SEBA Class 7 Social Science MCQ Chapter 24 গণতন্ত্র আৰু প্ৰচাৰ মাধ্যম Question Answer in Assamese Medium, Class 7 Social Science Multiple Choice Question Answer in Assamese to each chapter is provided in the list so that you can easily browse throughout different chapters SEBA Class 7 Social Science MCQ Chapter 24 গণতন্ত্র আৰু প্ৰচাৰ মাধ্যম Notes and select need one.
SEBA Class 7 Social Science MCQ Chapter 24 গণতন্ত্র আৰু প্ৰচাৰ মাধ্যম
Also, you can read the SCERT book online in these sections Class 7 Social Science Objective Type Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam SEBA Class 7 Social Science MCQ Solutions for All Subject, You can practice these here.
গণতন্ত্র আৰু প্ৰচাৰ মাধ্যম
Chapter – 24
অৰ্থনীতি আৰু ৰাজনীতি বিজ্ঞান খণ্ড
MCQ |
১। প্ৰচাৰ বুলিলে কি বুজা যায়?
(i) যিকোনো খবৰ বা বাতৰি সম্প্ৰসাৰিত হোৱা প্ৰক্রিয়া।
(ii) যিকোনো সাহিত্য ৰচনা।
(iii) যিকোনো ৰাজনৈতিক বক্তৃতা।
(iv) যিকোনো বৈজ্ঞানিক গৱেষণা।
উত্তৰঃ (i) যিকোনো খবৰ বা বাতৰি সম্প্ৰসাৰিত হোৱা প্ৰক্রিয়া।
২। প্ৰচাৰ হোৱাৰ ফলত কি লাভ হয়?
(i) লোকসান বৃদ্ধি পায়।
(ii) পৰিস্থিতিৰ বুজ লোৱাৰ সুবিধা হয়।
(iii) দ্বন্দ্ব সৃষ্টি হয়।
(iv) বিশ্বাসহীনতা বৃদ্ধি পায়।
উত্তৰঃ (ii) পৰিস্থিতিৰ বুজ লোৱাৰ সুবিধা হয়।
৩। প্ৰচাৰ ব্যৱস্থা অবিহনে মানুহে কি কৰিব নোৱাৰে?
(i) শিক্ষাৰ্জন।
(ii) নিজৰ ভাব, মত-অভিমত বিনিময়।
(iii) ৰাজনৈতিক কৰ্ম।
(iv) সামাজিক অনুষ্ঠানৰ আয়োজন।
উত্তৰঃ (ii) নিজৰ ভাব, মত-অভিমত বিনিময়।
৪। প্ৰচাৰ ব্যৱস্থা কেনেকুৱা অংগ হিচাপে পৰিগণিত হৈ আহিছে?
(i) নিৰ্দিষ্ট।
(ii) চলিত।
(iii) অবিচ্ছেদ্য।
(iv) অবান্তৰ।
উত্তৰঃ (iii) অবিচ্ছেদ্য।
৫। খবৰ-বাতৰিসমূহ কেনেকৈ সমাজৰ বিভিন্নজনৰ মাজত বিয়পি পৰে?
(i) প্ৰচাৰ মাধ্যমৰ জৰিয়তে।
(ii) ব্যক্তিগত সংবাদৰ জৰিয়তে।
(iii) ৰাজনৈতিক বক্তৃতাৰ জৰিয়তে।
(iv) সামাজিক অনুষ্ঠানৰ জৰিয়তে।
উত্তৰঃ (i) প্ৰচাৰ মাধ্যমৰ জৰিয়তে।
৬। টেলিভিছন, টেলিফোন, ম’বাইলফোন, ৰেডিঅ’ কি ধৰণৰ মাধ্যম?
