Class 5 Assamese Chapter 8 ৰঙৰ ৰহস্য

Class 5 Assamese Chapter 8 ৰঙৰ ৰহস্য, Class 5 Assamese Chapter 8 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Board ৰঙৰ ৰহস্য Class 5 অসমীয়া Question Answer can be of great value to excel in the examination.

Class 5 Assamese Chapter 8 ৰঙৰ ৰহস্য

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Class 5 Assamese Chapter 8 ৰঙৰ ৰহস্য Solutions for All Subject, You can practice these here.

ৰঙৰ ৰহস্য

Chapter – 8

অংকুৰণ

পাঠভিত্তিক ক্রিয়া কলাপ

উত্তৰ দিয়া:

১। (ক) আদিম মানুহে ক’ত বাস কৰিছিল? তেওঁলোকে ৰঙীন ছবি ক’ত আঁকিছিল? 

উত্তৰ: আদিম মানুহে গুহাত বসবাস কৰিছিল। তেওঁলোকে গুহাৰ বেৰত ৰঙীন ছবি আঁকিছিল।

(খ) সূৰ্য্যৰ পোহৰত কেইটা ৰং থাকে? সেই ৰং কেইটাৰ নাম কি কি?

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

উত্তৰ: সূয্যৰ পোহৰত সাতটা ৰং থাকে আৰু সেইকেইটা হল বেঙুনীয়া, ঘন নীলা, নীলা , সেউজীয়া, হালধীয়া, সুমথিৰা আৰু ৰঙা।

(গ) আমি বস্তু এটা কেতিয়া দেখো? অন্ধাৰত থকা বস্তু দেখি নোপোৱাৰ কাৰণ কি?

উত্তৰ: কোনো বস্তুত পৰা সূৰ্যৰ পোহৰ প্ৰতিফলিত হৈ আহি আমাৰ চকুত পৰিলে আমি বস্তু এটা দেখা পাওঁ।

আন্ধাৰত পোহৰৰ প্ৰতিফলন নহয় বাবে আমি আন্ধাৰত বস্তু এটা দেখি নাপাওঁ।

(ঘ) বগা ৰং কেনেকৈ সৃষ্টি হয়? চক পেঞ্চিল ডাল বগা দেখাৰ কাৰণ কি?

উত্তৰ: সূয্যৰ পোহৰত থকা সাতোটা ৰং মিলি বগা ৰঙৰ সৃষ্টি হৈছে। চক পেঞ্চিলৰ পৰা সূৰ্যৰ পোহৰৰ সাতোটা ৰঙেই প্ৰতিফলিত হৈ আমাৰ চকুত পৰেহি বাবে আমি চক পেঞ্চিলডাল বগা দেখো। 

(ঙ) মানুহে দেখাৰ দৰে সকলো প্ৰাণীয়ে ৰংবোৰ নেদেখে। ৰং দেখা পোৱা প্ৰাণীবোৰ কি কি?

উত্তৰ: মানুহৰ দৰে ৰং দেখা পোৱা প্ৰাণীবোৰ হল – গৰিলা, গিবন, চিম্পঞ্জী আদি।

২। কাৰ কি ৰং মিলোৱা।

উত্তৰ: 

  • আকাশখন  –  নীলা
  • গছৰ পাত – সেউজীয়া
  • গাখীৰ – বগা
  • সৰিয়হ ফুল – হালধীয়া
  • চুলিটাৰি – কলা
  • বেঙেনা – বেঙুনীয়া।

৩। খালি ঠাই পূৰ কৰা।

(ক) ঘৰিয়ালে বোলে সকলো বস্তুৰে ৰং _____ দেখে।

উত্তৰ: মটীয়াহে।

(খ) আটাকেইটা ৰঙৰ পোহৰ শুহি লোৱা বস্তুক আমি ____ দেখো।

উত্তৰ: আটাইকেইটা ৰঙৰ পোহৰ শুহি লোৱা বস্তুক আমি কলা দেখো।

(গ) ৰঙৰ ৰহস্য ভেদ কৰা বিজ্ঞানীজনৰ নাম ____।

উত্তৰ: ৰঙৰ ৰহস্য ভেদ কৰা বিজ্ঞানীজনৰ নাম ছাৰ আইজাক নিউটন। 

৪। সঁচা নে মিছা লিখা।

(ক) আদিম মানুহৰ ৰঙৰ প্ৰতি আকৰ্ষণ আছিল।

উত্তৰ: সঁচা।

(খ) আঘোণ মাহৰ পথাৰ সেউজীয়া।

উত্তৰ: মিছা।

(গ) মৌ – মাখিয়ে হেনো ৰঙা ৰং ধৰিব নোৱাৰে।

উত্তৰ: সঁচা।

(ঘ) কিছুমান চৰায়েও আমাৰ নিচিনা ৰং চিনি পায়।

উত্তৰ: সঁচা।

(ঙ) মানুহে অতি বেঙুনয়া ৰংটোও দেখে।

উত্তৰ: মিছা।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top