Class 12 Education Chapter – 1 অসম আৰু ভাৰতৰ মাধ্যমিক শিক্ষা

Class 12 Education Chapter – 1 অসম আৰু ভাৰতৰ মাধ্যমিক শিক্ষা Question answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 12 Education Chapter – 1 অসম আৰু ভাৰতৰ মাধ্যমিক শিক্ষা and select needs one.

Class 12 Education Chapter – 1 অসম আৰু ভাৰতৰ মাধ্যমিক শিক্ষা

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board HS Class 12 Education Chapter – 1 অসম আৰু ভাৰতৰ মাধ্যমিক শিক্ষা Solutions for All Subject, You can practice these here…

অসম আৰু ভাৰতৰ মাধ্যমিকশিক্ষা ( স্বৰাজোত্তৰ কাল )

পাঠ : ১

অতি চমু প্রশ্নোত্তৰ ( ১ নম্বৰৰ প্রশ্ন ) 

A. শুদ্ধ নে অশুদ্ধ লিখা ? 

প্রশ্ন ১. ১৯৬৪-৬৬ ৰ শিক্ষা আয়ােগখনেই স্বাধীন ভাৰতৰ প্ৰথমখন আয়ােগ আছিল । 

উত্তৰঃ শুদ্ধ ।

প্রশ্ন ২. শিক্ষা সম্পর্কীয় ৰাষ্ট্ৰীয় নীতি পূনৰীক্ষণ কৰা হৈছিল ১৯৯২ চনত । 

উত্তৰঃ অশুদ্ধ । 

প্রশ্ন ৩. মুদালিয়াৰ আয়ােগখন নিযুক্ত কৰা হৈছিল ড° লক্ষ্মণ মুদালিয়াৰৰ অধ্যক্ষতাত । 

উত্তৰঃ শুদ্ধ ।

প্রশ্ন ৪. কোঠাৰী আয়ােগ নিযুক্ত হৈছিল ১৯৬৪ চনৰ ১ জানুৱাৰীত ।

উত্তৰঃ অশুদ্ধ । 

প্রশ্ন ৫. ভাৰতীয় শিক্ষা আয়ােগে গুৰুত্ব দিছিল উৎপাদনশীলতাৰ ওপৰত । 

উত্তৰঃ শুদ্ধ । 

প্রশ্ন ৬. নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে জোৰ দিছিল বৃত্তিমুখীকৰণৰ প্ৰয়ােজনীয়তাৰ ওপৰত । 

উত্তৰঃ শুদ্ধ ।

প্রশ্ন ৭. ‘শিক্ষাৰ প্ৰত্যাহ্বান এক নীতিগত’ শীর্ষক নথিখন ৰাষ্ট্ৰীয় নীতি, ১৯৬৮ ৰ সৈতে সম্পর্কিত ।

উত্তৰঃ অশুদ্ধ । 

প্রশ্ন ৮. শিক্ষা আয়ােগে স্কুলীয়া শিক্ষাৰ গাঁথনিক তিনিটা স্তৰত ভগাইছিল । 

উত্তৰঃ শুদ্ধ । 

প্রশ্ন ৯. মুদালিয়াৰ আয়ােগৰ প্রতিবেদন প্রথম অধ্যায়ত আছিল মাধ্যমিক শিক্ষাৰ উদ্দেশ্য সম্পর্কীয় পৰামৰ্শাৱলী । 

উত্তৰঃ শুদ্ধ । 

প্রশ্ন ১০. মাধ্যমিক শিক্ষা আইন, অসম গৃহীত হৈছিল ১৯৬২ চনত । 

উত্তৰঃ অশুদ্ধ । 

প্রশ্ন১১. মুদালিয়াৰ আয়ােগে ইয়াৰ প্রতিবেদন দাখিল কৰিছিল ১৯৫২ চনত । 

উত্তৰঃ অশুদ্ধ । 

প্রশ্ন ১২. মুদালিয়াৰ আয়ােগ প্রতিবেদনৰ প্ৰথমটো অধ্যায়ত ভাৰতৰ মাধ্যমিক ত্রুটীসমূহৰ বিষয়ে আলােচনা কৰিছিল । 

