SCERT Class 1 Assamese Chapter 8 বতৰৰ কথা

SCERT Class 1 Assamese Chapter 8 বতৰৰ কথা Question Answer As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SCERT Class 1 Assamese Chapter 8 বতৰৰ কথা Solutions and select need one. SEBA Class 1 Assamese Question Answers Download PDF. SCERT Class 1 Assamese Notes.

SCERT Class 1 Assamese Chapter 8 বতৰৰ কথা

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SCERT Class 1 Assamese Solutions are part of All Subject Solutions. Here we have given SEBA Class 1 Assamese Question Answer for All Chapters, You can practice these here.

Chapter: 8

পাঠ – ১

বতৰৰ কথা

১। মাহৰ নামবোৰ জানো আহা।

ব’হাগজেঠআহাৰশাওণ
ভাদআহিনকাতিআঘোণ
পুহমাঘফাগুনচ’ত

২। বাঁওফালৰ লগত সোঁফালৰ পৰা শব্দ লগ লগাই লিখোঁ আহা।

আহাৰ, পছোৱা, বতাহ, আঘোণ, বাৰিষা।

(ক) আমৰ বতৰৰ মাহ _____________।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

(খ) ধান পকা মাহ ________________।

(গ) ফাগুন মাহত ______________ বতাহ।

(ঘ) শাওণ মাহত ভৰ _____________।

উত্তৰঃ (ক) আমৰ বতৰৰ মাহ আহাৰ।

(খ) ধান পকা মাহ আঘোণ।

(গ) ফাগুন মাহত পছোৱা বতাহ।

(ঘ) শাওণ মাহত ভৰ বাৰিষা।

৩। ছবি চাই মাহবোৰৰ নাম লিখোঁ আহা।

উত্তৰঃ ব’হাগ মাহ, আঘোন মাহ, মাঘ মাহ, ফাগুন মাহ।

৪। ছবি চাই নামৰ প্ৰথম ধ্বনি কওঁ আহা।

উত্তৰঃ টকা, ঋষি, যৱ, দলং।

৫। গাওঁ আহা আৰু ‘ট’ থকা শব্দবোৰত ঘেৰ দিওঁ আহা।

টকৌ গছত শাৰী শাৰী 

টোকোৰাৰ বাহ, 

কোনে বায় টোকাৰী 

শুনোগৈ আহ।

উত্তৰঃ টকৌ গছত শাৰী শাৰী 

টোকোৰাৰ বাহ, 

কোনে বায় টোকাৰী 

শুনোগৈ আহ।

৫। খালী ঠাইত উপযুক্ত আখৰ লিখি শব্দ গঠন কৰোঁ আহা।

ঋ, ক, ট, মা, দ।

(ক) ___________ ষি।

(খ) ___________ পৌ।

(গ) ___________ কা।

(ঘ) ___________ গা।

(ঙ) ___________ কৈ।

উত্তৰঃ (ক)  ঋষি।

(খ) কপৌ।

(গ) টকা।

(ঘ) দগা।

(ঙ) মাকৈ।

৬। সাঁথৰ ভাঙো আহা-

টুপ্ টুপ্ টুপলি, 

পানী পালে মুকলি।

উত্তৰঃ মাছ মৰা জাল।

৭। ভাবোঁ আৰু কওঁ আহা-

(ক) পানী আৰু ক’ত ক’ত পোৱা যায় বাৰু?

উত্তৰঃ নদী, নলা, পুখুৰী,বিল,কুঁৱা,দমকল,বৰষুণৰ পৰা,সাগৰ আৰু মহাসাগৰত,হ্ৰদত আদি।

পাঠ – ২ 

বেলি আৰু বতাহ

১। কথা পাতোঁ আহা:

(ক) বেলি আৰু বতাহৰ কিয় মতভেদ হৈছিল?

উত্তৰঃ কোনজন বেছি বলৱান সেই কথা লৈ বেলি আৰু বতাহৰ মতভেদ হৈছিল।

(খ) অৱশেষত বেলি আৰু বতাহে কেনেকৈ বল জুখিবলৈ ঠিক কৰিলে?

