Class 10 Social Science MCQ Chapter 7 পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা

Class 10 Social Science MCQ Chapter 7 পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা, Class 10 Social Science Multiple Choice Question Answer As Per New Syllabus to each chapter is provided in the list of SEBA সমাজ বিজ্ঞান Class 10 Objective Type Question Answer and Short Type Question Answer so that you can easily browse through different chapters and select needs one. Class 10 Social Science MCQ Chapter 7 পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা Question Answer can be of great value to excel in the examination.

SEBA Class 10 Social Science MCQ Chapter 7 পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Table of Contents

SEBA Class 10 Social Science MCQ Chapter 7 পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা Notes covers all the exercise questions in Assam Board SEBA Textbooks. The SEBA Class 10 Social Science MCQ Chapter 7 পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা

Chapter – 7

ভূগোল

Multiple Choice Questions & Answers

1. গোলকীয় উষ্ণতা বৃদ্ধিত আটাইতকৈ বেছি অৰিহণা যোগোৱা গেছটো হ’ল—

(a) মিথেন।

(b) নাইট্ৰাছ অক্সাইড।

(c) ক্ল’ৰফ্ল’ৰ কাৰ্বন।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

(d) কার্বন-ডাই-অক্সাইড।

উত্তৰঃ (d) কার্বন-ডাই-অক্সাইড।

2. গোলকীয় উত্তাপ বৃদ্ধি এটা— 

(a) স্থানীয় সমস্যা।

(b) আন্তঃৰাষ্ট্ৰীয় সমস্যা।

(c) আঞ্চলিক সমস্যা।

(d) ব্যক্তিগত সমস্যা।

উত্তৰঃ (b) আন্তঃৰাষ্ট্ৰীয় সমস্যা।

3. বহনক্ষম উন্নয়ন হৈছে— 

(a) অর্থনৈতিক উন্নয়ন।

(b) বিবেচনাসম্পন্ন উন্নয়ন।

(c) পাৰিৱেশিক উন্নয়ন।

(d) গোলকীয় উন্নয়ন।

উত্তৰঃ (b) বিবেচনাসম্পন্ন উন্নয়ন।

4. বৰ্তমান পৃথিৱীৰ বয়স—

(a) ৪৭০০ নিযুত বছৰ।

(b) ৪৬০০ নিযুত বছৰ।

(c) ৩৪০০ নিযুত বছৰ।

(d) ৫০০০ নিযুত বছৰ। 

উত্তৰঃ (b) ৪৬০০ নিযুত বছৰ।

5. পৃথিৱীৰ স্থলভাগৰ মৰুকৰণৰ কবলত পৰিছে— 

(a) প্রায় ২০ শতাংশ।

(b) প্রায় ৩৫ শতাংশ।

(c) প্রায় ২৫ শতাংশ।

(d) প্রায় ৩০ শতাংশ।

উত্তৰঃ (b) প্রায় ৩৫ শতাংশ।

6. ভূ-পৃষ্ঠৰ পৰা বায়ুমণ্ডল কিমান উচ্চতালৈ প্ৰসাৰিত হৈ আছে— 

(a) ২৮০ কি. মি.।

(b) ৫৮০ কি.মি.।

(c) ৩৮০ কি.মি.।

(d) ১০,০০০ কি.মি.।

উত্তৰঃ (d) ১০,০০০ কি.মি.।

7. এছিড বৰষুণ সাধাৰণতে সৃষ্টি হয়— 

(a) মেৰু অঞ্চলত।

(b) ঔদ্যোগিক অঞ্চলত।

(c) অৰণ্য অঞ্চলত।

(d) ঘাঁহনি অঞ্চলত।

উত্তৰঃ (b) ঔদ্যোগিক অঞ্চলত।

8. তলৰ গেছবোৰৰ ভিতৰত কোনটো গোলকীয় উত্তাপ বৃদ্ধিৰ বাবে দায়ী নহয়? 

(a) কার্বন ডাইঅক্সাইড। 

(b) অ’য’ন 

(c) মিথেন।

(d) নাইট্ৰাছ অক্সাইড।

উত্তৰঃ (b) অ’য’ন।

9. বায়ুমণ্ডলত থকা নাইট্ৰ ‘জেন গেছৰ পৰিমাণ—

(a) 77.07%

(b) 78.08%

(c) 76.06%

(d) 74.04%

উত্তৰঃ (b) 78.08%

10. বায়ুমণ্ডলত থকা অক্সিজেন গেছৰ পৰিমাণ—

(a) 20.98%

(b) 21.12%

(c) 19.90%

(d) 03.35%

উত্তৰঃ (a) 20.98%

11. বায়ুমণ্ডলত থকা আৰ্গন গেছৰ পৰিমাণ— 

(a) 0.08%

(b) 0.93%

(c) 0.81%

(d) 0.01%

উত্তৰঃ (b) 0.93%

12. বায়ুমণ্ডলত থকা কার্বন ডাই অক্সাইড গেছৰ পৰিমাণ— 

(a) 0.035%

(b) 0.031%

(c) 0.036%

(d) 0.032%

উত্তৰঃ (a) 0.035% 

13. জনমণ্ডলে ভূ-পৃষ্ঠৰ কিমান শতাংশ আগুৰি আছে— 

(a) 61%

(b) 51%

(c) 71%

(d) 73%

উত্তৰঃ (c) 71%

14. জীবমণ্ডলত এতিয়ালৈকে চিনাক্ত হোৱা উদ্ভিদ আৰু প্ৰাণীৰ প্ৰজাতিৰ সংখ্যা—

(a) ১.৬৫ নিযুত।

(b) ১.৫৫ নিযুত।

(c) ১.৪৫ নিযুত।

(d) ১.৭৫ নিযুত।

উত্তৰঃ (d) ১.৭৫ নিযুত।

15. ভৌগোলিক দিশৰ পৰা পৰিবেশৰ সমস্যা সমূহক কিমান ধৰণে বিবেচনা কৰিব পাৰি? 

(a) ৩ ধৰণে।

(b) ৫ ধৰণে।

(c) ৪ ধৰণে।

(d) ৬ ধৰণে।

উত্তৰঃ (a) ৩ ধৰণে।

1 thought on “Class 10 Social Science MCQ Chapter 7 পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা”

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top