Assam Jatiya Bidyalay Class 4 Assamese Chapter 17 দেওবাৰ! দেওবাৰ

Assam Jatiya Bidyalay Class 4 Assamese Chapter 17 দেওবাৰ! দেওবাৰ, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় অসমীয়া Class 4 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Jatiya Bidyalay Chapter 17 দেওবাৰ! দেওবাৰ Class 4 Assamese Question Answer can be of great value to excel in the examination.

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Assam Jatiya Bidyalay Class 4 Assamese Chapter 17 দেওবাৰ! দেওবাৰ Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The Assam Jatiya Bidyalay Class 4 Assamese Chapter 17 দেওবাৰ! দেওবাৰ provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

দেওবাৰ ! দেওবাৰ

Chapter – 17

অসম জাতীয় বিদ্যালয়

পাঠভিত্তিক প্ৰশ্নোত্তৰ

কবি পৰিচয় :- কৰবী ডেকা হাজৰিকা এগৰাকী কবি কাহিনীকাৰ আৰু প্ৰবন্ধক। তেওঁ শিশুৰ বারে বিভিন্ন কাকত-আলোচনী ভালেসংখ্যক কবিতা ৰচনা কৰিছে। বেজবৰুৱাৰ সাধু নামেৰে এখনি সাধুকথাৰ পুথিও শ্রীমতী ডেকা হাজৰিকই সম্পাদনা কৰিছে।

ক্রিয়াকলাপ

অৰ্থৰ সৈতে চিনাকি :- বেজাৰ ― অসন্তোষ, দুখ । লৰালৰি ― খৰ-খেদা, ততাতৈয়া। লাহে-ধীৰে ― ধীৰে শাঁতে, খৰধৰ নকৰাকৈ।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

পাঠভিত্তিক প্রশ্নোত্তৰ

১। প্রথমে কোৱাঁ, তাৰ পাছত লিখাঁ : 

(ক) দেওবাৰৰ দিনত কিয় বেজাৰৰ চিন নাথাকে ?

উত্তৰঃ দেওবাৰ যিহেতু বন্ধৰ দিন, ৰাতিপুৱা শুই উঠাৰ কোনো লৰালৰি নাই, খেলিবলৈ গ’লেও গালি খাব নালাগে, গতিকে দেওবাৰৰ দিনত বেজাৰৰ চিন নাথাকে।

(খ) দেওবাৰৰ দিনটোক কিয় যাদু লগা দিন বুলি কোৱা হৈছে ?

উত্তৰঃ দেওবাৰৰ দিনটোত কাৰো বিষাদৰ চিন নাথাকে বাবেই যাদু লগা দিন বুলি কোৱা হৈছে। 

(গ) তুমি দেওবাৰটো ভাল পোৱানে ? দেওবাৰে তুমি কি কি কৰা বাৰু ?

উত্তৰঃ দেওবাৰটো মই ভাল পাওঁ। দেওবাৰে লগৰীয়াৰ সৈতে খেলিবলৈ যাওঁ, ৰাতিপুৱা খেলি আহি গা-পা ধুই খোৱা বোৱা কৰাৰ পিছত টিভিৰ প্ৰগেম চাওঁ। আবেলি পুনৰ লগৰীয়াৰ লগত খেলো নাইবা মা-দেউতাৰ লগত ফুৰিবলৈ যাওঁ।

(ঘ) পঢ়া আৰু লিখা :

মাৰবল ― মাৰ্বল।

কিৰকেট ― ক্রিকেট।

বিৰিখ ― বৃক্ষ।

৩। তুমি জনা কেইবিধমান ফলৰ নাম লিখাঁ। তাৰ ভিতৰত তুমি খাই ভালপোৱা এবিধ ফলৰ বিষয়ে দহোটামান বাক্যত এটি টোকা লিখা ।

উত্তৰঃ আম, কল, কঠাল, আনাৰস, সুমথিৰা, আপেল, আঙুর, তৰমুজ, ডালিম, পকা অমিতা, মৌচঙ্গী, অমৰা, আমলখি ইত্যাদি। এইবোৰৰ ভিতৰত মই খাই ভালপোৱা ফলবিদ হৈছে — আম। আম কেঁচা হৈ থাকোতেও নিমখ, জলকীয়া, তেলেৰে জুতি লগাই খাবলৈ ভাল লাগে। পকা আমৰ সোৱাদেই বেলেগ। মিঠা মিঠা আমবোৰ দেখিলেই খাবলৈ মন যায়। আম কেইবাপ্ৰকাৰো পোৱা যায়। যেনে— লেঙেৰা।

আমৰ ৰসেৰে বনোৱা চৰৱত খাইও বৰ ভাল লাগে। আমক ফলৰ ৰজা বুলি কব পাৰি। প্ৰসাদৰ লগতো অন্য ফলৰ লগত আম দিয়া হয়। 

