Class 8 Social Science MCQ Chapter 14 ভাৰতবৰ্ষত বৃটিছ শাসনৰ প্ৰতিষ্ঠা সম্প্ৰসাৰণ আৰু দৃঢ়ীকৰণ

Class 8 Social Science MCQ Chapter 14 ভাৰতবৰ্ষত বৃটিছ শাসনৰ প্ৰতিষ্ঠা সম্প্ৰসাৰণ আৰু দৃঢ়ীকৰণ Solutions, SEBA Class 8 Social Science MCQ Question Answer, Class 8 Social Science MCQ Chapter 14 ভাৰতবৰ্ষত বৃটিছ শাসনৰ প্ৰতিষ্ঠা সম্প্ৰসাৰণ আৰু দৃঢ়ীকৰণ Notes to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 8 Social Science Objective Types Notes and select needs one.

Class 8 Social Science MCQ Chapter 14 ভাৰতবৰ্ষত বৃটিছ শাসনৰ প্ৰতিষ্ঠা সম্প্ৰসাৰণ আৰু দৃঢ়ীকৰণ

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. SEBA Class 8 Social Science MCQ Part – I: Geography, Social Science MCQ Part – II: History, Social Science MCQ Part – III: Political Science and Economics SCERT All Subject Solutions. Here we have given SEBA Class 8 Social Science Multiple Choice Question Answer PDF Download for All Subject, You can practice these here.

ভাৰতবৰ্ষত বৃটিছ শাসনৰ প্ৰতিষ্ঠা সম্প্ৰসাৰণ আৰু দৃঢ়ীকৰণ

Chapter – 14

PART – II: HISTORY

MCQ

১। ভাৰতৰ ইতিহাসত এক দিক নিৰ্ণয়কাৰী ভূমিকা কেতিয়া পালন কৰিছিল?

(ক) সোতৰ শতিকাৰ শেষ আৰু ওঠৰ শতিকাৰ আৰম্ভণি।

(খ) পোন্ধৰ শতিকাৰ শেষ আৰু ওঠৰ শতিকাৰ আৰম্ভণি।

(গ) ঊনৈশ শতিকাৰ শেষ আৰু সোতৰ শতিকাৰ আৰম্ভণি।

(ঘ) প্ৰথম শতিকাৰ শেষ আৰু সোতৰ শতিকাৰ আৰম্ভণি।

উত্তৰঃ (ক) সোতৰ শতিকাৰ শেষ আৰু ওঠৰ শতিকাৰ আৰম্ভণি।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

২। ঔৰংজেৱৰ মৃত্যু কেতিয়া হৈছিল?

(ক) ১৫২৮ খ্ৰীষ্টাব্দত।

(খ) ১৯২৮ খ্ৰীষ্টাব্দত।

(গ) ১৭০৭ খ্ৰীষ্টাব্দত।

(ঘ) ১৯০৯ খ্ৰীষ্টাব্দত।

উত্তৰঃ (গ) ১৭০৭ খ্ৰীষ্টাব্দত।

৩। অষ্ট্ৰিয়াত উত্তৰাধিকাৰী যুদ্ধ কেতিয়া আৰম্ভ হৈছিল?

(ক) ১৭০৯ খ্ৰীষ্টাব্দত।

(খ) ১৭৪০ খ্ৰীষ্টাব্দত।

(গ) ১৯৯৫ খ্ৰীষ্টাব্দত।

(ঘ) ১৮২৮ খ্ৰীষ্টাব্দত।

উত্তৰঃ (খ) ১৭৪০ খ্ৰীষ্টাব্দত।

৪। বৃটিছ নৌবাহিনীয়ে কিমান খ্ৰীষ্টাব্দত ভাৰতবৰ্ষৰ দক্ষিণ-পূব উপকূলত ফৰাচী জাহাজ সৃষ্টি কৰিলে?

(ক) ১৮৮৯ খ্ৰীষ্টাব্দত।

(খ) ১৭৪০ খ্ৰীষ্টাব্দত।

(গ) ১২২৮ খ্ৰীষ্টাব্দত।

(ঘ) ১৭৪৫ খ্ৰীষ্টাব্দত।

উত্তৰঃ (ঘ) ১৭৪৫ খ্ৰীষ্টাব্দত।

৫। ষষ্ঠ চাৰ্লছৰ মৃত্যু কেতিয়া হৈছিল?

(ক) ১৯৯০ খ্ৰীষ্টাব্দত।

(খ) ১৮২৫ খ্ৰীষ্টাব্দত।

(গ) ১৭৪০ খ্ৰীষ্টাব্দত।

(ঘ) ১৭৪৫ খ্ৰীষ্টাব্দত।

উত্তৰঃ (গ) ১৭৪০ খ্ৰীষ্টাব্দত।

৬। কিমান খ্ৰীষ্টাব্দত হায়দৰাবাদৰ নিজামৰ মৃত্যু হৈছিল?

(ক) ১৮৮৯ খ্ৰীষ্টাব্দত।

(খ) ১৭৪৮ খ্ৰীষ্টাব্দত।

(গ) ১৯০৫ খ্ৰীষ্টাব্দত।

(ঘ) ১৭৪০ খ্ৰীষ্টাব্দত।

উত্তৰঃ (খ) ১৭৪৮ খ্ৰীষ্টাব্দত।

৭। কৰ্ণাটকৰ নৱাব চান্দ চাহিবেও ফৰাচীসকলক পণ্ডিচেৰীৰ আশে পাশে প্ৰায় কিমান খন গাঁৱৰ কৰ্তৃত্ব সমৰ্পণ কৰিছিল?

