Class 8 Assamese Additional Chapter 2 যুগমীয়া শৰাইঘাট

Class 8 Assamese Additional Chapter 2 যুগমীয়া শৰাইঘাট Solutions, SEBA Class 8 Assamese Additional and Short Type Question Answer, Class 8 Assamese Additional Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 8 Assamese Extra Notes and select needs one.

Class 8 Assamese Additional Chapter 2 যুগমীয়া শৰাইঘাট

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. SEBA Class 8 Assamese Important Question Answer. These solutions are part of SCERT All Subject Solutions. Here we have given Class 8 Assamese Important Solutions for All Subject, You can practice these here.

যুগমীয়া শৰাইঘাট

Chapter – 2

ADDITIONAL QUESTION ANSWER

১। অতীতৰ শৰাইঘাটৰ এটা সমস্যা লিখা। 

উত্তৰঃ সামৰিক সমস্যা।

২। এতিয়াৰ শৰাইঘটৰ দুটা সমস্যা লিখা।

উত্তৰঃ সামাজিক আৰু অৰ্থনৈতিক।

৩। ঔৰংজেৱ বাদছাহে অসম মাৰিবলৈ কাক পঠিয়াইছিল?

উত্তৰঃ ৰজা ৰমসিংহ।

৪। ৰাম সিংহই কটকী পঠিয়াই লাচিতলৈ কি টোপোলা পঠিওৱাৰ কথা কৈছিল?

উত্তৰঃ এটোপোলা আফুগুটি।

৫। ৰামসিংহই ব্রহ্মপুত্র পাৰ হৈ কত গড় লবলৈ চেষ্টা কৰিছিল?

উত্তৰঃ গুৱাহাটীত।

৬। শৰাইঘটৰ যুদ্ধত আহোমৰ সেনাপতি কোন আছিল?

উত্তৰঃ লাচিত বৰফুকন।

৭। লাচিত বৰফুকনে কোন ঠাইত মাটি কিনি  থোৱাৰ কথা কৈছিল?

উত্তৰঃ চিলা পর্বতৰ ওপৰত।

৮। শৰাইঘাটৰ যুদ্ধত কোনে পৰাজিত হৈছিল? 

উত্তৰঃ ৰামসিংহৰ।

৯। অসমৰ নিয়ম মতে কোনে  মানুহ কটাৰ  আজ্ঞা  দিব পাৰিছিল?

উত্তৰঃ একমাত্র স্বৰ্গদেৱে।

১০। “যুদ্ধৰ কামত পাছ হুহকিলে  মই  হেংদাৰে তাক দুডোখৰ কৰি কাটিম পাছতহে স্বৰ্গদেউক জনাম” কোনে কৈছিল?

উত্তৰঃ লাচিত বৰফুকন।

১১। “ফুকনৰ কথাই মোৰ কথা।” কোনে কৈছিল? 

উত্তৰঃ স্বৰ্গদেউ চক্ৰধ্বজ সিংহ।

১২। শৰাইঘাটৰ যুদ্ধৰ সময়ত আহোমৰ  ৰজা কোন আছিল?

উত্তৰঃ স্বৰ্গদেউ চক্ৰধ্বজ সিংহ।

১৩। ৰামচৰণ কোন আছিল? 

উত্তৰঃ এজন অসমীয়া কটকী।

১৪। ৰাম সিংহই কাঠৰ চৰাইৰ নাচ কাক দেখুৱাইছিল?

উত্তৰঃ অসমীয়া কটকী ৰামচৰণ আৰু নিমক।

১৫। ৰাম সিংহই কাঠৰ চৰাইৰ নাচ কিয় দেখুৱাইছিল? 

উত্তৰঃ কটকীৰ মনত লোভ জগাবলৈ।

১৬। কতকী ৰামচৰণে অসমীয়াক দেখুৱাবলৈ ৰামসিংৰ পৰা কি খুজিছিল? 

উত্তৰঃ এটা চৰাই।

১৭। কোৱামৃদ্ধা হাজৰিকা কোন আছিল?

উত্তৰঃ এজন শৰাইঘটিয়া সেনাপতি।

১৮। মোগলে কাক নাৱৰ সৈতে ধৰিছিল?

উত্তৰঃ কোৱামৃদ্ধা হাজৰিকা।

১৯। পৰাইঘাটৰ যুদ্ধৰ সময়ত আহোমৰ ৰাজমন্ত্ৰী কোন আছিল?

উত্তৰঃ ৰাজমন্ত্ৰী আতন বুঢ়াগোহাঁয়।

২০। কিমান বছৰ আয়োজনৰ পাছত অসমে মোগলক পৰাস্ত কৰিছিল? 

উত্তৰঃ ৩ বছৰ।

২১। অসমে মোগলক পৰাস্ত কৰি কোন দুখন ঠাইক উদ্ধাৰ কৰিছিল? 

উত্তৰঃ গুৱাহাটী আৰু কামৰপ।

২২। আলাবৈৰ ৰণত একেদিনে কিমান অসমীয়া সৈন্য নিহত হৈছিল? 

উত্তৰঃ ১০ হাজাৰ।

২৩। আলাবৈৰ ৰণত অধিক অসমীয়া সৈন্যৰ নিহত  হোৱাৰ কাৰণ কি আছিল?

উত্তৰঃ স্বর্গদেৱে বিবেচনা নকৰাকৈ ৰণ কৰিবলৈ  আদেশ দিছিল।

২৪। মোগলক তুৰন্তে ধৰিব লাগে বুলি কোনে আদেশ দিছিল?

