SCERT Class 1 Assamese Chapter 3 আমাৰ চৌপাশ Question Answer As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SCERT Class 1 Assamese Chapter 3 আমাৰ চৌপাশ Solutions and select need one. SEBA Class 1 Assamese Question Answers Download PDF. SCERT Class 1 Assamese Notes.
SCERT Class 1 Assamese Chapter 3 আমাৰ চৌপাশ
Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SCERT Class 1 Assamese Solutions are part of All Subject Solutions. Here we have given SEBA Class 1 Assamese Question Answer for All Chapters, You can practice these here.
আমাৰ চৌপাশ
Chapter: 3
১। ছবি চাই কথা পাতোঁ আহা।
উত্তৰঃ ছাত্র – ছাত্ৰী নিজে কৰা।
২। তলৰ ছবিবোৰৰ নাম কওঁ আহা।

উত্তৰঃ মইনা চৰাই, ভাটৌ চৰাই, পাৰ চৰাই, ঘোঁৰা, গৰু, মেকুৰী, কুকুৰ।
৩। কাৰ কি মাত হ’ব কওঁ আহা।

উত্তৰঃ কাউৰী = কাক — কা কা।
গাড়ী — পোঁ পোঁ।
হৰিণ — হুঁ হুঁ।
ৰেলগাড়ী — ছু ছু।
কুকুৰা আৰু পোৱালি — কট্ কট্ ।
ভেঁকুলী — টেঁং টেঁং।
৪। কোনটো বাটেৰে গ’লে পিছলা খেলখন খেলিবলৈ পাব, বিচাৰোঁ আহা।

উত্তৰঃ

পাঠ – ১
কুকুৰা আৰু হাঁহ
১। কওঁ আহা:
(ক) হাঁহকেইজনী ক’ত চৰি আছিল?
উত্তৰঃ হাঁহকেইজনী নৈত চৰি আছিল।
(খ) কুকুৰাজনীয়ে হাঁহক কি কৈছিল?
উত্তৰঃ কুকুৰাজনীয়ে হাঁহক সুধিছিল যে নৈৰ সিপাৰত কি আছে আৰু নৈখন কেনেকৈ পাৰ হ’ব।
(গ) কুকুৰাৰ পোৱালিবোৰে কিদৰে নৈখন পাৰ হৈছিল?
উত্তৰঃ কুকুৰাৰ পোৱালিবোৰে হাঁহৰ পিঠিত উঠি নৈখন পাৰ হৈছিল।
(ঘ) কুকুৰাকেইজনীয়ে কিয় নৈৰ সিপাৰলৈ যাবলৈ মন কৰিছিল?
উত্তৰঃ সিহঁতৰ নৈৰ সিপাৰৰ দৃশ্য দেখিবলৈ বৰ মন গৈছিল, সেয়ে সিপাৰলৈ যাবলৈ বিচাৰিছিল।
(ঙ) হাঁহকেইজনীয়ে সহায় নকৰা হ’লে কুকুৰাকেইজনী কেনেকৈ নৈখন পাৰ হ’লহেঁতেন?
উত্তৰঃ হাঁহকেইজনীয়ে সহায় নকৰিলে কুকুৰাকেইজনী নৈখন একেলগে কেতিয়াও পাৰ হ’ব নোৱাৰিলেহেঁতেন। কিয়নো হাঁহেই নৈখনত সাঁতুৰিবলৈ জানে আৰু সিহঁতেই কুকুৰাকেইজনীক পিঠিত বহুৱাই নৈ পাৰ কৰাইছিল।
২। শেষৰ ছবিখনত কি হ’ব, ভাবি কওঁ আহা-

উত্তৰঃ ছোৱালীজনীৰ মনটো বেজাৰ লাগি কান্দিব ধৰিব।
৩। ছবিৰ নাম আৰু নামৰ প্ৰথম ধ্বনিটো কওঁ আহা –

‘প’ আৰু ‘ত’ৰে আৰম্ভ হোৱা আৰু কি কি শব্দ জানো কওঁ আহা।
উত্তৰঃ প = পৰুৱা, পখিলা, পদুম।
ত = তলা, তবলা, তগৰ।
৪। আঁচ টানি মিলাওঁ আহা।

উত্তৰঃ

৫। ফুটবোৰ লগ লগাই লিখোঁ আহা-

উত্তৰঃ ছাত্র – ছাত্ৰী নিজে কৰা।
৬। গাওঁ আহা –
চিপ্ চিপীয়া বৰষুণ
থক্ থক্ কৈ কঁপে কোন?
থলগিৰী ভূতনাথ
কঁপি থাকে, নাই মাত।
উত্তৰঃ ছাত্র – ছাত্ৰী নিজে কৰা।
৭। লিখোঁ আহা।

উত্তৰঃ ছাত্র – ছাত্ৰী নিজে কৰা।
৮। ছবিবোৰৰ নাম কওঁ আহা।

ছবিবোৰৰ নামৰ প্ৰথম ধ্বনিটো কোৱা। ‘জ’ ধ্বনিৰে আৰম্ভ হোৱা আৰু কি কি শব্দ জানা কোৱা।
উত্তৰঃ জখলা, জগ, জলকীয়া, জৱা।
৯। জ-আখৰ থকা ছবিটোত ৰং কৰোঁ আহা।

উত্তৰঃ ছাত্র – ছাত্ৰী নিজে কৰা।
১০। ফুটবোৰ লগ লগাই লিখোঁ আহা।

উত্তৰঃ ছাত্র – ছাত্ৰী নিজে কৰা।
১১। লিখোঁ আহা।
| জ |
উত্তৰঃ
| জ | জ | জ | জ | জ | জ | জ |
১২। লিখোঁ আহা।

উত্তৰঃ ছাত্র – ছাত্ৰী নিজে কৰা।
১৩। ছবিৰ নামৰ প্ৰথম ধ্বনি কওঁ আহা।

উত্তৰঃ জিকা, চিলা, শিয়াল, কিতাপ, পিঠা, ঝিঞা।
১৪। ছবিৰ নামবোৰ সম্পূর্ণ কৰোঁ আহা।

উত্তৰঃ কিতাপ, মিঠাই, নিমপাত, লিচু।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.


