🪔 Diwali Maha Offer Class 10 & 12 Bundles @ ₹299 ₹599
Ends in:
03d
14h
35m
40s

Class 8 Social Science MCQ Chapter 13 ভাৰতবর্ষলৈ ইউৰোপীয় ব্যৱসায়ীসকলৰ আগমন

Class 8 Social Science MCQ Chapter 13 ভাৰতবর্ষলৈ ইউৰোপীয় ব্যৱসায়ীসকলৰ আগমন Solutions, SEBA Class 8 Social Science MCQ Question Answer, Class 8 Social Science MCQ Chapter 13 ভাৰতবর্ষলৈ ইউৰোপীয় ব্যৱসায়ীসকলৰ আগমন Notes to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 8 Social Science Objective Types Notes and select needs one.

Class 8 Social Science MCQ Chapter 13 ভাৰতবর্ষলৈ ইউৰোপীয় ব্যৱসায়ীসকলৰ আগমন

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. SEBA Class 8 Social Science MCQ Part – I: Geography, Social Science MCQ Part – II: History, Social Science MCQ Part – III: Political Science and Economics SCERT All Subject Solutions. Here we have given SEBA Class 8 Social Science Multiple Choice Question Answer PDF Download for All Subject, You can practice these here.

ভাৰতবর্ষলৈ ইউৰোপীয় ব্যৱসায়ীসকলৰ আগমন

Chapter – 13

PART – II: HISTORY

MCQ

১। কোনটো কালৰপৰাই পাশ্চাত্য জগতৰ লগত ভাৰতবৰ্ষৰ বেহা-বেপাৰৰ সম্পৰ্ক আছিল?

(ক) মধ্য কালৰপৰাই।

(খ) প্ৰাচীন কালৰপৰাই।

(গ) প্ৰাগঐতিহাসিক কালৰপৰাই।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (খ) প্ৰাচীন কালৰপৰাই।

২। কিমান খ্ৰীষ্টাব্দত তুৰ্কীসকলে কনষ্টান্টিনোপল দখল কৰাত সমস্যাৰ সৃষ্টি কৰিছিল?

(ক) ১২২৮ খ্ৰীষ্টাব্দত।

(খ) ১৪৫৩ খ্ৰীষ্টাব্দত।

(গ) ১৯৯০ খ্ৰীষ্টাব্দত।

(ঘ) ১৮২৬ খ্ৰীষ্টাব্দত।

উত্তৰঃ (খ) ১৪৫৩ খ্ৰীষ্টাব্দত।

৩। কলম্বাছৰ দ্বাৰা কিমান খ্ৰীষ্টাব্দত আমেৰিকা আৱিষ্কৃত হৈছিল?

(ক) ১৮২৬ খ্ৰীষ্টাব্দত।

(খ) ১৪৪৩ খ্ৰীষ্টাব্দত।

(গ) ১৪৫৩ খ্ৰীষ্টাব্দত।

(ঘ) ১৪৯২ খ্ৰীষ্টাব্দত।

উত্তৰঃ (ঘ) ১৪৯২ খ্ৰীষ্টাব্দত।

৪। কিমান খ্ৰীষ্টাব্দত পতুৰ্গীজ নাৱিক ‘ভাস্কো-ডা-গামই’ ভাৰতবৰ্ষৰ লগত বেহা-বেপাৰৰ উদ্দেশ্যে সামুদ্ৰিক পথ আৱিষ্কাৰ কৰি কালিকট বন্দৰত উপস্থিত হৈছিল?

(ক) ১৪৫৮ খ্ৰীষ্টাব্দত।

(খ) ১৪২৯ খ্ৰীষ্টাব্দত।

(গ) ১৪৯৮ খ্ৰীষ্টাব্দত।

(ঘ) ১৮২৬ খ্ৰীষ্টাব্দত।

উত্তৰঃ (গ) ১৪৯৮ খ্ৰীষ্টাব্দত।

৫। আমেৰিকাৰ আৱিষ্কৃত কোন?

(ক) ভাস্কো-ডা-গামা।

(খ) কলম্বাছ।

(গ) কল্পনা চাউলা।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (খ) কলম্বাছ।

৬। কিমান শতিকাৰপৰা কিমান শতিকাৰ শেষলৈ পশ্চিম ইউৰোপৰ অৰ্থনীতি বাণিজ্যিক প্ৰসাৰ নীতিৰ ওপৰত প্ৰতিষ্ঠিত আছিল?

(ক) ওঠৰ শতিকাৰপৰা পোন্ধৰ শতিকাৰ শেষলৈ।

(খ) উনৈশ শতিকাৰপৰা ওঠৰ শতিকাৰ শেষলৈ।

(গ) ষোল্ল শতিকাৰপৰা ওঠৰ শতিকাৰ শেষলৈ।

(ঘ) সোতৰ শতিকাৰপৰা পোন্ধৰ শতিকাৰ শেষলৈ।

উত্তৰঃ (গ) ষোল্ল শতিকাৰপৰা ওঠৰ শতিকাৰ শেষলৈ।

৭। বৰ্তমানৰ নেদাৰলেশুৰপৰা অহা ওলন্দাজ বেপাৰীসকলে কিমান খ্ৰীষ্টাব্দত ভাৰতবৰ্ষৰ পুলিকটত তেওঁলোকৰ প্ৰথমটো দুৰ্গ সাজে?

