Class 6 Science Chapter 13 Fun with Magnets (চুম্বকৰ লগত খেলো আহাঁ)

Join Telegram channel

Class 6 Science Chapter 13 Fun with Magnets (চুম্বকৰ লগত খেলো আহাঁ) answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board As Per New Syllabus Class 6 Science Chapter 13 Fun with Magnets (চুম্বকৰ লগত খেলো আহাঁ) and select needs one.

SEBA Class 6 Science Chapter 13 Fun with Magnets (চুম্বকৰ লগত খেলো আহাঁ)

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Class 6 Science Chapter 13 Fun with Magnets (চুম্বকৰ লগত খেলো আহাঁ) Solutions for All Subject, You can practice these here…

Fun with Magnets [চুম্বকৰ লগত খেলো আহাঁ]

Chapter: 13

Exercises

Q.1. Fill in the blanks in the following: 

(i) Artificial magnets are made in different shapes such as _______, _______, and _______.

Ans: Bar magnet, horse- shoe magnet, cylindrical magnet. 

(ii) The materials which are attracted towards a magnet are called _______ .

Ans: Magnetic materials. 

(iii) Paper is not a _______ material. 

Ans: Magnetic. 

(iv) In olden days, sailors used to find direction by sus- pending a piece of _______.

Ans: Natural magnet. 

(v) A magnet always has _______ poles. 

Ans: Two. 

Q.2. State whether the following statements are true or false. 

(i) A cylindrical magnet has only one pole. 

Ans: False. 

(ii) Artificial magnets were discovered in Greece.

Ans: False. 

(iii) Similar poles of a magnet repel each other. 

Ans: True. 

(iv) Maximum iron filings stick in the middle of a bar magnet when it is brought near them. 

Ans: True. 

(v) Bar magnet always point towards North-South direction.

Ans: True. 

(vi) A compass can be used to find East-West direction at any place.

Ans: True.

(vii) Rubber is a magnetic material. 

Ans: False. 

Q.3. It was observed that a pencil sharpener gets at – tracted by both the poles of a magnet although its body is made of plastic. Name a material that might have been used to make some part of it. 

Ans: Iron is used to make some part of the sharpener. 

Q.4. Column I shows different positions in which one pole of a magnet is placed near that of the other. Column II indicates the resulting action between them for each situations. 

Fill in the blanks.

Column IColumn II
North- North___
North ___Attraction
South- North____
___ SouthRepulsion

Ans: 

Column IColumn II
North- NorthRepulsion
North SouthAttraction
South- NorthAttraction
North- NorthRepulsion

Q.5. Write any two properties of a magnet.

Ans: Two properties of a magnet are-

(i) A magnet has two poles North pole and South pole. 

(ii) Like ‘poles repel each other and unlike poles attract each other.

Q.6. Where are poles of a bar magnet located? 

Ans: Poles of a bar magnet are located near the ends of the magnet.

Q.7. A bar magnet has no markings to indicate its poles. How would you find out near which end is its north pole located? 

Ans: When we suspend a bar magnet freely, it comes to rest in a particular direction, which is the North-South direc- tion. The end of the magnet which points towards North will have the north pole near it. 

Q.8. You are given an iron strip. How will you make it into a magnet? 

Ans: Let us place the iron strip on a table. Now a bar mag- net is taken and one of its poles placed near one edge of the iron strip. Without lifting the bar magnet, it is moved along the length of the strip until we reach the other end. Now the mag- net is lifted and the same pole is brought to the same point of the iron strip and the process is repeated. After some time, the iron strip will become a magnet. 

Q.9. How is compass used to find directions?

Ans: The compass is kept at the place where we wish to know the directions. Its needle indicates the north-south di- rection when it comes to rest. The compass is then rotated until the north and south marked on the dial are, at the two ends of the needle.

Q.10. A magnet was brought from different directions towards a toy boat that has been floating in water in a tub. Effect observed in each case is stated in column I. Possible reason for the observed effects are mentioned in Column II. Match the statements given in column I and those in column II.

