Assam Jatiya Bidyalay Class 6 English Chapter 2 Little Drops of Water, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় ইংৰাজী Class 6 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Jatiya Bidyalay Chapter 2 Little Drops of Water Class 6 English Question Answer can be of great value to excel in the examination.
Little Drops of Water
Chapter – 2
ASSAM JATIYA VIDYALAYA
অসম জাতীয় বিদ্যালয়
পাঠভিত্তিক ক্রিয়াকলাপৰ প্রশ্নোত্তৰ
মূলভাৱ : পানীৰ সৰু সৰু টোপাল, বালিৰ ক্ষুদ্ৰ টুকুৰাই শক্তিশালী সমুদ্ৰ আৰু মনোৰম ভূমি নিৰ্মান কৰে। তেনেকৈ যদিও সৰু মিনিটবোৰ অতি বিনয়ী, তথাপি সেইবোৰেই শক্তিশালী অনাদি সময় নিৰ্মান কৰে।
Comprehension : ( বোধশক্তি)
Q. Answer the following questions in complete sentences. ( তলৰ প্ৰশ্নবোৰৰ পূর্ণ বাক্যৰে উত্তৰ দিয়া।)
1. What do little drops of water make? (পানীৰ সৰু সৰু টোপোলাবোৰে কি কৰে ?)
Ans: Little drops of water make mighty Ocean.( পানীৰ সৰু সৰু টোপোলাবোৰে শক্তিশালী সমুদ্ৰ তৈয়াৰ কৰে।)
2. What make the pleasant land ? ( মনোৰম ভূমি কিহে তৈয়াৰ কৰে ?)
Ans: Little organs of sand make the pleasant land. ( অকণ অকণ বালিকণাই মোনৰম ভূমি তৈয়াৰ কৰে।)
3. What are the mighty ages of eternity made of? (শক্তিশালী অনাদি সময় কিহে তৈয়াৰ কৰে ?)
Ans: Little minutes make the mighty age of eternity. (সৰু সৰু মিনিটবোৰে শক্তিশালী অনাদি সময় তৈয়াৰ কৰে।)
Read Also: Assam Jatiya Bidyalay Class 6 English Chapter 1 Robinson Crusoe
Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.