Class 12 Biology MCQ Chapter 2 সপুষ্পক উদ্ভিদৰ যৌন প্রজনন

Class 12 Biology MCQ Chapter 2 সপুষ্পক উদ্ভিদৰ যৌন প্রজনন Question Answer Assamese Medium to each chapter is provided in the list so that you can easily browse through different chapters Class 12 Biology MCQ Chapter 2 সপুষ্পক উদ্ভিদৰ যৌন প্রজনন and select need one. AHSEC Class 12 Biology Objective Type Solutions in Assamese As Per AHSEC New Book Syllabus Download PDF. AHSEC Biology MCQ Class 12.

Class 12 Biology MCQ Chapter 2 সপুষ্পক উদ্ভিদৰ যৌন প্রজনন

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 12 Biology Multiple Choice Solutions are part of All Subject Solutions. Here we have given AHSEC Class 12 Biology MCQ in Assamese for All Chapters, You can practice these here.

Chapter: 2

MCQ

১। পৰাগধানীৰ পৰা গৰ্ভমুণ্ডলৈ পৰাগৰেণুৰ স্থানান্তৰ হোৱাক জনা যায়—

(ক) বিভাজন।

(খ) গর্ভধান।

(গ) পৰাগযোগ।

(ঘ) মুকুলন।

উত্তৰঃ (গ) পৰাগযোগ।

২। পৰাগৰেণু পুৰঠ হ’লে তাত অংগজ কোষৰ লগত থকা কোষটোৰ নাম কি?

(ক) সহকাৰী কোষ।

(খ) জনীয় কোষ।

(গ) ডিম্বাণু।

(ঘ) এটাও নহয়।

উত্তৰঃ (খ) জনীয় কোষ।

৩। গর্ভকেশৰৰ অংশ কিমানটা?

(ক) এটা।

(খ) দুটা।

(গ) তিনিটা।

(ঘ) চাৰিটা।

উত্তৰঃ (গ) তিনিটা।

৪। ভ্রূণাধাৰ কাৰ ভিতৰত থাকে?

(ক) গর্ভমুক্ত।

(খ) ডিম্বক।

(গ) পৰাগধানী।

(ঘ) এটাও নহয়।

উত্তৰঃ (খ) ডিম্বক।

৫। সপুষ্পক উদ্ভিদত ক্রিয়াত্মক স্ত্রীৰেণুৰ বিকাশ হৈ সৃষ্টি হয়—

(ক) ভ্রূণস্থলী।

(খ) ভ্রূণ।

(গ) ডিম্বক।

(ঘ) এটাও নহয়।

উত্তৰঃ (ক) ভ্রূণস্থলী।

৬। পৰাগৰেণুৰ কিমানখন বেৰ থাকে?

(ক) এখন।

(খ) দুখন।

(গ) তিনিখন।

(ঘ) চাৰিখন।

উত্তৰঃ (খ) দুখন।

৭। তলৰ কোনটো পৰাগৰেণুৰ বেৰ নহয়—

(ক) বেণুবহিঃস্তক।

(খ) মধ্যস্তৰ।

(গ) বেণু অন্তঃস্তক।

(ঘ) এটাও নহয়।

উত্তৰঃ (খ) মধ্যস্তৰ।

৮। নিষেচন নোহোৱাকৈ সপুষ্পক উদ্ভিদৰ বীজ উৎপাদন কৰা পদ্ধতিটো হ’ল—

(ক) মুকুলন।

(খ) অসংগজনন।

(গ) বিভাজন।

(ঘ) এটাও নহয়।

উত্তৰঃ (খ) অসংগজনন।

৯। এটা বীজৰ ভিতৰত এটাতকৈ বেছি ভ্রূণৰ সৃষ্টি হোৱাক কোৱা হয়—

(ক) স্বযুগ্মন।

(খ) গেইটেন’গেমী।

(গ) বহুভ্রূণতা।

(ঘ) এটাও নহয়।

উত্তৰঃ (গ) বহুভ্রূণতা।

১০। অৱশিষ্ট স্থায়ী নিউচেলাচক কোৱা হয়—

(ক) ডিম্বক।

(খ) পৰিভ্রূণপোষ।

(গ) ভ্রূণ।

(ঘ) এটাও নহয়।

উত্তৰঃ (খ) পৰিভ্রূণপোষ।

১১। ভ্রূণবিলাক নিষ্ক্রীয় অৱস্থা এটালৈ গতি কৰে, যাক কোৱা হয়—

(ক) নির্জলীকৰণ।

(খ) অসংগজনন।

(গ) সুপ্ত অৱস্থা।

(ঘ) এটাও নহয়।

উত্তৰঃ (গ) সুপ্ত অৱস্থা।

১২। ভ্রূণাক্ষৰ বীজপত্ৰতকৈ ওপৰৰ অংশটোক কোৱা হয়—

(ক) অধিকাণ্ড।

(খ) অৱকাণ্ড।

(গ) ভ্রূণমূল।

(ঘ) এটাও নহয়।

উত্তৰঃ (ক) অধিকাণ্ড।

১৩। বীজপত্ৰৰ তলৰ চুঙাৰ দৰে অংশটোক কোৱা হয়—

(ক) অধিকাণ্ড।

(খ) অৱকাণ্ড।

(গ) ভ্রূণমূল।

(ঘ) এটাও নহয়।

উত্তৰঃ (খ) অৱকাণ্ড।

১৪। ত্রিসংলয়নৰ পিচত কেন্দ্রীয় কোষটো পৰিণত হয়—

(ক) প্রাথমিক ভ্রূণপোষ।

(খ) যোজন কোষ।

(গ) ভ্রূণ।

(ঘ) ডিম্বাণু।

উত্তৰঃ (ক) প্রাথমিক ভ্রূণপোষ।

১৫। মুকুল অৱস্থাতে ফুলসমূহৰ পৰা পৰাগধানী আতৰাই দিয়াটোক কোৱা হয়—

(ক) মোনা কৰণ।

(খ) পুংকেশৰ বিনাশন।

(গ) সংকৰণ।

(ঘ) এটাও নহয়।

উত্তৰঃ (খ) পুংকেশৰ বিনাশন।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top