Column IColumn II
Boat gets attracted towards the magnet.Boat is fitted with a magnet with north pole towards its head.
Boat is not affected by the magnet.Boat is fitted with a magnet with south pole towards itshead.
Boat moves towards the magnet if north pole of the magnet is brought near its head.Boat has a small magnet fixed along its length
Boat moves away from the magnet when north pole is brought near its head.Boat is made of magnetic material
Boat floats without changing its direction.Boat is made up of nonmagnetic material

Ans: (i) Boat gets attracted towards the magnet Boat is made up of magnetic material. 

(ii) Boat is not affected by the magnet – Boat is made of non-magnetic material.

(iii) Boat moves towards the magnet if north pole of the magnet is brought near its head – Boat is fitted with a magnet with south pole towards its head.

(iv) Boat moves away from the magnet when north pole is brought near its head – Boat is fitted with a magnet with north pole towards its head.

(v) Boat floats without changing its direction – Boat has a small magnet fixed along its length.

Additional Questions & Answers

A. Very short answer type questions and answers

Q.1. What name was given to the natural magnets?

Ans: Natural magnets were given the name magnetite. 

Q.2. What are magnets? 

Ans: The substances having the property of attracting iron are called magnets.

Q.3. What are artificial magnets? 

Ans: The magnets made from the pieces of iron are called artificial magnets. 

Q.4. What are magnetic materials? 

Ans: The materials which get attracted towards a magnet are called magnetic materials. 

Q.5. Give three examples of magnetic materials. 

Ans: Three examples of magnetic materials are iron, nickel and cobalt. 

Q.6. What are non-magnetic materials? 

Ans: The materials which are not attracted by a magnet are called non-magnetic materials. 

Q.7. In which direction does a freely suspended bar mag- net come to rest? 

Ans: A freely suspended bar magnet comes to rest in the North South direction. 

Q.8. What is a compass? 

Ans: A compass is a small box with a glass cover on it inside which a magnetised needle is pivoted freely.

Q.9. Fill in the blanks with words from among the given alternatives. 

(a) ______ is a natural magnet. (Compass / Magnetite) 

Ans: Magnetic. 

(b) ______ is a magnetic material. (Nickel / Copper)

Ans: Nickel. 

(c) A freely suspended magnet always aligns in ______ direction (East-West / North South) 

Ans: North- South. 

(d) Opposit poles of two magnets ______ each other. (attract / repel) 

Ans: Attract.

(e) Similar poles of two magnets ______ each other. (attract/ repel) 

Ans: Repel.

(f) Of a freely suspended bar magnet, the end which points towards North is called its ______ pole. (North / South)

Ans: North. 

(g) of a freely suspended bar magnet, the end which points towards South is called its ______ pole. (North/South) 

Ans: South. 

B. Short answer type questions and answers 

Q.1. How do magnets lose their property? 

Ans: Magnets lose their property, if –

(i) they are heated. 

(ii)  (ii) they are hammered. 

(iii) they are dropped from some height.

অসমীয়া মাধ্যমত পাঠভিত্তিক প্ৰশ্নোত্তৰ

প্ৰশ্ন : –  ১) তলৰ খালী ঠাইবোৰ পূৰ কৰা :

ক) কৃত্ৰিম চুম্বকবোৰ বিভিন্ন আকৃতিত তৈয়াৰ কৰা হয় । যেনে ― ― আৰু ― ।

উত্তৰঃ – কৃত্ৰিম চুম্বকবোৰ বিভিন্ন আকৃতিত তৈয়াৰ কৰা হয় । যেনে দণ্ড আকৃতি , ঘোঁৰা খুৰাৰ আৰু বৃত্ত আকৃতিৰ ।

