SEBA Class 7 Social Science MCQ Chapter 9 ভাৰতৰ জলবায়ু, প্ৰাকৃতিক উদ্ভিদ, কৃষি আৰু জনসংখ্যা Question Answer in Assamese Medium, Class 7 Social Science Multiple Choice Question Answer in Assamese to each chapter is provided in the list so that you can easily browse throughout different chapters SEBA Class 7 Social Science MCQ Chapter 9 ভাৰতৰ জলবায়ু, প্ৰাকৃতিক উদ্ভিদ, কৃষি আৰু জনসংখ্যা Notes and select need one.
SEBA Class 7 Social Science MCQ Chapter 9 ভাৰতৰ জলবায়ু, প্ৰাকৃতিক উদ্ভিদ, কৃষি আৰু জনসংখ্যা
Also, you can read the SCERT book online in these sections Class 7 Social Science Objective Type Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam SEBA Class 7 Social Science MCQ Solutions for All Subject, You can practice these here.
ভাৰতৰ জলবায়ু, প্ৰাকৃতিক উদ্ভিদ, কৃষি আৰু জনসংখ্যা
Chapter – 9
ভূগোল খণ্ড
MCQ |
১। ভাৰতবৰ্ষৰ মুঠ মাটিকালি কিমান বর্গ কিল’মিটাৰ?
(i) ২৮,৯৪,০০০ বর্গ কিল’মিটাৰ।
(ii) ৩০,৪৫,০০০ বর্গ কিল’মিটাৰ।
(iii) ৩২,৭৮,২৬৩ বর্গ কিল’মিটাৰ।
(iv) ৩৪,৬৭,০০০ বর্গ কিল’মিটাৰ।
উত্তৰঃ (iii) ৩২,৭৮,২৬৩ বর্গ কিল’মিটাৰ।
২। ভাৰতবৰ্ষৰ মূল ভূ-ভাগ কিমান উত্তৰ অক্ষৰেখাৰ মাজত অৱস্থিত?
(i) ১⁰ ৪ উত্তৰ পৰা ৩৪ ⁰ ৫/ উত্তৰ।
(ii) ৮ ⁰ ৪/ উত্তৰ পৰা ৩৭ ⁰ ৬/ উত্তৰ।
(iii) ৯০ ৪° উত্তৰ পৰা ৩২ ৭⁰/ উত্তৰ।
(iv) ৭৫০° উত্তৰ পৰা ৩৬ ৫⁰/ উত্তৰ।
উত্তৰঃ (ii) ৮ ⁰ ৪/ উত্তৰ পৰা ৩৭ ⁰ ৬/ উত্তৰ।
৩। কোন ৰেখা দক্ষিণ ভাৰতৰ ঠাইসমূহক গ্রীষ্মমণ্ডলৰ ভিতৰুৱা হিচাপে চিহ্নিত কৰে?
(i) মেঘালয় ৰেখা।
(ii) অক্ষৰেখা।
(iii) প্ৰধান পৰ্বত ৰেখা।
(iv) কর্কটক্রান্তি ৰেখা।
উত্তৰঃ (iv) কর্কটক্রান্তি ৰেখা।
৪। আগ্রা আৰু দার্জিলিং একে অক্ষাংশত অৱস্থিত হৈ থকা সত্ত্বেও কিয় দার্জিলিং শীতল?
(i) সাগৰীয় প্ৰভাৱৰ বাবে।
(ii) গৰম বতাহৰ বাবে।
(iii) উচ্চ পৰ্বত-ক্ষেত্ৰৰ বাবে।
(iv) সৰল ভূমিৰ বাবে।
উত্তৰঃ (iii) উচ্চ পৰ্বত-ক্ষেত্ৰৰ বাবে।
৫। সাগৰৰ ওচৰত অৱস্থিত ঠাইসমূহৰ জলবায়ুৰ বৈশিষ্ট্য কি?
(i) অধিক গৰম।
(ii) অধিক ঠাণ্ডা।
(iii) সমভাৱাপন্ন।
(iv) অতি আর্দ্ৰ।
উত্তৰঃ (iii) সমভাৱাপন্ন।
৬। ভাৰতবৰ্ষৰ জলবায়ু আটাইতকৈ বেছি কিহে প্রভাৱিত কৰে?
(i) গৰম বতাহ।
(ii) শীতল বতাহ।
(iii) মৌছুমী বতাহ।
(iv) সাগৰীয় বতাহ।
উত্তৰঃ (iii) মৌছুমী বতাহ।
৭। ঋতু কেইটা ভাগ কৰা হয়?