৪। পঢ়া, বুজা আৰু লিখা :

ভৰি = চৰণ – পদ।

বেজাৰ = দুখ  – অসন্তোষ।

দেউতা = পিতা – পিতাই।

টোপনি = ঘুমটি  – নিদ্রা।

৫। উদাহৰণত দিয়াৰ দৰে খালী ঠাই পূৰ কৰা :

উদাহৰণ : 

ভাল দিনবেয়া দিন
(ক) পৰিপাটি ঘৰ বেয়া দিন।সুন্দৰ ঠাই।
(খ) লাহে-ধীৰে শুই।খৰ-খেদাকৈ উঠি।
(গ) হাঁহি থকা কেঁচুৱা।খেলি থকা মইনা।

৬। উদাহৰণলৈ চাই বাক্য ৰচনা কৰা : 

খেলোঁ :- মই ক্রিকেট খেলোঁ 

নেখেলোঁ :- মই কাবাদী নেখেলোঁ।

(ক) খাওঁ :- মই ভাত খাওঁ। 

নাখাওঁ :- মই গৰম পানী নাখাওঁ।

(খ) কৰোঁ :- মই ভাল কাম কৰোঁ।

নকৰোঁ :- মই বেয়া কাম নকৰোঁ। 

(গ) পঢ়ো :- মই সাধু কিতাপ পঢ়ো।

নপঢ়ো :- মই বেয়া কিতাপ নপঢ়ো। 

(ঘ) দিবা :- তুমি মোক কিতাপখন দিবা।

নিদিবা :- লোকৰ হাতত কিতাপখন নিদিবা। 

(ঙ) নাচে :- তাই ধুনীয়া বিহু নাচে।

নানাচে :- তাই সত্ৰীয়া নাচ নানাচে।

৭। কবিতাটো মনত ৰাখাঁ।

৮। পঢ়া, বুজা আৰু ইয়াৰ অৰ্থ চমুকৈ বুজাই লিখা 

(ক) আপোন ভাগেই জগত ভাল।

(খ) যত্ন কৰিলে ৰত্ন পায়।

উত্তৰঃ (ক) আপোন ভালেই জগত ভাল :- যোজনাটির অর্থ এয়েই যে নিজে ভাল হ’লেহে সকলোবোৰ ভাল হৈ পৰে। যি লোক যেনে তেওঁ তেনে ব্যবহাৰেই পায়। সৎ ব্যক্তিৰ লগত আনেও সৎ হৈ চলিবলৈ বাধ্য হয়। নিজৰ স্বভাব চৰিত্ৰৰ ওপৰতে ভাল বেয়া নিৰ্ভৰ কৰে। আনৰ উপকাৰ কৰা, মিষ্টভাষী লোকে বিপদৰ সময়ত তেওঁৰ বন্ধু বান্ধৱ বা ওচৰ-চুবুৰীয়াৰ পৰাও সহায় পায়। গতিকে নিজেই ভাল হ’লে পৰিবেশটোও ভাল হৈ পৰে।

(খ) যত্ন কৰিলে ৰত্ন পায়।

এই প্ৰৱচনটিৰ অৰ্থ হৈছে – দুখ বা কষ্ট কৰিলে মুখ তবে বা সুখ পোৱা যায়। যিকোনো কামবে ভাল প্রতিফ পাবলৈ হ’লে পৰিশ্ৰম কৰিব লাগিব। পৰীক্ষাত ভাল ফল দেখুৱাবলৈ হ’লে বহু সহকাৰে লিখা-পঢ়া কৰিব লাগিব। একাণপতীয়াকৈ কৰা কামত সুফল পোৱা যায়।

অতিৰিক্ত প্রশ্নোত্তৰ

৯। উপযুক্ত শব্দটোৰে খালী ঠাঁই পূৰ কৰাঁ : 

লেট-পেট, কেৰ-মেৰ, থেৰো-গৰোঁ, থৰক-বৰক 

লেট-পেট :- মচি থোৱা ঘৰটো কুকুৰ পোৱালীটোৱে বোঝাবে পেট-পেট কৰি পেলালে।

মানুহজন শোৱাৰ লগে লগে পুৰণি বিছনাখন কেব-মেৰ কৰি উঠিল ।

মানুহজন মতাত মই থেৰোগৰোকৈ আগবাঢ়ি আহিলো। 

আমাৰ ককাই আজিকালি থৰক বৰককৈ খোজ কাড়ে। 

১০। ভাৰা আৰু উত্তৰ উলিওৱা : 

তিনিশ পঁয়বিষ্ঠটা হাতীৰ পাল,

বাৰখন পথাৰত চৰে সৰ্বতিকাল। 

ত্রিশটা পুখুৰীত খায় পানী,

সাতোটা স্তম্ভত বান্ধে টানি টানি

উত্তৰঃ বছৰৰ দিন -মাই- সপ্তাহ।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top