খ) চুম্বকৰ প্ৰতি আকৰ্ষিত হোৱা বস্তুবোৰক ― বোলা হয় ।

উত্তৰঃ – চুম্বকৰ প্ৰতি আকৰ্ষিত হোৱা বস্তুবোৰক চুম্বকীয় পদাৰ্থ বোলা হয় ।

গ) কাগজ ― পদাৰ্থ নহয় ।

উত্তৰঃ – কাগজ চুম্বকীয় পদাৰ্থ নহয় ।

ঘ) আগৰ দিনত নাৱিকে দিশ নিৰ্ণয় কৰিবলৈ ― এটুকুৰা ওলোমাই লৈছিল ।

উত্তৰঃ – আগৰ দিনত নাৱিকে দিশ নিৰ্ণয় কৰিবলৈ দণ্ড চুম্বক  এটুকুৰা ওলোমাই লৈছিল ।

ঙ) চুম্বকৰ সদায় ― মূৰ থাকে ।

উত্তৰঃ – চুম্বকৰ সদায় দুটা মূৰ থাকে ।

প্ৰশ্ন : –  ২)  তলৰ উক্তিবোৰ শুদ্ধ নে অশুদ্ধ :

ক) চুঙাকৃতিৰ চুম্বকৰ মাত্ৰ এটা মূৰ থাকে ।

উত্তৰঃ – অশুদ্ধ ।

খ) কৃত্ৰিম চুম্বক গ্ৰীচৰ আৱিষ্কাৰ হৈছিল ।

উত্তৰঃ – শুদ্ধ ।

গ) চুম্বকৰ একে মূৰ দুটাৰ মাজত বিকৰ্ষণ হয় ।

উত্তৰঃ – শুদ্ধ ।

ঘ) দণ্ড চুম্বক এডাল লোহাৰ ওচৰলৈ নিলে চুম্বকডালৰ মাজভাগত ইহঁত বেছিকৈ লাগি ধৰে ।

উত্তৰঃ – অশুদ্ধ ।

ঙ) দণ্ড চুম্বকে সদায় উত্তৰ – দক্ষিণ দিশত মুখ কৰি ৰাখে ।

উত্তৰঃ – শুদ্ধ ।

চ) যিকোনো ঠাইৰ পূব – পশ্চিম দিশ জানিবলৈ কম্পাছ ব্যৱহাৰ কৰা হয় ।

উত্তৰঃ – অশুদ্ধ ।

ছ) ৰবৰ চুম্বকীয় পদাৰ্থ ।

উত্তৰঃ – অশুদ্ধ ।

প্ৰশ্ন : –  ৩) পেঞ্চিল কটা যন্ত্ৰটো চুম্বকৰ দুই মূৰে আকৰ্ষিত হোৱা দেখা যায় যদিও ই প্লাষ্টিকেৰে তৈয়াৰী । যন্ত্ৰটোৰ এটা অংশ বনোৱাত ব্যৱহাৰ হব পৰা বস্তুবিধৰ নাম কি ?

উত্তৰঃ – লোহা । ই চুম্বকীয় পদাৰ্থ হোৱাৰ বাবে পেঞ্চিল কটা যন্ত্ৰত ব্যৱহাৰ কৰা হয় ।

প্ৰশ্ন : –  ৪) স্তম্ভ – ১ ত চুম্বকৰ এটা মূৰৰ বিভিন্ন অৱস্থিতি দেখুওৱা হৈছে । স্তম্ভ – ২ য়ে প্ৰত্যেক ক্ষেত্ৰত কেনে ধৰণৰ ক্ৰিয়া হয় দেখুৱাইছে । এতিয়া খালী ঠাইবোৰ পূৰ কৰা ।

স্তম্ভ – ১স্তম্ভ – ২
উত্তৰ ― উত্তৰ
উত্তৰ ― ―   আকৰ্ষণ
দক্ষিণ  ― উত্তৰ  
― ― দক্ষিণ বিকৰ্ষণ

উত্তৰঃ – 

স্তম্ভ – ১স্তম্ভ – ২
উত্তৰ ― উত্তৰ  বিকৰ্ষণ
উত্তৰ ―দক্ষিণ   আকৰ্ষণ
দক্ষিণ  ― উত্তৰ  আকৰ্ষণ
দক্ষিণ ― দক্ষিণবিকৰ্ষণ