উত্তৰঃ অশুদ্ধ । 

প্রশ্ন ১৩. বৃক্তিগত দক্ষতাৰ বিকাশ আছিল মুদালিয়াৰ আয়ােগে আঙুলিয়াই দিয়া শিক্ষাৰ লক্ষ্য । 

উত্তৰঃ শুদ্ধ ।

প্রশ্ন ১৪. কোঠাৰী আয়ােগৰ প্রতিবেদনৰ শীৰ্ষক আছিল ‘শিক্ষা সম্পৰ্কত চৰকাৰ সমূহৰ নীতি’। 

উত্তৰঃ অশুদ্ধ । 

প্রশ্ন ১৫. কোঠাৰী আয়ােগৰ মতে মাধ্যমিক শিক্ষাৰ অৱধি ৩ ৰ পৰা ৪ বছৰ হােৱা উচিত । 

উত্তৰঃ অশুদ্ধ ।

প্রশ্ন ১৬. কোঠাৰী আয়ােগে সাধাৰণ আৰু বৃত্তিমুখী শিক্ষাৰ সম্পূৰ্ণৰূপে পৃথক কৰাৰ পোষকতা কৰিছিল ।

উত্তৰঃ শুদ্ধ ।

প্রশ্ন ১৭. নতুন শিক্ষা নীতিয়ে শিক্ষাৰ গাঁথনি ১০ + ২ + ৩ কৰাৰ পৰামর্শ দিছিল । 

উত্তৰঃ অশুদ্ধ ।

B. খালী ঠাই পূৰ কৰা প্রশ্ন 

প্রশ্ন ১৮. ডি এছ কোঠাৰীৰ অধ্যক্ষতাত শিক্ষা আয়ােগ নিযুক্ত হৈছিল ………….ত । 

উত্তৰঃ ১৯৬৪ চনত । 

প্রশ্ন ১৯. প্রাক প্রাথমিক শিক্ষা হল ……….. পূৰ্বৰ স্তৰ । 

উত্তৰঃ প্রাথমিক । 

প্রশ্ন ২০. প্রাথমিক শিক্ষাৰ বিকাশৰ বাবে ৰাষ্ট্ৰীয় শিক্ষা নীতি ১৯৮৬ ত পৰামর্শ দিয়া কাৰ্যসূচীটোক ……… হিচাপে জনা যায় ।

উত্তৰঃ অপাৰেচন ব্লেকবাের্ড । 

প্রশ্ন ২১. ১৯৬৪ চনত ভাৰত চৰকাৰে নিযুক্তি দিয়া আয়ােগখনৰ অধ্যক্ষ গৰাকী আছিল……… ।

উত্তৰঃ ড° ডি . এছ . কোঠাৰী । 

প্রশ্ন ২২. মাধ্যমিক শিক্ষা আয়ােগৰ অধ্যক্ষ আছিল …….. ।

উত্তৰঃ ড ° লক্ষ্মণস্বামী মুদালিয়াৰ । 

প্রশ্ন ২৩. মুদালিয়াৰ আয়ােগ নিযুক্ত হৈছিল ………. চনত । 

উত্তৰঃ ১৯৫২ চনৰ ২৩ ছেপ্টেম্বৰত । 

প্রশ্ন ২৪. মুদালিয়াৰ আয়ােগ ………… হিচাপে জনাজাত । 

উত্তৰঃ মাধ্যমিক শিক্ষা আয়ােগ । 

প্রশ্ন ২৫. ‘ভাৰতৰ ভাগ্যক ইয়াৰ শ্ৰেণীকোঠা সমূহত সম্প্রতি গঢ় দি থকা হৈছে ’ — এই মন্তব্য কৰিছিল ………. এ ।

উত্তৰঃ কোঠাৰী আয়ােগে ।

প্রশ্ন ২৬.  ‘শিক্ষাৰ প্ৰত্যাহ্বানঃ এক নীতিগত দিশ’ শীর্ষক নথিখন ………. ৰে সম্পর্কিত । 

উত্তৰঃ ১৯৮৪ চনৰ ৰাষ্ট্ৰীয় শিক্ষানীতি 

প্রশ্ন ২৭. অসমত উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ ……… চনত স্থাপিত হৈছিল । 

