🪔 Diwali Maha Offer Class 10 & 12 Bundles @ ₹299 ₹599
Ends in:
03d
14h
35m
40s

Class 8 Social Science MCQ Chapter 16 অসমত আহোম ৰাজত্বৰ পতন আৰু বৃটিছৰ উত্থান

Class 8 Social Science MCQ Chapter 16 অসমত আহোম ৰাজত্বৰ পতন আৰু বৃটিছৰ উত্থান Solutions, SEBA Class 8 Social Science MCQ Question Answer, Class 8 Social Science MCQ Chapter 16 অসমত আহোম ৰাজত্বৰ পতন আৰু বৃটিছৰ উত্থান Notes to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 8 Social Science Objective Types Notes and select needs one.

Class 8 Social Science MCQ Chapter 16 অসমত আহোম ৰাজত্বৰ পতন আৰু বৃটিছৰ উত্থান

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. SEBA Class 8 Social Science MCQ Part – I: Geography, Social Science MCQ Part – II: History, Social Science MCQ Part – III: Political Science and Economics SCERT All Subject Solutions. Here we have given SEBA Class 8 Social Science Multiple Choice Question Answer PDF Download for All Subject, You can practice these here.

অসমত আহোম ৰাজত্বৰ পতন আৰু বৃটিছৰ উত্থান

Chapter – 16

PART – II: HISTORY

MCQ

১। কিমান শতিকাৰ মাজ ভাগত আহোম স্বৰ্গদেউ লক্ষ্মী সিংহৰ ৰাজত্ব কালৰপৰাই অসমত হিন্দু শাক্ত ধৰ্মৰ পুনৰুত্থান হোৱা বুলি কোৱা হয়?

(ক) ঊনৈশ শতিকাৰ।

(খ) সোতৰ শতিকাৰ।

(গ) ওঠৰ শতিকাৰ।

(ঘ) বিশ শতিকাৰ।

উত্তৰঃ (গ) ওঠৰ শতিকাৰ।

২। কিমান খ্ৰীষ্টাব্দত মোৱামৰীয়াসকলে সুযোগ লাভ কৰিলে?

(ক) ১৭৮২ খ্ৰীষ্টাব্দত।

(খ) ১৯০৭ খ্ৰীষ্টাব্দত।

(গ) ১৯৫৭ খ্ৰীষ্টাব্দত।

(ঘ) ১৮৮৫ খ্ৰীষ্টাব্দত।

উত্তৰঃ (ক) ১৭৮২ খ্ৰীষ্টাব্দত।

৩। কিমান খ্ৰীষ্টাব্দত মোৱামৰীয়াসকলে পুনৰ বিদ্ৰোহ আৰম্ভ কৰিলে?

(ক) ১৯৮৮ খ্ৰীষ্টাব্দত।

(খ) ১৭৮৩ খ্ৰীষ্টাব্দত।

(গ) ১৭৮৬ খ্ৰীষ্টাব্দত।

(ঘ) ১৯৫০ খ্ৰীষ্টাব্দত।

উত্তৰঃ (গ) ১৭৮৬ খ্ৰীষ্টাব্দত।

৪। কিমান খ্ৰীষ্টাব্দত গৱৰ্ণৰ জেনেৰেল কৰ্ণৱালিছে কেপ্তেইন ৱেলছক অসমলৈ পঠিয়াই দিয়ে?

(ক) ১৬৭৮ খ্ৰীষ্টাব্দত।

(খ) ১৯৮০ খ্ৰীষ্টাব্দত।

(গ) ১৮৫৬ খ্ৰীষ্টাব্দত।

(ঘ) ১৭৯২ খ্ৰীষ্টাব্দত।

উত্তৰঃ (ঘ) ১৭৯২ খ্ৰীষ্টাব্দত।

৫। কেপ্তেইন ৱেলছে কিমান খ্ৰীষ্টাব্দত স্বদেশলৈ প্ৰত্যৱৰ্তন কৰে?

(ক) ১৭৯৪ খ্ৰীষ্টাব্দত।

(খ) ১৮৭৬ খ্ৰীষ্টাব্দত।

(গ) ১৯৬০ খ্ৰীষ্টাব্দত।

(ঘ) ১৬৬২ খ্ৰীষ্টাব্দত।

উত্তৰঃ (ক) ১৭৯৪ খ্ৰীষ্টাব্দত।

৬। প্ৰথম মানে কিমান খ্ৰীষ্টাব্দত অসম আক্ৰমণ কৰিছিল?