উত্তৰঃ এজন বাটৰুৱাৰ গাৰ এৰী চাদৰখন যিয়ে গুচাব পাৰিব, সিয়ে বেছি বলৱান হ’ব বুলি ঠিক কৰিলে।

(গ) বতাহ জোৰকৈ বলাত বাটৰুৱাজনে কি কৰিলে?

উত্তৰঃ বাটৰুৱাজনে এৰী চাদৰখন ভালদৰে গাত মেৰিয়াই ল’লে।

(ঘ) বেলিৰ তাপ বঢ়াত বাটৰুৱাজনে কি কৰিলে?

উত্তৰঃ বাটৰুৱাজনে গৰম সহিব নোৱাৰি গাৰ কাপোৰখন গুচাই দিলে।

(ঙ) বেলি আৰু বতাহৰ মাজত কোন জিকিল?

উত্তৰঃ বেলিয়ে জিকিল।

(চ) বাটৰুৱাৰ গাৰ কাপোৰ গুচোৱাৰ সলনি কি প্রতিযোগিতা কৰিলে বতাহ জিকিলহেঁতেন, কওঁ আহা।

উত্তৰঃ কাগজ উৰুওৱা, গছৰ পাত সৰুৱা, নাও চলোৱা প্ৰতিযোগিতা কৰিলে বতাহ জিকিলহেঁতেন।

(ছ) আমি দিনটোৰ কোনখিনি সময়ত বেছি গৰম অনুভৱ কৰোঁ?

উত্তৰঃ দুপৰীয়াৰ সময়ত আমি বেছি গৰম অনুভৱ কৰোঁ।

২। জোৰকৈ বতাহ বলিলে কি হয় আৰু ৰ’দৰ তাপ বাঢ়িলে কি হয় ছবি চাই কওঁ আহা-

উত্তৰঃ (ক) জোৰকৈ বতাহ বলিলে গছৰ পৰা আমবোৰ সৰি পৰে।

(খ) ৰ’দৰ তাপ বাঢ়িলে গছৰ তলত বহি জিৰাব মন যায়।

(গ) ৰ’দৰ তাপ বাঢ়িলে কাপোৰ জলদি শুকাই।

(ঘ) ৰ’দৰ তাপ বাঢ়িলে আইচক্ৰীম খাব মন যায়।

(ঙ) ৰ’দৰ তাপ বাঢ়িলে বিচনীৰ পৰা বিচিব মন যায়।

(চ) জোৰকৈ বতাহ বলিলে গছৰ পাত সৰি পৰে।

৩। ‘ঞ’, ‘ঝ’ আৰু ‘ষ’ থকা শব্দত ঘেৰ দিওঁ আহা-

বৰষুণ পৰি আছে। বতাহত ঝাওবন হালি জালি আছে। ঝাওবনবোৰত জিঞা পৰিছে।

উত্তৰঃ বৰষুণ পৰি আছে। বতাহত ঝাওবন হালি জালি আছে। ঝাওবনবোৰত জিঞা পৰিছে।

৪। লগ লগাই লিখোঁ আৰু পঢ়োঁ আহা-

ছা গ লী – ____________।

কা উ ৰী – ____________।

ছো ৱা লী – ____________।

বা ঢ় নী – ____________।

উত্তৰঃ ছা গ লী – ছাগলী।

কা উ ৰী – কাউৰী।

ছো ৱা লী – ছোৱালী।

বা ঢ় নী – বাঢ়নী।

৫। ছবিৰ নাম লিখোঁ আহা-

উত্তৰঃ ঠগা, মুড়া, টুপি, ঠেলা, চকী।

৬। তলৰ আখৰ-জালৰ পৰা আখৰ বিচাৰি শব্দ গঠন কৰি পঢ়োঁ আৰু লিখোঁ আহা –

উত্তৰঃ 

ঠগাবুঢ়া
খুঢ়াগৰু
বলৰথ
গুটিগাৰু
গললৰ
গুৰ

৭। সোঁফাল আৰু বাঁওফালৰ শব্দাংশবোৰ লগ লগাই শব্দ লিখোঁ আহা-

পঢ়াশালি
দমকল
ঠেলাগাড়ী

উত্তৰঃ (ক) পঢ়াশালি।

(খ) দমকল।

(গ) ঠেলা গাড়ী।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top