Class 8 Social Science MCQ Chapter 17 ১৮৫৭ চনৰ বিদ্ৰোহ

Class 8 Social Science MCQ Chapter 17 ১৮৫৭ চনৰ বিদ্ৰোহ Solutions, SEBA Class 8 Social Science MCQ Question Answer, Class 8 Social Science MCQ Notes to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 8 Social Science Objective Types Notes and select needs one.

Class 8 Social Science MCQ Chapter 17 ১৮৫৭ চনৰ বিদ্ৰোহ

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. SEBA Class 8 Social Science MCQ Part – I: Geography, Social Science MCQ Part – II: History, Social Science MCQ Part – III: Political Science and Economics SCERT All Subject Solutions. Here we have given SEBA Class 8 Social Science Multiple Choice Question Answer PDF Download for All Subject, You can practice these here.

১৮৫৭ চনৰ বিদ্ৰোহ

Chapter – 17

PART – II: HISTORY

MCQ

১। কিমান খ্ৰীষ্টাব্দত বিদ্ৰোহৰ সূত্ৰপাত হৈছিল?

(ক) ১৮৫৭ খ্ৰীষ্টাব্দত।

(খ) ১৯৯৫ খ্ৰীষ্টাব্দত।

(গ) ১৮৮২ খ্ৰীষ্টাব্দত।

(ঘ) ১২১৫ খ্ৰীষ্টাব্দত।

উত্তৰঃ (ক) ১৮৫৭ খ্ৰীষ্টাব্দত।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

২। কিমান চনত পলাশী যুদ্ধৰ ফলাফল ঘোষণা কৰা হৈছিল?

(ক) ১৮৫৭ চনত।

(খ) ১৯৮৭ চনত।

(গ) ১৭৫৭ চনত।

(ঘ) ১৯০৫ চনত।

উত্তৰঃ (গ) ১৭৫৭ চনত।

৩। কিমান চনত বংগৰ দমদম সেনা ছাউনীত চিপাহীসকলে পোনতে গুলি ব্যৱহাৰৰ প্ৰতিবাদ কৰিছিল?

(ক) ২৯ জানুৱাৰীত।

(খ) ২৮ আগষ্টত।

(গ) ১০ মে’ত।

(ঘ) ২৩ জানুৱাৰীত।

উত্তৰঃ (ঘ) ২৩ জানুৱাৰীত।

৪। কিমান চনত কোম্পানী চৰকাৰে ভাৰতবৰ্ষৰ শাসন ক্ষমতা হেৰুৱায়?

(ক) ১৮৫৭ চনত।

(খ) ১৮৫৮ চনত।

(গ) ১৯৯৫ চনত।

(ঘ) ১৫১৯ চনত।

উত্তৰঃ (খ) ১৮৫৮ চনত।

৫। কিমান চনত ইয়াণ্ডাবু সন্ধিৰ জৰিয়তে অসমখন বৃটিছে নিজৰ দখললৈ নিছিল?

(ক) ১৯৬৭ চনত।

(খ) ১৮৭৫ চনত।

(গ) ১৮২৬ চনত।

(ঘ) ১৯৯৫ চনত।

উত্তৰঃ (গ) ১৮২৬ চনত।

৬। কিমান শতিকাৰ ষষ্ঠ দশকৰপৰা অসমত এলানি কৃষক বিদ্ৰোহে গা কৰি উঠিছিল?

(ক) ১৭ শতিকাৰ।

(খ) ১৯ শতিকাৰ।

(গ) ১৮ শতিকাৰ।

(ঘ) ১২ শতিকাৰ।

উত্তৰঃ (খ) ১৯ শতিকাৰ।

৭। অসমৰ প্ৰথমটো কৃষক বিদ্ৰোহ কিমান চনত ফুলগুৰিত সংঘটিত হৈছিল?

(ক) ১৯৯৭ চনত।

(খ) ১৮৮৫ চনত।

(গ) ১৮৬১ চনত।

(ঘ) ১৯০৩ চনত।

উত্তৰঃ (গ) ১৮৬১ চনত।

৮। কিমান চনত জানুৱাৰীত ৰঙিয়া, নলবাৰী আৰু বৰমাতো খাজনা বৃদ্ধি প্ৰতিবাদত কৃষকে বিদ্ৰোহ বৃটিছক তুলিছিল?

(ক) ১৮৯৪ চনত।

(খ) ১৯৯৫ চনত।

(গ) ১৬৫৪ চনত।

(ঘ) ১৮৮৫ চনত।

উত্তৰঃ (ক) ১৮৯৪ চনত।

৯। কিমান চনত বিদ্ৰোহক এক বিস্তৃত আৰু পূৰ্বপৰিকল্পিত বিদ্ৰোহ বুলি মন্তব্য কৰিছে?

(ক) ১৮৮২ চনত।

(খ) ১৯৯০ চনত।

(গ) ১৮৫৭ চনত।

(ঘ) ১৯৯৫ চনত।

উত্তৰঃ (গ) ১৮৫৭ চনত।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top