(ক) ৫০ খন।

(খ) ৩০ খন।

(গ) ৮০ খন।

(ঘ) ৬০ খন।

উত্তৰঃ (গ) ৮০ খন।

৮। প্ৰায় কিমান কাল কৰ্ণাটক অভিযানৰ পাছত ক্লাইৱে বিজয় সাব্যস্ত কৰিলে?

(ক) প্ৰায় দুমাহ।

(খ) প্ৰায় তিনিমাহ।

(গ) প্ৰায় ছয়মাহ।

(ঘ) প্ৰায় বাৰমাহ।

উত্তৰঃ (ক) প্ৰায় দুমাহ।

৯। কিমান খ্ৰীষ্টাব্দত ইউৰোপত আৰম্ভ হোৱা সাত বছৰীয়া ৰণত প্ৰতিক্ৰিয়া ভাৰততো দেখা দিয়ে?

(ক) ১৯২৮ খ্ৰীষ্টাব্দত।

(খ) ১৭০০ খ্ৰীষ্টাব্দত।

(গ) ১৭৫৬ খ্ৰীষ্টাব্দত।

(ঘ) ১৯০০ খ্ৰীষ্টাব্দত।

উত্তৰঃ (গ) ১৭৫৬ খ্ৰীষ্টাব্দত।

১০। কিমান খ্ৰীষ্টাব্দত নতুন ফৰাচী গৱৰ্ণৰ সেনাধ্যক্ষ লালিয়ে মাদ্ৰাজত থকা বৃটিছৰ চেণ্ট ডেভিদ দুৰ্গ জয় কৰে?

(ক) ১৮৮৯ খ্ৰীষ্টাব্দত।

(খ) ১৫৫৩ খ্ৰীষ্টাব্দত।

(গ) ১৮২৮ খ্ৰীষ্টাব্দত।

(ঘ) ১৭৫৮ খ্ৰীষ্টাব্দত।

উত্তৰঃ (ঘ) ১৭৫৮ খ্ৰীষ্টাব্দত।

১১। কিমান খ্ৰীষ্টাব্দত বংগৰ নৱাব আলিবৰ্দি খাঁৰ মৃত্যু হয়?

(ক) ১৭৫৬ খ্ৰীষ্টাব্দত।

(খ) ১৮২৬ খ্ৰীষ্টাব্দত।

(গ) ১৯০৫ খ্ৰীষ্টাব্দত।

(ঘ) ১২০০ খ্ৰীষ্টাব্দত।

উত্তৰঃ (ক) ১৭৫৬ খ্ৰীষ্টাব্দত।

১২। কিমান খ্ৰীষ্টাব্দত কৰ্ণেল ৰবাৰ্ট ক্লাইৱে ফৰাচী অধিকৃত চন্দন নগৰ দখল কৰিছিল?

(ক) ১৮৮৫ খ্ৰীষ্টাব্দত।

(খ) ১৭৫৭ খ্ৰীষ্টাব্দত।

(গ) ১৯০৭ খ্ৰীষ্টাব্দত।

(ঘ) ১৫৫৮ খ্ৰীষ্টাব্দত।

উত্তৰঃ (খ) ১৭৫৭ খ্ৰীষ্টাব্দত।

১৩। কিমান খ্ৰীষ্টাব্দত নৱাবৰ সৈন্যৰ লগত বৃটিছৰ যুদ্ধ হয়?

(ক) ১৫৫৮ খ্ৰীষ্টাব্দত।

(খ) ১৭২৬ খ্ৰীষ্টাব্দত।

(গ) ১৭৫৭ খ্ৰীষ্টাব্দত।

(ঘ) ১৯০৭ খ্ৰীষ্টাব্দত।

উত্তৰঃ (গ) ১৭৫৭ খ্ৰীষ্টাব্দত।

১৪। কিমান খ্ৰীষ্টাব্দত ক্লাইৱে স্বদেশলৈ ঘূৰি যায়?

(ক) ১৮৯০ খ্ৰীষ্টাব্দত।

(খ) ১৭৬০ খ্ৰীষ্টাব্দত।

(গ) ১৮২৮ খ্ৰীষ্টাব্দত।

(ঘ) ১৯০০ খ্ৰীষ্টাব্দত।

উত্তৰঃ (খ) ১৭৬০ খ্ৰীষ্টাব্দত।

১৫। মুৰ্ছিদাবাদৰপৰা কিমান মাইল দক্ষিণে ভাগিৰথী নদীৰ পাৰৰ পলাশী নামৰ ঠাইত নৱাবৰ সৈন্যৰ লগত বৃটিছৰ যুদ্ধ হয়?

(ক) ২৯ মাইল।

(খ) ৩০ মাইল।

(গ) ১২ মাইল।

(ঘ) ২৩ মাইল।

উত্তৰঃ (ঘ) ২৩ মাইল।

Leave a Comment

Your email address will not be published. Required fields are marked *

This will close in 0 seconds

Scroll to Top