SCERT Class 1 Assamese Chapter 2 আমাৰ পৰিয়াল

SCERT Class 1 Assamese Chapter 2 আমাৰ পৰিয়াল Question Answer As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SCERT Class 1 Assamese Chapter 2 আমাৰ পৰিয়াল Solutions and select need one. SEBA Class 1 Assamese Question Answers Download PDF. SCERT Class 1 Assamese Notes.

SCERT Class 1 Assamese Chapter 2 আমাৰ পৰিয়াল

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SCERT Class 1 Assamese Solutions are part of All Subject Solutions. Here we have given SEBA Class 1 Assamese Question Answer for All Chapters, You can practice these here.

Chapter: 2

১। ছবি চাই কথা পাতোঁ আহা।

উত্তৰঃ ছাত্র – ছাত্ৰী নিজে কৰা।

পাঠ – ১

জেউতি

২। তোমাৰ পৰিয়ালত কোন কোন আছে কওঁ আৰু তেওঁলোকৰ ছবি বংশবৃক্ষত লগাওঁ আহা।

উত্তৰঃ ছাত্র – ছাত্ৰী নিজে কৰা।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

১। কথা পাতোঁ আহা।

(ক) ছবিখনত কি কি দেখিছা?

উত্তৰঃ ছবিখনত মানুহ, ঘৰ, গোহালি, হুইলচেয়াৰত বহি থকা ককা, আইতা, সৰু ল’ৰা-ছোৱালী, চাহ খাই থকা মানুহজনী, ঝাড়ু মাৰি থকা মানুহজনী, গোহালি চাফা কৰি থকা মানুহজন, মোনাখন লোৱা মানুহ আৰু গছ-গছনি দেখিছো।

(খ) ছবিখনত কোনে কি কৰিছে?

উত্তৰঃ ছবিখনত এজনীয়ে ঝাড়ু মাৰি আছে, এজনে গোহালি চাফা কৰি আছে, এজনীয়ে চাহ খাই আছে, এজনে বজাৰৰ পৰা গৈ আহিছে, ককা-আইতাই নাতিয়েকৰ খেলি আছে আৰু মানুহজনীয়ে লৰা-ছোৱালী লৈ স্কুললৈ গৈছে।

(গ) মানুহজনে মোনাখনত কি আনিছে?

উত্তৰঃ মানুহজনে মোনাখনত দুটা হাঁহ আনিছে।

(ঘ) সৰু ল’ৰা-ছোৱালী দুগৰাকী ক’লৈ যাবলৈ ওলাইছে?

উত্তৰঃ সৰু ল’ৰা-ছোৱালী দুগৰাকী বিদ্যালয়লৈ যাবলৈ ওলাইছে।

(ঙ) ছবিখনত দেখাৰ বাহিৰে তোমাৰ ঘৰত কোনে কি কাম কৰে কোৱা।

উত্তৰঃ আমাৰ ঘৰত মায়ে ঘৰৰ কাম কৰে, দেউতাই বজাৰলৈ যায়, ভাইটি আৰু ভন্টিয়ে খেলা-ধূলা কৰে আৰু মই পঢ়াশুনা কৰোঁ।

২। ছবি চাই নাম কওঁ আহা।

উত্তৰঃ ল = লং , লৰা।

অ = অমৰা , অজগৰ।

এ = এৰাপাত , এন্দুৰ।

৩। ফুটবোৰ লগ লগাই লিখোঁ আহা।

উত্তৰঃ ছাত্র – ছাত্ৰী নিজে কৰা।

৪। লিখোঁ আহা।

উত্তৰঃ 

৫। শুনো আৰু খৰকৈ কওঁ আহা।

লাও পুলি        লৰাই ৰুলোঁ

ৰুলোঁ লৰাই লফা

ঘূৰাই ঘূৰাই       উৰাই ঘূৰাই

তাঘূৰ ঘূৰাই মাতা।

উত্তৰঃ ছাত্র – ছাত্ৰী নিজে কৰা।

পাঠ – ২

কণ্টকৰামৰ বুধি

ক্রিয়া-কলাপ

১। কথা পাতোঁ আহা-

(ক) কেঁটেলাপহুটোৰ নাম কি আছিল?

উত্তৰঃ কেঁটেলাপহুটোৰ নাম কণ্টকৰাম আছিল।

(খ) তাক মাকে কি খাবলৈ কৈছিল?

উত্তৰঃ তাক মাকে নাচপতি খাবলৈ কৈছিল।

(গ) সি কিয় নাচপতি ঘৰলৈ লৈ গৈছিল?

উত্তৰঃ সি মাক-দেউতাকৰ বাবে নাচপতি ঘৰলৈ লৈ গৈছিল।

(ঘ) কেঁটেলাপহুটোৱে নাচপতিবোৰ কেনেকৈ কঢ়িয়ালে?

উত্তৰঃ কেঁটেলাপহুটোৱে তলসৰা নাচপতি কেইটা গোটাই লৈ নিজৰ দীঘল কাঁইটবোৰ থিয় কৰিলে আৰু ওলোটা খৰ মাৰি নাচপতিবোৰ কাঁইটত শালি ধৰাই ঘৰলৈ কঢ়িয়াই আনিলে।

(ঙ) তুমি নাচপতিকেইটা কেনেকৈ কঢ়িয়ালাহেঁতেন?

উত্তৰঃ মই সকলো নাচপতি কেইটা গোটাই ঘৰলৈ লৈ গলোঁ হেঁতেন। 

(চ) তোমাৰ পৰিয়ালৰ কাৰোবাৰ অসুখ হ’লে তুমি কিদৰে সহায় কৰা?

উত্তৰঃ মই ঘৰৰ কাৰোবাৰ অসুখ হ’লে তেওঁৰ চোৱা-চিতা কৰো, তেওঁক গৰম পানী কৰি দিওঁ ইত্যাদি।

২। কওঁ আহা।

উত্তৰঃ নখ, নহৰু, নদী, ন।

৩। তলৰ শব্দজালত থকা ‘ন’ আখৰত ঘেৰ দিওঁ আহা।

উত্তৰঃ 

৪। শুনি কওঁ আহা।

ভোমোৰাৰ গুণ গুণ 

শুনা কাণ পাতি, 

কিন্ কিনীয়া বৰষুণ 

লৈ আনা ছাতি।

ওপৰত দিয়া পদ্যফাকিৰ ‘ণ’ থকা শব্দবোৰত ঘেৰ দিওঁ আহা।

উত্তৰঃ ভোমোৰাৰ গুণ গুণ 

শুনা কাণ পাতি, 

কিন্ কিনীয়া বৰষুণ 

লৈ আনা ছাতি।

৫। শব্দৰ সৈতে ছবিবোৰ আঁচ টানি মিলাওঁ আহা।

উত্তৰঃ

৬। লিখোঁ আহা।

উত্তৰঃ ছাত্র – ছাত্ৰী নিজে কৰা।

৭। কোনটো কাৰ পৰিয়াল, আঁচ টানি মিলাওঁ আহা।

উত্তৰঃ

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top