🪔 Diwali Maha Offer Class 10 & 12 Bundles @ ₹299 ₹599
Ends in:
03d
14h
35m
40s

Class 8 Social Science MCQ Chapter 15 ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসন কালত ভাৰতবৰ্ষত হোৱা সংস্কাৰসমূহ

Class 8 Social Science MCQ Chapter 15 ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসন কালত ভাৰতবৰ্ষত হোৱা সংস্কাৰসমূহ Solutions, SEBA Class 8 Social Science MCQ Question Answer, Class 8 Social Science MCQ Chapter 15 ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসন কালত ভাৰতবৰ্ষত হোৱা সংস্কাৰসমূহ Notes to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 8 Social Science Objective Types Notes and select needs one.

Class 8 Social Science MCQ Chapter 15 ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসন কালত ভাৰতবৰ্ষত হোৱা সংস্কাৰসমূহ

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. SEBA Class 8 Social Science MCQ Part – I: Geography, Social Science MCQ Part – II: History, Social Science MCQ Part – III: Political Science and Economics SCERT All Subject Solutions. Here we have given SEBA Class 8 Social Science Multiple Choice Question Answer PDF Download for All Subject, You can practice these here.

ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসন কালত ভাৰতবৰ্ষত হোৱা সংস্কাৰসমূহ

Chapter – 15

PART – II: HISTORY

MCQ

১। কিমান খ্ৰীষ্টাব্দত ভাৰতত প্ৰথম ডাক টিকটৰ প্ৰচলন হৈছিল?

(ক) ১৮৫৮ খ্ৰীষ্টাব্দত।

(খ) ১৮২৮ খ্ৰীষ্টাব্দত।

(গ) ১৯৪৭ খ্ৰীষ্টাব্দত।

(ঘ) ১৯০২ খ্ৰীষ্টাব্দত।

উত্তৰঃ (ক) ১৮৫৮ খ্ৰীষ্টাব্দত।

২। কিমান খ্ৰীষ্টাব্দত বংগদেশ, বিহাৰ আৰু উৰিষ্যাত প্ৰথমে চিৰস্থায়ী বন্দবস্তৰ সূচনা কৰিছিল?

(ক) ১৯৪৮ খ্ৰীষ্টাব্দত।

(খ) ১৯২৫ খ্ৰীষ্টাব্দত।

(গ) ১৭৯৩ খ্ৰীষ্টাব্দত।

(ঘ) ১৮২৬ খ্ৰীষ্টাব্দত।

উত্তৰঃ (গ) ১৭৯৩ খ্ৰীষ্টাব্দত।

৩। অসমত কিমান খ্ৰীষ্টাব্দৰ শেষৰ ফালে গোৱালপাৰা আৰু চিলেট জিলাত চিৰস্থায়ী বন্দবস্ত ব্যৱস্থাৰ আৰম্ভ হৈছিল?

(ক) ১৯৩৬ খ্ৰীষ্টাব্দত।

(খ) ১৮২৬ খ্ৰীষ্টাব্দত।

(গ) ১২২৮ খ্ৰীষ্টাব্দত।

(ঘ) ১৯০৪ খ্ৰীষ্টাব্দত।

উত্তৰঃ (খ) ১৮২৬ খ্ৰীষ্টাব্দত।

৪। ভাৰতবৰ্ষত মাটিৰ পট্টা দিয়াৰ নিয়ম কেতিয়াৰ পৰা আৰম্ভ কৰা হৈছিল?

(ক) ১৭৯২ খ্ৰীষ্টাব্দত।

(খ) ১৯৬৫ খ্ৰীষ্টাব্দত।

(গ) ১৮২৬ খ্ৰীষ্টাব্দত।

(ঘ) ১৭৮১ খ্ৰীষ্টাব্দত।

উত্তৰঃ (গ) ১৮২৬ খ্ৰীষ্টাব্দত।

৫। কিমান খ্ৰীষ্টাব্দত ৱাৰেন হেষ্টিংছে কলিকতাত মাদ্ৰাছা খুলিছিল?

(ক) ১৭৯৫ খ্ৰীষ্টাব্দত।

(খ) ১৭৮১ খ্ৰীষ্টাব্দত।

(গ) ১৯০৫ খ্ৰীষ্টাব্দত।

(ঘ) ১৭৯৩ খ্ৰীষ্টাব্দত।

উত্তৰঃ (খ) ১৭৮১ খ্ৰীষ্টাব্দত।

৬। কিমান খ্ৰীষ্টাব্দত জনাথন ডানকান নামৰ এজন বৃটিছ বিষয়াই বাৰাণসীত সংস্কৃত কলেজ এখন স্থাপন কৰিছিল?

(ক) ১৯৯৭ খ্ৰীষ্টাব্দত।

(খ) ১৮২৮ খ্ৰীষ্টাব্দত।

(গ) ১৭৯২ খ্ৰীষ্টাব্দত।

(ঘ) ১৯৯৫ খ্ৰীষ্টাব্দত।

উত্তৰঃ (গ) ১৭৯২ খ্ৰীষ্টাব্দত।

৭। কিমান খ্ৰীষ্টাব্দত বিহাৰৰ জিলাধিপতি এজনে সতীদাহ প্ৰথা ৰোধ কৰিবলৈ লৰ্ড ৱেলেচলিক সৰ্বপ্ৰথমে লিখিত অনুৰোধ কৰিছিল?

