SEBA Class 10 Assamese Sample Paper – 2 | দশম শ্ৰেণীৰ অসমীয়া প্ৰশ্নকাকত

SEBA Class 10 Assamese Sample Paper, HSLC Model Question Answer, দশম শ্ৰেণীৰ অসমীয়া প্ৰশ্নকাকত to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Board Assamese Simple Paper Class 10 SEBA can be of great value to excel in the examination.

SEBA Class 10 Assamese Simple Paper – 2

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

HSLC Model Question Paper provided is as per the Latest Assam Board Curriculum and covers all the questions from the SEBA Textbooks. Access the detailed SEBA Class 10 Assamese Sample Paper provided here and get a good grip on the subject. Access the SEBA Class 10 Assamese Sample Paper, Class X Model Question Answer of Assamese in Page Format. Make use of them during your practice and score well in the exams.

Group – C ( গ – বিভাগ ) মূল্যাংক : ২৫ 

২৫। তলৰ যিকোনো দুটা তোমাৰ মাতৃভাষালৈ অনুবাদ কৰাঃ 

( ক ) अथ संध्यायाम् यदा लाचितः मातुल कार्यम् द्रष्टुम् आयाति स्म , तदा सः अपश्यत् यत् निर्माण कार्यस्य अर्धम् अपि न सम्पादितम् आसीत् । परन्तु रजन्याम् अतीतायाम् मोगल – वाहिनी गुवाहाटीम् आक्रमिष्यति एव ।

উত্তৰঃ ইয়াৰ পিছত সন্ধিয়া সময়ত যেতিয়া লাচিতে মোমায়েকৰ কাম চাবলৈ অহিছিল , তেতিয়া তেওঁ দেখিছিল যে নিৰ্মাণ কার্য আধাও সম্পাদন হোৱা নাই । কিন্তু ৰাতিপুৱালেই যে মোগল বাহিনীয়ে গুৱাহাটী আক্ৰমণ কৰিবই ! 

( খ ) जेरेड्गाक्षे त्रे सर्वाः प्रजा : वेत्राधातेन विहलाम् परिव्रताम् जयमतीम् पश्यन्ति स्म । नगावेधारी व्यथितः गदापाणिः अपि ताम् उपेत्य अवदत् – ” अपि साध्वि । स्मामी वृत्रान्तम् कथयितवा कथम् आत्मत्राणम् न करोषि । ” इति । 

উত্তৰঃ জেৰেঙা পথাৰত সকলোবোৰ প্ৰজাই বেতৰ আঘাতত কাতৰ হৈ পৰা পতিব্ৰতা জয়মতীক দেখিছিল ৷ নগাবেশধাৰী দুখিত গদাপাণিও তেওঁৰ ওচৰলৈ আহি কৈছিল – “ হেৰা সতী ! স্বামী বৃত্তান্ত কৈ কিয় নিজকে ৰক্ষা নকৰা ?” 

( গ ) एकदा महावीरः आलेक – जेण्डारः भारतवर्षम् अभिभवति स्म। तदानीम् पंञ्चनद – प्रदेशः क्षुद्रराज्यैः बिभक्तः आसीत् । बहवः राजानः भयात् आलेक जेण्डारस्य वश्यताम् अगच्छन् ।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

উত্তৰঃ এবাৰ মহাবীৰ আলেকেজেণ্ডাৰে ভাৰতবৰ্ষখন আক্ৰমণ কৰিছিল। তেতিয়া পঞ্চপদ প্রদেশ ( পঞ্জাব ) সৰু সৰু ৰাজ্যত বিভক্ত আছিল । বহুতো ৰজাই ভয়তে আলেকজেণ্ডাৰৰ বশ্যতা স্বীকাৰ কৰিছিল। 

২৬। তলৰ যিকোনো এটাৰ উত্তৰ লিখাঃ 

( ক ) মানুহৰ গৰ্ভত থাকোতেই বিধাতাই কি কি পাঁচটাৰ সৃষ্টি কৰে ? 

উত্তৰঃ মানুহৰ জন্মাৰ পূৰ্বে মাতৃগৰ্ভত স্থিতি লভাৰ সময়তে বিধাতাই পাঁচটা বস্তুৰ সৃষ্টি কৰে । অৰ্থাৎ ভূমিষ্ঠ হোৱাৰ পিছত সেই মানৱে জীৱনটোত কি কি হ’ব তাকে বিধাতাই আগতীয়াকৈ ভাগ্য লিপিত লিপিবদ্ধ কৰে । সেই পাঁচবিধ হ’ল— 

