাত্ৰী নিজে কৰা।
৮। তলৰ ছবিবোৰৰ নামৰ প্ৰথম ধ্বনি কওঁ আহা।

উত্তৰঃ ছাত্ৰ – ছাত্ৰী নিজে কৰা।
৯। তলৰ শব্দবোৰ শুনো আৰু প্ৰথম ধ্বনি কওঁ আহা।
| কচু | কণী | কলহ | কৰত |
| কঠ | কমলা | কপাল | কটাৰী |
উত্তৰঃ ছাত্ৰ – ছাত্ৰী নিজে কৰা।
১০। ফুটবোৰ লগ লগাই আখৰ লিখোঁ আহা।

উত্তৰঃ ছাত্ৰ – ছাত্ৰী নিজে কৰা।
১১। লিখোঁ আহা।
| ক |
উত্তৰঃ ছাত্ৰ – ছাত্ৰী নিজে কৰা।
পাঠ – ২
বৰষুণত খেল
ক্রিয়া-কলাপ –
১। কওঁ আহা –
(ক) ৰাজাহঁতে কি খেলিবলৈ গৈছিল?
উত্তৰঃ ৰাজাহঁতে বেট-বল খেলিবলৈ গৈছিল।
(খ) কোনে বলটো জোৰেৰে মাৰি পঠিয়াইছিল?
উত্তৰঃ থেংছিয়ে বলটো জোৰেৰে মাৰি পঠিয়াইছিল।
(গ) ৰাজা আৰু কানায়ে কিয় হাঁহিছিল?
উত্তৰঃ কানাই পিছলি পৰিল আৰু তাক উঠাবলৈ গৈ ৰাজাও পিছলি পৰিল। সেয়ে দুয়োটা ইটোৱে সিটোৰ ফালে চাই হাঁহিছিল।
(ঘ) ৰাজাহঁতে চালিঘৰটোত কিয় খেলিবলৈ লৈছিল?
উত্তৰঃ হঠাৎ বৰষুণ বেছি হোৱাৰ বাবে ৰাজাহঁতে চালিঘৰটোত খেলিবলৈ লৈছিল।
(ঙ) থেংছিহঁতে শেষত পথাৰত কি কৰিব, নিজে ভাবি কোৱা?
উত্তৰঃ থেংছিহঁতে শেষত পথাৰত আকৌ বেট-বল খেলিব।
(চ) বৰষুণৰ বতৰত তোমালোকে কি কি খেল খেলা?
উত্তৰঃ বৰষুণৰ বতৰত আমি লুডু, কেৰাম, লুকা-চুৰি আদি খেল খেলোঁ।
(ছ) তোমাৰ এনেধৰণৰ হাঁহি উঠা বা ভাল লগা ঘটনা এটা কোৱা।
উত্তৰঃ এবাৰ বৰষুণত আমি খেলি থাকোঁতে এজন বন্ধু পিছলি পৰিল। আমি সকলোৱে হাঁহি উঠিলোঁ। সেইটো মোৰ বাবে এটা ভাল লগা ঘটনা।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.


