SEBA Class 7 Social Science MCQ Chapter 8 উত্তৰ-পূব ভাৰত Question Answer in Assamese Medium, Class 7 Social Science Multiple Choice Question Answer in Assamese to each chapter is provided in the list so that you can easily browse throughout different chapters SEBA Class 7 Social Science MCQ Chapter 8 উত্তৰ-পূব ভাৰত Notes and select need one.
SEBA Class 7 Social Science MCQ Chapter 8 উত্তৰ-পূব ভাৰত
Also, you can read the SCERT book online in these sections Class 7 Social Science Objective Type Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam SEBA Class 7 Social Science MCQ Solutions for All Subject, You can practice these here.
উত্তৰ-পূব ভাৰত
Chapter – 8
ভূগোল খণ্ড
MCQ |
১। ভাৰতৰ উত্তৰ-পূব অঞ্চলত কেইখন ৰাজ্য আছে?
(i) পাঁচখন।
(ii) ছয়খন।
(iii) সাতখন।
(iv) তিনিখন।
উত্তৰঃ (iii) সাতখন।
২। উত্তৰ-পূব ভাৰতৰ মাটিকালি কিমান বৰ্গ কিলোমিটাৰ বিস্তৃত?
(i) ২,৪৫,০৮৩ বৰ্গ কিলোমিটাৰ।
(ii) ২,৫৫,০৮৩ বৰ্গ কিলোমিটাৰ।
(iii) ২,৬৫,০৮৩ বৰ্গ কিলোমিটাৰ।
(iv) ২,৫৬,০৮৩ বৰ্গ কিলোমিটাৰ।
উত্তৰঃ (ii) ২,৫৫,০৮৩ বৰ্গ কিলোমিটাৰ।
৩। উত্তৰ-পূব ভাৰতৰ অঞ্চলটোৰ পুৱা পশ্চিমাকৈ প্ৰায় কিমান কিলোমিটাৰ বিস্তৃত?
(i) ৭৫০ কিলোমিটাৰ।
(ii) ৯৫০ কিলোমিটাৰ।
(iii) ৮৫০ কিলোমিটাৰ।
(iv) ১০০০ কিলোমিটাৰ।
উত্তৰঃ (iii) ৮৫০ কিলোমিটাৰ।
৪। উত্তৰ-পূব ভাৰতৰ অঞ্চলটোৰ উত্তৰ-দক্ষিণকৈ বিস্তৃতি কিমান?
(i) ৮৫০ কিলোমিটাৰ।
(ii) ৭৫০ কিলোমিটাৰ।
(iii) ৯৫০ কিলোমিটাৰ।
(iv) ৬৫০ কিলোমিটাৰ।
উত্তৰঃ (i) ৮৫০ কিলোমিটাৰ।
৫। উত্তৰ-পূব ভাৰতৰ কোন দুটা অঞ্চল এটা সময়ত বাকী ৰাজ্যবোৰৰ সৈতে একেটা প্ৰশাসনীয় গোটৰ অন্তৰ্গত নাছিল?
(i) অসম আৰু নাগালেণ্ড।
(ii) অৰুণাচল প্ৰদেশ আৰু মেঘালয়।
(iii) মণিপুৰ আৰু ত্ৰিপুৰা।
(iv) মিজোৰাম আৰু ছিকিম।
উত্তৰঃ (iii) মণিপুৰ আৰু ত্ৰিপুৰা।
৬। নাগালেণ্ড কিমান চনত পৃথক হৈছিল?
(i) ১৯৬৩ চনত।
(ii) ১৯৭২ চনত।
(iii) ১৯৬৬ চনত।
(iv) ১৯৫৫ চনত।
উত্তৰঃ (i) ১৯৬৩ চনত।
৭। উত্তৰ-পূব ভাৰত কোন দুই অক্ষাংশৰ মাজত অৱস্থিত?
(i) ১৫° উত্তৰ অক্ষাংশ আৰু ২৫° উত্তৰ অক্ষাংশ।
(ii) ২০° উত্তৰ অক্ষাংশ আৰু ২৯°৩০/ উত্তৰ অক্ষাংশ।
(iii) ১৮° উত্তৰ অক্ষাংশ আৰু ৩০° উত্তৰ অক্ষাংশ।
(iv) ২২° উত্তৰ অক্ষাংশ আৰু ২৮° উত্তৰ অক্ষাংশ।
উত্তৰঃ (ii) ২০° উত্তৰ অক্ষাংশ আৰু ২৯°৩০/ উত্তৰ অক্ষাংশ।
৮। উত্তৰ-পূব ভাৰত কোন দুখন দ্রাঘিমাংশৰ মাজত অৱস্থিত?