প্ৰশ্ন : –  ৫) চুম্বকৰ যিকোনো দুটা ধৰ্ম লিখা ।

উত্তৰঃ – ১) প্ৰত্যেক চুম্বকৰে দুটা মেৰু থাকে । মেৰু দুটা হৈছে উত্তৰ আৰু দক্ষিণ মেৰু ।

২) একে মেৰুৰ মাজত বিকৰ্ষণ আৰু বিষম মেৰুৰ মাজত আকৰ্ষণ হয় ।

Sl. No.Contents
Chapter 1খাদ্য: আমি ক’ৰ পৰা পাওঁ
Chapter 2খাদ্যৰ উপাদান
Chapter 3আঁহৰ পৰা কাপোৰলৈ
Chapter 4পদাৰ্থবোৰক বিভিন্ন ভাগত ভগোৱা
Chapter 5দ্ৰৱ্যৰ পৃথকীকৰণ
Chapter 6আমাৰ চৌপাশৰ পৰিবৰ্তনবোৰ
Chapter 7উদ্ভিদৰ বিষয়ে জানো আহা
Chapter 8দেহৰ চলন
Chapter 9জীৱ আৰু ইয়াৰ চৌপাশৰ বাতাবৰণ
Chapter 10গতি আৰু দূৰত্বৰ জোখ – মাপ
Chapter 11পোহৰ, ছাঁ আৰু প্ৰতিফলন
Chapter 12বিদ্যুৎ আৰু বৰ্তনী
Chapter 13চুম্বকৰ লগত খেলো আহাঁ
Chapter 14পানী
Chapter 15আমাৰ চৌপাশৰ বায়ু
Chapter 16আৱৰ্জনা নিষ্কাষন

প্ৰশ্ন : –  ৬) দণ্ড চুম্বকৰ মেৰু দুটা কত থাকে ?

উত্তৰঃ – চুম্বকডালৰ মেৰু দুটাৰ আগত থাকে ।

প্ৰশ্ন : –  ৭)  দণ্ড চুম্বকৰ মেৰু দুটা চিহ্নিত কৰিবলৈ কোনো চিন নাই । ইয়াৰ উত্তৰ মূৰটো কোনটো ফালৰ ওচৰত আছে কেনেকৈ উলিয়াবা ?

উত্তৰঃ – এডাল দণ্ড চুম্বক সূতাৰে বান্ধি ওলোমাই দিয়া  ।

প্ৰশ্ন : –  ৮) তোমাক এটুকুৰা লোহাৰ পাত দিয়া হৈছে । ইয়াক কেনেকৈ চবুম্বকত পৰিণত কৰিবা ?

উত্তৰঃ – লোহাক চুম্বকত পৰিণত কৰাৰ বিভিন্ন পদ্ধতি আছে । তোমাক দিয়া লোহাডাল এখন টেবুলৰ ওপৰত ৰাখা । এতিয়া এডাল দণ্ড চুম্বক লৈ লোহাডালৰ ওপৰত ঘঁহাই থাকা । এই কাৰ্য ৩০ ৰ পৰা ৪০ বাৰ কৰা । এনে কৰিলে লোহাডালে লোহা জাতীয় পদাৰ্থ আকৰ্ষণ কৰিবলৈ ধৰিব । ইয়াৰ দ্বাৰা প্ৰমাণ হয় যে লোহডাল চুম্বকত পৰিণত হৈছে ।

প্ৰশ্ন : –  ৯) দিশ নিৰ্ণয়ৰ বাবে কম্পাছ কেনেদৰে ব্যৱহাৰ কৰা হয় ?

