SEBA Class 9 Assamese Important Chapter 1 শিশুলীলা Question Answer As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 9 Assamese Important Solutions and select need one. Class 9 Assamese MIL Additional Solutions Download PDF. Important Solutions For Class 9 Assamese.
SEBA Class 9 Assamese Important Chapter 1 শিশুলীলা
Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SEBA Class 9 Assamese MIL Important Notes are part of All Subject Solutions. Here we have given SEBA Class 9th Assamese MIL Important Solutions for All Chapters, You can practice these here.
শিশুলীলা
Chapter: 1
| IMPORTANT QUESTION AND ANSWER |
অতি চমু প্রশ্নোত্তৰ:
১। শিশুলীলা’ শীর্ষক বৰগীতটোৰ ৰচক কোন?
উত্তৰঃ শ্ৰীমন্ত শংকৰদেৱ।
২। শ্ৰীমন্ত শংকৰদেৱৰ জন্ম কিমান চনত হৈছিল?
উত্তৰঃ ১৪৪৯ চনত।
৩। ‘মহাপুৰুষ শংকৰদেৱৰ জন্ম ঘৃণি ক’ত?
উত্তৰঃ নগাঁও জিলাৰ বৰদোৱাৰ ওচৰত আলিপুখুৰী নামে ঠাইত।
৪। শংকৰদেৱৰ পিতৃ-মাতৃৰ নাম কি আছিল?
উত্তৰঃ কুসুম্বৰ ভূঞা আৰু সত্যসন্ধ্যা।
৫। শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যিক জীৱনৰ কীতিস্তম্ভ কি?
উত্তৰঃ বৈষ্ণৱ ধৰ্ম।
৬। শ্ৰীমন্ত শংকৰদেৱে প্ৰচাৰ কৰা ধৰ্মটোৰ নাম কি আছিল?
উত্তৰঃ বৈষ্ণৱ ধৰ্ম।
৭। বৈষ্ণৱ ধৰ্মৰ মূলমন্ত্র কি?
উত্তৰঃ এক দেৱ এক সেৱ এক বিনে নাই কেৱ।
৮। শংকৰদেৱৰ প্রিয় শিষ্যজনৰ নাম কি?
উত্তৰঃ মাধৱদেৱ।
৯। শংকৰদেৱৰ ৰচনা কৰা দুখন তত্ত্ব মূলক গ্ৰন্থৰ নাম লিখা?
উত্তৰঃ ভক্তি-ৰত্নাকৰ আৰু গুণমালা।
১০। শংকৰদেৱে ৰচনা কৰা দুখন নাটকৰ নাম লিখা?
উত্তৰঃ ৰুক্মিণী-হৰণ আৰু পাৰিজাত হৰণ।
খালী ঠাই পূৰ কৰা-
১। _____________ শংকৰদৱৰ এখন শ্ৰেষ্ঠ তত্ত্বমূলক গ্ৰন্থ।
উত্তৰঃ ‘ভক্তিৰত্নাকৰ’ শংকৰদৱৰ এখন শ্ৰেষ্ঠ তত্ত্বমূলক গ্ৰন্থ।
২। ____________ ভাঙ্গি আবে যাইবি কোথা।
উত্তৰঃ ভাণ্ড ভাঙ্গি আবে যাইবি কোথা।
৩। শ্রীমন্ত শংকৰদেৱ অসমীয়া জাতিৰ সংগঠক,____________।
উত্তৰঃ শ্রীমন্ত শংকৰদেৱ অসমীয়া জাতিৰ সংগঠক,সংস্কাৰক।
৪। শংকৰদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ আছিল ______________।
উত্তৰঃ শংকৰদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ আছিল ‘কীৰ্ত্তন-ঘোষা‘।
৫। যশোদাই ____________ ধৰি শাস্তি দিব খুজিলে।
উত্তৰঃ যশোদাই কৃষ্ণক ধৰি শাস্তি দিব খুজিলে।

Hi! my Name is Parimal Roy. I have completed my Bachelor’s degree in Philosophy (B.A.) from Silapathar General College. Currently, I am working as an HR Manager at Dev Library. It is a website that provides study materials for students from Class 3 to 12, including SCERT and NCERT notes. It also offers resources for BA, B.Com, B.Sc, and Computer Science, along with postgraduate notes. Besides study materials, the website has novels, eBooks, health and finance articles, biographies, quotes, and more.