(ক) ১৫০৫ খ্ৰীষ্টাব্দত।

(খ) ১৬৬১ খ্ৰীষ্টাব্দত।

(গ) ১৬০৯ খ্ৰীষ্টাব্দত।

(ঘ) ১৮২৮ খ্ৰীষ্টাব্দত।

উত্তৰঃ (গ) ১৬০৯ খ্ৰীষ্টাব্দত।

৮। গ্ৰেট বৃটেইনৰ বনিকসকলে কিমান খ্ৰীষ্টাব্দত বৃটিছ ইষ্ট-ইণ্ডিয়া কোম্পানী নামৰ এটা বেচৰকাৰী কোম্পানী প্ৰতিষ্ঠা কৰিছিল?

(ক) ১৫৯৯ খ্ৰীষ্টাব্দত।

(খ) ১৬০৯ খ্ৰীষ্টাব্দত।

(গ) ১৬১৩ খ্ৰীষ্টাব্দত।

(ঘ) ১৫০৯ খ্ৰীষ্টাব্দত।

উত্তৰঃ (ক) ১৫৯৯ খ্ৰীষ্টাব্দত।

৯। কিমান খ্ৰীষ্টাব্দত ৰাণী এলিজাবেথৰপৰা ২৪ বছৰৰ কাৰণে ৰাজকীয় অনুমতি পত্ৰ লাভ কৰা হৈছিল?

(ক) ১৯০০ খ্ৰীষ্টাব্দত।

(খ) ১৬০০ খ্ৰীষ্টাব্দত।

(গ) ১৮২৯ খ্ৰীষ্টাব্দত।

(ঘ) ১৬০৯ খ্ৰীষ্টাব্দত।

উত্তৰঃ (খ) ১৬০০ খ্ৰীষ্টাব্দত।

১০। কিমান খ্ৰীষ্টাব্দত বৃটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে মোগল সম্ৰাট জাহাঙ্গীৰৰ দৰবাৰলৈ উইলিয়াম হ’কিন্স নামৰ বিষয়া এগৰাকীক চুৰাটত ফেক্টৰী স্থাপনৰ বাবে অনুমতি ল’বলৈ পঠিয়াইছিল?

(ক) ১২৩৫ খ্ৰীষ্টাব্দত।

(খ) ১৪৪৯ খ্ৰীষ্টাব্দত।

(গ) ১৬০৯ খ্ৰীষ্টাব্দত।

(ঘ) ১৬০০ খ্ৰীষ্টাব্দত।

উত্তৰঃ (গ) ১৬০৯ খ্ৰীষ্টাব্দত।

১১। কিমান খ্ৰীষ্টাব্দত সম্ৰাট মান্তি হয়?

(ক) ১২২৮ খ্ৰীষ্টাব্দত।

(খ) ১৯০০ খ্ৰীষ্টাব্দত।

(গ) ১২০০ খ্ৰীষ্টাব্দত।

(ঘ) ১৬১৩ খ্ৰীষ্টাব্দত।

উত্তৰঃ (ঘ) ১৬১৩ খ্ৰীষ্টাব্দত।

১২। চহকী আৰু সামৰিকভাৱে শক্তিশালী ৰাষ্ট্ৰবোৰে যেতিয়া ব্যৱসায়-বাণিজ্য, সংস্কৃতি অথবা যুদ্ধৰ দ্বাৰা আন ৰাষ্ট্ৰৰ ওপৰত প্ৰভূত্ব বিস্তাৰ কৰাৰ পোষকতা কৰে তাক কি বুলি কোৱা হয়?

(ক) শক্তি।

(খ) সাম্ৰাজ্যবাদ।

(গ) নৱপ্ৰস্ত।

(ঘ) জনপ্ৰব্ৰজন।

উত্তৰঃ (খ) সাম্ৰাজ্যবাদ।

১৩। কিমান খ্ৰীষ্টাব্দত মোগল সম্ৰাট ফাৰুখছিয়াৰে দিয়া ফৰমানৰ দ্বাৰা কোম্পানীয়ে বিনা শুল্কই সমগ্ৰ ভাৰতবৰ্ষত বেহা-বেপাৰ কৰিবলৈ অনুমতি পাইছিল?

(ক) ১৭২৬ খ্ৰীষ্টাব্দত।

(খ) ১৬০০ খ্ৰীষ্টাব্দত।

(গ) ১৭১৬ খ্ৰীষ্টাব্দত।

(ঘ) ১৮২৬ খ্ৰীষ্টাব্দত।

উত্তৰঃ (গ) ১৭১৬ খ্ৰীষ্টাব্দত।

১৪। উনৈশ শতিকাৰ প্ৰথম ভাগত গ্ৰেট বৃটেইনৰপৰা ভাৰতলৈ সাগৰেৰে আহিবলৈ কিমান সময় লাগিছিল?

(ক) ৬ৰ পৰা ৮ মাহ।

(খ) ২ৰ পৰা ৬ মাহ।

(গ) ৩ৰ পৰা ৯ মাহ।

(ঘ) ৫ৰ পৰা ৭ মাহ।

উত্তৰঃ (ক) ৬ৰ পৰা ৮ মাহ।

১৫। ভাপ জাহাজৰ সময়ত ভাৰতলৈ মাত্ৰ কিমান সপ্তাহত ভ্ৰমণ কৰিব পৰা হ’ল?

(ক) তিনি সপ্তাহত।

(খ) চাৰি সপ্তাহত।

(গ) দুই সপ্তাহত।

(ঘ) সাত সপ্তাহত।

উত্তৰঃ (ক) তিনি সপ্তাহত।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top