(i) মুদ্রিত মাধ্যম।
(ii) ইলেকট্রনিক মাধ্যম।
(iii) সামাজিক মাধ্যম।
(iv) ব্যষ্টিগত মাধ্যম।
উত্তৰঃ (ii) ইলেকট্রনিক মাধ্যম।
৭। ইলেকট্রনিক মাধ্যমৰ এক উদাহৰণ কি–
(i) পত্রিকা।
(ii) টেলিভিছন।
(iii) বহী।
(iv) চিত্ৰকলা।
উত্তৰঃ (ii) টেলিভিছন।
৮। যিবোৰ মাধ্যম অতি কম সময়ৰ ভিতৰত বহুলোকৰ মাজত খবৰ-বাতৰিসমূহ সম্প্ৰচাৰ কৰিব পাৰে, তাক কি বুলি কোৱা হয়?
(i) মুদ্রিত মাধ্যম।
(ii) বাচনিক মাধ্যম।
(iii) গণমাধ্যম।
(iv) শ্ৰুতিগত মাধ্যম।
উত্তৰঃ (iii) গণমাধ্যম।
৯। গণমাধ্যমৰ প্ৰধান ভূমিকা কি?
(i) হিংসা সৃষ্টি কৰা।
(ii) সচেতনতা আৰু জাগৰণ সৃষ্টি কৰা।
(iii) অবান্তৰ বিতৰ্ক সৃষ্টি কৰা।
(iv) পৰিসীমা সৃষ্টি কৰা।
উত্তৰঃ (ii) সচেতনতা আৰু জাগৰণ সৃষ্টি কৰা।
১০। মুদ্রিত আৰু ইলেকট্রনিক মাধ্যমৰ বাহিৰেও কি কি গণমাধ্যমৰ উদাহৰণ দিয়া হৈছে?
(i) চিত্ৰকলা আৰু শিলালিপি।
(ii) চলচ্চিত্ৰ আৰু নাটক।
(iii) কাব্য আৰু কল্পকাহিনী।
(iv) বিজ্ঞাপন আৰু কেমিকেল।
উত্তৰঃ (ii) চলচ্চিত্ৰ আৰু নাটক।
১১। অসমৰ বিপ্লৱী কবি কোন আছিল?
(i) ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা।
(ii) ড° ভূপেন হাজৰিকা।
(iii) অম্বিকাগিৰি ৰায়চৌধুৰী।
(iv) সৈনিক শিল্পী বিষ্ণু ৰাভা।
উত্তৰঃ (iii) অম্বিকাগিৰি ৰায়চৌধুৰী।
১২। বন্দে মাতৰম ধ্বনিয়ে কি সৃষ্টি কৰিছিল?
(i) লোকসান।
(ii) দেশপ্ৰেমৰ জোৱাৰ।
(iii) বিতৰ্ক।
(iv) অশান্তি।
উত্তৰঃ (ii) দেশপ্ৰেমৰ জোৱাৰ।
১৩। যিবোৰ মাধ্যম মানুহক সহজে আকর্ষিত আৰু অনুপ্ৰাণিত কৰিব পাৰে, সেইবোৰক কি বোলা হয়?
(i) ব্যক্তিগত মাধ্যম।
(ii) ব্যষ্টিগত মাধ্যম।
(iii) গণমাধ্যম।
(iv) অনলাইন মাধ্যম।
উত্তৰঃ (iii) গণমাধ্যম।
১৪। ভাৰতৰ স্বাধীনতা আন্দোলনত কোনবোৰে জনসাধাৰণক একত্ৰিত কৰাত ভূমিকা পালন কৰিছিল?
(i) ব্যক্তিগত বিতৰ্ক।
(ii) গণমাধ্যম।
(iii) বৈজ্ঞানিক গৱেষণা।
(iv) ৰাজনৈতিক ভাষণ।
উত্তৰঃ (ii) গণমাধ্যম।
১৫। অসমত কোন শিল্পীৰ গীত-মাত, নাটক, আদিয়ে জনসাধাৰণক অনুপ্ৰাণিত কৰিছিল?
(i) ৰজনীকান্ত।
(ii) অম্বিকাগিৰি ৰায়চৌধুৰী।
(iii) শচীন দেৱ বুৰমান।
(iv) ড° ভূপেন হাজৰিকা, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, আৰু সৈনিক শিল্পী বিষ্ণু ৰাভা।
উত্তৰঃ (iv) ড° ভূপেন হাজৰিকা, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, আৰু সৈনিক শিল্পী বিষ্ণু ৰাভা।