প্রশ্ন ২৮. কোঠাৰী আয়ােগৰ প্রতিবেদন দাখিল কৰা হৈছিল ……….. চনত ।

উত্তৰঃ ১৯৬৬ চনত ।

প্রশ্ন ২৯. চাকৰিৰ পৰা ডিগ্রীক যােগসূত্রহীন কৰাই –এই ধাৰণাক তুলি ধৰিছিল …………..এ । 

উত্তৰঃ ৰাষ্ট্ৰীয় শিক্ষানীতি । 

প্রশ্ন ৩০. ৰাষ্ট্ৰীয় শিক্ষানীতি ১৯৮৬ ৰ চূড়ান্ত খচৰাখন উত্থাপন কৰা হৈছিল ………. চনত । 

উত্তৰঃ ১৯৮৬ চনত । 

প্রশ্ন ৩১.অসম মাধ্যমিক শিক্ষা আইনখন গৃহীত হৈছিল ………….চনত । 

উত্তৰঃ ১৯৬১ চনত ।

প্রশ্ন ৩২. অসম মাধ্যমিক শিক্ষা আইনে ……….ক ‘মাধ্যমিক শিক্ষা পৰিষদ’ৰ অধ্যক্ষ হিচাপে স্বীকৃতি দিছে । 

উত্তৰঃ শিক্ষাধিকর্তা ।

প্রশ্ন ৩৩. ‘মাধ্যমিক শিক্ষা পৰিষদ অসম’ৰ কার্যালয় ……….ত আছে । 

উত্তৰঃ গুৱাহাটী । 

প্রশ্ন ৩৪. ১৯৬৯-৭০ চনত অসমত বহুমুখী বিদ্যালয়ৰ সংখ্যা আছিল ………। 

উত্তরঃ ৭০ খন । 

প্রশ্ন ৩৫. মুদালিয়াৰ আয়ােগৰ প্রতিবেদনত ……..টা অধ্যায় আছিল । 

উত্তৰঃ ১৫ টা । 

প্রশ্ন ৩৬. মুদালিয়াৰ আয়ােগৰ প্রতিবেদনৰ তৃতীয় অধ্যায় দ্বিতীয় খণ্ডত আগবঢ়োৱা হৈছিল মাধ্যমিক শিক্ষাৰ ……… ।  

উত্তৰঃ লক্ষ্য ।

প্রশ্ন ৩৭. কোঠাৰী আয়ােগৰ মতে প্রথম বাজহুৱা পৰীক্ষা হোৱা উচিত স্কুললৈ যােৱাৰ প্রথম ………. বছৰৰ শেষত । 

উত্তৰঃ ১০ বছৰ । 

প্রশ্ন ৩৮. নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি পুনৰীক্ষণ কৰা হৈছিল ১৯৯২ চনত …………..কমিটিৰ দ্বাৰা । 

উত্তৰঃ জনার্দন কমিটিৰ দ্বাৰা । 

প্রশ্ন ৩৯. বর্তমান কটন কলেজিয়েট স্কুলখনৰ নাম আছিল ……… ।

উত্তৰঃ গুৱাহাটী ছেমিনাৰী স্কুল । 

প্রশ্ন ৪০. অসমত প্ৰথমখন মাধ্যমিক বিদ্যালয় স্থাপিত হৈছিল ………… ত । 

উত্তৰঃ ১৯৩৫ চনৰ ১৫ জুনত । 

প্রশ্ন ৪১. অসমৰ মাধ্যমিক শিক্ষাৰ নিয়ন্ত্ৰণৰ দক্ষতা কলিকতা বিশ্ববিদ্যালয়ৰ পৰা গুৱাহাটী বিশ্ববিদ্যালয়লৈ স্থানান্তৰিত কৰা হৈছিল ……….. চনত । 

উত্তৰঃ ১৯৫৭ চনত । 

প্রশ্ন ৪২. অসমৰ উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ স্থাপিত হৈছিল ………. আয়ােগৰ পৰামৰ্শৰ ভিক্তিত ।

উত্তৰঃ মুদালিয়াৰ আয়ােগ । 

প্রশ্ন ৪৩. প্ৰাক – বিশ্ববিদ্যালয় পাঠ্যক্রমটোক বিশ্ববিদ্যালয়ৰ পৰা মাধ্যমিক বিদ্যালয়লৈ নিয়াৰ পৰামর্শ দিছিল ………….আয়ােগে । 

উত্তৰঃ কোঠাৰী আয়ােগ । 

C. চমু উত্তৰ দিয়া ( পৰাপক্ষত এটা বাক্যত ) 

প্রশ্ন ৪৪. শিক্ষা আয়ােগ ১৯৬৪-৬৬ ৰ অধ্যক্ষ কোন আছিল ? 