(i) ৮৫° পূব দ্রাঘিমাংশ আৰু ৯৫° পূব দ্রাঘিমাংশ।
(ii) ৮৭° পূব দ্রাঘিমাংশ আৰু ৯৩° পূব দ্রাঘিমাংশ।
(iii) ৮৯°৪৬/ পূব দ্রাঘিমাংশ আৰু ৯৭°৩০/ পূব দ্রাঘিমাংশ।
(iv) ৮২° পূব দ্রাঘিমাংশ আৰু ৯২° পূব দ্রাঘিমাংশ।
উত্তৰঃ (iii) ৮৯°৪৬/ পূব দ্রাঘিমাংশ আৰু ৯৭°৩০/ পূব দ্রাঘিমাংশ।
৯। ক’ত উত্তৰ-পূব ভাৰতৰ পৰ্বতমালা আছে?
(i) গাৰো পাহাৰ।
(ii) পাটকাই।
(iii) নগা পাহাৰ।
(iv) হিমালয়।
উত্তৰঃ (iv) হিমালয়।
১০। উত্তৰ-পূব ভাৰতৰ পূব আৰু দক্ষিণ দিশত কোনটো পৰ্বতমালা আছে?
(i) গাৰো পাহাৰ আৰু খাসি পাহাৰ।
(ii) পাটকাই আৰু নগা পাহাৰ।
(iii) জয়ন্তীয়া পাহাৰ আৰু মেঘালয় পাহাৰ।
(iv) মিজো পাহাৰ আৰু গাৰো পাহাৰ।
উত্তৰঃ (ii) পাটকাই আৰু নগা পাহাৰ।
১১। উত্তৰ-পূব ভাৰতলৈ প্ৰথমে কোন গোষ্ঠীৰ লোকসকল আহিছিল?
(i) ইণ্ডো ইউৰোপীয়।
(ii) অষ্ট্ৰএছিয়।
(iii) মংগোলীয়।
(iv) থলুৱা মুছলমান।
উত্তৰঃ (ii) অষ্ট্ৰএছিয়।
১২। কোন গোষ্ঠীৱে উত্তৰ-পূব ভাৰতত তৃতীয় স্থানত প্রৱেশ কৰিছিল?
(i) অষ্ট্ৰএছিয়।
(ii) মংগোলীয়।
(iii) ইণ্ডো ইউৰোপীয়।
(iv) চীনা ভাষী।
উত্তৰঃ (iii) ইণ্ডো ইউৰোপীয়।
১৩। বৰ্তমানৰ আহোম আৰু টাইসকল ক’ৰ পৰা আহিছিল?
(i) দক্ষিণ-পূৰ্ব এছিয়া।
(ii) ব্ৰহ্মদেশৰ চান অঞ্চল।
(iii) মধ্য ভাৰত।
(iv) নেপাল।
উত্তৰঃ (ii) ব্ৰহ্মদেশৰ চান অঞ্চল।
১৪। উত্তৰ-পূব ভাৰতৰ মেঘালয় মালভূমিৰ অন্তৰ্ভুক্ত অঞ্চলসমূহত কোনবোৰ পাহাৰ অন্তৰ্ভুক্ত?
(i) গাৰো-খাছী পাহাৰ।
(ii) কাৰ্বি পাহাৰ।
(iii) পাটকাই পাহাৰ।
(iv) বৰাইল পাহাৰ।
উত্তৰঃ (i) গাৰো-খাছী পাহাৰ।
১৫। কাৰ্বি মালভূমিৰ ভিতৰত কোন কোন পাহাৰ অন্তৰ্গত?
(i) হামৰেণ পাহাৰ, কাৰ্বি ৰেংমা পাহাৰ।
(ii) খাছী পাহাৰ, গাৰো পাহাৰ।
(iii) লুসাই পাহাৰ, মিজো পাহাৰ।
(iv) পাটকাই পাহাৰ, বৰাইল পাহাৰ।
উত্তৰঃ (i) হামৰেণ পাহাৰ, কাৰ্বি ৰেংমা পাহাৰ।