উত্তৰঃ – এটা কাঁচৰ বাকচৰ ভিতৰত কম্পাছ ৰখা হয় । এটা চুম্বকীয় কাটা বাকচটোৰ ভিতৰত ৰখা হয় । এই কাঁটাডাল মুক্তভাৱে ঘূৰিব পাৰে । কম্পাছত দিশ নিৰ্ণয় উল্লেখ থকা চিহ্ন থাকে । কম্পাছডাল উলিয়াবলৈ লোৱা দিশৰ এটা স্থানত ৰখা হয় । কম্পাছৰ কাঁটাডাল ঘূৰাবলৈ লব আৰু উত্তৰ আৰু দক্ষিণ দিশত ৰৈ যাব । সাধাৰণতে চুম্বকৰ কাটাডালৰ উত্তৰ আৰু দক্ষিণ বিন্দু নিৰ্ণয় কৰিবৰ বাবে বিভিন্ন ৰং ব্যৱহাৰ কৰা হয় । 

প্ৰশ্ন : –  ১০) এটা গামলাৰ পানীত ভাহি থকা পুতলা নাও এখনৰ ফালে বিভিন্ন দিশৰ পৰা চুম্বক এটুকুৰা আনিছিল । ইয়াৰ পৰা হোৱা 

ক্ৰিয়াসমূহ স্তম্ভ – ১ ত দেখুওৱা হৈছে  । সম্ভাব্য কাপোৰসমূহ স্তম্ভ –  ২ ত উল্লেখ কৰা হৈছে । স্তম্ভ -১ আৰু স্তম্ব – ২ মিলোৱা ।

স্তম্ব – ১স্তম্ভ – ২
১) নাওখন চুম্বকৰ ফালে আকৰ্ষিত হৈছে ।ক) নাওখনৰ উত্তৰ মেৰুৰ দিশত  চুম্বল এটুকুৰা লগাই  থোৱা হৈছে ।
২) নাওখন চুম্বকৰ ফালে আকৰ্ষিত হোৱা নাই ।খ) নাওখনৰ দক্ষিণ মেৰুৰ দিশত এটুকুৰা চুম্বক লগাই থোৱা আছে ।
৩) চুম্বকৰ উত্তৰ মূৰটো নাওখণৰ মূৰৰ ফালে আনিলে নাওখন চুম্বকৰ ওচৰলৈ আহে ।গ) নাওখনত এডাল সৰু চুম্বক দীঘলীয়াকৈ লগাই থোৱা আছে ।
৪) চুম্বকৰ উত্তৰ মেৰুটো নাওখনৰ মুৰলৈ আনিলে নাওখন আঁতৰি যায় ।ঘ) নাওখন চুম্বকীয় পদাৰ্থৰে তৈয়াৰী ।
৫) নাওখনৰ দিশ সলনি নোহোৱাকৈ ভাহি থাকে ।ঙ) নাওখন অচুম্বকীয় পদাৰ্থৰে তৈয়াৰী ।

উত্তৰঃ – 

স্তম্ব – ১স্তম্ভ – ২
১) নাওখন চুম্বকৰ ফালে আকৰ্ষিত হৈছে । ঘ) নাওখন চুম্বকীয় পদাৰ্থৰে তৈয়াৰী ।
২) নাওখন চুম্বকৰ ফালে আকৰ্ষিত হোৱা নাই ।ঙ) নাওখন অচুম্বকীয় পদাৰ্থৰে তৈয়াৰী ।
৩) চুম্বকৰ উত্তৰ মূৰটো নাওখণৰ মূৰৰ ফালে আনিলে নাওখন চুম্বকৰ ওচৰলৈ আহে । খ) নাওখনৰ দক্ষিণ মেৰুৰ দিশত এটুকুৰা চুম্বক লগাই থোৱা আছে । 
৪) চুম্বকৰ উত্তৰ মেৰুটো নাওখনৰ মুৰলৈ আনিলে নাওখন আঁতৰি যায় ।ক) নাওখনৰ উত্তৰ মেৰুৰ দিশত  চুম্বল এটুকুৰা লগাই  থোৱা হৈছে ।
৫) নাওখনৰ দিশ সলনি নোহোৱাকৈ ভাহি থাকে ।গ) নাওখনত এডাল সৰু চুম্বক দীঘলীয়াকৈ লগাই থোৱা আছে ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top