উত্তৰঃ স্বৰ্গদেউ চক্ৰধ্বজ সিংহ।

২৫। ৰাম সিংহই সিহঁতৰ সৈন্যৰ সংখ্যা কিমান আছিল বুলি কৈছিল?

উত্তৰঃ এটোপোলা আফুগুতিৰ সমান।

২৬। অসমীয়া ৰণুৱাসকল মই যুঁজিহে মৰিম  বুলি কোনে কৈছিল? 

উত্তৰঃ লাচিত বৰফুকনে।

২৭। শৰাইঘাটৰ ৰণত কাৰ বিজয় হৈছিল? 

উত্তৰঃ অসমৰ।

২৮। শৰাইঘটৰ ৰণত অসমৰ বিজয় হোৱাৰ দুটা কাৰণ লিখা।

উত্তৰঃ সুচিন্তিত আঁচনি আৰু শৃংখলামূলক আয়োজন।

২৯। বৰ আই-কুঁৱৰীয়ে কাৰ কথা নামানিলে আমাৰ পৰাজয় হোৱাটো নিশ্চয় বুলি কৈছিল?  

উত্তৰঃ লাচিত বৰফুকনৰ।

৩০। দুজন অসমীয়া কটকীৰ নাম লিখা।

উত্তৰঃ ৰামচৰণ আৰু নিম।

৩১। কি কাৰণত লাচিত বৰফুকনে ৰামচৰণক লোৱা লগাই থৈছিল? 

উত্তৰঃ মোগলৰ সেনাপতিক চৰাই খোজাৰ দায়ত।

৩২। কোৱামৃদ্ধা কৰ সেনাপতি আছিল? 

উত্তৰঃ শৰাইঘটিয়া সেনাপতি আছিল।

৩৩। শৰাইঘটৰ ৰণৰ সময়ত মোগলে কাক ধৰি আন্দত মতলীয়া হৈছিল?

উত্তৰঃ কোৱামৃদ্ধা হাজৰিকাক।

৩৪। মোগলে কোৱামৃদ্ধা হাজৰিকা কি কৰিব কছিল? 

উত্তৰঃ নাচিবলৈ।

৩৫। কোৱামৃদ্ধাক নাচিবলৈ কোৱাত কোৱামৃদ্ধাই কি কৈছিল?

উত্তৰঃ “মই নাচিম ঢোল- মৃদংগ খঞ্জৰী নাই তোমালোকে হাত চাপৰি মাৰা”।

৩৬। আলবৈৰ ৰণত কিয় লাচিতে বৰ বেজাৰ পাইছিল?

উত্তৰঃ একেদিনে ১০ হাজাৰ অসমীয়া সৈন্য নিহত হোৱাৰ  কাৰণে।

৩৭। “বাৰীৰ ভিতৰৰ পুখুৰী সিছিতেওঁ আঠোটা দহোতা মানুহক শিঙীয়ে বিন্ধে” বুলি কোনে কৈছিল?

উত্তৰঃ ৰাজমন্ত্ৰী অতন বুঢাগোঁহাই।

৩৮। ৰামসিংক কোনে অসমলৈ পঠিয়াইছিল?

উত্তৰঃ ঔৰংজৱ বাদছাহে।

৩৯। কি বাৰ্তা শুনি ঔবংজেৱে অসম মাৰিব পঠিয়াইছিল?

উত্তৰঃ মীৰজুমলা নবাবে জয় কৰি থৈ যোৱা গুৱাহটী অসমে লোৱা বাৰ্তা শুনি।

৪০। অসমৰ উকীল কি লাগে খোজ মই দিও বুলি ৰামসিংহই কাক কৈছিল ?

উত্তৰঃ অসমীয়া কটকী ৰামচৰণক।

৪১। ১৯৫৬ চনৰ ‘লাচিত মেলাৰ ‘মূল সভাৰ সভাপতি কোন আছিল? 

উত্তৰঃ ড° সূর্য কুমাৰ ভূঞা।

৪২। ড° সূর্য কুমাৰ ভূঞাৰ এখন মূল্যৱান গ্ৰন্থৰ নাম লিখা?

উত্তৰঃ স্বৰ্গদেউ ৰাজেশ্বৰ সিংহ।

৪৩। সূর্য কুমাৰ ভূঞাৰ জন্ম কিমান চনত হৈছিল? 

উত্তৰঃ ১৮৯২ চনত।

৪৪। সূর্য কুমাৰ ভূঞাৰ মৃত্যু কিমান চনত হৈছিল? 

উত্তৰঃ ১৯৪৬ চনত।

৪৫। ‘জয়মতী উপাখ্যান’ কোনে নিমিছিল?

উত্তৰঃ ড° সূর্ঘ কুমাৰ ভূঞা।

৪৬। ড° সূৰ্য কুমাৰ ভূঞাৰ জন্মস্থান কত আছিল?

উত্তৰঃ নগাওঁত। 

৪৭। ড° সূৰ্য কুমাৰ ভূঞাই ‘জয়মতী উপাখ্যান’ কি নামত লিমিছিল? 

উত্তৰঃ ‘ভানুনন্দন’।

৪৮। ড° সূৰ্য কুমাৰ ভূঞাৰ কবিতাসমূহ কোনখন সংগ্রহত থুপ খাইআছে? 

উত্তৰঃ নির্মালি।

৪৯। কটন কলেজৰ প্রথম গৰাকী  অসমীয়া  অধ্যক্ষ কোন আছিল? 

উত্তৰঃ ড° সূৰ্য কুমাৰ  ভূঞা।

৫০। প্রথম অসমীয়া শিক্ষাধিকাৰ (D.P.1) গৰাকী  কোন আছিল? 

উত্তৰঃ ড° সূর্য কুমাৰ ভূঞা।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top