Class 8 Social Science Additional Chapter 25 আমাৰ মৌলিক কৰ্তব্য Solutions, SEBA Class 8 Social Science Additional and Short Type Question Answer, Class 8 Social Science Additional Chapter 25 আমাৰ মৌলিক কৰ্তব্য Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 8 Social Science Additional Notes and select needs one.
Class 8 Social Science Additional Chapter 25 আমাৰ মৌলিক কৰ্তব্য
Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. SEBA Class 8 Social Science Part – I: Geography, Social Science Part – II: History, Social Science Part – III: Political Science and Economics SCERT All Subject Solutions. Here we have given SEBA Class 8 Social Science External Question Answer PDF Download for All Subject, You can practice these here.
আমাৰ মৌলিক কৰ্তব্য
Chapter – 25
PART – III: POLITICAL SCIENCE
| ADDITIONAL QUESTION ANSWER |
১। কৰ্তব্য বুলিলে কি বুজা?
উত্তৰঃ নাগৰিকসকলৰ ৰাষ্ট্ৰৰ প্ৰতি কিছুমান দায়িত্ব আহি পৰে। নাগৰিকসকলৰ এই দায়িত্বকেই কৰ্তব্য বুলি কোৱা হয়।
২। কিমান চনত সংবিধান সংশোধনৰ জৰিয়তে নাগৰিকে পালন কৰিব লগা দহবিধ মৌলিক কৰ্তব্যৰ কথা উল্লেখ কৰিছে?
উত্তৰঃ ১৯৭৬ চনত সংবিধান সংশোধনৰ জৰিয়তে নাগৰিকে পালন কৰিব লগা দহবিধ মৌলিক কৰ্তব্যৰ কথা উল্লেখ কৰিছে।
৩। কিমান চনত সংবিধান সংশোধনৰ যোগেদি সংবিধানত নাগৰিকৰ বাবে অতিৰিক্ত আৰু এটা কৰ্তব্য অন্তৰ্ভুক্ত কৰা হৈছে?
উত্তৰঃ ২০০২ চনত সংবিধান সংশোধনৰ যোগেদি সংবিধানত নাগৰিকৰ বাবে অতিৰিক্ত আৰু এটা কৰ্তব্য অন্তৰ্ভুক্ত কৰা হৈছে।
৪। বৰ্তমান নাগৰিকে পালন কৰিব লগা কৰ্তব্য কেইটা?
উত্তৰঃ বৰ্তমান নাগৰিকে পালন কৰিব লগা কৰ্তব্য ১১ টা।
৫। ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰোতে কিমান সময়ৰ ভিতৰত শেষ কৰিব লাগে?
উত্তৰঃ ৫২ ছেকেণ্ডৰ ভিতৰত শেষ কৰিব লাগে।
৬। কিমান চনত ভাৰতৰ ত্ৰিৰঙ্গা পতাকাখনে জাতীয় পতাকা ৰূপে স্বীকৃতি পায়?
উত্তৰঃ ১৯৪৭ চনত ভাৰতৰ ত্ৰিৰঙ্গা পতাকাখনে জাতীয় পতাকা ৰূপে স্বীকৃতি পায়।
৭। কিমান নং অনুপাতে ভাৰতীয় জাতীয় পতাকাখন প্ৰস্তুত কৰা হয়?
উত্তৰঃ ৩:২ নং অনুপাতে ভাৰতীয় জাতীয় পতাকাখন প্ৰস্তুত কৰা হয়।
৮। পতাকাখন কি কাপোৰেৰে তৈয়াৰ কৰা হয়?
উত্তৰঃ পতাকাখন খাদী কাপোৰেৰে তৈয়াৰ কৰা হয়।
৯। সাৰনাথৰ অশোক স্তম্ভৰ পৰা কেইটা দণ্ডযুক্ত চক্ৰটি জাতীয় পতাকাৰ মাজত দিয়া হৈছে?
উত্তৰঃ সাৰনাথৰ অশোক স্তম্ভৰ পৰা ২৪ টা দণ্ডযুক্ত চক্ৰটি জাতীয় পতাকাৰ মাজত দিয়া হৈছে।
১০। ভাৰতৰ বিভিন্ন কীর্তিস্তম্ভসমূহ কি কি?
উত্তৰঃ ভাৰতৰ বিভিন্ন কীর্তিস্তম্ভসমূহ হ’ল– তাজমহল, আহোম ৰাজত্বকালৰ ৰংঘৰ, কাৰেংঘৰ আদি।
১১। কিমান তম কৰ্তব্যৰ যোগেদি ৬-১৪ বছৰৰ শিশুক পিতৃ-মাতৃ আৰু অভিভাৱকে শিক্ষা লাভৰ সুবিধা প্ৰদান কৰিছে?
উত্তৰঃ ১১ তম কৰ্তব্যৰ যোগেদি ৬-১৪ বছৰৰ শিশুক পিতৃ-মাতৃ আৰু অভিভাৱকে শিক্ষা লাভৰ সুবিধা প্ৰদান কৰিছে।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.
Subject Ka Complete Video Solution Dekhein
Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