উত্তৰঃ শিক্ষা আয়ােগ ১৯৬৪-৬৬ ৰ অধ্যক্ষ ড° ডি.এছ কোঠাৰীয়ে আছিল ।

প্রশ্ন ৪৫. প্রাথমিক শিক্ষাৰ বিকাশৰ বাবে ৰাষ্ট্ৰীয় শিক্ষা নীতিয়ে পৰামৰ্শ দিয়া কাৰ্যসূচীটোৰ নাম কি ?

উত্তৰঃ প্রাথমিক শিক্ষাৰ বিকাশৰ বাবে ৰাষ্ট্ৰীয় শিক্ষা নীতিয়ে পৰামৰ্শ দিয়া কাৰ্যসূচীটোৰ নাম হ’ল- “অপাৰেচন ব্লেকবাের্ড” । 

প্রশ্ন ৪৬. শিক্ষাৰ গাঁথনি ১০ + ২ + ৩ হ’ব লাগে বুলি কোনখন আয়ােগে পৰামর্শ দিছিল ? 

উত্তৰঃ শিক্ষাৰ গাঁথনি ১০ + ২ + ৩ হ’ব লাগে বুলি কোঠাৰী আয়ােগে পৰামর্শ দিছিল ।

প্রশ্ন ৪৭. শিক্ষা আয়ােগে ১৯৬৪-৬৬ ৰ আন নামটো কি ? 

উত্তৰঃ শিক্ষা আয়ােগে ১৯৬৪-৬৬ ৰ আন নামটো হ’ল- কোঠাৰী আয়ােগ । 

প্রশ্ন ৪৮. অসমৰ প্ৰথমখন মাধ্যমিক বিদ্যালয়ৰ নাম কি ?

উত্তৰঃ অসমৰ প্ৰথমখন মাধ্যমিক বিদ্যালয়ৰ নাম হ’ল- কটন কলেজিয়েট হাইস্কুল । 

প্রশ্ন ৪৯. মাধ্যমিক শিক্ষাৰ ক্ষেত্ৰত নিযুক্ত প্ৰথমখন আয়ােগৰ নাম লিখা । 

উত্তৰঃ মাধ্যমিক শিক্ষাৰ ক্ষেত্ৰত নিযুক্ত প্ৰথমখন আয়ােগৰ নাম হ’ল-১৯৫২-৫৩ চনৰ মােদালিয়াৰ আয়াগ । 

প্রশ্ন ৫০. মুদালিয়াৰ আয়ােগ নিযুক্তিৰ উদ্দেশ্য কি আছিল ? 

উত্তৰঃ মুদালিয়াৰ আয়ােগ নিযুক্তিৰ উদ্দেশ্য কি আছিল –

১. মাধ্যমিক শিক্ষাৰ পুনৰ গঠন আৰু উন্নতিকৰণ ।

প্রশ্ন ৫১. মুদালিয়াৰ আয়ােগৰ প্রতিবেদন কেতিয়া দাখিল কৰা হৈছিল ? 

উত্তৰঃ মুদালিয়াৰ আয়ােগৰ প্রতিবেদন ১৯৫৩ চনত দাখিল কৰা হৈছিল ।

প্রশ্ন ৫২. শিক্ষাৰ এটা গুৰুত্বপূৰ্ণ লক্ষ্য হিচাপে আধুনিকীকৰণ প্রক্রিয়াক ত্বৰান্বিত কৰাৰ পৰামর্শ কোনে আগবঢ়াইছিল । 

উত্তৰঃ শিক্ষাৰ এটা গুৰুত্বপূৰ্ণ লক্ষ্য হিচাপে আধুনিকীকৰণ প্রক্রিয়াক ত্বৰান্বিত কৰাৰ পৰামর্শ   

কোঠাৰী আয়ােগে আগবঢ়াইছিল । 

প্রশ্ন ৫৩. মাধ্যমিক শিক্ষা পৰিষদ গঠনৰ উদ্দেশ্য কি আছিল ? 

