SEBA Class 9 Assamese Important Chapter 2 মানৱ বন্দনা

SEBA Class 9 Assamese Important Chapter 2 মানৱ বন্দনা Question Answer As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 9 Assamese Important Solutions and select need one. Class 9 Assamese MIL Additional Solutions Download PDF. Important Solutions For Class 9 Assamese.

SEBA Class 9 Assamese Important Chapter 2 মানৱ বন্দনা

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SEBA Class 9 Assamese MIL Important Notes are part of All Subject Solutions. Here we have given SEBA Class 9th Assamese MIL Important Solutions for All Chapters, You can practice these here.

Chapter: 2

IMPORTANT QUESTION AND ANSWER

অতি চমু প্রশ্নোত্তৰ:

১। ‘মানৱ-বন্দনা’ শীর্ষক কবিতাটিৰ ৰ কোন?

উত্তৰঃ চন্দ্ৰকুমাৰ আগৰৱালা।

২। চন্দ্ৰকুমাৰ আগৰৱালাৰ জন্ম কিমান চনত হৈছিল?

উত্তৰঃ ১৮৬৭ চনত।

৩। ‘জোনাকী যুগ’ মানে কি?

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

উত্তৰঃ ‘জোনাকী আলোচনী খনৰ নামেৰে আৰম্ভ  হোৱা সময়খিনিক জোনাকী যুগ বুলি কোৱা হয়।

৪। জোনাকী যুগৰ ত্ৰিমূৰ্ত্তি’ বুলিলে কাক বুজা?

উত্তৰঃ চন্দ্ৰকুমাৰ আগৰৱালা, লক্ষ্মীনাথ বেজবৰুৱা আৰু হেমচন্দ্ৰ গোস্বামীক।

৫। চন্দ্ৰকুমাৰ আগৰৱালাৰ প্ৰথম কবিতা পুথি খনৰ নাম কি?

উত্তৰঃ ‘প্রতিমা।

৬। প্রতিমাৰ খনিকৰ বুলিলে কাক বুজা যায়?

উত্তৰঃ চন্দ্ৰ কুমাৰ আগৰৱালাক।

৭। চন্দ্ৰ কুমাৰ আগৰৱালা দেৱৰ দ্বাৰা ৰচিত আন দুখন মান পুথিৰ নাম লিখা?

উত্তৰঃ বীন-বৰাগী, চন্দ্ৰামৃত।

৮। প্ৰথম অসমীয়া ৰোমাণ্টিক কবিতাৰ ৰচক কোন?

উত্তৰঃ চন্দ্ৰ কুমাৰ আগৰৱালা।

৯। প্ৰথম অসমীয়া ৰোমাণ্টিক কবিতাটি কি?

উত্তৰঃ বনকুৱৰী।

১০। চন্দ্ৰকুমাৰ আগৰৱালাৰ মৃত্যু কিমান চনত হয়?

উত্তৰঃ ১৯৩৮ চনত।

খালী ঠাই পূৰ কৰা-

১। মানুহ _________ জীৱ।

উত্তৰঃ মানুহ ময়াপী জীৱ।

২। _________ কৰম সোঁতে উটুৱাই মানুহে আগবাঢ়ে।

উত্তৰঃ মানৱী কৰম সোঁতে উটুৱাই মানুহে আগবাঢ়ে।

৩। মানুহৰ _________  বুজিবা, মানুহে ___________ যে মৰমতে।

উত্তৰঃ মানুহৰ মৰম বুজিবা, মানুহে ধৰম যে মৰমতে।

৪। __________ নিজাপী ঘৰ – এই পৃথিৱী স্বৰ্গতো অধিক।

উত্তৰঃ মানুহৰ নিজাপী ঘৰ – এই পৃথিৱী স্বৰ্গতো অধিক।

৫। পূজা পাদ্য ___________ লই জয় জয় মানৰ দেৱ।

উত্তৰঃ পূজা পাদ্য অর্ঘ্য লই জয় জয় মানৰ দেৱ।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top