(i) পাঁচটা।
(ii) চাৰিটা।
(iii) ছয়টা।
(iv) সাতটা।
উত্তৰঃ (ii) চাৰিটা।
৮। ভাৰতত কোন মাহৰ পৰা শীতকাল আৰম্ভ হয়?
(i) মাৰ্চ মাহৰ পৰা।
(ii) নৱেম্বৰ মাহৰ পৰা।
(iii) ছেপ্টেম্বৰ মাহৰ পৰা।
(iv) জুন মাহৰ পৰা।
উত্তৰঃ (ii) নৱেম্বৰ মাহৰ পৰা।
৯। তৃণজাতীয় উদ্ভিদ সাধাৰণতে ক’ত পোৱা যায়?
(i) কেৱল ঠাণ্ডা অঞ্চলত।
(ii) বছৰি ৩০ চেন্টিমিটাৰ পৰা ১০০ চেন্টিমিটাৰ বৰষুণ হোৱা ঠাইত।
(iii) কেৱল গৰম অঞ্চলত।
(iv) কেৱল ঠাণ্ডা আৰু গৰম অঞ্চলত।
উত্তৰঃ (ii) বছৰি ৩০ চেন্টিমিটাৰ পৰা ১০০ চেন্টিমিটাৰ বৰষুণ হোৱা ঠাইত।
১০। উত্তৰ ভাৰতৰ কোনখন ৰাজ্যত তৃণজাতীয় উদ্ভিদ পোৱা যায়?
(i) পশ্চিম বংগ।
(ii) পঞ্জাব।
(iii) বিহাৰ।
(iv) অসম।
উত্তৰঃ (ii) পঞ্জাব।
১১। চিৰসেউজীয়া উদ্ভিদৰ বৃদ্ধিৰ বাবে কিমান পৰিমাণে বৰষুণৰ প্ৰয়োজন?
(i) ১০০ চেন্টিমিটাৰ।
(ii) ১৫০ চেন্টিমিটাৰ।
(iii) ২০০ চেন্টিমিটাৰ।
(iv) ২৫০ চেন্টিমিটাৰ।
উত্তৰঃ (iii) ২০০ চেন্টিমিটাৰ।
১২। চিৰসেউজীয়া উদ্ভিদ পোৱা যায় কিমান তাপমাত্ৰাৰ ভিতৰত?
(i) ২০°-২২° চেন্টিগ্ৰেড।
(ii) ২৫°-২৭° চেন্টিগ্ৰেড।
(iii) ২২°-২৪° চেন্টিগ্ৰেড।
(iv) ২৭°-২৯° চেন্টিগ্ৰেড।
উত্তৰঃ (ii) ২৫°-২৭° চেন্টিগ্ৰেড।
১৩। কাঁইটীয়া মৰুজ উদ্ভিদ ক’ত পোৱা যায়?
(i) বছৰি ১০০ চেন্টিমিটাৰ বৰষুণ হোৱা অঞ্চলত।
(ii) বছৰি ৫০ চেন্টিমিটাৰ বৰষুণ হোৱা অঞ্চলত।
(iii) বছৰি ৩০ চেন্টিমিটাৰৰ কম বৰষুণ হোৱা অঞ্চলত।
(iv) বছৰি ২০০ চেন্টিমিটাৰ বৰষুণ হোৱা অঞ্চলত।
উত্তৰঃ (iii) বছৰি ৩০ চেন্টিমিটাৰৰ কম বৰষুণ হোৱা অঞ্চলত।
১৪। মৰুজ উদ্ভিদৰ পাত কিয় কাঁইটীয়া আৰু গোটা হয়?
(i) অধিক পানীৰ সংহতিৰ বাবে।
(ii) তাপৰ পৰিমাণ বঢ়াবলৈ।
(iii) বতাহৰ পৰিমাণ বঢ়াবলৈ।
(iv) পানীৰ অভাৱ দূৰ কৰিবলৈ।
উত্তৰঃ (iv) পানীৰ অভাৱ দূৰ কৰিবলৈ।
১৫। তলৰ কোনটো উদ্ভিদ মৰুজ উদ্ভিদৰ উদাহৰণ?
(i) নিম।
(ii) বাঁহ।
(iii) কেকটাচ।
(iv) শিশু।
উত্তৰঃ (iii) কেকটাচ।