SEBA Class 10 Assamese Important Chapter 16 প্ৰাচীন ভাৰতীয় শিক্ষা

SEBA Class 10 Assamese Important Chapter 16 প্ৰাচীন ভাৰতীয় শিক্ষা Question Answer As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 10 Assamese Important Solutions and select need one. Class 10 Assamese MIL Additional Solutions Download PDF. Important Solutions For Class 10 Assamese.

SEBA Class 10 Assamese Important Chapter 16 প্ৰাচীন ভাৰতীয় শিক্ষা

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SEBA Class 10 Assamese MIL Important Notes are part of All Subject Solutions. Here we have given SEBA Class 10th Assamese MIL Important Solutions for All Chapters, You can practice these here.

Chapter: 16

IMPORTANT QUESTION AND ANSWER

১। আৰ্য শিক্ষাৰ মূলমন্ত্ৰ কি?

উত্তৰঃ আৰ্য শিক্ষাৰ মূলমন্ত্ৰ হ’ল মোক্ষ লাভ।

২। নালন্দা বিশ্ববিদ্যালয়ৰ মুঠ জনসংখ্যা কিমান আছিল?

উত্তৰঃ নালন্দা বিশ্ববিদ্যালয়ৰ বাহিৰে-ভিতৰে মুঠ দহ হাজাৰ ছাত্ৰ সংখ্যা আছিল।

৩। হেমচন্দ্ৰ গোস্বামীদেৱে কিমান চনত আৰু কত জন্ম গ্ৰহণ কৰিছিল?

উত্তৰঃ ১৮৭২ চনত গোলাঘাটৰ ওচৰৰ ঢেকিয়ালত হেমচন্দ্ৰ গোস্বামীদেৱে জন্মগ্ৰহণ কৰিছিল।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

৪। চাণক্য কি?

উত্তৰঃ মৌৰ্য বংশীয় ৰজা চন্দ্ৰগুপ্তৰ ব্ৰাহ্মণ মন্ত্ৰী। ৰাষ্ট্ৰ বিজ্ঞানৰ এগৰাকী অতি বিচক্ষণ বুদ্ধিৰ লোক। এওঁৰ আন দুটি নাম বিষ্ণুগুপ্ত আৰু কৌটিল্য। ‘অৰ্থশাস্ত্ৰ’ হ’ল তেওঁৰ বিশ্ব বিখ্যাত গ্ৰন্থ।

খালী ঠাই পূৰ কৰা-

১। হেমচন্দ্র গোস্বামীৰ কবিতা-সংকলনৰ নাম হৈছে ______________।

উত্তৰঃ হেমচন্দ্র গোস্বামীৰ কবিতা-সংকলনৰ নাম হৈছে ‘ফুলৰ চাকি।

২। পাণিনি আৰু চাণক্য ______________ বিশ্ববিদ্যালয়ত পঢ়িছিল।

উত্তৰঃ পাণিনি আৰু চাণক্য তক্ষশীলা বিশ্ববিদ্যালয়ত পঢ়িছিল।

৩। নালন্দা বিশ্ববিদ্যালয়ৰ পুথিভঁৰালখনৰ নাম আছিল ______________।

উত্তৰঃ নালন্দা বিশ্ববিদ্যালয়ৰ পুথিভঁৰালখনৰ নাম আছিল ৰত্নোদধি।

৪। শ্রীধান্যকটক বিশ্ববিদ্যালয়ৰ প্ৰধান শিক্ষক আছিল _______________।

উত্তৰঃ শ্রীধান্যকটক বিশ্ববিদ্যালয়ৰ প্ৰধান শিক্ষক আছিল নাগার্জুন।

৫। প্রাচীন আৰ্য শিক্ষাৰ চূড়ান্ত উদ্দেশ্য আছিল _____________ লাভ কৰা।

উত্তৰঃ প্রাচীন আৰ্য শিক্ষাৰ চূড়ান্ত উদ্দেশ্য আছিল মোক্ষ লাভ কৰা।

সত্য/অসত্য-

১। তক্ষশীলা বিশ্ববিদ্যালয় খ্ৰীষ্টীয় ৮ম শতাব্দীত প্ৰতিষ্ঠা হৈছিল।

উত্তৰঃ অসত্য।

২। নালন্দা বিশ্ববিদ্যালয়ত বিদেশীৰো পঢ়াৰ সুবিধা আছিল।

উত্তৰঃ সত্য।

৩। হেমচন্দ্র গোস্বামীৰ “প্ৰিয়তমাৰ চিঠি” আছিল প্ৰথম অসমীয়া ছনেট।

উত্তৰঃ সত্য।

৪। মোক্ষ পুৰুষাৰ্থৰ ভিতৰত অন্যতম নহয়।

উত্তৰঃ অসত্য।

৫। নালন্দা বিশ্ববিদ্যালয়ৰ শিক্ষক শীলভদ্র আছিল এজন উদাসীন পণ্ডিত।

উত্তৰঃ সত্য।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top