(ক) ১৮৬৭ খ্ৰীষ্টাব্দত।

(খ) ১৮১৭ খ্ৰীষ্টাব্দত।

(গ) ১৯৫৮ খ্ৰীষ্টাব্দত।

(ঘ) ১২৫৭ খ্ৰীষ্টাব্দত।

উত্তৰঃ (খ) ১৮১৭ খ্ৰীষ্টাব্দত।

৭। মানে কেইবাৰ অসম আক্ৰমণ কৰিছিল?

(ক) পাঁচবাৰ।

(খ) সাতবাৰ।

(গ) তিনিবাৰ।

(ঘ) চাৰিবাৰ।

উত্তৰঃ (গ) তিনিবাৰ।

৮। তৃতীয় বাৰ মানে কিমান খ্ৰীষ্টাব্দত অসম আক্ৰমণ কৰিছিল?

(ক) ১৮৩৫ খ্ৰীষ্টাব্দত।

(খ) ১৯০৫ খ্ৰীষ্টাব্দত।

(গ) ১৮২১ খ্ৰীষ্টাব্দত।

(ঘ) ১৯৬৭ খ্ৰীষ্টাব্দত।

উত্তৰঃ (গ) ১৮২১ খ্ৰীষ্টাব্দত।

৯। কিমান খ্ৰীষ্টাব্দত গৱৰ্ণৰ জেনেৰেল লৰ্ড আৰ্মহাষ্টে ব্ৰহ্মদেশৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিলে?

(ক) ১৮৭৯ খ্ৰীষ্টাব্দত।

(খ) ১৮২৪ খ্ৰীষ্টাব্দত।

(গ) ১৯৮৪ খ্ৰীষ্টাব্দত।

(ঘ) ১৯৫০ খ্ৰীষ্টাব্দত।

উত্তৰঃ (খ) ১৮২৪ খ্ৰীষ্টাব্দত।

১০। কিমান খ্ৰীষ্টাব্দত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল?

(ক) ১৮২৬ খ্ৰীষ্টাব্দত।

(খ) ১৮৫৩ খ্ৰীষ্টাব্দত।

(গ) ১৯৩৫ খ্ৰীষ্টাব্দত।

(ঘ) ১৯৬৮ খ্ৰীষ্টাব্দত।

উত্তৰঃ (ক) ১৮২৬ খ্ৰীষ্টাব্দত।

১১। কিমান খ্ৰীষ্টাব্দৰপৰা বৃটিছসকলে অসমৰ শাসনভাৰ তেওঁলোকৰ দখললৈ আনিছিল?

(ক) ১৯৬৮ খ্ৰীষ্টাব্দৰপৰা।

(খ) ১৮২৬ খ্ৰীষ্টাব্দৰপৰা।

(গ) ১৯৫৮ খ্ৰীষ্টাব্দৰপৰা।

(ঘ) ১৮৬৭ খ্ৰীষ্টাব্দৰপৰা।

উত্তৰঃ (খ) ১৮২৬ খ্ৰীষ্টাব্দৰপৰা।

১২। কিমান খ্ৰীষ্টাব্দৰপৰা কিমান খ্ৰীষ্টাব্দলৈ অসম দেশ বৃটিছৰ অধীনত আছিল?

(ক) ১৭৯২ ৰ পৰা ১৭৯৪ খ্ৰীষ্টাব্দলৈ।

(খ) ১৮৮২ ৰ পৰা ১৭৭৩ খ্ৰীষ্টাব্দলৈ।

(গ) ১৮২৬ ৰ পৰা ১৯৪৭ খ্ৰীষ্টাব্দলৈ।

(ঘ) ১৯৯৫ ৰ পৰা ১৯৮৩ খ্ৰীষ্টাব্দলৈ।

উত্তৰঃ (গ) ১৮২৬ ৰ পৰা ১৯৪৭ খ্ৰীষ্টাব্দলৈ।

১৩। অসমত কেইবাৰ মোৱামৰীয়া বিদ্ৰোহ সংঘটিত হৈছিল?

(ক) সাতবাৰ।

(খ) তিনিবাৰ।

(গ) ছয়বাৰ।

(ঘ) ওঠৰবাৰ।

উত্তৰঃ (খ) তিনিবাৰ।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top