(ক) ১৮১২ খ্ৰীষ্টাব্দত।

(খ) ১৮০৬ খ্ৰীষ্টাব্দত।

(গ) ১৯৫৭ খ্ৰীষ্টাব্দত।

(ঘ) ১৫৫৭ খ্ৰীষ্টাব্দত।

উত্তৰঃ (খ) ১৮০৬ খ্ৰীষ্টাব্দত।

৮। কিমান খ্ৰীষ্টাব্দত লৰ্ড হেষ্টিংছৰ দিনত বে-আইনী বুলি ঘোষণা কৰা হৈছিল?

(ক) ১৯৯০ আৰু ১৮০৫ খ্ৰীষ্টাব্দত।

(খ) ১৮১৫ আৰু ১৮১৭ খ্ৰীষ্টাব্দত।

(গ) ১৮৭৯ আৰু ১২২৮ খ্ৰীষ্টাব্দত।

(ঘ) ১৯০৬ আৰু ১২১৭ খ্ৰীষ্টাব্দত।

উত্তৰঃ (খ) ১৮১৫ আৰু ১৮১৭ খ্ৰীষ্টাব্দত।

৯। লৰ্ড উইলিয়াম বেন্টিংকেহে কিমান খ্ৰীষ্টাব্দত সতীদাহ প্ৰথা সম্পূৰ্ণকৈ নিৰ্মূল কৰিছিল?

(ক) ১২২৮ খ্ৰীষ্টাব্দত।

(খ) ১৯০৬ খ্ৰীষ্টাব্দত।

(গ) ১৮২৯ খ্ৰীষ্টাব্দত।

(ঘ) ১৯২৬ খ্ৰীষ্টাব্দত।

উত্তৰঃ (গ) ১৮২৯ খ্ৰীষ্টাব্দত।

১০। লৰ্ড উইলিয়াম বেন্টিংকেহে কিমান নম্বৰ বিধান জাৰি কৰি সতীদাহ প্ৰথা সম্পূৰ্ণকৈ নিৰ্মূল কৰিছিল?

(ক) ১৯ নম্বৰ।

(খ) ১২ নম্বৰ।

(গ) ৩৯ নম্বৰ।

(ঘ) ১৭ নম্বৰ।

উত্তৰঃ (ঘ) ১৭ নম্বৰ।

১১। কিমান শতিকাৰ শেষ ভাগত ৰাজপুতনা মধ্যভাৰত আৰু পঞ্জাৱত কন্যা সন্তান হত্যা কৰাটো বন্ধ কৰিছিল?

(ক) ১৭ শতিকাৰ।

(খ) ১৮ শতিকাৰ।

(গ) ২৯ শতিকাৰ।

(ঘ) ১২ শতিকাৰ।

উত্তৰঃ (খ) ১৮ শতিকাৰ।

১২। ৰাজা ৰামমোহন ৰায়ে কিমান খ্ৰীষ্টাব্দত ব্ৰাহ্মসভা পাতে?

(ক) ১৮৬৭ খ্ৰীষ্টাব্দত।

(খ) ১৮৩৮ খ্ৰীষ্টাব্দত।

(গ) ১৮২৮ খ্ৰীষ্টাব্দত।

(ঘ) ১৯০৪ খ্ৰীষ্টাব্দত।

উত্তৰঃ (গ) ১৮২৮ খ্ৰীষ্টাব্দত।

১৩। কিমান খ্ৰীষ্টাব্দত ব্ৰাহ্ম সমাজ নামে এখন সমাজ সংস্কাৰৰ অনুষ্ঠান হিচাপে গঢ় লয়?

(ক) ১৮৩০ খ্ৰীষ্টাব্দত।

(খ) ১৫৩৮ খ্ৰীষ্টাব্দত।

(গ) ১৯৪৫ খ্ৰীষ্টাব্দত।

(ঘ) ১৯০৫ খ্ৰীষ্টাব্দত।

উত্তৰঃ (ক) ১৮৩০ খ্ৰীষ্টাব্দত।

১৪। মহাৰাষ্ট্ৰত কিমান খ্ৰীষ্টাব্দত প্ৰাৰ্থনা সমাজ প্ৰতিষ্ঠা কৰা হৈছিল?

(ক) ১২২৮ খ্ৰীষ্টাব্দত।

(খ) ১৮৬৭ খ্ৰীষ্টাব্দত।

(গ) ১৯৫৮ খ্ৰীষ্টাব্দত।

(ঘ) ১৯৫৭ খ্ৰীষ্টাব্দত।

উত্তৰঃ (খ) ১৮৬৭ খ্ৰীষ্টাব্দত।

১৫। কিমান খ্ৰীষ্টাব্দত আৰ্য সমাজ প্ৰতিষ্ঠা কৰা হৈছিল?

(ক) ১৮৭৫ খ্ৰীষ্টাব্দত।

(খ) ১২২৬ খ্ৰীষ্টাব্দত।

(গ) ১৯৯৫ খ্ৰীষ্টাব্দত।

(ঘ) ১৮৭৭ খ্ৰীষ্টাব্দত।

উত্তৰঃ (ক) ১৮৭৫ খ্ৰীষ্টাব্দত।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top