SCERT Class 1 Assamese Chapter 5 আমাৰ খাদ্য

SCERT Class 1 Assamese Chapter 5 আমাৰ খাদ্য Question Answer As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SCERT Class 1 Assamese Chapter 5 আমাৰ খাদ্য Solutions and select need one. SEBA Class 1 Assamese Question Answers Download PDF. SCERT Class 1 Assamese Notes.

SCERT Class 1 Assamese Chapter 5 আমাৰ খাদ্য

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SCERT Class 1 Assamese Solutions are part of All Subject Solutions. Here we have given SEBA Class 1 Assamese Question Answer for All Chapters, You can practice these here.

Chapter: 5

পাঠ – ১

খিচিৰিৰ সোৱাদ

১। কথা পাতোঁ আহা।

(ক) টিলটিলহঁতৰ ঘৰলৈ কোনে পাচলিবোৰ আনিছিল?

উত্তৰঃ টিলটিলহঁতৰ ঘৰলৈ আইতাকে পাচলিবোৰ আনিছিল।

(খ) খিচিৰিত কি কি পাচলি আছিল?

উত্তৰঃ খিচিৰিত গাজৰ আৰু বিন আছিল।

(গ) কাহিনীটো নিজাববীয়াকৈ কওঁ আহা।

উত্তৰঃ ছাত্র – ছাত্ৰী নিজে কৰা।

(ঘ) লাৰুৰ টেমাটো টিলটিলে কিয় নিজৰ লগতেই ৰাখিছিল?

উত্তৰঃ লাৰুৰ টেমাটো ঢিলটিলে নিজৰ লগতে ৰাখিছিল কাৰণ লাৰুকেইটা বৰ সোৱাদৰ আছিল।

(ঙ) তুমি কি কি মিঠাই খাই পাইছা?

উত্তৰঃ মই লাডু, ৰসগোল্লা, পেৰা, সন্দেশ, জিলাপি আৰু বৰফি আদি।

২। ডলাখনত থকা শাক-পাচলিবোৰৰ নাম কওঁ আহা।

উত্তৰঃ বেঙেনা, জিকা, আলু, গাজৰ, নহৰু, পিয়াজ, বান্দাকবি, জলকীয়া, শাক।

৩। তুমি ভালপোৱা পাচলিবিধৰ নাম কোৱা আৰু ছবি আঁকা:

= বেঙেনা।

= আলু।

= গাজৰ।

= পিয়াঁজ।

৪। স, ফ আৰু ঐ আখৰবোৰ বাছি উলিয়াওঁ আহা।

(ক)

স
সভাসকামমানস
সকাহঅসমপায়স

উত্তৰঃ 

স
সভাসকামমানস
সকাহঅসমপায়স

(খ)

ফ
ফচলফকৰাফণি
কফনবৰফমফচল

উত্তৰঃ

ফ
ফচলফকৰাফণি
কফনবৰফমফচল

(গ) 

ঐ
ঐৰাৱতঐকিকঐহিক

উত্তৰঃ 

ঐ
ঐৰাৱতঐকিকঐহিক

৫। লিখোঁ আহা।

উত্তৰঃ ছাত্র – ছাত্ৰী নিজে কৰা।

৬। তলত দিয়া আখৰ-জালৰ পৰা শব্দ গঠন কৰোঁ আহা।

উত্তৰঃ 

কৰচকা
পাচিসাপ
পতাকাককা
কৰতকাম
কলি

৭। পঢ়োঁ আৰু লিখোঁ আহা।

চকাকৰতচেকনি
নোমপাচলিভোমোৰা

উত্তৰঃ

চকাকৰতচেকনি
চকাকৰতচেকনি
চকাকৰতচেকনি
নোমপাচলিভোমোৰা
নোমপাচলিভোমোৰা
নোমপাচলিভোমোৰা

পাঠ – ২

শিয়াল আৰু বগলী

১। ছবি চাই সাধু কওঁ আহা।

উত্তৰঃ ছাত্ৰ – ছাত্ৰী নিজে কৰা।

২। কথা পাতোঁ আহা।

(ক) বগলীজনীয়ে খাদ্য ক’ৰ পৰা খাইছে?

উত্তৰঃ বগলীজনীয়ে খাদ্য পুখুৰীৰ পানীৰ পৰা খাইছে।

(খ) শিয়ালটোৱে বগলীক মাতি কিহত খাবলৈ দিছে?

উত্তৰঃ শিয়ালটোৱে বগলীক মাতি প্লেটত খাবলৈ দিছে।

(গ) বগলীটোৱে শিয়ালক মাতি কিহত খাবলৈ দিছে?

উত্তৰঃ বগলীটোৱে শিয়ালক মাতি বাঁহৰ চুঙাত খাবলৈ দিছে।

(ঘ) ছবিকেইখন চাই কাহিনীটো নিজাববীয়াকৈ কওঁ আহা।

উত্তৰঃ ছাত্ৰ – ছাত্ৰী নিজে কৰা।

৩। ছবি চাই প্রথম ধ্বনি কওঁ আহা।

উত্তৰঃ ধনু, ছয়।

৪। ‘ধ’ আৰু ‘ছ’ আখৰত ঘেৰ দিওঁ আহা।

ধন এজন খেতিয়ক। তেওঁ ধনিয়া আৰু ধান 

খেতি কৰিছে। ধনৰ ছাগলী ছটা। 

সিহঁতে গছজোপাৰ সিপাৰে চৰে।

উত্তৰঃ ধন এজন খেতিয়ক। তেওঁ ধনিয়া আৰু ধান 

খেতি কৰিছে। ধনৰ ছাগলী ছটা। 

সিহঁতে গছজোপাৰ সিপাৰে চৰে।

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top