( ক ) আয়ুস ।

( খ ) কর্ম ।

( গ ) টকা – পইচা ।

( ঘ ) বিদ্যা ।

( ঙ ) নিধন বা মৃত্যু ।

( খ ) ‘ নীতিমালা ’ নামৰ পাঠটিৰ ৪ নং শ্লোকটি মুখস্থ লিখা ।

উত্তৰঃ নীতিমালা’ৰ চতুর্থ শ্লোকটি হ’ল— 

“ উদ্যোগিনং পুৰুষসিংহমুপৈতি লক্ষ্মীঃ । 

দৈবেন দেয়মিতি কাপুৰুষা বদস্তি ।। ” 

অর্থাৎ “ উদ্যোগী পুৰুষসকলৰ গাত লক্ষ্মীদেৱীয়ে বাস কৰে । ভাগ্যই দিব বুলি কেৱল কাপুৰুষসকলেহে কয় । ” 

২৭। তলৰ যিকোনো এটা প্ৰশ্নৰ উত্তৰ লিখা : 

( ক ) খালী ঠাই পূৰ কৰা :

         ………….बलं तस्य निर्बतद्धैस्तु कुतो …………. 

         पश्य सिंहो …………….शाशकेन निपातितः ।।

উত্তৰঃ बुद्धिर्यस्य बलं तस्य निर्बतद्धैस्तु कुतो बलम । 

         पश्य सिंहो महीन्मत्त शाशकेन निपातितः ।।

( খ ) ‘ अथ कदाचित् इन्द्रः अचिन्तयत् ‘ ইন্দ্ৰ কি চিন্তা কৰিছিল । এই চিন্তা ফলৱৰ্তী কৰিবলৈ কাক লগত লৈছিল ? 

উত্তৰঃ “ ইয়াৰ পিছত এদিনাখন ইন্দ্ৰই চিন্তা কৰিছিল ” – এই বাক্যত ইন্দ্ৰই শিবিৰজাৰ বিষয়ে এনেকুৱা চিন্তা কৰিছিল– “ শিবিৰ সমান দানবীৰ কোনো নাই । এওঁৰ অভিপ্রায় কি , সততাই বা কিমান ? ” এই বিষয়ে জানিবলৈ ইন্দ্ৰই ধৰ্মৰাজ যমক আহ্বান কৰিছিল ৷ 

শিবি ৰজাৰ দানশীলতাৰ পৰীক্ষা ল’বলৈ ধৰ্মৰাজক শেন চৰাইৰ আৰু ইন্দ্ৰই নিজে কপৌ চৰাইৰ ৰূপ গ্ৰহণ কৰিছিল আৰু সেইমতে পৰীক্ষা লৈছিল । 

২৮। উপযুক্ত শব্দৰে খালী ঠাই পূৰণ কৰাঃ

    न ……………..जानाति किं कस्य श्वो ……………

                                 নাইবা

     ……………….. सर्वत्र वैचित्र्यं नीतिविर्धा ……….च ।

উত্তৰঃ न कश्चिदहि जानाति किं कस्य श्वो भविष्यति । 

                                নাইবা

         वाचां सर्वत्र वैचित्र्यं नीतिविर्धा ददाति च । 

২৯। তলৰ যিকোনো দুটা পদৰ ব্যুপত্তি লিখাঃ

द्रष्टुम् -1নং (a) প্ৰশ্নত 

पश्यन्ति -1নং (b) প্ৰশ্নত 

अभिभवति -1নং (c) প্ৰশ্নত 

উত্তৰঃ द्रष्टुम – √दृश् + तुमुन् 

         पश्यन्ति – √दृश् + लट् + अन्ति 

         अभिभवति – अभि + √भू – लट् + ति

( খ ) তলৰ যিকোনো দুটাৰ ধাতুৰূপ লিখা । 

( i ) अस्मद् শব্দ সপ্তমী বিভক্তিৰ একবচনত । 

উত্তৰঃ मयि।

( ii ) नदी শব্দ তৃতীয়া বিভক্তিৰ বহুবচনত ।

উত্তৰঃ नदीभि :।

( iii ) राजन् শব্দ প্রথমা বিভক্তিৰ একবচনত ।

উত্তৰঃ राजा।

( iv ) पितृ শব্দ পঞ্চমী বিভক্তিৰ বহুবচনত ।

উত্তৰঃ पितृभ्यः।

( গ ) তলৰ যিকোনো দুটাৰ শব্দৰূপ লিখা ।

        गम् + विधिलिङ् – यात्

        दृश् + लोट् – हि 

        कृ + लृट् – स्मामि

        अस् + लट् – अन्ति 

উত্তৰঃ गच्छेत्

         पश्य

         करिष्यामि

         सन्ति

( ঘ ) তলৰ যিকোনো দুটা বিশেষ্যৰ পৰা বিশেষণ পদ গঠন কৰাঃ

पण्डितः , रघु , ऋषि , कृपण

উত্তৰঃ পণ্ডিত মূৰ্খ , ঋষিকল্প।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top