Class 10 Assamese Additional Q&A Chapter 4 মই অসমীয়া

Class 10 Assamese Additional Q&A Chapter 4 মই অসমীয়া

Group – A পদ্যাংশ

১। চৈয়দ আব্দুল মালিকৰ কবিতাপুথি এখনৰ নাম লিখা।

উত্তৰঃ চৈয়দ আব্দুল মালিকৰ কবিতাপুথি এখনৰ নাম হ’ল—বেদুইন।

২। মোগলসকলে অসমৰ ক’ত ভৰি দিছিল?

উত্তৰঃ মোগলসকলে অসমৰ সেউজীয়া দুৱৰি বনত ভৰি দিছিল।

৩। অসমৰ হেংদাং ক’ত জিলিকিছিল?

উত্তৰঃ দুপৰৰ পূৰ্ণ আলোকত অসমৰ হেংদাং জিলিকিছিল।

৪। অসমীয়াসকলে কিহেৰে তৈয়াৰী পেঁপা বজাইছিল?

উত্তৰঃ ম’হৰ শিঙেৰে তৈয়াৰী পেঁপা বজাইছিল।

৫। অসমৰ স্বৰ্গদেৱে কিহেৰে দেউল সাজিছিল?

উত্তৰঃ অসমৰ স্বৰ্গদেৱে হাঁহকণী আৰু বৰা চাউলৰ এক মিশ্রণ তৈয়াৰ কৰি দেউল সাজিছিল।

৬। ব্যাসবাক্যসহ সমাসৰ নাম লিখা:

স্বর্ণপুৰী; মুক্তগীত; অনির্মি।

উত্তৰঃ স্বৰ্গপুৰী: স্বৰ্গৰ পুৰী — ষষ্ঠী তৎপুৰুষ সমাস।

মুক্তগীত: মুক্ত যি গীত — কর্মধাৰয় সমাস।

অনিৰুদ্ধ: ন ৰুদ্ধ – নঞ তৎপুৰুষ সমাস।

নিষ্কর্মা: ন কর্ম – নঞ তৎপুৰুষ সমাস।

৭। তলৰ শব্দবোৰৰ নিচিনা পাঁচটা শব্দ সাজাঃ

বাঘ-নৰ, হাঁহ-কণী, মহ-শিং।

উত্তৰঃ হাতী-দাঁত, ৰাজশক্তি, কালিদাস, গ্রন্থাগাৰ, জীৱন-বীমা।

৮। বিপৰীত শব্দ লিখাঁ:

গৌৰৱ; আলোক; স্বাধীনতা; পৰাজিত; সপোন; মৰণ।

উত্তৰঃ গৌৰৱ – লজ্জিত।

আলোক – আন্ধাৰ।

স্বাধীনতা – পৰাধীনতা।

পৰাজিত – জিত, বিজিত।

সপোন – দিঠক।

মৰণ – জীৱন।

৯। মই অসমীয়া’ কবিতাটিৰ কৰি কোন?

উত্তৰঃ চৈয় আব্দুল মালিক।

Sl.No CONTENTS
1 বৰগীত
2 জিকিৰ
3 প্ৰশস্তি
4 মই অসমীয়া
5 দৃশ্যান্তৰ
6 উদ্যোগী হওঁ আহাঁ
7 ভাৰতীয় সংস্কৃতি
8 অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি
9 ইণ্টাৰনেটৰ তিতা-মিঠা
10 অৰুণিমা সিনহা
11 অৰণ্যযাত্ৰা
12 পাৰস্যত এভূমুকি
13 কানাইৰ চাতুৰী
14 ধৰ ঝাডু ধৰ ভাই
15 বিষাদ যোগ
16 প্ৰাচীন ভাৰতীয় শিক্ষা

১০। চৈয়দ আব্দুল মালিকৰ জন্ম কত, কেতিয়া হৈছিল?

উত্তৰঃ ১৯১৯ চনত গোলাঘাট জিলাৰ নাহৰণিত।

১১। অসমীয়া সাহিত্যত গল্প সম্রাট বুলি কাক কোৱা হয়?

উত্তৰঃ চৈয়দ আব্দুল মালিকক।

১২। চৈয়দ আব্দুল মালিকৰ একমাত্ৰ কবিতা পুথিখনৰ নাম কি?

উত্তৰঃ বেদুইন।

১৩। কোনখন উপন্যাসৰ বাবে চৈয়দ আবুল মালিকে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল?

উত্তৰঃ অঘৰী আত্মাৰ কাহিনী।

১৪। চৈয়দ আব্দুল মালিকৰ কোনখন উপন্যাস অনাতাৰ যোগে প্ৰচাৰিত হৈছিল?

উত্তৰঃ সূৰ্য্যমুখী স্বপ্ন।

Conclusion:

Class 10 Assamese Additional Q&A Chapter 4 মই অসমীয়া -ৰ এই প্ৰশ্নোত্তৰসমূহৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলে কবিতাটোৰ মূলভাব, বিষয়বস্তু আৰু কবিৰ বক্তব্য সহজে বুজিব পাৰিব। পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে এই প্ৰশ্নোত্তৰসমূহ ভালদৰে পঢ়ি অনুশীলন কৰা উচিত।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top