SEBA Class 7 Social Science MCQ Chapter 23 নির্বাচন আৰু নির্বাচনী প্রক্রিয়া Question Answer in Assamese Medium, Class 7 Social Science Multiple Choice Question Answer in Assamese to each chapter is provided in the list so that you can easily browse throughout different chapters SEBA Class 7 Social Science MCQ Chapter 23 নির্বাচন আৰু নির্বাচনী প্রক্রিয়া Notes and select need one.
SEBA Class 7 Social Science MCQ Chapter 23 নির্বাচন আৰু নির্বাচনী প্রক্রিয়া
Also, you can read the SCERT book online in these sections Class 7 Social Science Objective Type Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam SEBA Class 7 Social Science MCQ Solutions for All Subject, You can practice these here.
নির্বাচন আৰু নির্বাচনী প্রক্রিয়া
Chapter – 23
অৰ্থনীতি আৰু ৰাজনীতি বিজ্ঞান খণ্ড
MCQ |
১। ভাৰতবৰ্ষত কিমান বছৰ বয়সত নাগৰিকে ভোটাধিকাৰ লাভ কৰে?
(i) ১৬ বছৰ।
(ii) ১৮ বছৰ।
(iii) ২০ বছৰ।
(iv) ২১ বছৰ।
উত্তৰঃ (ii) ১৮ বছৰ।
২। নির্বাচন কেই প্ৰকাৰৰ?
(i) ১ প্ৰকাৰ।
(ii) ২ প্ৰকাৰ।
(iii) ৩ প্ৰকাৰ।
(iv) ৪ প্ৰকাৰ।
উত্তৰঃ (ii) ২ প্ৰকাৰ।
৩। ভাৰতবৰ্ষত ভোটাধিকাৰ লাভৰ ক্ষেত্ৰত কোনটো বোধধাৰণ কৰা হৈছে?
(i) ধনী-দুখীয়া।
(ii) বয়স।
(iii) লিংগ।
(iv) সার্বজনীন প্রাপ্তবয়স্ক ভোটাধিকাৰ।
উত্তৰঃ (iv) সার্বজনীন প্রাপ্তবয়স্ক ভোটাধিকাৰ।
৪। ভাৰতবৰ্ষত বিভিন্ন নিৰ্বাচন পৰিচালনা কৰিবলৈ ৰাষ্ট্ৰপতিয়ে কি গঠন কৰি দিয়ে?
(i) নীতি আয়োগ।
(ii) নিৰ্বাচনী আয়োগ।
(iii) উচ্চতম ন্যায়ালয়।
(iv) ভাৰতীয় সংসদ।
উত্তৰঃ (ii) নিৰ্বাচনী আয়োগ।
৫। অসমৰ বিধান সভাৰ সদস্যৰ সংখ্যা কিমান জন?
(i) ২৫৬ জন।
(ii) ১২৬ জন।
(iii) ৯০ জন।
(iv) ১২০ জন।
উত্তৰঃ (ii) ১২৬ জন।
৬। নেতাজনক ৰাজ্যপালে কি গঠন কৰিবলৈ আহ্বান জনায়?
(i) পঞ্চায়ত।
(ii) চৰকাৰ।
(iii) সমাজ।
(iv) নিৰ্বাচনী।
উত্তৰঃ (ii) চৰকাৰ।
৭। কাৰ নেতৃত্বত কেন্দ্ৰীয় মন্ত্ৰী পৰিষদ গঠন হয়?
(i) প্ৰধানমন্ত্ৰীৰ।
(ii) ৰাজ্যপালৰ।
(iii) বিধায়কৰ।
(iv) নিৰ্বাচন।
উত্তৰঃ (i) প্ৰধানমন্ত্ৰীৰ।
৮। চৰকাৰ গঠন কৰা দলটোক আমি কি বুলি কওঁ?
(i) ছাত্ৰসন্থা দল।
(ii) শাসক দল।
(iii) চৰকাৰী দল।
(iv) নিৰ্বাচনী দল।
উত্তৰঃ (ii) শাসক দল।
৯। পৰোক্ষ নিৰ্বাচনত কোনে অংশগ্ৰহণ কৰে?