উত্তৰঃ মাধ্যমিক শিক্ষা পৰিষদ গঠনৰ উদ্দেশ্য কি আছিল –

১.মাধ্যমিক শিক্ষাৰ ( + ২ ) পৰিচালনা , নিয়ন্ত্রণ আৰু প্ৰশাসনৰ দায়িত্ব বিশ্ববিদ্যালয় সমূহৰ পৰা পৃথক কৰা । 

প্রশ্ন ৫৪. মুদালিয়াৰ আয়ােগৰ পৰামর্শক্রমে উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ সলনি কৰা মাধ্যমিক বিদ্যালয়ৰ সংখ্যা উল্লেখ কৰা । 

উত্তৰঃ মুদালিয়াৰ আয়ােগৰ পৰামর্শক্রমে উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ সলনি কৰা মাধ্যমিক বিদ্যালয়ৰ সংখ্যা হ’ল–২০৬ খন । 

প্রশ্ন ৫৫. কোন বৰ্ষত অসম মাধ্যমিক শিক্ষা আইন বলবৎ কৰা হৈছিল ? 

উত্তৰঃ ১৯৬১ চনত অসম মাধ্যমিক শিক্ষা আইন বলবৎ কৰা হৈছিল ? 

প্রশ্ন ৫৬. অসম মাধ্যমিক শিক্ষা পৰিষদ স্থাপিত হৈছিল ……… চনত । 

উত্তৰঃ ১৯৮৪ চনত । 

প্রশ্ন ৫৭. মাধ্যমিক শিক্ষা বৃত্তিমুখী কৰাৰ ক্ষেত্ৰত শিক্ষা আয়ােগ ১৯৬৪-৬৬ৰ নিৰ্ধাৰিত লক্ষ্য কি আছিল ? 

উত্তৰঃ মাধ্যমিক শিক্ষা বৃত্তিমুখী কৰাৰ ক্ষেত্ৰত শিক্ষা আয়ােগ ১৯৬৪-৬৬ৰ নিৰ্ধাৰিত লক্ষ্য আছিল –

১. শিক্ষা আৰু উৎপাদনমুখিতা । 

প্রশ্ন ৫৮. কোন বছৰত ভাৰতত প্ৰথম ৰাষ্ট্ৰীয় শিক্ষা নীতি যুগুত কৰা হৈছিল ? 

উত্তৰঃ ১৯৮৬ চনত ভাৰতত প্ৰথম ৰাষ্ট্ৰীয় শিক্ষা নীতি যুগুত কৰা হৈছিল ।

প্রশ্ন ৫৯. নবােদয় বিদ্যালয়ৰ গুৰুত্বপূর্ণ উদ্দেশ্য এটা উল্লেখ কৰা । 

উত্তৰঃ নবােদয় বিদ্যালয়ৰ গুৰুত্বপূর্ণ উদ্দেশ্য এটা উল্লেখ হ’ল-

১. ছাত্ৰ – ছাত্ৰীক থকা , খােৱা আৰু পঢ়া বিনামূলীয়া কৰা । 

প্রশ্ন ৬০. অসমত বহুমুখী মাধ্যমিক বিদ্যালয় আৰু …………. আয়ােগৰ পৰামৰ্শৰ ভিত্তিত প্রতিষ্ঠা কৰা হৈছিল ? 

উত্তৰঃ মুদালিয়া আয়ােগৰ । 

প্রশ্ন ৬১. আগতীয়া বাল্যকালৰ যত্ন আৰু শিক্ষাৰ উদ্দেশ্য কি ? 

উত্তৰঃ আগতীয়া বাল্যকালৰ যত্ন আৰু শিক্ষাৰ উদ্দেশ্য হ’ল-

১. শিশুসকলক আনন্দমুখৰ পৰিৱেশত বিকাশ সাধন কৰা । 

See Next Page

17 thoughts on “Class 12 Education Chapter – 1 অসম আৰু ভাৰতৰ মাধ্যমিক শিক্ষা”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top