(i) ভোটাৰসকলে।
(ii) নিৰ্বাচিত প্ৰতিনিধিসকলে।
(iii) চৰকাৰী কৰ্মচাৰীয়ে।
(iv) ৰাজনৈতিক দলসমূহে।
উত্তৰঃ (ii) নিৰ্বাচিত প্ৰতিনিধিসকলে।
১০। ভাৰতৰ ৰাষ্ট্ৰপতি আৰু উপ-ৰাষ্ট্ৰপতিক কেনেকৈ নিৰ্বাচিত কৰা হয়?
(i) পৰোক্ষ।
(ii) প্ৰত্যক্ষ।
(iii) ভোটাৰসকলৰ দ্বাৰা।
(iv) ৰাজনৈতিক দলসমূহৰ দ্বাৰা।
উত্তৰঃ (i) পৰোক্ষ।
১১। ৰাষ্ট্ৰীয় দলৰ স্বীকৃতি লাভ কৰিবলৈ কোনটো শর্ত পূৰণ কৰিব লাগে?
(i) দেশৰ সকলো ৰাজ্যত প্ৰচাৰ কৰিবলৈ।
(ii) তিনিখন বা ততোধিক ৰাজ্যত নিৰ্বাচনত অংশ গ্ৰহণ কৰিবলৈ।
(iii) চৰকাৰৰ অনুমোদন লাভ কৰিবলৈ।
(iv) ভোটাৰসকলৰ অনুমতি পাবলৈ।
উত্তৰঃ (ii) তিনিখন বা ততোধিক ৰাজ্যত নিৰ্বাচনত অংশ গ্ৰহণ কৰিবলৈ।
১২। বহুজন সমাজ পাৰ্টি কোনটো দলৰ অন্তৰ্গত?
(i) ৰাষ্ট্ৰীয় দল।
(ii) আঞ্চলিক দল।
(iii) স্বাধীন দল।
(iv) সৰ্বজনীন দল।
উত্তৰঃ (i) ৰাষ্ট্ৰীয় দল।
১৩। গণতান্ত্রিক ব্যৱস্থাত ৰাজনৈতিক দলসমূহৰ ভূমিকা কি?
(i) আইন প্ৰণয়ন কৰা।
(ii) জনতাৰ বাবে সৰ্বসাধাৰণ ভাৱে কৰ পৰিশোধ কৰা।
(iii) প্ৰতিনিধিত্বমূলক শাসনত প্ৰাৰ্থী মনোনয়ন আৰু নিৰ্বাচনত অংশগ্ৰহণ কৰা।
(iv) ৰাজহাৰ সংগ্ৰহ কৰা।
উত্তৰঃ (iii) প্ৰতিনিধিত্বমূলক শাসনত প্ৰাৰ্থী মনোনয়ন আৰু নিৰ্বাচনত অংশগ্ৰহণ কৰা।
১৪। ৰাজনৈতিক দল কি কাৰণে গঠন কৰা হয়?
(i) কৰ সংগ্ৰহ কৰিবলৈ।
(ii) চৰকাৰ গঠন কৰাৰ প্ৰচেষ্টা কৰিবলৈ।
(iii) সামাজিক সেৱা প্ৰদান কৰিবলৈ।
(iv) শিক্ষাৰ প্ৰচাৰ কৰিবলৈ।
উত্তৰঃ (ii) চৰকাৰ গঠন কৰাৰ প্ৰচেষ্টা কৰিবলৈ।
১৫। তলত উল্লেখ কৰা কোনটো আঞ্চলিক দলৰ উদাহৰণ?
(i) ভাৰতীয় জাতীয় কংগ্ৰেছ।
(ii) ভাৰতীয় জনতা পাৰ্টি।
(iii) অসম গণ পৰিষদ।
(iv) বহুজন সমাজ পাৰ্টি।
উত্তৰঃ (iii) অসম গণ পৰিষদ।